• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
অতি হৃদয় বিদাৰক ঘটনা! স্কুল বাছৰ ভিতৰত শ্বাসৰুদ্ধ হৈ ৪ বছৰীয়া ছাত্ৰীৰ কৰুণ মৃত্যু

অতি হৃদয় বিদাৰক ঘটনা! স্কুল বাছৰ ভিতৰত শ্বাসৰুদ্ধ হৈ ৪ বছৰীয়া ছাত্ৰীৰ কৰুণ মৃত্যু

4 years ago
ৰাতিপুৱা টোপনিৰ পৰা উঠি নাচাব এইবোৰ বস্তু, দিনটো যাব বেয়া!

ৰাতিপুৱা টোপনিৰ পৰা উঠি নাচাব এইবোৰ বস্তু, দিনটো যাব বেয়া!

20 minutes ago
বিপদ যাব আঁতৰি, মাত্ৰ ঘৰৰ এই স্থানত ৰাখক ময়ূৰৰ পাখি!

বিপদ যাব আঁতৰি, মাত্ৰ ঘৰৰ এই স্থানত ৰাখক ময়ূৰৰ পাখি!

1 hour ago
উশাহ লোৱাত সমস্যা, ই কি কি ৰোগৰ ইংগিত দিব পাৰে?

উশাহ লোৱাত সমস্যা, ই কি কি ৰোগৰ ইংগিত দিব পাৰে?

2 hours ago
Daily Horoscope: আজি ভাগ্য উদয় হ’ব বহু ৰাশিৰ, জানক দৈনিক ৰাশিফল

Daily Horoscope: আজি ভাগ্য উদয় হ’ব বহু ৰাশিৰ, জানক দৈনিক ৰাশিফল

2 hours ago
IPL ত RCB ৰ বিৰুদ্ধে RR ৰ জয়লাভ, বৰ্ষাপাৰাত ইতিহাস গঢ়িলে ঘৰুৱা দলটোৱে

IPL ত RCB ৰ বিৰুদ্ধে RR ৰ জয়লাভ, বৰ্ষাপাৰাত ইতিহাস গঢ়িলে ঘৰুৱা দলটোৱে

10 hours ago
IPL ত ১৫ বছৰীয়া বৈভৱ সূৰ্যবংশীৰ চমক, ২৬ টা বলত ৭৮ ৰাণ সংগ্ৰহ

IPL ত ১৫ বছৰীয়া বৈভৱ সূৰ্যবংশীৰ চমক, ২৬ টা বলত ৭৮ ৰাণ সংগ্ৰহ

10 hours ago
প্ৰথম প্ৰেমত প্ৰতাৰণা? এই ৫ টা টিপছে সহায় কৰিব আঘাত পাহৰাত!

প্ৰথম প্ৰেমত প্ৰতাৰণা? এই ৫ টা টিপছে সহায় কৰিব আঘাত পাহৰাত!

11 hours ago
টোপনিত নাকৰ শব্দ, ই কোনো ৰোগৰ লক্ষণ নেকি ?

টোপনিত নাকৰ শব্দ, ই কোনো ৰোগৰ লক্ষণ নেকি ?

12 hours ago
ৰেড ফ্লেগ আৰু গ্ৰীণ ফ্লেগ কি? জানক কিয় Gen Z ৰ মাজত এই দুটা শব্দ জনপ্ৰিয়

ৰেড ফ্লেগ আৰু গ্ৰীণ ফ্লেগ কি? জানক কিয় Gen Z ৰ মাজত এই দুটা শব্দ জনপ্ৰিয়

13 hours ago
বুদ্ধিৰে ধন উপাৰ্জন কৰাৰ কৌশল, মাত্ৰ নকৰিব এইবোৰ ভুল!

বুদ্ধিৰে ধন উপাৰ্জন কৰাৰ কৌশল, মাত্ৰ নকৰিব এইবোৰ ভুল!

13 hours ago
বিবাহত বাধা আৰু পোৱা নাই সংগী, এয়া গ্ৰহ দোষ নেকি?

বিবাহত বাধা আৰু পোৱা নাই সংগী, এয়া গ্ৰহ দোষ নেকি?

13 hours ago
ধনৰ হ’ব বৰষুণ, বুধ গ্ৰহৰ গোচৰে প্ৰভাৱ পেলাব ১২ ৰাশিৰ ভাগ্যত!

ধনৰ হ’ব বৰষুণ, বুধ গ্ৰহৰ গোচৰে প্ৰভাৱ পেলাব ১২ ৰাশিৰ ভাগ্যত!

15 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Saturday, April 11, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home বিবিধ

অতি হৃদয় বিদাৰক ঘটনা! স্কুল বাছৰ ভিতৰত শ্বাসৰুদ্ধ হৈ ৪ বছৰীয়া ছাত্ৰীৰ কৰুণ মৃত্যু

editor by editor
September 13, 2022
in বিবিধ, ভাৰত
0
অতি হৃদয় বিদাৰক ঘটনা! স্কুল বাছৰ ভিতৰত শ্বাসৰুদ্ধ হৈ ৪ বছৰীয়া ছাত্ৰীৰ কৰুণ মৃত্যু
0
SHARES
7.4k
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

এখন স্কুল বাছত শ্বাসৰুদ্ধ হৈ এগৰাকী ৪ বছৰীয়া ছাত্ৰীৰ কৰুণ মৃত্যু ঘটিছে৷ স্কুল বাছখনৰ ভিতৰত অস্বাভাৱিকভাৱে উষ্ণতা বৃদ্ধি পোৱাৰ ফলতে ছাত্ৰীগৰাকীৰ কৰুণ মৃত্যু ঘটে বুলি প্ৰকাশ পাইছে৷ এই কৰুণ ঘটনাটো কেৰালাৰ দোহাত সংঘটিত হৈছে৷

কৰুণ মৃত্যুক আকোৱালি লোৱা ছাত্ৰীগৰাকী স্প্ৰিংফিল্ড কিণ্ডাৰগাৰ্টেনৰ মিনছা মাৰিয়াম জেকব বুলি চিনাক্ত কৰা হৈছে৷ দেওবাৰে অকণমানি ছাত্ৰীগৰাকীয়ে কৰুণ মৃত্যু আকোৱালি লয় বুলি ধাৰণা কৰা হৈছে৷

ঘটনাৰ বিৱৰণীৰ মতে ছাত্ৰীগৰাকীয়ে বিদ্যালয়ৰ পৰা বাছেৰে ঘৰলৈ গৈ থকাৰ সময়ত বাছখনৰ ভিতৰতে টোপনিত ঢলি পৰে৷ বাছখনৰ ক্ৰু দলে ছাত্ৰীগৰাকীয়ে বাছৰ ভিতৰত শুই থকাৰ অৱস্থাতে পাৰ্কিং লটত তলা মাৰি গুচি যায়৷

লগতে পঢ়ক স্বামীৰ যৌন প্ৰয়োজনীয়তা অতি বেছি! ৮৭ বছৰীয়া বৃদ্ধাৰ হেল্পলাইন নম্বৰত ফোন কৰি অভিযোগ

কিন্তু ক্ৰুৱে দেওবাৰে বাছখনৰ দুৱাৰ খুলি ভিতৰত সোমাই দেখে যে ছাত্ৰীগৰাকীৰ অচেতন অৱস্থাত বাছখনৰ মজিয়াতে পৰি আছে৷

ছাত্ৰীগৰাকীক অচেতন অৱস্থা উদ্ধাৰ কৰি ততাতৈয়াকৈ আল ভাক্ৰাৰ চিকিৎসালয়লৈ প্ৰেৰণ কৰা হয় যদিও চিকিৎসকে মৃত বুলি ঘোষণা কৰে।

প্ৰাথমিক অনুসন্ধানত গৰমত ছাত্ৰীগৰাকীয়ে শ্বাসৰুদ্ধ হৈ মৃত্যু হোৱা বুলি আৰক্ষীয়ে সন্দেহ কৰিছে। ইপিনে, দোহাৰ শিক্ষা আৰু উচ্চ শিক্ষা মন্ত্ৰালয়ে ছাত্ৰীগৰাকীৰ কৰুণ মৃত্যুত শোক প্ৰকাশ কৰি ঘটনাৰ তদন্ত আৰম্ভ কৰা হৈছে বুলি জানিবলৈ দিয়ে।

See More

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: asom live 24assam ka tazza khabarassam live 24axom live 24axom live 24 digitalbest news channel in assamBest news channel of assamBest News Portal in AssamBest News Portal of Assam
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

ৰাতিপুৱা টোপনিৰ পৰা উঠি নাচাব এইবোৰ বস্তু, দিনটো যাব বেয়া!
জীৱনশৈলী

ৰাতিপুৱা টোপনিৰ পৰা উঠি নাচাব এইবোৰ বস্তু, দিনটো যাব বেয়া!

April 11, 2026
বিপদ যাব আঁতৰি, মাত্ৰ ঘৰৰ এই স্থানত ৰাখক ময়ূৰৰ পাখি!
জীৱনশৈলী

বিপদ যাব আঁতৰি, মাত্ৰ ঘৰৰ এই স্থানত ৰাখক ময়ূৰৰ পাখি!

April 11, 2026
উশাহ লোৱাত সমস্যা, ই কি কি ৰোগৰ ইংগিত দিব পাৰে?
জীৱনশৈলী

উশাহ লোৱাত সমস্যা, ই কি কি ৰোগৰ ইংগিত দিব পাৰে?

April 11, 2026
Daily Horoscope: আজি ভাগ্য উদয় হ’ব বহু ৰাশিৰ, জানক দৈনিক ৰাশিফল
জীৱনশৈলী

Daily Horoscope: আজি ভাগ্য উদয় হ’ব বহু ৰাশিৰ, জানক দৈনিক ৰাশিফল

April 11, 2026
Next Post
পাকিস্তানত হিন্দুৰ ওপৰত অত্যাচাৰ! বান সাহায্য দিয়া নাই, শিবিৰতো স্থান নাই!

পাকিস্তানত হিন্দুৰ ওপৰত অত্যাচাৰ! বান সাহায্য দিয়া নাই, শিবিৰতো স্থান নাই!

মদৰ গিলাচত চুমুক দিয়া কোন এই জয়া! জয়াৰ চৰিত্ৰহননত ব্যস্ত কিয় বিজেপিৰ আইটি চেল?

মদৰ গিলাচত চুমুক দিয়া কোন এই জয়া! জয়াৰ চৰিত্ৰহননত ব্যস্ত কিয় বিজেপিৰ আইটি চেল?

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.