• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
‘মোৰ অবিহনে প্ৰেমিকা অকলশৰীয়া হৈ পৰিব, সেয়ে’, দেশজুৰি তোলপাৰ লগোৱা এক ঘটনা

‘মোৰ অবিহনে প্ৰেমিকা অকলশৰীয়া হৈ পৰিব, সেয়ে’, দেশজুৰি তোলপাৰ লগোৱা এক ঘটনা

1 year ago
WIG পৰিধান কৰাৰ বাবেই কেতনক হ*ত্যা কৰিছিল ছিয়াই!

WIG পৰিধান কৰাৰ বাবেই কেতনক হ*ত্যা কৰিছিল ছিয়াই!

16 minutes ago
ৰহস্যজনকভাৱে নিৰুদ্দিষ্ট লোকৰ বাবে যুঁজ দিয়াই কাল হ’ল ডাঃ মাহৰাঙৰ!

ৰহস্যজনকভাৱে নিৰুদ্দিষ্ট লোকৰ বাবে যুঁজ দিয়াই কাল হ’ল ডাঃ মাহৰাঙৰ!

1 hour ago
ফান্সৰ জয়ৰ নায়ক ডাম্বেলেৰ দুৰ্দান্ত হেট্ৰিক,স্তিমিত হালাণ্ড

ফান্সৰ জয়ৰ নায়ক ডাম্বেলেৰ দুৰ্দান্ত হেট্ৰিক,স্তিমিত হালাণ্ড

2 hours ago
প্ৰেম আৰু আৰ্থিক দিশত এইকেইটা ৰাশিৰ লোকে পাব নতুন খবৰ

প্ৰেম আৰু আৰ্থিক দিশত এইকেইটা ৰাশিৰ লোকে পাব নতুন খবৰ

2 hours ago
দৈনিক ৰাশিফল, মকৰ সংক্ৰান্তিৰ পূৰ্বে ভাগ্যোদয় ৩ ৰাশিৰ, কিন্তু আন ৩ ৰাশিৰ সমস্যা বৃদ্ধি

কাইলৈ কেনে যাব আপোনাৰ দিনটো? জানক কাৰ কাৰ উদয় হ’ব ভাগ্য

11 hours ago
শীঘ্ৰে ভাগ্য উদয় হ’ব ৫ ৰাশিৰ লোকৰ, বাবা ভাংগাৰ ভৱিষ্যতবাণী

বাবা ভাংগাৰ ভৱিষ্যদ্বাণী, বৃশ্চিক ৰাশিকে ধৰি ৪ ৰাশিয়ে পাব আৰ্থিক সকাহ!

11 hours ago
গা ধুলে প্ৰস্ৰাৱ কৰে নেকি? তেন্তে পৰিব পাৰে ভয়ংকৰ বিপদত!

গা ধুলে প্ৰস্ৰাৱ কৰে নেকি? তেন্তে পৰিব পাৰে ভয়ংকৰ বিপদত!

12 hours ago
সপোনে পাব নতুন দিশ, মাত্ৰ এই সপ্তাহত সাৱধানে থাকক ৫ ৰাশিৰ লোক!

সপোনে পাব নতুন দিশ, মাত্ৰ এই সপ্তাহত সাৱধানে থাকক ৫ ৰাশিৰ লোক!

13 hours ago
RBI ৰ ডাঙৰ সিদ্ধান্ত! অনলাইনত প্ৰতাৰণা কৰিলে পাব ক্ষতিপূৰণ

RBI ৰ ডাঙৰ সিদ্ধান্ত! অনলাইনত প্ৰতাৰণা কৰিলে পাব ক্ষতিপূৰণ

14 hours ago
তিতা কাপোৰ বহুদিন ধৰি বাথৰুমত ৰখাৰ অভ্যাস আছে নেকি?

তিতা কাপোৰ বহুদিন ধৰি বাথৰুমত ৰখাৰ অভ্যাস আছে নেকি?

14 hours ago
‘ৰন্ধা-বঢ়া বা ঘৰ চাফা কৰাটো নাৰীৰ কাম নহয়’, প্ৰিয়ংকা চোপ্ৰাৰ মন্তব্যই লগাইছে তোলপাৰ!

‘ৰন্ধা-বঢ়া বা ঘৰ চাফা কৰাটো নাৰীৰ কাম নহয়’, প্ৰিয়ংকা চোপ্ৰাৰ মন্তব্যই লগাইছে তোলপাৰ!

15 hours ago
৮ম দৰমহা আয়োগৰ নতুন আপডেট, ফেমিলি ইউনিট ৩.০ৰ পৰা ৫.০লৈ হ’লে কিমান বাঢ়িব দৰমহা?

৮ম দৰমহা আয়োগৰ নতুন আপডেট, ফেমিলি ইউনিট ৩.০ৰ পৰা ৫.০লৈ হ’লে কিমান বাঢ়িব দৰমহা?

16 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Saturday, June 27, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home বিবিধ

‘মোৰ অবিহনে প্ৰেমিকা অকলশৰীয়া হৈ পৰিব, সেয়ে’, দেশজুৰি তোলপাৰ লগোৱা এক ঘটনা

editor by editor
March 2, 2025
in বিবিধ, ভাৰত
0
‘মোৰ অবিহনে প্ৰেমিকা অকলশৰীয়া হৈ পৰিব, সেয়ে’, দেশজুৰি তোলপাৰ লগোৱা এক ঘটনা
0
SHARES
2.1k
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

‘মোৰ অবিহনে প্ৰেমিকা অকলশৰীয়া হৈ পৰিব, সেয়ে’, দেশজুৰি তোলপাৰ লগোৱা এক ঘটনা

কেৰেলাত সংঘটিত হোৱা এক ঘটনাই দেশজুৰি চাঞ্চল্যৰ সৃষ্টি কৰিছে। এজন যুৱকে প্ৰেমিকাৰ লগতে শেষ কৰি দিয়ে নিজৰেই পৰিয়াল।

গণহত্যাৰ গোচৰৰ অভিযুক্ত ২৩ বছৰীয়া আফান নামৰ যুৱকগাৰকীয়ে আৰক্ষীক দিয়া বিবৃতিত কয় যে তেওঁৰ অবিহনে প্ৰেমিকাই অকলে থাকিব নোৱাৰিব কাৰণেই হত্যা কৰিছিল, লগতে হত্যা কৰিছিল অন্য ৪ জন মুঠ ৫ জনক। নিজৰেই আইতাক, ভায়েক, খুৰাক আৰু খুৰীয়েকক হত্যা কৰে আফানে।

হত্যাকাণ্ডৰ পিছত অভিযুক্ত আফানে নিজেই ভেঞ্জাৰমুডু থানালৈ গৈ আত্মসমৰ্পণ কৰে। কেৱল আত্মসমৰ্পণেই নহয়, ইয়াৰ পিছত আফানে বিষ সেৱন কৰি নিজকে শেষ কৰি দিয়াৰো চেষ্টা চলায়।

অৱশ্যে বিষ পানৰ পিছতে আফানক চিকিৎসালয়ত ভৰ্তি কৰোৱা হয়। আৰক্ষীৰ মতে, আফানৰ অৱস্থা বৰ্তমানে সুস্থিৰ আৰু জেৰাৰ অন্তত তেওঁক আনুষ্ঠানিকভাৱে গ্ৰেপ্তাৰ কৰা হৈছে।

আৰক্ষীয়ে সদৰি কৰা অনুসৰি এই হত্যাকাণ্ডৰ আঁৰত আৰ্থিক বাধা ডাঙৰ কাৰণ হ’ব পাৰে। তদন্তত প্ৰকাশ পাইছে যে অভিযুক্তই ১৪ গৰাকী লোকৰ পৰা প্ৰায় ৬৫ ​লাখ টকাৰ ঋণ লৈছিল। কিন্তু পৰিশোধ কৰিব পৰা নাছিল।

সেয়ে উপায়বিহীন হৈ প্ৰথম অৱস্থাত মাক আৰু ভাতৃৰ সৈতে আত্মহত্যাৰ পৰিকল্পনা কৰিছিল , সেই উদ্দেশ্যেই ২৪ ফেব্ৰুৱাৰীত ৮৮ বছৰীয়া আইতাক, ১৩ বছৰীয়া ভাতৃ, প্ৰেমিকা, খুৰাক আৰু খুৰীয়েকক হত্যা কৰিছিল। পিছত নিজকো শেষ কৰি দিয়াৰ চেষ্টা চলাইছিল।

কিন্তু আফানৰ পিতৃৰ ভাষ্য অনুসৰি, কোনো ধৰণৰ আৰ্থিক সংকট নাছিল। আৰ্থিক সংকটৰ কথা অস্বীকাৰ কৰে পৰিয়ালটোৱে। সেয়ে আৰক্ষীয়ে গভীৰ তদন্ত কৰি আছে।

হত্যাকাণ্ডৰ পিছত আফানে নিজৰ মাতৃকো আক্ৰমণ কৰিছিল, অৱশ্যে মাতৃ কোনোমতে ৰক্ষা পৰে, বৰ্তমানে চিকিৎসালয়ত চিকিৎসাধীন হৈ আছে মাতৃ।

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: Kerala Murder casemurder casePolice InvestigationViral case
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

WIG পৰিধান কৰাৰ বাবেই কেতনক হ*ত্যা কৰিছিল ছিয়াই!
অপৰাধ

WIG পৰিধান কৰাৰ বাবেই কেতনক হ*ত্যা কৰিছিল ছিয়াই!

June 27, 2026
প্ৰেম আৰু আৰ্থিক দিশত এইকেইটা ৰাশিৰ লোকে পাব নতুন খবৰ
জীৱনশৈলী

প্ৰেম আৰু আৰ্থিক দিশত এইকেইটা ৰাশিৰ লোকে পাব নতুন খবৰ

June 27, 2026
দৈনিক ৰাশিফল, মকৰ সংক্ৰান্তিৰ পূৰ্বে ভাগ্যোদয় ৩ ৰাশিৰ, কিন্তু আন ৩ ৰাশিৰ সমস্যা বৃদ্ধি
জীৱনশৈলী

কাইলৈ কেনে যাব আপোনাৰ দিনটো? জানক কাৰ কাৰ উদয় হ’ব ভাগ্য

June 26, 2026
শীঘ্ৰে ভাগ্য উদয় হ’ব ৫ ৰাশিৰ লোকৰ, বাবা ভাংগাৰ ভৱিষ্যতবাণী
জীৱনশৈলী

বাবা ভাংগাৰ ভৱিষ্যদ্বাণী, বৃশ্চিক ৰাশিকে ধৰি ৪ ৰাশিয়ে পাব আৰ্থিক সকাহ!

June 26, 2026
Next Post
অতিকে শোকাৱহ, ফুলশয্যাৰ নিশা একেলগে হাৰ্ট এটেক হৈ নিহত নৱ দম্পতি

অতিকে শোকাৱহ, ফুলশয্যাৰ নিশা একেলগে হাৰ্ট এটেক হৈ নিহত নৱ দম্পতি

বহু প্ৰত্যাশিত ADREৰ ফলাফল প্ৰকাশ পাব চলিত সপ্তাহতে, মুখ্যমন্ত্ৰীৰ ফেচবুক লাইভযোগে ঘোষণা

বহু প্ৰত্যাশিত ADREৰ ফলাফল প্ৰকাশ পাব চলিত সপ্তাহতে, মুখ্যমন্ত্ৰীৰ ফেচবুক লাইভযোগে ঘোষণা

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.