ইতিহাস হ’ব নেকি কাজিৰঙাৰ প্ৰাণচঞ্চল নদী? কঁহৰাই গণিছে মৃত্যুৰ ক্ষণ। নদীখনৰ ৰক্ষাৰ বাবে নাই কোনো ব্যৱস্থা। ব্যাপক প্ৰদূষণৰ কৱলত কঁহৰা।