• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
২০০ মৃতদেহৰ DNAৰ নমুনা সংগ্ৰহ, চিনাক্ত কৰা মাংসপিণ্ড গতাই দিয়া হৈছে পৰিয়ালৰ হাতত

২০০ মৃতদেহৰ DNAৰ নমুনা সংগ্ৰহ, চিনাক্ত কৰা মাংসপিণ্ড গতাই দিয়া হৈছে পৰিয়ালৰ হাতত

1 year ago
কেৱল ভাগৰেই নহয়, অনিদ্ৰায়ো বিষ সৃষ্টি কৰিব পাৰে শৰীৰত

কেৱল ভাগৰেই নহয়, অনিদ্ৰায়ো বিষ সৃষ্টি কৰিব পাৰে শৰীৰত

14 minutes ago
বিপদ আগতে আহে নেকি ছেপ্তেম্বৰত জন্মা লোকৰ? জানক ভাগ্য আৰু স্বভাৱৰ বিষয়ে

বিপদ আগতে আহে নেকি ছেপ্তেম্বৰত জন্মা লোকৰ? জানক ভাগ্য আৰু স্বভাৱৰ বিষয়ে

34 minutes ago
বাবা ভাংগাৰ ভৱিষ্যদ্বাণী, ২০২৬ চনত কি কি বিপদ আহিব পাৰে?

বাবা ভাংগাৰ ভৱিষ্যদ্বাণী, ২০২৬ চনত কি কি বিপদ আহিব পাৰে?

1 hour ago
বিদেশী নহয়, গ্ৰহণ কৰক স্বদেশী! বিদেশ ভ্ৰমণৰ পৰা বিৰত থাকিবলৈ আহ্বান প্ৰধানমন্ত্ৰীৰ

বিদেশী নহয়, গ্ৰহণ কৰক স্বদেশী! বিদেশ ভ্ৰমণৰ পৰা বিৰত থাকিবলৈ আহ্বান প্ৰধানমন্ত্ৰীৰ

2 hours ago
শীঘ্ৰে ৬ ৰাশিৰ সলনি হ’ব ভাগ্য, কেৰিয়াৰত দেখিব বৃহৎ পৰিৱৰ্তন!

শীঘ্ৰে ৬ ৰাশিৰ সলনি হ’ব ভাগ্য, কেৰিয়াৰত দেখিব বৃহৎ পৰিৱৰ্তন!

4 hours ago
Lionel Messi: বিশ্বকাপৰ পৰা কোপা আমেৰিকালৈ… লিয়নেল মেছিয়ে কিমান আন্তঃৰাষ্ট্ৰীয় ট্ৰফী জয় কৰিছিল?

Lionel Messi: বিশ্বকাপৰ পৰা কোপা আমেৰিকালৈ… লিয়নেল মেছিয়ে কিমান আন্তঃৰাষ্ট্ৰীয় ট্ৰফী জয় কৰিছিল?

5 hours ago
বৃদ্ধি পালে বাণিজ্যিক গেছ চিলিণ্ডাৰৰ মূল্য, ঘৰুৱা LPG চিলিণ্ডাৰৰো মূল্য বৃদ্ধি পাব নেকি?

বৃদ্ধি পালে বাণিজ্যিক গেছ চিলিণ্ডাৰৰ মূল্য, ঘৰুৱা LPG চিলিণ্ডাৰৰো মূল্য বৃদ্ধি পাব নেকি?

5 hours ago
হনুমান ভক্তৰ বাবে বিশেষ আজিৰ দিনটো, দূৰ হ’ব জীৱনৰ সকলো সমস্যা!

হনুমানৰ পূজাত নকৰিব এইবোৰ ভুল, এটা ভুলে কৰিব সৰ্বনাশ!

6 hours ago
আজিৰে পৰা গুৱাহাটীত নপাব অ’লা, Uber বা ৰেপিড’, কিন্তু কিয়?

আজিৰে পৰা গুৱাহাটীত নপাব অ’লা, Uber বা ৰেপিড’, কিন্তু কিয়?

7 hours ago
ভাগ্য সলনি হোৱাৰ ইংগিত, এই ৫টা ৰাশি সদায় বিশেষ

আজি কেনে যাব আপোনাৰ দিনটো? কোন ৰাশিৰ উদয় হ’ব ভাগ্য জানক

7 hours ago
চৰকাৰী বেংকত চাকৰিৰ সুযোগ, ১ ছেপ্টেম্বৰৰ পৰা আবেদন

চৰকাৰী বেংকত চাকৰিৰ সুযোগ, ১ ছেপ্টেম্বৰৰ পৰা আবেদন

15 hours ago
কম সময়ত ধন বৃদ্ধিৰ সুযোগ, যেতিয়াই বিচাৰে উলিয়াব পাৰিব টকা

কম সময়ত ধন বৃদ্ধিৰ সুযোগ, যেতিয়াই বিচাৰে উলিয়াব পাৰিব টকা

15 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Tuesday, September 1, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home জীৱনশৈলী

২০০ মৃতদেহৰ DNAৰ নমুনা সংগ্ৰহ, চিনাক্ত কৰা মাংসপিণ্ড গতাই দিয়া হৈছে পৰিয়ালৰ হাতত

২০০ মৃতদেহৰ DNAৰ নমুনা সংগ্ৰহ, চিনাক্ত কৰা মাংসপিণ্ড গতাই দিয়া হৈছে পৰিয়ালৰ হাতত

editor by editor
June 13, 2025
in জীৱনশৈলী, বিবিধ, ভাৰত
0
২০০ মৃতদেহৰ DNAৰ নমুনা সংগ্ৰহ, চিনাক্ত কৰা মাংসপিণ্ড গতাই দিয়া হৈছে পৰিয়ালৰ হাতত
0
SHARES
949
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

বৃহস্পতিবাৰৰ দুপৰীয়া৷ ১৪ ঘণ্টাৰ পূৰ্বে ভাঙি পৰিছিল আহমেদাবাদ-লণ্ডনগামী বিমান৷ এয়াৰ ইণ্ডিয়াই জনাইছে যে এজনক বাদ দি বিমানত থকা ২৪১ গৰাকী যাত্ৰী মৃত্যুৰ মুখত পৰিছে৷ পিটিআই সূত্ৰৰ খবৰ অনুসৰি বৃহস্পতিবাৰে গভীৰ নিশা পৰ্যন্ত আহমেদাবাদৰ চিভিল হাস্পতালত মুঠ ২৬৫ টা মৃতদেহ লৈ যোৱা হৈছে যাৰ মাজত আছে মেডিকেল কলেজ হোষ্টেলৰ ছাত্ৰৰ দেহো৷

এই ভয়াৱহ দুৰ্ঘটনাত প্ৰাণ ৰক্ষা কৰিছে কেৱল এজন ব্যক্তিৰেই৷ তেওঁৰ নাম ৰমেশ কুমান বিশ্বাস৷ তেওঁৱেই জনাইছে ভয়াৱহ অভিজ্ঞতাৰ কথা৷ শুকুৰবাৰে দেশৰ প্ৰধানমন্ত্ৰীয়ে তেওঁৰ সৈতে দেখা কৰিছে৷ সৰ্বভাৰতীয় সংবাদ মাধ্যম সূত্ৰৰ খবৰ অনুসৰি জ্বলি মাংসপিণ্ডত পৰিণত হোৱা দেহ চিনাক্তকৰণ কৰা টান হৈ পৰিছে৷ সেয়ে ডি এন এ টেষ্টৰ জৰিয়তে চিনাক্ত কৰা হৈছে মৃতদেহ৷ ইতিমধ্যেই ২০০ ডি এন এ সংগ্ৰহ কৰা হৈছে৷ কিছু দেহ ইতিমধ্যে চিনাক্ত কৰা হৈছে আৰু পৰিয়ালৰ হাততো তুলি দিয়া হৈছে৷

আহমেদাবাদৰ মেঘানিনগৰৰ ২৪২ জন যাত্ৰীক লৈ বৃহস্পতিবাৰে দুপৰীয়া ভাঙি পৰে এয়াৰ ইণ্ডিয়াৰ এ আই ১৭১ বিমান৷ সেয়া বোয়িং ৭৮৭-৮ ড্ৰিমলাইনাৰ আছিল৷ বিমানৰ যাত্ৰীসকলৰ মাজত মাত্ৰ এজন আশ্চৰ্যজনক ভাৱে বাছি গৈছে৷ বাকী সকলোৰেই মৃত্যু ঘটিছে৷ বিমানবন্দৰৰ নিকটবৰ্তী চিকিৎসক আৱাসৰ ওপৰত ভাঙি পৰিছে বিমানখন৷ ফলত হোষ্টেলৰ বহু আৱাসীয়ে মৃত্যুৰ মুখত পৰিছে৷

বিমান বিশেষজ্ঞ কেপ্টেইন অমিত সিং আৰু কেপ্টেইন মনোজ হাতিয়ে এই দুৰ্ঘটনাক লৈ জনাইছে যে, বিমানৰ লেণ্ডিং গিয়েৰ সাধাৰণতে উৰণৰ পাঁচ ছেকেণ্ডৰ মাজত বন্ধ কৰা হয়৷ তেতিয়া বিমান সঠিক উচ্চতালৈ যায়৷ কাৰণ গিয়েৰ বন্ধ নকৰিলে ঘৰ্ষণ বৃদ্ধি পায়৷ ইয়াৰ ফলত ইন্ধন বেছি লাগে আৰু বিমানৰ গতি হ্ৰাস পায়৷

দুৰ্ঘটনাৰ ঠিক পূৰ্বে ঘন জনবসতিপূৰ্ণ এলেকাত বিপৰ্যয় নহওক বুলিয়েই বিমানৰ সন্মুখৰ অংশ তুলি ধৰিছিল দুই পাইলটে৷ ইয়াৰ ফলত বিমানৰ গতি কমি যায় আৰু তাৰপিছতেই ভাঙি পৰে বিমানখন৷ অমিতৰ মতে এই পদক্ষেপ নললেও বিমানখন দুৰ্ঘটনাত পতিত হোৱাটো খাটাঙেই আছিল৷

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

কেৱল ভাগৰেই নহয়, অনিদ্ৰায়ো বিষ সৃষ্টি কৰিব পাৰে শৰীৰত
জীৱনশৈলী

কেৱল ভাগৰেই নহয়, অনিদ্ৰায়ো বিষ সৃষ্টি কৰিব পাৰে শৰীৰত

September 1, 2026
বিপদ আগতে আহে নেকি ছেপ্তেম্বৰত জন্মা লোকৰ? জানক ভাগ্য আৰু স্বভাৱৰ বিষয়ে
জীৱনশৈলী

বিপদ আগতে আহে নেকি ছেপ্তেম্বৰত জন্মা লোকৰ? জানক ভাগ্য আৰু স্বভাৱৰ বিষয়ে

September 1, 2026
বাবা ভাংগাৰ ভৱিষ্যদ্বাণী, ২০২৬ চনত কি কি বিপদ আহিব পাৰে?
জীৱনশৈলী

বাবা ভাংগাৰ ভৱিষ্যদ্বাণী, ২০২৬ চনত কি কি বিপদ আহিব পাৰে?

September 1, 2026
বিদেশী নহয়, গ্ৰহণ কৰক স্বদেশী! বিদেশ ভ্ৰমণৰ পৰা বিৰত থাকিবলৈ আহ্বান প্ৰধানমন্ত্ৰীৰ
ভাৰত

বিদেশী নহয়, গ্ৰহণ কৰক স্বদেশী! বিদেশ ভ্ৰমণৰ পৰা বিৰত থাকিবলৈ আহ্বান প্ৰধানমন্ত্ৰীৰ

September 1, 2026
Next Post
ঈদৰ বাবে ছাৰপ্ৰাইজ দিবলৈ সুৰাটত থকা পিতৃগৃহলৈ আহিছিল আকিল আৰু পত্নী কন্যা, পুনৰ লণ্ডনলৈ উভতি যোৱা নহ’ল আকিল আৰু তেওঁৰ পৰিয়ালৰ

ঈদৰ বাবে ছাৰপ্ৰাইজ দিবলৈ সুৰাটত থকা পিতৃগৃহলৈ আহিছিল আকিল আৰু পত্নী কন্যা, পুনৰ লণ্ডনলৈ উভতি যোৱা নহ’ল আকিল আৰু তেওঁৰ পৰিয়ালৰ

কেৱল ৰাজাই নহয়, হত্যাৰ পৰিকল্পনা আছিল অইন এগৰাকী নাৰীকো! মুখামুখি জেৰাত আৰক্ষীৰ সন্মুখত কি কি কৈছে ৰাজে? আৰক্ষীয়ে দিছে কেইবাটাও তথ্য

কেৱল ৰাজাই নহয়, হত্যাৰ পৰিকল্পনা আছিল অইন এগৰাকী নাৰীকো! মুখামুখি জেৰাত আৰক্ষীৰ সন্মুখত কি কি কৈছে ৰাজে? আৰক্ষীয়ে দিছে কেইবাটাও তথ্য

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.