• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
২৪ত দেশত সলনি হ’ব প্ৰধানমন্ত্ৰী, মহিলাই দেশৰ প্ৰধানমন্ত্ৰীৰ আসন শুৱনি কৰিব! জ্যোতিষীৰ মন্তব্যক লৈ দেশজুৰি চৰ্চা

২৪ত দেশত সলনি হ’ব প্ৰধানমন্ত্ৰী, মহিলাই দেশৰ প্ৰধানমন্ত্ৰীৰ আসন শুৱনি কৰিব! জ্যোতিষীৰ মন্তব্যক লৈ দেশজুৰি চৰ্চা

3 years ago
আজি ছৌদি আৰৱত দেখা নগ’ল ঈদৰ জোন, ভাৰতত কেতিয়া পালন কৰিব ঈদ?

আজি ছৌদি আৰৱত দেখা নগ’ল ঈদৰ জোন, ভাৰতত কেতিয়া পালন কৰিব ঈদ?

8 hours ago
কাইলৈ কপাল ফুলিব ৩ ৰাশিৰ জাতক-জাতিকাৰ! সকলো দিশৰ পৰা আহিব সফলতা!

কাইলৈ কপাল ফুলিব ৩ ৰাশিৰ জাতক-জাতিকাৰ! সকলো দিশৰ পৰা আহিব সফলতা!

9 hours ago
Knowledge News: মহে প্ৰস্ৰাৱ কৰেনে? জনাওক আপুনি কি ভাবে…

Knowledge News: মহে প্ৰস্ৰাৱ কৰেনে? জনাওক আপুনি কি ভাবে…

10 hours ago
বাৰে বাৰে নখ ভাঙিছে নেকি? জানক এয়া কি ৰোগৰ লক্ষণ

বাৰে বাৰে নখ ভাঙিছে নেকি? জানক এয়া কি ৰোগৰ লক্ষণ

11 hours ago
অনবৰতে মনটো অশান্তি লাগি থাকে নেকি? জানক কাৰণ

অনবৰতে মনটো অশান্তি লাগি থাকে নেকি? জানক কাৰণ

12 hours ago
ঘৰত মকৰাজালে অশান্তি কৰিছে নেকি? মুক্তি পোৱাৰ সহজ উপায়

ঘৰত মকৰাজালে অশান্তি কৰিছে নেকি? মুক্তি পোৱাৰ সহজ উপায়

12 hours ago
স্বামী-স্ত্ৰীয়ে পুৱা কৰক এই কাম, সুখী হ’ব দাম্পত্য জীৱন!

স্বামী-স্ত্ৰীয়ে পুৱা কৰক এই কাম, সুখী হ’ব দাম্পত্য জীৱন!

13 hours ago
মূল্যবৃদ্ধি হ’ব নেকি পেট্ৰ’ল-ডিজেলৰ? কেন্দ্ৰই দিলে ইংগিত

মূল্যবৃদ্ধি হ’ব নেকি পেট্ৰ’ল-ডিজেলৰ? কেন্দ্ৰই দিলে ইংগিত

13 hours ago
মোদীৰ পৰিয়ালত বিয়া হ’ব শ্ৰদ্ধা কাপুৰ! ঘনিষ্ঠ লোকে প্ৰকাশ কৰিছে তথ্য

মোদীৰ পৰিয়ালত বিয়া হ’ব শ্ৰদ্ধা কাপুৰ! ঘনিষ্ঠ লোকে প্ৰকাশ কৰিছে তথ্য

14 hours ago
PCOD ৰ সমস্যাই মাতৃ হোৱাৰ সপোন নিঃশেষ কৰে নেকি? জানক বিশেষজ্ঞৰ পৰা

PCOD ৰ সমস্যাই মাতৃ হোৱাৰ সপোন নিঃশেষ কৰে নেকি? জানক বিশেষজ্ঞৰ পৰা

14 hours ago
চেফটি পিনত কিয় সৰু বৃত্তটো থাকে? ৯৯% লোকে নাজানে সঠিক উত্তৰ

চেফটি পিনত কিয় সৰু বৃত্তটো থাকে? ৯৯% লোকে নাজানে সঠিক উত্তৰ

15 hours ago
পুৱাই এইসমূহ কাম কৰাৰ অভ্যাস আছে? এইকেইটা অভ্যাসৰ কাৰণেই বাঢ়ে বেয়া কলষ্টেৰল, হৃদৰোগৰ আশংকা কমাবলৈ এৰক এইসমূহ অভ্যাস

পুৱাই এইসমূহ কাম কৰাৰ অভ্যাস আছে? এইকেইটা অভ্যাসৰ কাৰণেই বাঢ়ে বেয়া কলষ্টেৰল, হৃদৰোগৰ আশংকা কমাবলৈ এৰক এইসমূহ অভ্যাস

17 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Thursday, March 19, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home ভাৰত

২৪ত দেশত সলনি হ’ব প্ৰধানমন্ত্ৰী, মহিলাই দেশৰ প্ৰধানমন্ত্ৰীৰ আসন শুৱনি কৰিব! জ্যোতিষীৰ মন্তব্যক লৈ দেশজুৰি চৰ্চা

editor by editor
August 13, 2023
in ভাৰত, ৰাজনীতি
0
২৪ত দেশত সলনি হ’ব প্ৰধানমন্ত্ৰী, মহিলাই দেশৰ প্ৰধানমন্ত্ৰীৰ আসন শুৱনি কৰিব! জ্যোতিষীৰ মন্তব্যক লৈ দেশজুৰি চৰ্চা
0
SHARES
143
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

অসম লাইভ২৪ঃ আসন্ন লোকসভা নিৰ্বাচন। ২০২৪ ৰ লোকসভা নিৰ্বাচনৰ বাবে ইতিমধ্যে প্ৰস্তুতি আৰম্ভ কৰিছে ৰাজনৈতিক দলসমূহে। শাসক দলৰ পৰা বিৰোধী দললৈকে সকলোৱে নামি পৰিছে ৰণকৌশল প্ৰস্তুতৰ দৌৰত। বিৰোধীসকলেও মোদীক কেনেকৈ গাদীচ্যুত কৰিব পাৰিব তাৰেই চিন্তা চৰ্চা কৰিছে। আনহাতে শাসকদলে মোদী মেজিকৰ ওপৰত ভৰষা কৰিয়েই আগবাঢ়িছে। প্ৰধানমন্ত্ৰীৰ ভাষণতো ভৰপূৰ আত্মবিশ্বাস। ২৪ ত পূৰ্বৰ সকলো ৰেকৰ্ড ভাঙি নতুনকৈ ৰাইজৰ আশীৰ্বাদ লৈ বিজেপিয়েই চৰকাৰ গঠন কৰিব বুলি দৃঢ় বিশ্বাসী প্রধানমন্ত্ৰী। একাংশ ৰাষ্ট্ৰীয় সংবাদমাধ্যতে জনমতো প্ৰকাশ কৰিছে। কিন্তু ২৪ ৰ নিৰ্বাচনত কোনে চৰকাৰ গঠন কৰিব সেয়া সময়ৰ ওপৰত নিৰ্ভৰশীল হ’লেও জ্যোতিষীয়ে দাবী কৰামতে ২৪ ত দেশৰ পৰবৰ্তী প্ৰধানমন্ত্ৰীৰ আসনত মহিলাই বহিব।

মে মাহত অনুষ্ঠিত হোৱা কৰ্ণাটক বিধানসভা নিৰ্বাচনত বিজেপিৰ শোচনীয় পৰাজয়ৰ পাছতেই ৰাজনীতিত কেইবাটাও পৰিবৰ্তন আহিছে। ২২৪ খন আসনৰ মাজত ১৩৬খন আসনেই কৰ্ণাটকত দখল কৰিছে কংগ্ৰেছে। ইয়াৰপিছতেই শেহতীয়াকৈ কৰ্ণাটকৰ এগৰাকী জ্যোতিষীয়ে দাবী কৰামতে ২৪ ৰ লোকসভা নিৰ্বাচনত প্রধানমন্ত্ৰী সলনি হ’ব দেশত। জ্যোতিষীগৰাকীয়ে কৰা ভৱিষ্যতদ্বাণী ইতিমধ্যে ভাইৰেল হৈ পৰিছে। কৰ্ণাটক নিৰ্বাচৰ পূৰ্বেও তেওঁ ভৱিষ্যতবাণী কৰিছিল। সেই ভৱিষ্যতবাণী সঁচা কৰি কংগ্ৰেছেই কৰ্ণাটকত বিজয় সাব্যস্তও কৰিছে।

জি উৰুজি’য়ে দাবী কৰামতে ২৪ ৰ নিৰ্বাচনক কোনো দলে নিৰঙ্কুশ সংখ্যাগৰিষ্ঠতা লাভ নকৰিব। কিন্তু প্ৰধানমন্ত্ৰী সলনি হ’ব দেশত।’জ্যোতিষীয়ে লগতে কয়, ‘তৰাৰ অৱস্থানৰ ওপৰত ভিত্তি কৰি তেওঁ এই ভৱিষ্যতবাণী কৰিছে। তেওঁ কয়, ‘২৪ ৰ ফেব্ৰুৱাৰীত মহা শিৱৰাত্ৰী উদযাপনৰ পিছতেই ভাৰতত নেতৃত্বৰ পৰিবৰ্তন হ’ব। কিন্তু এই উৎসৱৰ আগত নিৰ্বাচন অনুষ্ঠিত হ’লে মোদীয়েই প্রধানমন্ত্ৰী হৈ থাকিব। কিন্তু মহাশিৱৰাত্ৰীৰ পিছত নিৰ্বাচন হ’লে নেতৃত্ব সলনি হ’ব দেশত।’

কিন্তু জ্যোতিষীয়ে এই ভৱিষ্যতবাণী কৰাৰ পাছতেই সকলোৰে মাজত আৰম্ভ হৈছে চৰ্চা। কোন হ’ব পাৰে মহিলা প্রধানমন্ত্ৰী? প্ৰিয়ংকা গান্ধী, ছোনীয়া গান্ধী নে মমতা বেনাৰ্জী? জ্যোতিষীকো একাংশই এই প্রশ্ন কৰিছে। জ্যোতিষীজনে এই প্ৰশ্নৰ উত্তৰত কয়, ‘মই ফেব্ৰুৱাৰী মাহৰ পাছতহে এই ভৱিষ্যতবাণী কৰিম।’

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: asom live 24axom live 24 digitalBest Assamese News Channelbest news channel in assamBest news channel of assamBest News Portal in AssamBest News Portal of AssamDAILY ASTROLOGY
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

আজি ছৌদি আৰৱত দেখা নগ’ল ঈদৰ জোন, ভাৰতত কেতিয়া পালন কৰিব ঈদ?
বিশ্ব

আজি ছৌদি আৰৱত দেখা নগ’ল ঈদৰ জোন, ভাৰতত কেতিয়া পালন কৰিব ঈদ?

March 18, 2026
মীন ৰাশিলৈ আহি খেল দেখুৱাব মঙ্গলে, ভাগ্য চমকি উঠিব এই ৪ৰাশিৰ
জীৱনশৈলী

মীন ৰাশিলৈ আহি খেল দেখুৱাব মঙ্গলে, ভাগ্য চমকি উঠিব এই ৪ৰাশিৰ

March 18, 2026
ল’ৰাৰজাৰ দৰে ব্যৱহাৰ গৌৰৱৰ, বাৰে বাৰে অপমান সহ্য কৰিব নোৱাৰি দুখেৰে কংগ্ৰেছ এৰিছোঃ প্ৰদ্যুৎ বৰদলৈ
অসম

ল’ৰাৰজাৰ দৰে ব্যৱহাৰ গৌৰৱৰ, বাৰে বাৰে অপমান সহ্য কৰিব নোৱাৰি দুখেৰে কংগ্ৰেছ এৰিছোঃ প্ৰদ্যুৎ বৰদলৈ

March 18, 2026
এই ৫ সহজ টেকনিকেই বঢ়ায় বেংক বেলেন্স, আপুনিও ধনী হ’ব পাৰিব
জীৱনশৈলী

এই ৫ সহজ টেকনিকেই বঢ়ায় বেংক বেলেন্স, আপুনিও ধনী হ’ব পাৰিব

March 18, 2026
Next Post
প্ৰেয়সী বা প্ৰেমিক নাই যদিও দুখ কৰাৰ কাৰণ নাই! আৰ্টিফিচিয়েল ইণ্টেলিজেন্সে সংগ দিব এতিয়া দেশৰ কোটি কোটি নৱপ্ৰজন্মক, কেনেকৈ সংগী বিচাৰিব?

প্ৰেয়সী বা প্ৰেমিক নাই যদিও দুখ কৰাৰ কাৰণ নাই! আৰ্টিফিচিয়েল ইণ্টেলিজেন্সে সংগ দিব এতিয়া দেশৰ কোটি কোটি নৱপ্ৰজন্মক, কেনেকৈ সংগী বিচাৰিব?

লাভ জেহাদ কৰিলে শাস্তি যাৱজ্জীৱন কাৰাদণ্ড! অচিৰেই মোদী চৰকাৰে প্ৰণয়ন কৰিব নতুন আইন

লাভ জেহাদ কৰিলে শাস্তি যাৱজ্জীৱন কাৰাদণ্ড! অচিৰেই মোদী চৰকাৰে প্ৰণয়ন কৰিব নতুন আইন

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.