• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
বিহাৰত নিষিদ্ধ সোনাক্ষী, কোনে কৰিলে নিষিদ্ধকৰণ, ধমকি ভৰা পোষ্টাৰ অভিনেত্ৰীগৰাকীক

বিহাৰত নিষিদ্ধ সোনাক্ষী, কোনে কৰিলে নিষিদ্ধকৰণ, ধমকি ভৰা পোষ্টাৰ অভিনেত্ৰীগৰাকীক

2 years ago
বেছিকৈ কল খোৱাৰ পৰা থাকক বিৰত, শৰীৰৰ কৰিব অনিষ্ট!

বেছিকৈ কল খোৱাৰ পৰা থাকক বিৰত, শৰীৰৰ কৰিব অনিষ্ট!

2 hours ago
কন্যা সন্তানক কিয় ঘৰৰ লক্ষ্মী বুলি কোৱা হয়? ইয়াৰ আঁৰত ৰহস্য জানক

সন্তান সুখৰ পৰা বঞ্চিত? এইদৰে কৰক মাত্ৰ শিৱক আৰাধনা!

2 hours ago
বেংক ধৰ্মঘটৰ পূৰ্বে ভাল খবৰ! ২৮ ছেপ্টেম্বৰৰ পৰা ৩০ ছেপ্টেম্বৰলৈ গ্ৰাহকে ATM ত পাব এই সুবিধা

বেংক ধৰ্মঘটৰ পূৰ্বে ভাল খবৰ! ২৮ ছেপ্টেম্বৰৰ পৰা ৩০ ছেপ্টেম্বৰলৈ গ্ৰাহকে ATM ত পাব এই সুবিধা

2 hours ago
DA Hike: কেন্দ্ৰীয় কৰ্মচাৰীৰ বাবে ভাল খবৰ, শীঘ্ৰে পাব জুলাই DA ৰ আপডেট

DA Hike: কেন্দ্ৰীয় কৰ্মচাৰীৰ বাবে ভাল খবৰ, শীঘ্ৰে পাব জুলাই DA ৰ আপডেট

3 hours ago
দুজন যুৱকৰ শুক্ৰাণু! নিমিষাৰ পোষ্টমর্টেমত পোহৰলৈ আহিছে ভয়ংকৰ তথ্য

দুজন যুৱকৰ শুক্ৰাণু! নিমিষাৰ পোষ্টমর্টেমত পোহৰলৈ আহিছে ভয়ংকৰ তথ্য

3 hours ago
ভাগ্য সলনি হোৱাৰ ইংগিত, এই ৫টা ৰাশি সদায় বিশেষ

২৭ ছেপ্তেম্বৰত ৩ ৰাশিৰ সলনি হ’ব ভাগ্য, লাভৰ লগতে আহিব নতুন সুযোগ!

4 hours ago
অসমৰ পৰ্যটন উদ্যোগ: স্থানৰ পৰা অভিজ্ঞতালৈ

অসমৰ পৰ্যটন উদ্যোগ: স্থানৰ পৰা অভিজ্ঞতালৈ

5 hours ago
Homestay খুলিবলৈ মন? আৰম্ভ কৰাৰ পূৰ্বে পঞ্জীয়নৰ পৰা অনুমতিলৈ জানক সকলো নিয়ম

Homestay খুলিবলৈ মন? আৰম্ভ কৰাৰ পূৰ্বে পঞ্জীয়নৰ পৰা অনুমতিলৈ জানক সকলো নিয়ম

6 hours ago
আজি সৌভাগ্যৰ আগমণ ঘটিব আপোনাৰ জীৱনত, জানক দৈনিক ৰাশিফল

কাইলৈ ভাগ্যৰ চকা ঘূৰিব, ৫ ৰাশিৰ জীৱনলৈ আহিব সুখবৰ!

7 hours ago
পুৰুষৰ বাবে আহিছে নতুন গৰ্ভনিৰোধক প্ৰক্ৰিয়া, সলনি হ’ব নেকি পৰিয়াল পৰিকল্পনাৰ ধাৰণা?

পুৰুষৰ বাবে আহিছে নতুন গৰ্ভনিৰোধক প্ৰক্ৰিয়া, সলনি হ’ব নেকি পৰিয়াল পৰিকল্পনাৰ ধাৰণা?

8 hours ago
বছৰি মাত্ৰ ২০ টকাৰে পাব ২ লাখ টকাৰ বীমা

বছৰি মাত্ৰ ২০ টকাৰে পাব ২ লাখ টকাৰ বীমা

10 hours ago
LIFT দিয়াৰ অজুহাতত অপকৰ্ম

LIFT দিয়াৰ অজুহাতত অপকৰ্ম

11 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Sunday, September 27, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home জীৱনশৈলী

বিহাৰত নিষিদ্ধ সোনাক্ষী, কোনে কৰিলে নিষিদ্ধকৰণ, ধমকি ভৰা পোষ্টাৰ অভিনেত্ৰীগৰাকীক

editor by editor
June 24, 2024
in জীৱনশৈলী, বিনোদন, বিবিধ, ভাৰত
0
বিহাৰত নিষিদ্ধ সোনাক্ষী, কোনে কৰিলে নিষিদ্ধকৰণ, ধমকি ভৰা পোষ্টাৰ অভিনেত্ৰীগৰাকীক
0
SHARES
463
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

বিহাৰত নিষিদ্ধ সোনাক্ষী, কোনে কৰিলে নিষিদ্ধকৰণ, ধমকি ভৰা পোষ্টাৰ অভিনেত্ৰীগৰাকীক

বলীউডত বিহাৰী বাবু নামে জনপ্ৰিয় প্ৰবীণ অভিনেতা শত্ৰুঘ্ন সিনহাৰ কন্যা সোনাক্ষী সিনহাক বিহাৰত নিষিদ্ধ ঘোষণা। অভিনেত্ৰীগৰাকীয়ে বিহাৰত প্ৰৱেশ কৰিলেই কথা বেয়া হৈ যাব বুলি ধমকি ভৰা বাৰ্তা লগতে পোষ্টাৰো ভাইৰেল।

অন্য ধৰ্মৰ তথা মুছলমান অভিনেতা জহীৰ ইকবালৰ সৈতে বিবাহপাশত আৱদ্ধ হোৱাৰ বাবেই সোনাক্ষীক বিহাৰত প্ৰৱেশৰ ক্ষেত্ৰত নিষিদ্ধ ঘোষণা। পাটনাত এই বিবাহৰ বিৰোধিতা কৰি এখন পোষ্টাৰ লগোৱা হৈছে। এই পোষ্টাৰখন ওলোমাইছে হিন্দু শিৱ ভৱানী সেনাই।

হিন্দু শিৱ ভৱানী সেনাই এখন পোষ্টাৰ লগাই তাত লিখিছে যে সোণাক্ষী সিনহা আৰু জহীৰ ইকবালৰ বিবাহে লাভ জেহাদৰ প্ৰচাৰ কৰিবলৈ গৈ আছে। ইয়াত আৰু লিখা আছে, “সমগ্ৰ দেশক ইছলামীকৰণ কৰাৰ প্ৰয়াস, শত্ৰুঘ্ন সিন্হাজীয়ে বিবাহৰ সিদ্ধান্ত পুনৰ বিবেচনা কৰক, নহ’লে তেওঁৰ পুত্ৰ লভ আৰু কুশে তৎক্ষণাত নিজৰ ঘৰৰ ৰামায়ণ নাম সলনি কৰিব লাগে। এয়া হিন্দু ধৰ্মক অপমান কৰা হৈছে।”

হিন্দু শিৱ ভৱনীৰ হৈ পোষ্টাৰ লগোৱা ব্যক্তিজনে লভ কুমাৰ সিং ওৰফে ৰুদ্ৰ বুলি নিজৰ নাম আৰু ফটো প্ৰকাশ কৰিছে। লগতে পোষ্টাৰখনত লিখিছে- “হিন্দু শিৱ ভৱানী সেনাই সোনাক্ষী সিনহাক বিহাৰত প্ৰৱেশ কৰিবলৈ নিদিয়ে।”

উল্লেখ্য যে, বলীউডৰ অভিনেত্ৰী সোনাক্ষী সিনহা আৰু অভিনেতা জহীৰ ইকবালৰ কালি ২৩ জুন তাৰিখে বিবাহ সম্পন্ন হয়। বিয়াৰ পিছত শিল্পা শ্বেট্টীৰ ৰেষ্টুৰেণ্টত ষ্টাৰ ষ্টেড ৰিচেপচনত পাৰ্টি আয়োজন কৰে দম্পতীহালে। বিয়াত ছলমান খান, ৰেখা, টাবু, কাজল, হানী সিং আদিৰ পৰা আৰম্ভ কৰি বহু তাৰকা সোণাক্ষী আৰু জহীৰৰ বিবাহ অনুষ্ঠানত উপস্থিত থাকে।

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: Asom Liveassam live 24 digitalAssam NewsAssamliveassamlive 24axom livedigital media
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

বেছিকৈ কল খোৱাৰ পৰা থাকক বিৰত, শৰীৰৰ কৰিব অনিষ্ট!
জীৱনশৈলী

বেছিকৈ কল খোৱাৰ পৰা থাকক বিৰত, শৰীৰৰ কৰিব অনিষ্ট!

September 26, 2026
কন্যা সন্তানক কিয় ঘৰৰ লক্ষ্মী বুলি কোৱা হয়? ইয়াৰ আঁৰত ৰহস্য জানক
জীৱনশৈলী

সন্তান সুখৰ পৰা বঞ্চিত? এইদৰে কৰক মাত্ৰ শিৱক আৰাধনা!

September 26, 2026
বেংক ধৰ্মঘটৰ পূৰ্বে ভাল খবৰ! ২৮ ছেপ্টেম্বৰৰ পৰা ৩০ ছেপ্টেম্বৰলৈ গ্ৰাহকে ATM ত পাব এই সুবিধা
বাণিজ্য

বেংক ধৰ্মঘটৰ পূৰ্বে ভাল খবৰ! ২৮ ছেপ্টেম্বৰৰ পৰা ৩০ ছেপ্টেম্বৰলৈ গ্ৰাহকে ATM ত পাব এই সুবিধা

September 26, 2026
DA Hike: কেন্দ্ৰীয় কৰ্মচাৰীৰ বাবে ভাল খবৰ, শীঘ্ৰে পাব জুলাই DA ৰ আপডেট
বাণিজ্য

DA Hike: কেন্দ্ৰীয় কৰ্মচাৰীৰ বাবে ভাল খবৰ, শীঘ্ৰে পাব জুলাই DA ৰ আপডেট

September 26, 2026
Next Post
উফিৰ সমস্যা, বহু কৰিয়ো আঁতৰ হোৱা নাই, ব্যৱহাৰ কৰক এই সামগ্ৰী, এটা সপ্তাহতে লাভ কৰক সুফল

উফিৰ সমস্যা, বহু কৰিয়ো আঁতৰ হোৱা নাই, ব্যৱহাৰ কৰক এই সামগ্ৰী, এটা সপ্তাহতে লাভ কৰক সুফল

২৫ জুনৰ ৰাশিফলঃ আজি মেষ, মিথুন, সিংহ আৰু মীন ৰাশিৰ লোকসকল কিছু সাৱধানে থাকিব, বিশেষ ৰাশিৰ ওপৰত থাকিব লক্ষ্মীৰ আশীৰ্বাদ

২৫ জুনৰ ৰাশিফলঃ আজি মেষ, মিথুন, সিংহ আৰু মীন ৰাশিৰ লোকসকল কিছু সাৱধানে থাকিব, বিশেষ ৰাশিৰ ওপৰত থাকিব লক্ষ্মীৰ আশীৰ্বাদ

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.