কেৰালা উচ্চ ন্যায়ালয়ৰ ঐতিহাসিক ৰায়। বৈবাহিক ধর্ষণ হ’ব বিচ্ছেদৰ কাৰণ। সেয়া হ’ব বিবাহ বিচ্ছেদৰ শক্তিশালী যুক্তি।