• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
অ’টোচালকৰ ঘৰত নৈশ আহাৰ গ্ৰহণ কৰি কেজৰিৱালৰ চমক! ‘অভিনয়’ আখ্যা বিজেপিৰ

অ’টোচালকৰ ঘৰত নৈশ আহাৰ গ্ৰহণ কৰি কেজৰিৱালৰ চমক! ‘অভিনয়’ আখ্যা বিজেপিৰ

4 years ago
অপৰাজিতা ফুলে উজ্জ্বল কৰিব আপোনাৰ ছাল, উপকাৰী গুণ জানি হ’ব আচৰিত

অপৰাজিতা ফুলে উজ্জ্বল কৰিব আপোনাৰ ছাল, উপকাৰী গুণ জানি হ’ব আচৰিত

30 minutes ago
কন্যাৰ ভৱিষ্যত কৰক সুৰক্ষিত, এনেকৈয়ে যোগ কৰক ৭০ লাখ টকা

কন্যাৰ ভৱিষ্যত কৰক সুৰক্ষিত, এনেকৈয়ে যোগ কৰক ৭০ লাখ টকা

57 minutes ago
আজিয়েই পলাই পত্ৰং দিব পঁইতাচোৰা, কেৱল অনুসৰণ কৰক এই উপায়

আজিয়েই পলাই পত্ৰং দিব পঁইতাচোৰা, কেৱল অনুসৰণ কৰক এই উপায়

2 hours ago
দাঁতৰ অসহ্যকৰ বিষ! কি দৰে সহজ ঘৰুৱা পদ্ধতিৰে কৰিব দূৰ জানক

দাঁতৰ অসহ্যকৰ বিষ! কি দৰে সহজ ঘৰুৱা পদ্ধতিৰে কৰিব দূৰ জানক

3 hours ago
উশাহ দীঘল আৰু মানসিক চাপ… এয়া পেনিক এটেকৰ প্ৰাৰম্ভিক লক্ষণ নেকি?

উশাহ দীঘল আৰু মানসিক চাপ… এয়া পেনিক এটেকৰ প্ৰাৰম্ভিক লক্ষণ নেকি?

3 hours ago
ITR দাখিল কৰা নাই নেকি? তেন্তে এই তথ্য আপোনাৰ বাবে…

ITR দাখিল কৰা নাই নেকি? তেন্তে এই তথ্য আপোনাৰ বাবে…

4 hours ago
নীম কৰোলী বাবাৰ আশীৰ্বাদে সলাব জীৱন, কৰক এইকেইটা কাম!

নীম কৰোলী বাবাৰ আশীৰ্বাদে সলাব জীৱন, কৰক এইকেইটা কাম!

5 hours ago
আঙুলিত অৰ্ধচন্দ্ৰৰ চিন? কোনো মাৰাত্মক ৰোগৰ লক্ষণ নেকি জানক

আজি ভাগ্যই সহায় কৰিব ৩ ৰাশিক, জানক দৈনিক ৰাশিফল

5 hours ago
জন্মাষ্টমীৰ পূৰ্বে ঘৰলৈ আনক এই ৫ বিধ সামগ্ৰী

জন্মাষ্টমীৰ পূৰ্বে ঘৰলৈ আনক এই ৫ বিধ সামগ্ৰী

14 hours ago
ফুটবলক লৈ জুবিন দাৰ কি সপোন আছিল? কেনেকৈ গৰিমা বৌৱক জুবিন দাই এতিয়াও বাট দেখুৱায়?

ফুটবলক লৈ জুবিন দাৰ কি সপোন আছিল? কেনেকৈ গৰিমা বৌৱক জুবিন দাই এতিয়াও বাট দেখুৱায়?

14 hours ago
চৰকাৰৰ নিয়ন্ত্ৰণত থাকিব ব্যক্তিগত সম্পত্তি, আহি গ’ল নতুন আইন!

চৰকাৰৰ নিয়ন্ত্ৰণত থাকিব ব্যক্তিগত সম্পত্তি, আহি গ’ল নতুন আইন!

15 hours ago
এই ৬ ৰাশিৰ সলনি হ’ব দিন, আহি আছে সুদিন

এই ৬ ৰাশিৰ সলনি হ’ব দিন, আহি আছে সুদিন

16 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Wednesday, September 2, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home ৰাজনীতি

অ’টোচালকৰ ঘৰত নৈশ আহাৰ গ্ৰহণ কৰি কেজৰিৱালৰ চমক! ‘অভিনয়’ আখ্যা বিজেপিৰ

editor by editor
September 13, 2022
in ভাৰত, ৰাজনীতি
0
অ’টোচালকৰ ঘৰত নৈশ আহাৰ গ্ৰহণ কৰি কেজৰিৱালৰ চমক! ‘অভিনয়’ আখ্যা বিজেপিৰ
0
SHARES
177
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

আগন্তুক গুজৰাট বিধানসভাৰ নিৰ্বাচনক লৈ গুজৰাটৰ ৰাজীতিয়ে এক আকৰ্ষণীয় ৰূপ লোৱা দেখা গৈছে৷ বিশেষকৈ প্ৰায় দুটা দশক গুজৰাটৰ শাসনত থকা বিজেপিক কোনো বিৰোধীয়ে প্ৰতিৰোধ কৰাটো বাদেই অস্বস্তিতো পেলাব পৰা নাছিল৷

কিন্তু এইবাৰ গুজৰাটৰ ৰাজনীতি আম আদমি পাৰ্টিয়ে প্ৰৱেশ কৰি শাসকীয় বিজেপি টোপনি হৰণ কৰা দেখা গৈছে৷ যাৰ ফলত বিজেপিয়ে আম আদমি পাৰ্টিৰ মুখ্য আহ্বায়ক তথা দিল্লীৰ মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱালক আক্ৰমণ কৰা দেখা গৈছে৷

উল্লেখ্য যে পঞ্জাৱত সফলতা লাভ কৰাৰ পাছতে এইবাৰ আপ-এ গুজৰাটলৈ চকু দিছে৷ সেয়ে আগন্তুক গুজৰাট বিধানসভাৰ নিৰ্বাচন উপলক্ষ্যে অৰবিন্দ কেজৰিৱালে দুদিনীয়া কাৰ্যসূচীৰে গুজৰাট ভ্ৰমণ কৰে৷

লগতে পঢ়ক ‘বান্ধোনে বেলিকো নাবান্ধে!’ সূৰ্যাস্ত নোহোৱা অঞ্চলকেইটা কি কি জানেনে?

এই ভ্ৰমণকালৰ মাজতে কেজৰিৱালে যোৱা সোমবাৰে বিয়লি আহমেদাবাদত অ’টো চালকৰ এক সমাৱেশত অংশগ্ৰহণ কৰে৷ উক্ত সমাৱেশত অংশগ্ৰহণ কৰাৰ সময়তে চহৰৰ ঘালোদিয়া অঞ্চলৰ বাসিন্দা বিক্ৰম দন্তনী নামৰ অ’টো ৰিক্সা চালকজনে কেজৰিৱালক নৈশ আহাৰৰ বাবে নিমন্ত্ৰণ কৰে আৰু কেজৰিৱালেও এই নিমন্ত্ৰণ ৰক্ষা কৰাৰ প্ৰতিশ্ৰুতি প্ৰদান কৰে৷

ইয়াৰ পাছতে অৰবিন্দ কেজৰিৱালে আপৰ কেইজমান নেতাৰ সৈতে বাহৰ পাতি থকা পঞ্চ তাৰকাযুক্ত হোটেলৰ পৰা অ’টো চালকজনৰ ঘৰ অভিমুখে যাত্ৰা আৰম্ভ কৰোতেই নিৰাপত্তা দোহাই দি আৰক্ষীয়ে যাত্ৰা বাতিল কৰিবলৈ আহ্বান জনায়৷

লগতে পঢ়ক সৰ্বাধিক বিবাহেৰে বিশ্ব ৰেকৰ্ড! ৩১ বাৰ বিবাহ কৰাইও কিয় মন নভৰিল গ্লীন উলফৰ?

গুজৰাট আৰক্ষীৰে বাদানুবাদত লিপ্ত হৈ অৱষেশত অৰবিন্দ কেজৰিৱালে অ’টো চালকজনৰ বাসগৃহলৈ অ’টোৰিক্সাতে যাত্ৰা কৰে৷ কিন্তু বাটতে পুনৰ আৰক্ষীয়ে নিৰাপত্তা দোহাই দি কেৰজিৱালক বাধা আৰোপ কৰিবলৈ চেষ্টা কৰে৷ এইবাৰো কেজৰিৱালে আৰক্ষীৰে তৰ্কাতৰ্কিত  লিপ্ত হয় আৰু আৰক্ষীয়ে কেজৰিৱালক যাবলৈ অনুমতি প্ৰদান কৰে৷

অৱশেষত অৰবিন্দ কেজৰিৱালে অ’টো চালকজনৰ ঘৰত উপস্থিত হৈ নৈশ আহাৰ গ্ৰহণ কৰি পুনৰ হোটেললৈ ওভতি আহে৷

ইয়াৰ পাছতে বিজেপিয়ে অৰবিন্দ কেজৰিৱালক তীব্ৰ বাক্য বাণেৰে আক্ৰমণৰ লক্ষ্য কৰি লোৱা দেখা গৈছে৷ দিল্লীৰ মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱালে অ’টো চালকৰ ঘৰত নৈশ আহাৰ গ্ৰহণ কৰাটোক বিজেপিয়ে ‘অভিনয়’ বুলি আখ্যা দি কেজৰিৱালক ‘অভিনেতা’ বুলিও অভিহিত কৰিছে৷

See More

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: aaparvind kejriwalasom live 24assam ka tazza khabarassam live 24axom live 24axom live 24 digitalbest news channel in assamBest news channel of assamBest News Portal in AssamBest News Portal of Assam
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

জন্মাষ্টমীৰ পূৰ্বে ঘৰলৈ আনক এই ৫ বিধ সামগ্ৰী
জীৱনশৈলী

জন্মাষ্টমীৰ পূৰ্বে ঘৰলৈ আনক এই ৫ বিধ সামগ্ৰী

September 1, 2026
চৰকাৰৰ নিয়ন্ত্ৰণত থাকিব ব্যক্তিগত সম্পত্তি, আহি গ’ল নতুন আইন!
বিশ্ব

চৰকাৰৰ নিয়ন্ত্ৰণত থাকিব ব্যক্তিগত সম্পত্তি, আহি গ’ল নতুন আইন!

September 1, 2026
‘ধ*ৰ্ষণৰ বলি হোৱা নাৰীৰ জীয়াই থকাৰ অধিকাৰ নাই নেকি?’
বিনোদন

‘ধ*ৰ্ষণৰ বলি হোৱা নাৰীৰ জীয়াই থকাৰ অধিকাৰ নাই নেকি?’

September 1, 2026
জীৱন-মৃত্যুৰে খেলা কৰি বিদ্যালয়লৈ কণমানিৰ ছাত্ৰ-ছাত্ৰীৰ বিপদসংকুল যাত্ৰা
ভাৰত

জীৱন-মৃত্যুৰে খেলা কৰি বিদ্যালয়লৈ কণমানিৰ ছাত্ৰ-ছাত্ৰীৰ বিপদসংকুল যাত্ৰা

September 1, 2026
Next Post
অতি হৃদয় বিদাৰক ঘটনা! স্কুল বাছৰ ভিতৰত শ্বাসৰুদ্ধ হৈ ৪ বছৰীয়া ছাত্ৰীৰ কৰুণ মৃত্যু

অতি হৃদয় বিদাৰক ঘটনা! স্কুল বাছৰ ভিতৰত শ্বাসৰুদ্ধ হৈ ৪ বছৰীয়া ছাত্ৰীৰ কৰুণ মৃত্যু

পাকিস্তানত হিন্দুৰ ওপৰত অত্যাচাৰ! বান সাহায্য দিয়া নাই, শিবিৰতো স্থান নাই!

পাকিস্তানত হিন্দুৰ ওপৰত অত্যাচাৰ! বান সাহায্য দিয়া নাই, শিবিৰতো স্থান নাই!

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.