• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
কেৱল ৰাজাই নহয়, হত্যাৰ পৰিকল্পনা আছিল অইন এগৰাকী নাৰীকো! মুখামুখি জেৰাত আৰক্ষীৰ সন্মুখত কি কি কৈছে ৰাজে? আৰক্ষীয়ে দিছে কেইবাটাও তথ্য

কেৱল ৰাজাই নহয়, হত্যাৰ পৰিকল্পনা আছিল অইন এগৰাকী নাৰীকো! মুখামুখি জেৰাত আৰক্ষীৰ সন্মুখত কি কি কৈছে ৰাজে? আৰক্ষীয়ে দিছে কেইবাটাও তথ্য

1 year ago
আজি ভাগ্যৰ দুৱাৰ মুকলি হ’ব এই ৰাশিৰ জাতক-জাতিকাৰ, পাব অপৰিসীম সুখ!

আজি ভাগ্যৰ দুৱাৰ মুকলি হ’ব এই ৰাশিৰ জাতক-জাতিকাৰ, পাব অপৰিসীম সুখ!

21 minutes ago
দৈনিক ৰাশিফল- কেনে যাব আজি ৯ ছেপ্টেম্বৰৰ দিনটো, সাৱধান হ’ব পৰিয়ালত মতানৈক্যৰ সম্ভাৱনা

আজি কোন ৰাশিৰ কেনে যাব দিনটো? ভাগ্যই দেখুৱাব নতুন ৰূপ!

55 minutes ago
১০ কেজি সোণ লৈ উধাও চোৰ, লগতে নিলে ১৫ লাখ টকা

১০ কেজি সোণ লৈ উধাও চোৰ, লগতে নিলে ১৫ লাখ টকা

10 hours ago
‘নিজৰ ভুলৰ মূল্য ভৰিছোঁ’-যান-জঁটত আৱদ্ধ নীতিন গাডকাৰীৰ অকপট স্বীকাৰোক্তি

‘নিজৰ ভুলৰ মূল্য ভৰিছোঁ’-যান-জঁটত আৱদ্ধ নীতিন গাডকাৰীৰ অকপট স্বীকাৰোক্তি

10 hours ago
এইকেইটা ৰাশিৰ লোকৰ বাঢ়িব আত্মবিশ্বাস

এইকেইটা ৰাশিৰ লোকৰ বাঢ়িব আত্মবিশ্বাস

10 hours ago
৬৬ কেজিৰ সোণ-৩৩৫কেজি ৰূপেৰে নিৰ্মিত গণেশৰ মূৰ্তি

৬৬ কেজিৰ সোণ-৩৩৫কেজি ৰূপেৰে নিৰ্মিত গণেশৰ মূৰ্তি

11 hours ago
ভাৰতো আছিল লাডেনৰ টাৰ্গেটত! CIAৰ নথিত চাঞ্চল্যকৰ তথ্য

ভাৰতো আছিল লাডেনৰ টাৰ্গেটত! CIAৰ নথিত চাঞ্চল্যকৰ তথ্য

11 hours ago
ৰাজনৈতিক নেতাৰ বাকযুদ্ধত গৰম ৰাজ্যৰ ৰাজনীতি

ৰাজনৈতিক নেতাৰ বাকযুদ্ধত গৰম ৰাজ্যৰ ৰাজনীতি

12 hours ago
মুখ্যমন্ত্ৰীৰ নিৰ্দেশনাক ভেঙুচালি কৰা মকবুলৰ মৰসাহ

মুখ্যমন্ত্ৰীৰ নিৰ্দেশনাক ভেঙুচালি কৰা মকবুলৰ মৰসাহ

12 hours ago
নিজতকৈ ১৬ বছৰেই ডাঙৰ যুৱতীক হ*ত্যা যুৱকৰ

নিজতকৈ ১৬ বছৰেই ডাঙৰ যুৱতীক হ*ত্যা যুৱকৰ

13 hours ago
গণেশ চতুৰ্থীৰ দিনাই কিয় জোনটোক এনেকুৱা দেখা গৈছে?

গণেশ চতুৰ্থীৰ দিনাই কিয় জোনটোক এনেকুৱা দেখা গৈছে?

14 hours ago
বিগত ৬ বছৰত অসম আৰক্ষীৰ জিম্মাত কিমান অভিযুক্তৰ মৃ*ত্যু হৈছে?

বিগত ৬ বছৰত অসম আৰক্ষীৰ জিম্মাত কিমান অভিযুক্তৰ মৃ*ত্যু হৈছে?

14 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Tuesday, September 15, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home অপৰাধ

কেৱল ৰাজাই নহয়, হত্যাৰ পৰিকল্পনা আছিল অইন এগৰাকী নাৰীকো! মুখামুখি জেৰাত আৰক্ষীৰ সন্মুখত কি কি কৈছে ৰাজে? আৰক্ষীয়ে দিছে কেইবাটাও তথ্য

কেৱল ৰাজাই নহয়, হত্যাৰ পৰিকল্পনা আছিল অইন এগৰাকী নাৰীকো! মুখামুখি জেৰাত আৰক্ষীৰ সন্মুখত কি কি কৈছে ৰাজে? আৰক্ষীয়ে দিছে কেইবাটাও তথ্য

editor by editor
June 13, 2025
in অপৰাধ, অসম, উত্তৰ-পূব
0
কেৱল ৰাজাই নহয়, হত্যাৰ পৰিকল্পনা আছিল অইন এগৰাকী নাৰীকো! মুখামুখি জেৰাত আৰক্ষীৰ সন্মুখত কি কি কৈছে ৰাজে? আৰক্ষীয়ে দিছে কেইবাটাও তথ্য
0
SHARES
1.5k
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email
ইতিমধ্যেই দেশজুৰি চাঞ্চল্য বিয়পাইছে মধ্যপ্ৰদেশৰ ইন্দোৰৰ ৰাজা আৰু সোনম ৰঘুবংশীৰ ঘটনাই৷ আৰু তদন্তত প্ৰকাশ পাইছে এটাৰ পাছত আনটো বিস্ফোৰক তথ্য৷ এইবাৰ ৰাজা ৰঘুবংশী হত্যাৰ গোচৰত একাধিক চাঞ্চল্যকৰ তথ্য প্ৰকাশ কৰিছে মেঘালয়ৰ আৰক্ষী সূত্ৰই৷ আৰক্ষীৰ দাবী, অভিযুক্ত ৰাজা ৰঘুবংশীক যিয়ে হত্যা কৰিছে সিঁহতেই অন্য এগৰাকী মহিলাকো হত্যা কৰাৰ ষড়যন্তৰ ৰচিছিল৷
আৰক্ষীৰ এই দাবী সোনমৰ চৰ্চিত প্ৰেমিক ৰাজ কুশৱাহাৰ ষড়যন্ত্ৰৰ জাল বহু গভীৰ আছিল৷ ৰাজে অইন এগৰাকী মহিলাক হত্যাৰ ষড়যন্ত্ৰ কৰিছিল, যাতে সেই মহিলাৰ মৃতদেহক সোনমৰ বুলি ক’ব পাৰে৷ ইয়াৰপাছতেই হয়তো কেইদিনমান লুকাই থকাৰ পাছত আকৌ আৰামদায়ক জীৱন জীয়াই থাকিলেহেতেন সোনমে৷ অৱশ্যে কিছু কাৰণবশত সেই পৰিকল্পনা সফল নহ’ল৷
আৰক্ষীয়ে জনাইছে যে ৰাজা ৰঘুবংশী হত্যাৰ ঘটনাৰ মূল ষড়যন্ত্ৰকাৰী আছিল ৰাজ কুশৱাহা৷ আৰু এই ভয়ংকৰ ষড়যন্ত্ৰত তেওঁ কাষত আছিল ৰাজাৰ পত্নী সোনম ৰঘুবংশী নিজেই৷ বৰ্তমান সোনম, ৰাজ কুশৱাহা আৰু তেওঁলোকৰ তিনি ছুপাৰী কিলাৰ এতিয়া আৰক্ষীৰ জিম্মাত আছে৷ বুধবাৰে অভিযুক্তসকলক ৮দিনৰ আৰক্ষী জিম্মাৰ নিৰ্দেশ দিছে আদালতে৷ এই সময়ত জেৰা চলাই থকা হৈছে আটাইকেইটা হত্যাকাৰীকেই৷
মেঘালয় আৰক্ষীয়ে তথ্যৰ অন্তত জনাইছে, ৰাজ কুশৱাহাৰ প্লেন অন্য আছিল৷ অইন এগৰাকী মহিলাক হত্যা কৰাৰ পাছত সেই দেহ সোনমৰ সজাই পুৰি দিয়া হ’ব যাতে কোনোৱে চিনাক্ত কৰিব নোৱাৰে৷ আৰু সেই মৃতদেহকেই সকলোৰে সন্মুখত সোনমৰ বুলি দেখুওৱা হব৷ তেতিয়া আৰক্ষীৰ তদন্তও অন্যফালে ঘূৰিব৷
কেইদিনমান নিজকে বোৰ্খাৰ আঁৰত ৰাখি পাছলৈ কেছ ঠাণ্ডা হ’লে দুয়োৱে আৰামেৰে জীৱন কটাব৷ কিন্তু অভিযুক্তৰ প্লেন সফল নহল৷ সোধপোছৰ প্রথম দিনাই সোনম, ৰাজ আৰু তিনি অভিযুক্তই জনাইছে যে বোৰ্খা পিন্ধিয়েই মেঘালয়ৰ পৰা পলাইছিল সোনমে৷ ইয়াৰপাছতেই ট্ৰেইন, টেক্সি, বাছ সলাই সলাই মধ্যপ্ৰদেশত উপস্থিত হয়৷
সোনম আৰু ৰাজাৰ আৰু এটা প্লেনো আছিল৷ সেই প্লেনমতে সকলোকে দেখুৱাব খুজিছিল যে পাহাৰীয়া নদীত সোনমৰ দেহ উটি গৈছে৷ কিন্তু সেয়াও সফল নহল৷ ১৯ মেত সোনম আৰু ৰাজা অসম পোৱাৰ পূৰ্বেই সেই স্থানলৈ গৈছিল ৰাজ আৰু তিনি ভাৰাতীয়া হত্যাকাৰী৷ প্ৰথমে গুৱাহাটীতেই ৰাজাক মাৰি পেলোৱাৰ পৰিকল্পনা কৰিছিল আটাইয়ে৷ কিন্তু সফল নহল৷ সোনমৰ কথামতেই ৰাজা মেঘালয়ৰ ছহৰালৈ গৈছিল৷ আৰু তাতেই অসমৰ পৰা ক্ৰয় কৰা গছ কটা অস্ত্ৰৰে ৰাজাক হত্যা কৰা হয়৷
২৩ মেৰ দুপৰীয়া ২ বজাৰ পৰা ২ বাজি ১৮ মিনিটৰ ভিতৰত সোনমৰ সন্মুখতেই হত্যা কৰা হল ৰাজাক আৰু তেওঁৰ দেহ এটা খাদত পেলাই দিয়া হল৷ ইয়াৰপাছতেই আকাশ নামৰ হত্যাকাৰীক সোনমে নিজৰ ৰেইনকোটটো দিয়ে৷ কাৰণ আকাশৰ কাপোৰত তেজৰ দাগ লাগিছিল৷ ৰেইনকোটতো তেজৰ দাগ থকাৰ বাবে আকাশে সেই ৰেইনকোট পেলাই দিয়ে৷ আৰু স্কুটিত উঠি জলপ্ৰপাতৰ কাষৰ পৰা আঁতৰি আহে৷ তাতেই পেলাই থৈ আহে ৰাজা আৰু সোনমে ভাড়া কৰা স্কুটি৷ ইফালে সোনমক বিচাৰি ফুৰাৰ সময়তে আৰক্ষীয়ে বিচাৰি পায় ৰেইনকোট আৰু স্কুটিখন৷

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

১০ কেজি সোণ লৈ উধাও চোৰ, লগতে নিলে ১৫ লাখ টকা
অপৰাধ

১০ কেজি সোণ লৈ উধাও চোৰ, লগতে নিলে ১৫ লাখ টকা

September 14, 2026
ৰাজনৈতিক নেতাৰ বাকযুদ্ধত গৰম ৰাজ্যৰ ৰাজনীতি
অসম

ৰাজনৈতিক নেতাৰ বাকযুদ্ধত গৰম ৰাজ্যৰ ৰাজনীতি

September 14, 2026
মুখ্যমন্ত্ৰীৰ নিৰ্দেশনাক ভেঙুচালি কৰা মকবুলৰ মৰসাহ
অসম

মুখ্যমন্ত্ৰীৰ নিৰ্দেশনাক ভেঙুচালি কৰা মকবুলৰ মৰসাহ

September 14, 2026
নিজতকৈ ১৬ বছৰেই ডাঙৰ যুৱতীক হ*ত্যা যুৱকৰ
অপৰাধ

নিজতকৈ ১৬ বছৰেই ডাঙৰ যুৱতীক হ*ত্যা যুৱকৰ

September 14, 2026
Next Post
পত্নীৰ অস্থি বিসৰ্জন দিবলৈ ভাৰতলৈ আহিছিল, ব্ৰিটেইনত দুই কণমানি কন্যাৰ কাষলৈ আৰু কাহানিও উভতি নাযায় অৰ্জুন, অভিশপ্ত বিমানত উঠিয়েই নেদেখা সিপাৰলৈ গুচি গ’ল অৰ্জুন

পত্নীৰ অস্থি বিসৰ্জন দিবলৈ ভাৰতলৈ আহিছিল, ব্ৰিটেইনত দুই কণমানি কন্যাৰ কাষলৈ আৰু কাহানিও উভতি নাযায় অৰ্জুন, অভিশপ্ত বিমানত উঠিয়েই নেদেখা সিপাৰলৈ গুচি গ’ল অৰ্জুন

প্ৰিয় সংখ্যা আছিল ১২০৬, সেই ১২ তাৰিখ ৬ মাহ অৰ্থাত ১২০৬তেই ১২ নম্বৰ চিটত বহি অজান দেশলৈ যাত্ৰা বিজয় ৰূপানিৰ

প্ৰিয় সংখ্যা আছিল ১২০৬, সেই ১২ তাৰিখ ৬ মাহ অৰ্থাত ১২০৬তেই ১২ নম্বৰ চিটত বহি অজান দেশলৈ যাত্ৰা বিজয় ৰূপানিৰ

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.