• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
উচ্চতম ন্যায়ালয়ৰ কাম-কাজত খং উঠিছে আইনমন্ত্ৰী কিৰেণ ৰিজিজুৰ! কিয় অসন্তুষ্ট আইনমন্ত্ৰী ৰিজিজু?

3 years ago
জোঁট বান্ধিব শনি-মঙ্গলে, অশুভ প্ৰভাৱ নেওচি সৌভাগ্যৰে উজলি উঠিব এই ৫ৰাশি

35 minutes ago
৪ গ্ৰহৰ মিলনত বাম্পাৰ লাভ, এই ৩ ৰাশিৰ ভাৱিব নোৱাৰাকৈ বাঢ়িব অৰ্থসম্পদ

1 hour ago
এইবছৰৰ অক্ষয় তৃতীয়া কেতিয়া পৰিছে? জানি থওক দিনক্ষণ আৰু শুভ তিথি

ছুপ্ৰিম কৰ্টৰ ডাঙৰ পৰ্যবেক্ষণ…ঋতুকালীন ছুটি বাধ্যতামূলক হ’লে মহিলাই কৰ্মসংস্থাপন হেৰুৱাব!

2 hours ago
৩ৰাশিৰ অৰ্থভাগ্য আজিয়েই ঘূৰিব, সম্পত্তিও বাঢ়িব, শুক্ৰ-মঙ্গলৰ দ্বিদ্বাদশ যোগত কাৰ কাৰ লাভ হ’ব?

3 hours ago
পাকিস্তানৰ স্পিনাৰ IPLৰ মালিকৰ দলত! আবৰাৰক ক্ৰয় কৰি বিতৰ্কত কাব্য মাৰানৰ ছানৰাইজাৰ্ছ

শনি অস্ত গ’লেই ভাগ্য জাগি উঠিব ৩ ৰাশিৰ, আজিৰ পৰাই বেংক বেলেন্স বাঢ়িব এইকেইটা ৰাশিৰ

4 hours ago
৩১মাৰ্চত খুলিব ভাগ্য, ব্যতিপত যোগত ৪ ৰাশিৰ জীৱনত হ’ব ধনৰ বৰষুণ

5 hours ago
একাউণ্টত ৩০০ কোটিৰ লেনদেন, তাৰপিছতো Rapido চলাই প্ৰদীপে, আঁৰত কি কাৰণ?

22 hours ago
শুক্ৰ-চন্দ্ৰৰ গতিপথ সলনি হ’ব, ১৫ মাৰ্চৰ পৰা এই ৩ ৰাশিৰ জীৱনত সুখবৃষ্টি হ’ব

পেনিক নহ’ব, অন্যকো পেনিক নকৰিব! দেশত তেল, গেছ পৰ্যাপ্ত পৰিমাণে মজুত আছেঃ পেট্ৰোলিয়াম মন্ত্ৰী হৰদ্বীপ সিং পুৰী

23 hours ago
ইৰানক ধ্বংসস্তুপত পৰিণত কৰিছে আমেৰিকাই, এইবাৰ ইৰানৰ লক্ষ্য Google, Microsoft, Amazon, বিশ্বজুৰি বৃহৎ সংকটৰ আশংকা

  • About
  • Advertise
  • Careers
  • English Edition
Friday, March 13, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home বিবিধ

উচ্চতম ন্যায়ালয়ৰ কাম-কাজত খং উঠিছে আইনমন্ত্ৰী কিৰেণ ৰিজিজুৰ! কিয় অসন্তুষ্ট আইনমন্ত্ৰী ৰিজিজু?

editor by editor
November 5, 2022
in বিবিধ, ভাৰত
0
উচ্চতম ন্যায়ালয়ৰ কাম-কাজত খং উঠিছে আইনমন্ত্ৰী কিৰেণ ৰিজিজুৰ! কিয় অসন্তুষ্ট আইনমন্ত্ৰী ৰিজিজু?
0
SHARES
137
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

অসম লাইভ২৪ঃ আইন মন্ত্ৰী কিৰেণ ৰিজিজুৱে উচ্চতম ন্যায়ালয়ৰ কাৰ্যকলাপত অসন্তুষ্ট হৈ কৰিছে বিশেষ মন্তব্য। উচ্চতম ন্যায়ালয়ৰ ন্যায়াধীশৰ নিযুক্তি প্ৰক্ৰিয়াকলৈ অসন্তুষ্টি প্ৰকাশ কৰিছে কেন্দ্ৰীয় আইন মন্ত্ৰী কিৰেণ ৰিজিজুৱে।

কেন্দ্ৰীয় মন্ত্ৰী গৰাকীৰ ভাষ্য অনুসৰি, ‘দেশৰ ন্যায় ব্যৱস্থাটোৰ ওপৰত মোৰ আস্থা আছে যদিও উচ্চতম ন্যায়ালয়ত ন্যায়াধীশ বিশেষকৈ মুখ্য ন্যায়াধীশৰ নিযুক্তি প্ৰক্ৰিয়াটোৰ সৈতে জড়িত উত্তৰসূৰীৰ হাতলৈ পদবী স্থানান্তৰ কৰা প্ৰক্ৰিয়াটোত মোৰ আপত্তি আছে। এইদৰে ন্যায়াধীশ নিযুক্তি দিয়াটো একেবাৰেই ভাল হোৱা নাই।’

ইয়াৰোপৰি মন্ত্ৰীগৰাকীয়ে মন্তব্যত কয়,’ এইদৰে নিৰ্বাচন কৰিলে বহু যোগ্য ব্যক্তিয়ে আশাহত হ’বলগীয়া হয়। পূৰ্বতেও এনে হৈছেই। কিয়নো, উচ্চ ন্যায়ালয় অথবা উচ্চতম ন্যায়ালয়ৰ ন্যায়াধীশ নিযুক্তি প্ৰক্ৰিয়াৰ সৈতে জড়িত পীঠে কেৱল চিনাকী ব্যক্তিকহে নিযুক্তি দিয়ে।’

উল্লেখ্য যে, আইন মন্ত্ৰীগৰাকীয়ে ন্যায় ব্যৱস্থাৰ ওপৰত মন্তব্য কৰি কয়, কোনো দেশৰেই ন্যায় ব্যৱস্থা ক্ৰূটিহীন নহয়, সকলোৰে নিজা নিজা সমস্যা আছে। কিন্তু এই সমস্যাবোৰৰ উৰ্দ্ধত আহিব পাৰিলেহে ন্যায় আৰু আইনী প্ৰক্ৰিয়াটো নিকা, সফল হ’ব। লগতে অতি শীঘ্ৰেই উত্তৰসূৰীৰ হাতত পদবী ন্যস্ত কৰা অভ্যাসটো এৰিবলৈ আহ্বান জনাই আইন মন্ত্ৰীগৰাকীয়ে।

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: asom live 24assam live 24axom live 24axom live 24 digitalBest Assamese News Channelbest news channel in assamBest news channel of assamBest News Portal in Assam
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

৪ গ্ৰহৰ মিলনত বাম্পাৰ লাভ, এই ৩ ৰাশিৰ ভাৱিব নোৱাৰাকৈ বাঢ়িব অৰ্থসম্পদ
জীৱনশৈলী

March 13, 2026
ছুপ্ৰিম কৰ্টৰ ডাঙৰ পৰ্যবেক্ষণ…ঋতুকালীন ছুটি বাধ্যতামূলক হ’লে মহিলাই কৰ্মসংস্থাপন হেৰুৱাব!
জীৱনশৈলী

ছুপ্ৰিম কৰ্টৰ ডাঙৰ পৰ্যবেক্ষণ…ঋতুকালীন ছুটি বাধ্যতামূলক হ’লে মহিলাই কৰ্মসংস্থাপন হেৰুৱাব!

March 13, 2026
পাকিস্তানৰ স্পিনাৰ IPLৰ মালিকৰ দলত! আবৰাৰক ক্ৰয় কৰি বিতৰ্কত কাব্য মাৰানৰ ছানৰাইজাৰ্ছ
ক্ৰীড়া

পাকিস্তানৰ স্পিনাৰ IPLৰ মালিকৰ দলত! আবৰাৰক ক্ৰয় কৰি বিতৰ্কত কাব্য মাৰানৰ ছানৰাইজাৰ্ছ

March 13, 2026
পেনিক নহ’ব, অন্যকো পেনিক নকৰিব! দেশত তেল, গেছ পৰ্যাপ্ত পৰিমাণে মজুত আছেঃ পেট্ৰোলিয়াম মন্ত্ৰী হৰদ্বীপ সিং পুৰী
বিবিধ

March 12, 2026
Next Post
অনুষ্কাৰ পূৰ্বে বিৰাটৰ প্ৰেয়সী আছিল ৰোহিত শৰ্মাৰ পত্নী! বিৰাটৰ প্ৰেমৰ তালিকাত আৰু কোন কোন অভিনেত্ৰী?

ওপজা দিনত নেটিজেনে দিছে পৰামৰ্শ, মানুহজনী মেইন হ’লেও এইকেইটা দিশলৈ নজৰ দিয়ক ভৃগু কাশ্যপে

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন