• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
বিমানৰ কি আসন সকলোতকৈ সুৰক্ষিত, কি কয় বিমান প্ৰতিষ্ঠানে !

11 months ago
ন’ন-এলক’হলিক ফেটি লিভাৰত ভূগি আছে নেকি? কি কি লক্ষণ দেখিলে বুজিব আপুনিও এই সমস্যাত ভূগি আছে?

1 minute ago
লক্ষ্মী নাৰায়ণৰ বিশেষ প্ৰিয় এই ৪ৰাশি, সমগ্ৰ জীৱনেই অৰ্থ সমৃদ্ধিৰ অভাৱ নহয় এওঁলোকৰ

27 minutes ago
শনিবাৰেই শপত থালাপতি বিজয়ৰ, ১৯৫২ চনৰ পাছত প্ৰথমবাৰৰ বাবে ত্ৰিশংকু বিধানসভা, কি কি প্ৰত্যাহ্বান এতিয়াও আছে TVKৰ সন্মুখত?

56 minutes ago
এদিনতে সফলতা অহা নাই! ধাপে ধাপে যাত্ৰা, কাউন্সিলাৰ, বিধায়ক, সাংসদ, মন্ত্ৰীৰ পৰা, বংগত তেওঁ বিজেপি শাসনৰ আৰম্ভণিতে প্ৰথম মুখ্যমন্ত্ৰী, জানি থওক শুভেন্দুৰ ৰাজনৈতিক উত্থানৰ কাহিনী

1 hour ago
‘এনেকুৱা মানসিকতা হ’লে আমি আপোনাক আমাৰ মাননি সম্পূৰ্ণ কৰাৰ মানসিকতা নাথাকিব!’ অভিনেত্ৰী পাপৰি বৰাক মুকলিকৈ প্ৰত্যাহ্বান কিয় জনাইছে ৰাজধানী থিয়েটাৰে?

2 hours ago
হাজাৰ হাজাৰ যুৱতীৰ হৃদয় ভাঙি থালাপতি বিজয়ে কেনেকৈ বিচাৰি পাইছিল জীৱন লগৰী?

11 hours ago
কি কি খাদ্যই বৃক্কত পাথৰ সৃষ্টি কৰিব পাৰে? চিকিৎসকৰ পৰা জানক

‘গৌৰৱ গগৈৰ নেতৃত্বত বিধ্বস্ত কংগ্ৰেছ!’ সলনি হ’ব নেকি অসম কংগ্ৰেছৰ সভাপতি?

12 hours ago
ৰীল লাইফৰ নহয়, ৰিয়েল লাইফৰো হিৰো বিজয়! কাইলৈ তামিলনাডুৰ মুখ্যমন্ত্ৰী হিচাপে কৰিব শপত গ্ৰহণ

আকোঁৰগোজ মমতা, বৰ্খাস্তৰ পিছতো ক’ব খোজে নিজকে বংগৰ ৰাণী বুলি!

13 hours ago
ভাৰতীয় কৰ্মচাৰীহে পছন্দ ডুবাইৰ বুৰ্জ খালিফাৰ মালিকৰ! ভাইৰেল অদ্ভুত মন্তব্য

14 hours ago
বক্স অফিচত Bhooth Bangla-ই অৰ্জন কৰে ২০০ কোটি, কিন্তু বিতৰ্কত প্ৰডাকচন কোম্পানী

  • About
  • Advertise
  • Careers
  • English Edition
Saturday, May 9, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home বিবিধ

বিমানৰ কি আসন সকলোতকৈ সুৰক্ষিত, কি কয় বিমান প্ৰতিষ্ঠানে !

editor by editor
June 13, 2025
in বিবিধ, বিশ্ব, ভাৰত
0
বিমানৰ কি আসন সকলোতকৈ সুৰক্ষিত, কি কয় বিমান প্ৰতিষ্ঠানে !
0
SHARES
1.1k
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

বিমানৰ কি আসন সকলোতকৈ সুৰক্ষিত, কি কয় বিমান প্ৰতিষ্ঠানে !

আহমেদাবাদৰ বিমান দুৰ্ঘটনাই সমগ্ৰ দেশৰ লগতে বিশ্ববাসীকে কঁপাই তুলিছে। লণ্ডনলৈ বুলি যাত্ৰা কৰাৰ সময়তে দুৰ্ঘটনাগ্ৰস্ত হোৱা এয়াৰ ইণ্ডিয়াৰ বিমানখনত দুজন পাইলট আৰু ১০ জন কেবিন ক্ৰু মেম্বাৰসহ মুঠ ২৪২ জন লোক আছিল। সকলো নিঃশেষ হৈ গৈছিল এই দুৰ্ঘটনাত কিন্তু অলৌকিকভাৱে প্ৰাণ ৰক্ষা পৰিছিল বিশ্বাসৰ। আসনৰ সৈতে বাহিৰলৈ চিকিটি আহিছিল বিশ্বাস।

কিন্তু দুৰ্ঘটনাটোৰ পিছত এতিয়া পুনৰবাৰ বিমান যাত্ৰাৰ আশংকা আৰম্ভ কৰিছে মানুহে। কিন্তু বিমান কৰ্তৃপক্ষৰ ফালৰ পৰা সদৰি কৰা অনুসৰি, বিমানখনত এনে কিছুমান আসন আছে যিবোৰ আন আসনতকৈ সুৰক্ষিত বুলি গণ্য কৰা হয়।

উইংৰ ওচৰত আসন-
তথ্য অনুসৰি উইংৰ ওচৰত আসন লাভজনক। বিমানখনৰ এই অংশটো স্থিৰতাৰ বাবে ডিজাইন কৰা হৈছে। উইং চিট সাধাৰণতে জৰুৰীকালীন প্ৰস্থানৰ ওচৰত থাকে যিয়ে দুৰ্ঘটনাৰ সময়ত ওলাই অহাত সহায় কৰে।

এক্সিট ৰ’ৰ কাষৰ আসন-
এক্সিট ৰ’ত বহি থকা মানুহবোৰো জীয়াই থাকিব পাৰে। এই অংশত বহি থকা লোকসকলৰ ভৰি ৰখাৰ বাবে অধিক ঠাই থাকে আৰু তেওঁলোকে বাহিৰ ওলোৱাৰ ফালে দ্ৰুতগতিত দৌৰিব পাৰে।

খিৰিকী আৰু মাজৰ আসন –
যিকোনো ধৰণৰ ধুমুহাৰ ক্ষেত্ৰত বা দুৰ্ঘটনাৰ সম্ভাৱনা থাকিলে মাজৰ আসনবোৰ অধিক সুৰক্ষিত। এই লোকসকলৰ দুয়োফালে অন্য লোক থাকে সুৰক্ষা কৱচ হিচাপে। খিৰিকীৰ চিটৰ পৰা এজন ব্যক্তি লাহে লাহে ওলাই আহিব পাৰে।

লগতে ইন্ধন টেংকৰ কাষৰ আসন সবাতোকৈ ভয় লগা। কাৰণ, এই স্থানৰ আসনৰ ওচৰচ ইন্ধন টেংক থকাৰ ফলত সামান্য কিছু হলেই জুই লগাৰ ভয় থাকে। এনে পৰিস্থিতিত যাত্ৰীসকলে ধৈৰ্য্য বজাই ৰখা আৰু সজাগ হোৱাটো প্ৰয়োজন।

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: FlightSafe SeatSafest Seat
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

ন’ন-এলক’হলিক ফেটি লিভাৰত ভূগি আছে নেকি? কি কি লক্ষণ দেখিলে বুজিব আপুনিও এই সমস্যাত ভূগি আছে?
খাদ্য

May 9, 2026
লক্ষ্মী নাৰায়ণৰ বিশেষ প্ৰিয় এই ৪ৰাশি, সমগ্ৰ জীৱনেই অৰ্থ সমৃদ্ধিৰ অভাৱ নহয় এওঁলোকৰ
জীৱনশৈলী

লক্ষ্মী নাৰায়ণৰ বিশেষ প্ৰিয় এই ৪ৰাশি, সমগ্ৰ জীৱনেই অৰ্থ সমৃদ্ধিৰ অভাৱ নহয় এওঁলোকৰ

May 9, 2026
শনিবাৰেই শপত থালাপতি বিজয়ৰ, ১৯৫২ চনৰ পাছত প্ৰথমবাৰৰ বাবে ত্ৰিশংকু বিধানসভা, কি কি প্ৰত্যাহ্বান এতিয়াও আছে TVKৰ সন্মুখত?
জীৱনশৈলী

শনিবাৰেই শপত থালাপতি বিজয়ৰ, ১৯৫২ চনৰ পাছত প্ৰথমবাৰৰ বাবে ত্ৰিশংকু বিধানসভা, কি কি প্ৰত্যাহ্বান এতিয়াও আছে TVKৰ সন্মুখত?

May 9, 2026
এদিনতে সফলতা অহা নাই! ধাপে ধাপে যাত্ৰা, কাউন্সিলাৰ, বিধায়ক, সাংসদ, মন্ত্ৰীৰ পৰা, বংগত তেওঁ বিজেপি শাসনৰ আৰম্ভণিতে প্ৰথম মুখ্যমন্ত্ৰী, জানি থওক শুভেন্দুৰ ৰাজনৈতিক উত্থানৰ কাহিনী
জীৱনশৈলী

এদিনতে সফলতা অহা নাই! ধাপে ধাপে যাত্ৰা, কাউন্সিলাৰ, বিধায়ক, সাংসদ, মন্ত্ৰীৰ পৰা, বংগত তেওঁ বিজেপি শাসনৰ আৰম্ভণিতে প্ৰথম মুখ্যমন্ত্ৰী, জানি থওক শুভেন্দুৰ ৰাজনৈতিক উত্থানৰ কাহিনী

May 9, 2026
Next Post
দুচকুত যুৰীয়া সপোন, বিবাহৰ পাছত প্ৰথমবাৰ স্বামীৰ কাষলৈ যাবলৈ আহোতেই সকলো শেষ, স্বামীক লগ পোৱাৰ সপোন বুকুত লৈয়েই অভিশপ্ত  বিমানত ছাই হ’ল নববিবাহিতা খুছবু

২০০ মৃতদেহৰ DNAৰ নমুনা সংগ্ৰহ, চিনাক্ত কৰা মাংসপিণ্ড গতাই দিয়া হৈছে পৰিয়ালৰ হাতত

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন