ৰাজ্যত কাঠফুলাৰ দৰে গঢ় লৈছে ব্যক্তিগত কনিষ্ঠ মহাবিদ্যালয়। শিক্ষাৰ মান ভৰিৰে মোহাৰি কেৱল ধন ঘটাৰে লক্ষ্য এই ব্যক্তিগত কনিষ্ঠ মহাবিদ্যালয়সমূহৰ। এইবাৰ অবৈধ এনে ধৰণৰ মহাবিদ্যালয়সমূহৰ বিৰুদ্ধে ওলাই আহিছে নগাঁৱৰ সচেতন ৰাইজ।
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ