ঘুনুক-ঘানককৈ শুনি থকা খবৰটো শেষত চূড়ান্ত হ’ল। অশ্ৰুসিক্ত কাজিৰঙাৰ বিননি হয়তো কোনোবাই শুনিলে। জীৱকূলৰ ৰক্ষাৰ বাবে কাজিৰঙাত নিৰ্মাণ উৰণ সেতু।