৫ দিনত ৮৭০ কোটিৰ মালিক হ’ল কিং মেকাৰ চন্দ্ৰবাবু নাইডুৰ পৰিয়াল
পত্নী ভূৱনেশ্বৰীৰ দুগ্ধজাত সামগ্ৰীৰ কোম্পানীয়ে অংশীদাৰিত্ব পালে ২৪.৩শতাংশ
পুত্ৰ নৰা লোকেশ্বৰে লাভ কৰিলে ১০.৮২শতাংশ অংশীদাৰিত্ব
ষ্টক উত্থানৰ পাছতেই পৰিয়ালৰ আয় বৃদ্ধি পালে ২০৯০ কোটিলৈ
পূৰ্বে পৰিয়ালটোৰ আয়ৰ পৰিমাণ আছিল ১৩১৯ কোটি
৫টা দিনতে ৮৭০কোটি আয়েৰে হঠাৎ চৰ্চালৈ আহিছে কিং মেকাৰৰ পৰিয়ালটো
১৯৯২ চনত প্ৰতিষ্ঠিত হেৰিটেজ ফুড কোম্পানীৰ ষ্টক হঠাৎ বৃদ্ধি পালে ৫৫শতাংশলৈ
১১খন ৰাজ্যৰ ১৫লাখৰো অধিক পৰিয়াল সংযুক্ত হৈ আছে চন্দ্ৰবাবু নাইডুৰ হেৰিটেজ কোম্পানীৰ সৈতে
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ



















