• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
প্ৰিয় সংখ্যা আছিল ১২০৬, সেই ১২ তাৰিখ ৬ মাহ অৰ্থাত ১২০৬তেই ১২ নম্বৰ চিটত বহি অজান দেশলৈ যাত্ৰা বিজয় ৰূপানিৰ

প্ৰিয় সংখ্যা আছিল ১২০৬, সেই ১২ তাৰিখ ৬ মাহ অৰ্থাত ১২০৬তেই ১২ নম্বৰ চিটত বহি অজান দেশলৈ যাত্ৰা বিজয় ৰূপানিৰ

1 year ago
শীঘ্ৰে পাব ৫ ৰাশিৰ লোকে সুখবৰ, জানক দৈনিক ৰাশিফল

কাইলৈ নতুন খবৰ পাব ৪ ৰাশিৰ লোকে, জানক কাৰ কাৰ উদয় হ’ব ভাগ্য!

5 minutes ago
৫ মিনিটতে WhatsAppত উপলব্ধ হ’ব আয়ুষ্মান কাৰ্ড, এইদৰে কৰক আবেদন

৫ মিনিটতে WhatsAppত উপলব্ধ হ’ব আয়ুষ্মান কাৰ্ড, এইদৰে কৰক আবেদন

26 minutes ago
পুৰণি ৫০ বা ১০০ টকীয়া নোট আছে নেকি? তেন্তে হ’ব পাৰিব কোটিপতি!

পুৰণি ৫০ বা ১০০ টকীয়া নোট আছে নেকি? তেন্তে হ’ব পাৰিব কোটিপতি!

1 hour ago
‘কেৰিয়াৰ বচাবলৈ দীপিকাক ত্যাগ কৰিলো!’ ক’লে দীপিকা পাডুকনৰ প্ৰাক্তন প্ৰেমিকে

‘কেৰিয়াৰ বচাবলৈ দীপিকাক ত্যাগ কৰিলো!’ ক’লে দীপিকা পাডুকনৰ প্ৰাক্তন প্ৰেমিকে

2 hours ago
২২ জুলাইৰ পূৰ্বে হওক সাৱধান, হ’ব পাৰে দুৰ্ঘটনা!

২২ জুলাইৰ পূৰ্বে হওক সাৱধান, হ’ব পাৰে দুৰ্ঘটনা!

2 hours ago
ডায়েবেটিছ ৰোগীৰ বাবে ডাঙৰ সকাহ, সপ্তাহত এবাৰহে মাত্ৰ প্ৰয়োজন হ’ব ইনচুলিন!

ডায়েবেটিছ ৰোগীৰ বাবে ডাঙৰ সকাহ, সপ্তাহত এবাৰহে মাত্ৰ প্ৰয়োজন হ’ব ইনচুলিন!

3 hours ago
সংগীৰ নাকৰ শব্দই নিশা টোপনিত ব্যাঘাত জন্মাইছে নেকি? ব্যয়ামেৰে কৰক দূৰ

সংগীৰ নাকৰ শব্দই নিশা টোপনিত ব্যাঘাত জন্মাইছে নেকি? ব্যয়ামেৰে কৰক দূৰ

5 hours ago
নেটৱৰ্ক অবিহনেও এতিয়াৰে পৰা পাতিব পাৰিব কথা, কিন্তু কেনেকৈ?

নেটৱৰ্ক অবিহনেও এতিয়াৰে পৰা পাতিব পাৰিব কথা, কিন্তু কেনেকৈ?

5 hours ago
‘মই খুলিলোঁ, আপুনিও কাপোৰ খুলি লওক!’ এয়া কি কাণ্ড কৰিলে ছেইফ আলী খানে?

‘মই খুলিলোঁ, আপুনিও কাপোৰ খুলি লওক!’ এয়া কি কাণ্ড কৰিলে ছেইফ আলী খানে?

6 hours ago
আপোনাৰ দৰমহা কিমান বৃদ্ধি পাব? DA নিৰ্ণয়ৰ সূত্ৰটো কি জানক

আপোনাৰ দৰমহা কিমান বৃদ্ধি পাব? DA নিৰ্ণয়ৰ সূত্ৰটো কি জানক

7 hours ago
সোণে দেখুৱাইছে যাদু! এয়াই উচিত সময় নেকি গহনা ক্ৰয়ৰ?

সোণে দেখুৱাইছে যাদু! এয়াই উচিত সময় নেকি গহনা ক্ৰয়ৰ?

8 hours ago
কলকাতাৰ ৰাজপথত ৮০ বছৰীয়া বৃদ্ধৰ এক অমৰ প্ৰেম কাহিনী

কলকাতাৰ ৰাজপথত ৮০ বছৰীয়া বৃদ্ধৰ এক অমৰ প্ৰেম কাহিনী

9 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Friday, July 10, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home জীৱনশৈলী

প্ৰিয় সংখ্যা আছিল ১২০৬, সেই ১২ তাৰিখ ৬ মাহ অৰ্থাত ১২০৬তেই ১২ নম্বৰ চিটত বহি অজান দেশলৈ যাত্ৰা বিজয় ৰূপানিৰ

প্ৰিয় সংখ্যা আছিল ১২০৬, সেই ১২ তাৰিখ ৬ মাহ অৰ্থাত ১২০৬তেই ১২ নম্বৰ চিটত বহি অজান দেশলৈ যাত্ৰা বিজয় ৰূপানিৰ

editor by editor
June 13, 2025
in জীৱনশৈলী, বিবিধ, ভাৰত
0
প্ৰিয় সংখ্যা আছিল ১২০৬, সেই ১২ তাৰিখ ৬ মাহ অৰ্থাত ১২০৬তেই ১২ নম্বৰ চিটত বহি অজান দেশলৈ যাত্ৰা বিজয় ৰূপানিৰ
0
SHARES
302
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

বৃহস্পতিবাৰে আহমেদাবাদৰ অভিশপ্ত বিমানৰ যাত্ৰী আছিল গুজৰাটত প্ৰাক্তন মুখ্যমন্ত্ৰী বিজয় ৰূপানি৷ পুত্ৰৰ কাষলৈ যাবলৈ লণ্ডনমুখী এয়াৰ ইণ্ডিয়াৰ সেই বিমানত উঠিছিল বিজয় ৰূপানি৷ চৰ্দাৰ বল্লৱভাই পেটেল আন্তৰ্জাতিক বিমানবন্দৰৰ পৰা টেকঅফ কৰাৰ কেইমিনিটৰ ভিতৰতেই ভাঙি পৰে বিমানখন৷ দুৰ্ঘটনাত তেওঁৱো মৃত্যুক সাবটি লৈছে৷

বিজয় ৰূপানিৰ সংখ্যাতত্ত্বৰ এক বিশেষ যোগ বিচাৰি পাইছে নিউমাৰলজিষ্টে৷ গুজৰাটৰ প্ৰাক্তন মুখ্যমন্ত্ৰীৰ মৃত্যু হৈছে ১২ জুন অৰ্থাৎ সংখ্যাৰ বিচাৰত ১২০৬৷ সংবাদমাধ্যমত প্ৰকাশিত ৰিপৰ্ট অনুসৰি বিজয় ৰূপানিৰ প্ৰিয় সংখ্যা আছিল ১২০৬৷ চাৰি অংকৰ এই সংখ্যাৰ প্ৰতি এক বিশেষ আকৰ্ষণ আছিল বিজয় ৰূপানিৰ৷ তেওঁৰ সকলো ব্যক্তিগত বাহনৰ নম্বৰ প্লেটৰ নম্বৰ হৈছে ১২০৬৷ কাকতালীয়ভাৱে তেওঁৰ মৃত্যুও হৈছে ১২০৬ তাৰিখেই৷ আৰু বিজয় ৰূপানিয়ে বিমানত বহা আসনৰ নম্বৰো আছিল ১২নম্বৰ৷ আৰু তেওঁ বিমানত উঠিছিল ১২ বাজি ১০ মিনিটত৷

ছচিয়েল মিডিয়াত বিজয় ৰূপানিৰ মৃত্যু হোৱাৰ দিন আৰু তেওঁৰ বাহনৰ নম্বৰক লৈ চৰ্চা হৈছে৷ তেওঁৰ সকলো বাহনৰ নম্বৰ ১২০৬ আৰু ১২০৬তেই তেওঁ পৃথিৱী এৰি গুচি গল৷ সংখ্যাতত্ত্ব অনুসৰি সংখ্যা যেতিয়া তাৰিখত পৰিণত হয় তেতিয়া ব্ৰহ্মাণ্ডই কেতিয়াবা কেতিয়াবা চিৎকাৰ কৰি উঠে৷ আৰু উল্লেখযোগ্য বিষয় হৈছে ১২০৬ ৰ প্ৰতিটো অংক পৰস্পৰ যোগ কৰিলে হয় ৯৷ আৰু দুৰ্ঘটনাগ্ৰস্থ বিমানৰ নম্বৰ আছিল AI171, ১৭১ৰ প্ৰতিটো অংকও যোগ কৰিলে হয় ৯৷ আহমেদাবাদৰ বিমান দুৰ্ঘটনাত এতিয়া পৰ্যন্ত দিয়া মৃতকৰ সংখ্যা ২৬৫৷ এজন যাত্ৰী এই দুৰ্ঘটনাত জীৱিতভাৱে উদ্ধাৰ হৈছে৷

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

শীঘ্ৰে পাব ৫ ৰাশিৰ লোকে সুখবৰ, জানক দৈনিক ৰাশিফল
জীৱনশৈলী

কাইলৈ নতুন খবৰ পাব ৪ ৰাশিৰ লোকে, জানক কাৰ কাৰ উদয় হ’ব ভাগ্য!

July 10, 2026
৫ মিনিটতে WhatsAppত উপলব্ধ হ’ব আয়ুষ্মান কাৰ্ড, এইদৰে কৰক আবেদন
বাণিজ্য

৫ মিনিটতে WhatsAppত উপলব্ধ হ’ব আয়ুষ্মান কাৰ্ড, এইদৰে কৰক আবেদন

July 10, 2026
পুৰণি ৫০ বা ১০০ টকীয়া নোট আছে নেকি? তেন্তে হ’ব পাৰিব কোটিপতি!
বাণিজ্য

পুৰণি ৫০ বা ১০০ টকীয়া নোট আছে নেকি? তেন্তে হ’ব পাৰিব কোটিপতি!

July 10, 2026
‘কেৰিয়াৰ বচাবলৈ দীপিকাক ত্যাগ কৰিলো!’ ক’লে দীপিকা পাডুকনৰ প্ৰাক্তন প্ৰেমিকে
বিনোদন

‘কেৰিয়াৰ বচাবলৈ দীপিকাক ত্যাগ কৰিলো!’ ক’লে দীপিকা পাডুকনৰ প্ৰাক্তন প্ৰেমিকে

July 10, 2026
Next Post
১৫ জুনৰ পৰা উজ্জ্বল হ’ব এই ৩ৰাশিৰ ভাগ্য, কৰ্মফলদাতা শনিৰ শক্তিশালী যোগত সলনি হ’ব জীৱনৰ গতিপথ

১৫ জুনৰ পৰা উজ্জ্বল হ’ব এই ৩ৰাশিৰ ভাগ্য, কৰ্মফলদাতা শনিৰ শক্তিশালী যোগত সলনি হ’ব জীৱনৰ গতিপথ

৫হাজাৰকৈ জমা কৰিও ৫কোটিৰ মালিক হ’ব পাৰে আপুনি, কেনেকৈ বিনিয়োগ কৰিব?

৫হাজাৰকৈ জমা কৰিও ৫কোটিৰ মালিক হ’ব পাৰে আপুনি, কেনেকৈ বিনিয়োগ কৰিব?

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.