• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
নাম সলনি হ’ব কেৰালাৰ ! বিধানসভাত দাখিল নতুন প্ৰস্তাৱ

নাম সলনি হ’ব কেৰালাৰ ! বিধানসভাত দাখিল নতুন প্ৰস্তাৱ

2 years ago
বেছিকৈ কল খোৱাৰ পৰা থাকক বিৰত, শৰীৰৰ কৰিব অনিষ্ট!

বেছিকৈ কল খোৱাৰ পৰা থাকক বিৰত, শৰীৰৰ কৰিব অনিষ্ট!

3 hours ago
কন্যা সন্তানক কিয় ঘৰৰ লক্ষ্মী বুলি কোৱা হয়? ইয়াৰ আঁৰত ৰহস্য জানক

সন্তান সুখৰ পৰা বঞ্চিত? এইদৰে কৰক মাত্ৰ শিৱক আৰাধনা!

3 hours ago
বেংক ধৰ্মঘটৰ পূৰ্বে ভাল খবৰ! ২৮ ছেপ্টেম্বৰৰ পৰা ৩০ ছেপ্টেম্বৰলৈ গ্ৰাহকে ATM ত পাব এই সুবিধা

বেংক ধৰ্মঘটৰ পূৰ্বে ভাল খবৰ! ২৮ ছেপ্টেম্বৰৰ পৰা ৩০ ছেপ্টেম্বৰলৈ গ্ৰাহকে ATM ত পাব এই সুবিধা

3 hours ago
DA Hike: কেন্দ্ৰীয় কৰ্মচাৰীৰ বাবে ভাল খবৰ, শীঘ্ৰে পাব জুলাই DA ৰ আপডেট

DA Hike: কেন্দ্ৰীয় কৰ্মচাৰীৰ বাবে ভাল খবৰ, শীঘ্ৰে পাব জুলাই DA ৰ আপডেট

4 hours ago
দুজন যুৱকৰ শুক্ৰাণু! নিমিষাৰ পোষ্টমর্টেমত পোহৰলৈ আহিছে ভয়ংকৰ তথ্য

দুজন যুৱকৰ শুক্ৰাণু! নিমিষাৰ পোষ্টমর্টেমত পোহৰলৈ আহিছে ভয়ংকৰ তথ্য

4 hours ago
ভাগ্য সলনি হোৱাৰ ইংগিত, এই ৫টা ৰাশি সদায় বিশেষ

২৭ ছেপ্তেম্বৰত ৩ ৰাশিৰ সলনি হ’ব ভাগ্য, লাভৰ লগতে আহিব নতুন সুযোগ!

5 hours ago
অসমৰ পৰ্যটন উদ্যোগ: স্থানৰ পৰা অভিজ্ঞতালৈ

অসমৰ পৰ্যটন উদ্যোগ: স্থানৰ পৰা অভিজ্ঞতালৈ

5 hours ago
Homestay খুলিবলৈ মন? আৰম্ভ কৰাৰ পূৰ্বে পঞ্জীয়নৰ পৰা অনুমতিলৈ জানক সকলো নিয়ম

Homestay খুলিবলৈ মন? আৰম্ভ কৰাৰ পূৰ্বে পঞ্জীয়নৰ পৰা অনুমতিলৈ জানক সকলো নিয়ম

7 hours ago
আজি সৌভাগ্যৰ আগমণ ঘটিব আপোনাৰ জীৱনত, জানক দৈনিক ৰাশিফল

কাইলৈ ভাগ্যৰ চকা ঘূৰিব, ৫ ৰাশিৰ জীৱনলৈ আহিব সুখবৰ!

8 hours ago
পুৰুষৰ বাবে আহিছে নতুন গৰ্ভনিৰোধক প্ৰক্ৰিয়া, সলনি হ’ব নেকি পৰিয়াল পৰিকল্পনাৰ ধাৰণা?

পুৰুষৰ বাবে আহিছে নতুন গৰ্ভনিৰোধক প্ৰক্ৰিয়া, সলনি হ’ব নেকি পৰিয়াল পৰিকল্পনাৰ ধাৰণা?

9 hours ago
বছৰি মাত্ৰ ২০ টকাৰে পাব ২ লাখ টকাৰ বীমা

বছৰি মাত্ৰ ২০ টকাৰে পাব ২ লাখ টকাৰ বীমা

11 hours ago
LIFT দিয়াৰ অজুহাতত অপকৰ্ম

LIFT দিয়াৰ অজুহাতত অপকৰ্ম

11 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Sunday, September 27, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home বিবিধ

নাম সলনি হ’ব কেৰালাৰ ! বিধানসভাত দাখিল নতুন প্ৰস্তাৱ

editor by editor
June 24, 2024
in বিবিধ, বিশ্ব, ভাৰত
0
নাম সলনি হ’ব কেৰালাৰ ! বিধানসভাত দাখিল নতুন প্ৰস্তাৱ
0
SHARES
288
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

নাম সলনি হ’ব কেৰালাৰ ! বিধানসভাত দাখিল নতুন প্ৰস্তাৱ

প্ৰায় এবছৰ পূৰ্বে কেৰালা বিধানসভাই সৰ্বসন্মতিক্ৰমে ৰাজ্যখনৰ নাম কেৰালাম (Keralam) লৈ সলনি কৰাৰ প্ৰস্তাৱ গৃহীত কৰিছিল। আজি সোমবাৰে ২৪ জুন তাৰিখে এই প্ৰস্তাৱ পুনৰ সৰু সৰু সংশোধনীৰে গৃহীত হয়। দৰাচলতে কেন্দ্রই পুৰণি প্রস্তাৱটো ঘূৰাই দি তাৰ কিছু সালসলনি বিচাৰিছিল, তাৰ পাছত সদনে আজি নতুন প্রস্তাৱটো গৃহীত কৰে৷

ৰাজ্যখনৰ মুখ্যমন্ত্ৰী পিনাৰায়ী বিজয়নে উত্থাপন কৰা প্ৰস্তাৱটোত সংবিধানৰ প্ৰথম অনুসূচীত ৰাজ্যখনৰ নাম আনুষ্ঠানিকভাৱে ‘কেৰালাম’লৈ সলনি কৰাৰ বাবে সংবিধানৰ ৩ নং দফাৰ অধীনত প্ৰয়োজনীয় পদক্ষেপ গ্ৰহণ কৰিব লাগে বুলি দাবী জনায়।

আই ইউ এম এলৰ বিধায়ক এন ছামছুদ্দিনে প্ৰস্তাৱটোৰ সংশোধনীৰ প্ৰস্তাৱ আগবঢ়াই থকাৰ সময়তে অধিক স্পষ্টতা আনিবলৈ শব্দাংশ পুনৰ সংগঠিত কৰাৰ পৰামৰ্শ দিয়ে। অৱশ্যে সদনে এই সংশোধনীও নাকচ কৰে।

বিগত বৰ্ষৰ ৯ আগষ্টত আনুষ্ঠানিকভাৱে ৰাজ্যখনৰ নাম সলনি কৰাৰ দাবীত এক প্ৰস্তাৱ সৰ্বসন্মতিক্ৰমে গৃহীত হয়। এই প্ৰস্তাৱত কেন্দ্ৰক সংবিধানৰ প্ৰথম অনুসূচীত ৰাজ্যখনৰ নাম ‘কেৰালাম’লৈ সলনি কৰিবলৈ কোৱা হয়।

একেদৰে প্ৰস্তাৱটোত কেন্দ্ৰক অষ্টম অনুসূচীৰ অন্তৰ্গত সকলো ভাষাতে নাম সলনি কৰি ‘কেৰালাম’ কৰিবলৈ কোৱা হৈছিল। তাৰ পিছত মুখ্যমন্ত্ৰীয়ে কয় যে বিতং অনুসন্ধানৰ অন্তত দেখা গ’ল যে সংবিধানৰ প্ৰথম অনুসূচীতেই এনে সংশোধনৰ ব্যৱস্থা থাকিব লাগে। সেয়ে নতুন প্ৰস্তাৱ অনা হৈছে।

পাছে কিয় কেৰেলাৰ নাম কেৰালামলৈ সলনি কৰাৰ প্ৰস্তাৱ, তেওঁৰ প্ৰস্তাৱত মুখ্যমন্ত্ৰী পিনাৰায়ী বিজয়নে কয় যে মালয়ালমত ‘কেৰালাম’ নামটোৰ ব্যৱহাৰ সাধাৰণ কথা। অৱশ্যে চৰকাৰী ৰেকৰ্ডত ৰাজ্যখনক ‘কেৰালা’ বুলি অভিহিত কৰা হৈছে।

যাৰ বাবে এই পটভূমিতেই প্ৰস্তাৱ দাখিল কৰা হৈছিল। তেওঁ কয় যে মালয়ালম ভাষী জনগোষ্ঠীসমূহৰ বাবে এক ঐক্যবদ্ধ কেৰালা সৃষ্টিৰ প্ৰয়োজনীয়তা জাতীয় স্বাধীনতা সংগ্ৰামৰ সময়ৰ পৰাই স্পষ্টভাৱে উন্মোচিত হৈছে।

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

বেছিকৈ কল খোৱাৰ পৰা থাকক বিৰত, শৰীৰৰ কৰিব অনিষ্ট!
জীৱনশৈলী

বেছিকৈ কল খোৱাৰ পৰা থাকক বিৰত, শৰীৰৰ কৰিব অনিষ্ট!

September 26, 2026
কন্যা সন্তানক কিয় ঘৰৰ লক্ষ্মী বুলি কোৱা হয়? ইয়াৰ আঁৰত ৰহস্য জানক
জীৱনশৈলী

সন্তান সুখৰ পৰা বঞ্চিত? এইদৰে কৰক মাত্ৰ শিৱক আৰাধনা!

September 26, 2026
বেংক ধৰ্মঘটৰ পূৰ্বে ভাল খবৰ! ২৮ ছেপ্টেম্বৰৰ পৰা ৩০ ছেপ্টেম্বৰলৈ গ্ৰাহকে ATM ত পাব এই সুবিধা
বাণিজ্য

বেংক ধৰ্মঘটৰ পূৰ্বে ভাল খবৰ! ২৮ ছেপ্টেম্বৰৰ পৰা ৩০ ছেপ্টেম্বৰলৈ গ্ৰাহকে ATM ত পাব এই সুবিধা

September 26, 2026
DA Hike: কেন্দ্ৰীয় কৰ্মচাৰীৰ বাবে ভাল খবৰ, শীঘ্ৰে পাব জুলাই DA ৰ আপডেট
বাণিজ্য

DA Hike: কেন্দ্ৰীয় কৰ্মচাৰীৰ বাবে ভাল খবৰ, শীঘ্ৰে পাব জুলাই DA ৰ আপডেট

September 26, 2026
Next Post
পাছপ’ৰ্ট বনোৱাটো এতিয়াৰ পৰা সহজ, আৰক্ষীৰ ভেৰিফিকেচনত কোনেও কৰিব নোৱাৰিব দাদগিৰি

পাছপ'ৰ্ট বনোৱাটো এতিয়াৰ পৰা সহজ, আৰক্ষীৰ ভেৰিফিকেচনত কোনেও কৰিব নোৱাৰিব দাদগিৰি

বিহাৰত নিষিদ্ধ সোনাক্ষী, কোনে কৰিলে নিষিদ্ধকৰণ, ধমকি ভৰা পোষ্টাৰ অভিনেত্ৰীগৰাকীক

বিহাৰত নিষিদ্ধ সোনাক্ষী, কোনে কৰিলে নিষিদ্ধকৰণ, ধমকি ভৰা পোষ্টাৰ অভিনেত্ৰীগৰাকীক

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.