• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
birju maharaj

চিৰনিদ্ৰাত কথক সম্ৰাট পণ্ডিত বিৰ্জু মহাৰাজ, আজি ভাৰতীয় সংগীত জগতৰ লয় ৰুদ্ধ, সুৰ মৌন!

5 years ago
অষ্টম দৰমহা আয়োগৰ প্ৰতিবেদন কেতিয়া আহিব?

অষ্টম দৰমহা আয়োগৰ প্ৰতিবেদন কেতিয়া আহিব?

34 minutes ago
পুৱতি নিশা ভয়ংকৰ দুৰ্ঘটনা, থিতাতে নি*হত ৬

পুৱতি নিশা ভয়ংকৰ দুৰ্ঘটনা, থিতাতে নি*হত ৬

1 hour ago
আজি বিশেষকৈ দুটা ৰাশিৰ আছে অভাৱনীয় সফলতা লাভৰ যোগ

আজি বিশেষকৈ দুটা ৰাশিৰ আছে অভাৱনীয় সফলতা লাভৰ যোগ

2 hours ago
PF ৰ নতুন লিমিট কাৰ্যকৰী, দৰমহাৰ স্লিপত কেতিয়া দেখিব অধিক অৱদান?

PF ৰ নতুন লিমিট কাৰ্যকৰী, দৰমহাৰ স্লিপত কেতিয়া দেখিব অধিক অৱদান?

11 hours ago
Bank 5 Day Week: বেংকত ৫ দিন কাম কৰাৰ সপোন ভংগ নেকি? চৰকাৰে স্পষ্ট কৰিলে স্থিতি

Bank 5 Day Week: বেংকত ৫ দিন কাম কৰাৰ সপোন ভংগ নেকি? চৰকাৰে স্পষ্ট কৰিলে স্থিতি

11 hours ago
NPS পেঞ্চনত স্বাস্থ্য বীমাৰ বিকল্প, ১ অক্টোবৰত পাব ভাল খবৰ

NPS পেঞ্চনত স্বাস্থ্য বীমাৰ বিকল্প, ১ অক্টোবৰত পাব ভাল খবৰ

11 hours ago
শাওনত ৪ ৰাশিৰ লোকে পাব ভাল খবৰ, ধনৰ হ’ব উভৈনদী!

কাইলৈ কোন ৰাশিৰ দিনটো হ’ব শুভ, কোনে কোনে হ’ব লাগিব সাৱধান?

12 hours ago
আকাশৰ পৰা পৰী হৈ উৰি আহি কইনা পৰিলগৈ বেলেগৰ বিয়াত, দৰাই আকাশী পৰী পাই পাতি থাউকতে পাতি থ’লে বিয়া

কইনা ৩ বছৰীয়া কিন্তু দৰা ৬০ বছৰীয়া, ৮০ লাখ টকাৰ বিবাহৰ চুক্তি! পোহৰলৈ আহিছে পাকিস্তানৰ ভয়ংকৰ কাণ্ড

13 hours ago
উপকাৰী নে অপকাৰী? কঁঠালৰ গুটি খোৱাৰ পূৰ্বে জানক এই কথা

উপকাৰী নে অপকাৰী? কঁঠালৰ গুটি খোৱাৰ পূৰ্বে জানক এই কথা

14 hours ago
টকা লৈ ধৰা পৰিল ট্ৰেফিক পুলিচ, কেমেৰাত বন্দী সমগ্ৰ দৃশ্য

টকা লৈ ধৰা পৰিল ট্ৰেফিক পুলিচ, কেমেৰাত বন্দী সমগ্ৰ দৃশ্য

14 hours ago
Neck Pain: অত্যাধিক ডিঙিৰ বিষ? গাৰু ৰ’দত দিলে সঁচাকৈ ঠিক হয় নেকি জানক

Neck Pain: অত্যাধিক ডিঙিৰ বিষ? গাৰু ৰ’দত দিলে সঁচাকৈ ঠিক হয় নেকি জানক

15 hours ago
কিবা চাই থাকিলে হঠাতে ‘Page Not Found’ বা ‘404 Error’ কিয় দেখায় জানেনে?

কিবা চাই থাকিলে হঠাতে ‘Page Not Found’ বা ‘404 Error’ কিয় দেখায় জানেনে?

15 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Saturday, September 26, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home বিনোদন সংগীত

চিৰনিদ্ৰাত কথক সম্ৰাট পণ্ডিত বিৰ্জু মহাৰাজ, আজি ভাৰতীয় সংগীত জগতৰ লয় ৰুদ্ধ, সুৰ মৌন!

editor by editor
January 17, 2022
in অসম, উত্তৰ-পূব, গুৱাহাটী, চিনেমা, বিশ্ব, ভাৰত, সংগীত
0
birju maharaj
0
SHARES
170
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

অসম লাইভ ২৪ঃ আজি ভাৰতীয় সংগীত জগতৰ লয় ৰুদ্ধ, সুৰ মৌন আৰু ভাৱ শূণ্য৷ আজি চিৰনিদ্ৰাত মগ্ন ভাৰতীয় সংগীত জগতৰ এক নক্ষত্ৰ৷ কথক সম্ৰাট পণ্ডিত বিৰ্জু মহাৰাজৰ দেহাৱসান৷ দেওবাৰে নিশা দিল্লীৰ বাসভৱনত মৃত্যু হয় নৃত্য শিল্পীগৰাকীৰ৷ হৃদযন্ত্ৰৰ ক্ৰিয়া বন্ধ হৈ ৮৩ বছৰ বয়সত শেষ নিশ্বাস ত্যাগ কৰে কথক কিংবদন্তী বিৰ্জু মহাৰাজে৷ নৃত্যশিল্পীৰ উপৰি এগৰাকী কৰিঅ’গ্ৰাফাৰ, কণ্ঠশিল্পী হিচাপেও সমানেই জনপ্ৰিয় আছিল কিংবদন্তী শিল্পীগৰাকী৷ তেওঁ একাধাৰে নৃত্যশিল্পী, কৰিঅ’গ্ৰাফাৰ, কণ্ঠশিল্পী, কম্প’জাৰ, বাদ্যযন্ত্ৰী, কবি আৰু চিত্ৰকৰ আছিল৷ প্ৰতিটো কলাতেই সমানে পাৰ্গত আছিল শিল্পীগৰাকী৷ জীৱন কালত বিভিন্ন সন্মানেৰে সন্মানিত হৈছিল বিৰ্জু মহাৰাজ৷ ১৯৮৩ চনত পদ্ম বিভূষণ সন্মানেৰে সন্মানিত হৈছিল বিৰ্জু মহাৰাজ৷ সংগীত নাটক একাডেমী, কালিদাস সন্মানেৰে বিভূষিত বিৰ্জু মহাৰাজে ২০১২ চনত বিশ্বৰূপন ছবিৰ নৃত্য পৰিচালনাৰ বাবে ৰাষ্ট্ৰীয় সন্মানেৰে সন্মানিত হৈছিল৷ বলীউডৰ বহুকেইখন বোলছবিৰ নৃত্য পৰিচালক আছিল শিল্পীগৰাকী৷ তেখেতৰ মৃত্যুত আজি স্তব্ধ ভাৰতীয় সংগীত জগত৷ শোকস্তব্ধ অনুৰাগী৷

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: asom live 24assam ka newsaxom live 24biirju maharaj deathbirju maharajkathak maestro birju maharaj
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

অষ্টম দৰমহা আয়োগৰ প্ৰতিবেদন কেতিয়া আহিব?
নিয়োগ

অষ্টম দৰমহা আয়োগৰ প্ৰতিবেদন কেতিয়া আহিব?

September 26, 2026
পুৱতি নিশা ভয়ংকৰ দুৰ্ঘটনা, থিতাতে নি*হত ৬
ভাৰত

পুৱতি নিশা ভয়ংকৰ দুৰ্ঘটনা, থিতাতে নি*হত ৬

September 26, 2026
আকাশৰ পৰা পৰী হৈ উৰি আহি কইনা পৰিলগৈ বেলেগৰ বিয়াত, দৰাই আকাশী পৰী পাই পাতি থাউকতে পাতি থ’লে বিয়া
বিশ্ব

কইনা ৩ বছৰীয়া কিন্তু দৰা ৬০ বছৰীয়া, ৮০ লাখ টকাৰ বিবাহৰ চুক্তি! পোহৰলৈ আহিছে পাকিস্তানৰ ভয়ংকৰ কাণ্ড

September 25, 2026
টকা লৈ ধৰা পৰিল ট্ৰেফিক পুলিচ, কেমেৰাত বন্দী সমগ্ৰ দৃশ্য
অসম

টকা লৈ ধৰা পৰিল ট্ৰেফিক পুলিচ, কেমেৰাত বন্দী সমগ্ৰ দৃশ্য

September 25, 2026
Next Post
kylie jenner

এটা চুমাৰ বাবে কোটিপটি হ’ল কাইলি জেনাৰ; কাহিনী শুনি আচৰিত হ’ব আপুনি...

তোৰে মোৰে আলোকৰে যাত্ৰা,  ৰূপান্তৰক সোঁৱৰি…

তোৰে মোৰে আলোকৰে যাত্ৰা,  ৰূপান্তৰক সোঁৱৰি...

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.