• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
কান্দোনত ভাঙি পৰিছে কিম জং উন! ভয়ানক বুলি বিবেচিত উত্তৰ কোৰিয়াৰ নায়কৰ কান্দোনৰ আঁৰৰ ৰহস্য কি?

কান্দোনত ভাঙি পৰিছে কিম জং উন! ভয়ানক বুলি বিবেচিত উত্তৰ কোৰিয়াৰ নায়কৰ কান্দোনৰ আঁৰৰ ৰহস্য কি?

3 years ago
টোপনিত কেতিয়াবা শৰীৰত কঁপনি উঠে নেকি? ইয়াৰ কাৰণসমূহ কি কি? জানিবলৈ চাওক

জীৱন ধ্বংস হ’বলৈ বেছি পৰ নাই! ভুলতো নিশা গ্ৰহণ নকৰিব এইবোৰ বস্তু

8 hours ago
জনপ্ৰিয় কণ্ঠশিল্পীৰ মৃত্যু, ৫ দিন পিছত উদ্ধাৰ গলি যোৱা শৰীৰ!

সাংস্কৃতিক জগততলৈ আহিছে দুখবৰ! সপ্তমীৰ দিনটোতে মৃত্যু বিশিষ্ট সংগীত পৰিচালকৰ

8 hours ago
দুৰ্গা পূজাত ভয়ংকৰ দুৰ্ঘটনা, পদপিষ্ট হৈ মৃত্যু প্ৰায় ২০ জন লোকৰ

দুৰ্গা পূজাত ভয়ংকৰ দুৰ্ঘটনা, পদপিষ্ট হৈ মৃত্যু প্ৰায় ২০ জন লোকৰ

9 hours ago
কাইলৈ মহালয়া, ধৰাৰ বুকুলৈ আগমণ কৰিব মা দুৰ্গাই

মা দুৰ্গাৰ কোনখন হাতত কি অস্ত্ৰ থাকে? অস্ত্ৰসমূহে কি শিক্ষা দিয়ে জানক

9 hours ago
প্ৰতিদিনে ৰাতি এটাকৈ খাওক ইলাচি, পুৰুষে দেখিব চমৎকাৰ!

প্ৰতিদিনে ৰাতি এটাকৈ খাওক ইলাচি, পুৰুষে দেখিব চমৎকাৰ!

9 hours ago
ICCক শেষ কৰি পেলোৱাৰ হুংকাৰ আমেৰিকাৰ

ভাৰতৰ ওপৰত ১০০% শুল্ক সলনি! ট্ৰাম্পে ভংগ কৰিলে নিজৰ নিয়ম

10 hours ago
উৎসৱ-পাৰ্বনত বুন্দিয়া সকলোৱে খায়, কিন্তু ইয়াক ইংৰাজীত কি কয় ৯৯% লোকে নাজানে!

উৎসৱ-পাৰ্বনত বুন্দিয়া সকলোৱে খায়, কিন্তু ইয়াক ইংৰাজীত কি কয় ৯৯% লোকে নাজানে!

10 hours ago
কেতিয়া দাখিল হ’ব অষ্টম দৰমহা আয়োগৰ প্ৰতিবেদন?

8th pay commission: ৬৯,০০০ টকা বেচিক পে আৰু ৫০% ডি এৰ একত্ৰীকৰণৰ দাবী, কেন্দ্ৰৰ কি ইংগিত?

11 hours ago
কৰীনা-ছেইফৰ বেডৰুমৰ গোপন ৰহস্য আহিছে পোহৰলৈ, তাৰ পিছত…

কৰীনা-ছেইফৰ বেডৰুমৰ গোপন ৰহস্য আহিছে পোহৰলৈ, তাৰ পিছত…

12 hours ago
ভাগ্যৰ খেল দেখি হ’ব আচৰিত, চাকৰিৰ পৰা অৰ্থ লাভত পাব সুযোগ!

ভাগ্যৰ খেল দেখি হ’ব আচৰিত, চাকৰিৰ পৰা অৰ্থ লাভত পাব সুযোগ!

13 hours ago
EPFO Rules: ১০ বাৰকৈ টকা উলিয়াব পাৰিব প্ৰভিডেণ্ট ফাণ্ডৰ পৰা! নতুন নিয়মবোৰ জানক

EPFO Rules: ১০ বাৰকৈ টকা উলিয়াব পাৰিব প্ৰভিডেণ্ট ফাণ্ডৰ পৰা! নতুন নিয়মবোৰ জানক

14 hours ago
শাওনত ৪ ৰাশিৰ লোকে পাব ভাল খবৰ, ধনৰ হ’ব উভৈনদী!

দেওবাৰৰ দিনটোত ভাল খবৰ পাব ৪ ৰাশিৰ লোকে, আপুনিও নেকি ভাগ্যৱান!

15 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Sunday, October 18, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home বিবিধ

কান্দোনত ভাঙি পৰিছে কিম জং উন! ভয়ানক বুলি বিবেচিত উত্তৰ কোৰিয়াৰ নায়কৰ কান্দোনৰ আঁৰৰ ৰহস্য কি?

editor by editor
December 7, 2023
in বিবিধ, বিশ্ব
0
কান্দোনত ভাঙি পৰিছে কিম জং উন! ভয়ানক বুলি বিবেচিত উত্তৰ কোৰিয়াৰ নায়কৰ কান্দোনৰ আঁৰৰ ৰহস্য কি?
0
SHARES
745
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

অসম লাইভ২৪ঃ কিম জং উন! পৰিচয় বুলিবলৈ এই নামেই যথেষ্ট। উত্তৰ কোৰিয়াৰ তেওঁ নায়ক। এই মুহূৰ্তত বিশ্বৰ প্রভাৱশালী নেতাসকলৰ ভিতৰত তেওঁ অন্যতম। তেওঁৰ ভয়ত কঁপে সমগ্ৰ দেশ। অথচ এই কঠোৰ নায়কৰ চকুতেই চকুপানী। সমগ্ৰ বিশ্বজুৰি কিম জং উনে কন্দাৰ ভিডিঅ’ ভাইৰেল হৈছে। তাকো ৰুমত অকলে সোমাই কান্দিছে তেনে নহয়। জনবহুল এলেকাত কান্দি উঠিছে কিম জং উনে।

খঙাল হ’লেও কিমৰ গোলাকাৰ চেহেৰা, টুপটুপীয়া গাল দেখি বহুতেই কয় তেওঁৰ মুখত সকলোসময়তে শিশুৰ সৰলতা দেখা যায়। অথচ এই মানুহজনৰ নিষ্ঠুৰ মনটোক সমগ্ৰ উত্তৰ কোৰিয়াই ভয় কৰে। কাৰণ তেওঁলোকে জানে এই মানুহজন কিমান কঠোৰ হ’ব পাৰে। তেওঁৰ ৰোষত পৰিলে এই পৃথিৱীত জীয়াই থাকিব কোনেও নোৱাৰে। তেওঁৰ ৰোষত পৰিলে কোন মুহূৰ্তত জে’ল যাব সেয়া নিশ্চিত নহয়। এবাৰ জে’ললৈ গ’লে ওলাই অহা সম্ভৱো নহয়। বিশ্বৰ প্ৰায়সংখ্যক লোকেই তেওঁক আধুনিক যুগৰ হিটলাৰো আখ্যা দিয়ে।

সেই কিম জং উনেই লুকুৱাই ৰাখিছে এখিনি আৱেগ। এই কথা মানিও মানিব পৰা নাই একাংশই। কিয় কিম জং উনে হুকহুকাই কান্দিছে সেই প্রশ্ন এতিয়া বহুতৰে মুখে মুখে। সামাজিক মাধ্যমত ভাইৰেল উত্তৰ কোৰিয়াৰ একনায়কৰ কন্দাৰ দৃশ্য। হাজাৰ হাজাৰ মানুহৰ উপস্থতিত এখন সভাত বহি কান্দিছে কিমে। ৰুমালেৰে মুখ মচিছে কিমে। কোৰিয়াৰ চেণ্ট্ৰেল টেলিভিছনত প্ৰকাশ পোৱা অনুসৰি ঘটনাটো ঘটিছে উত্তৰ কোৰিয়াৰ মহিলাসকলক লৈ অনুষ্ঠিত কৰা এখন সভাত। পিয়ং ইয়ংৰ বৈঠকৰ আয়োজন কৰিছিল কিমে নিজেই। এই সভাৰ আয়োজন কৰাৰ প্ৰধান উদ্দেশ্য হৈছে উত্তৰ কোৰিয়াত শিশুৰ জন্মৰ হাৰ দিনক দিনে কমি গৈছে। জন্মৰ হাৰ কমি যোৱাৰ বাবে নৱপ্ৰজন্মও কমি গৈছে। যাৰবাবে উত্তৰ কোৰিয়াৰ ভৱিষ্যৎ অন্ধকাৰৰ দিশেৰে। শিশুৰ জন্মৰ হাৰ বঢ়াবলৈ মাকসকলেই সহায় কৰিব লাগিব।

মহিলাসকলক সন্তান জন্ম দিবলৈ অনুৰোধ জনাই আয়োজন কৰিছে এই সভাৰ। বৈঠকত উত্তৰ কোৰিয়াৰ একক সেনাপতি কিমে কয়, ‘দেশত জন্মৰ হাৰ বৃদ্ধিৰ স্বাৰ্থত মাতৃসকলৰ সহায়ৰ দৰকাৰ।’ কেৱল এয়াই নহয় দেশৰ জাতীয় শক্তিক মাতৃসকলেই শক্তিশালী কৰিব পাৰে। এইবিষয়ে ক’বলৈ গৈ তেওঁ কয়, ‘দেশৰ জন্মৰ হাৰ বৃদ্ধি কৰিবলৈ আপোনালোকৰ সহায়ৰ খুবেই প্ৰয়োজন। এই ক্ষমতা কেৱল আপোনালোকৰ আছে। আপোনালোকক মই ধন্যবাদ জনাওঁ। মই কেতিয়াবা যদি সমস্যাত পৰো মোৰ সদায়েই মালৈ মনত পৰে।’ উল্লেখ্য যে বিগত বছৰৰ তুলনাত এইবাৰ উত্তৰ কোৰিয়াত জন্মৰ হাৰ ১.৮ শতাংশ বৃদ্ধি পাইছে। উত্তৰ কোৰিয়াৰ মুঠ জনসংখ্যা প্ৰায় ২ কোটি ৫০ লাখ।

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: asom live 24assam live 24axom live 24axom live 24 digitalBest Assamese News ChannelBest News Portal of Assam
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

টোপনিত কেতিয়াবা শৰীৰত কঁপনি উঠে নেকি? ইয়াৰ কাৰণসমূহ কি কি? জানিবলৈ চাওক
জীৱনশৈলী

জীৱন ধ্বংস হ’বলৈ বেছি পৰ নাই! ভুলতো নিশা গ্ৰহণ নকৰিব এইবোৰ বস্তু

October 17, 2026
জনপ্ৰিয় কণ্ঠশিল্পীৰ মৃত্যু, ৫ দিন পিছত উদ্ধাৰ গলি যোৱা শৰীৰ!
বিনোদন

সাংস্কৃতিক জগততলৈ আহিছে দুখবৰ! সপ্তমীৰ দিনটোতে মৃত্যু বিশিষ্ট সংগীত পৰিচালকৰ

October 17, 2026
দুৰ্গা পূজাত ভয়ংকৰ দুৰ্ঘটনা, পদপিষ্ট হৈ মৃত্যু প্ৰায় ২০ জন লোকৰ
ভাৰত

দুৰ্গা পূজাত ভয়ংকৰ দুৰ্ঘটনা, পদপিষ্ট হৈ মৃত্যু প্ৰায় ২০ জন লোকৰ

October 17, 2026
কাইলৈ মহালয়া, ধৰাৰ বুকুলৈ আগমণ কৰিব মা দুৰ্গাই
জীৱনশৈলী

মা দুৰ্গাৰ কোনখন হাতত কি অস্ত্ৰ থাকে? অস্ত্ৰসমূহে কি শিক্ষা দিয়ে জানক

October 17, 2026
Next Post
৬০০০ অতিথিক আমন্ত্ৰণ! অমিতাভ-অক্ষয়-আম্বানী-আদানী-টাটা, কোন কোন আছে তালিকাত?

৬০০০ অতিথিক আমন্ত্ৰণ! অমিতাভ-অক্ষয়-আম্বানী-আদানী-টাটা, কোন কোন আছে তালিকাত?

গুগল পে, ফোন পেৰ পৰা ধন পঠিয়াবলৈ হ’লে দিব লাগিব OTP! UPI পেমেণ্টক লৈ নতুন পৰিকল্পনা মোদী চৰকাৰৰ

গুগল পে, ফোন পেৰ পৰা ধন পঠিয়াবলৈ হ’লে দিব লাগিব OTP! UPI পেমেণ্টক লৈ নতুন পৰিকল্পনা মোদী চৰকাৰৰ

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.