• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
অনুষ্কাৰ পূৰ্বে বিৰাটৰ প্ৰেয়সী আছিল ৰোহিত শৰ্মাৰ পত্নী! বিৰাটৰ প্ৰেমৰ তালিকাত আৰু কোন কোন অভিনেত্ৰী?

অনুষ্কাৰ পূৰ্বে বিৰাটৰ প্ৰেয়সী আছিল ৰোহিত শৰ্মাৰ পত্নী! বিৰাটৰ প্ৰেমৰ তালিকাত আৰু কোন কোন অভিনেত্ৰী?

4 years ago
পাচনতন্ত্ৰৰ সমস্যাত ভুগিছে নেকি? এইবিধ পাচলি আপোনাৰ বাবে হ’ব মহৌষধ!

পাচনতন্ত্ৰৰ সমস্যাত ভুগিছে নেকি? এইবিধ পাচলি আপোনাৰ বাবে হ’ব মহৌষধ!

52 seconds ago
জন্মদিনত কেক কাটি মমবাতি নুমুৱাই দিয়ে নেকি? উচিত নে অনুচিত জানক

জন্মদিনত কেক কাটি মমবাতি নুমুৱাই দিয়ে নেকি? উচিত নে অনুচিত জানক

34 minutes ago
অত্যাধিক মূৰৰ বিষত চাহ খাবলৈ মন যায় নেকি? তেন্তে হওক সাৱধান

অত্যাধিক মূৰৰ বিষত চাহ খাবলৈ মন যায় নেকি? তেন্তে হওক সাৱধান

2 hours ago
হজমৰ লগতে লিভাৰৰ সমস্যাত ভুগিছে নেকি? আজিয়েই খাদ্যৰ তালিকাত অন্তৰ্ভুক্ত কৰক এইবিধ পাচলি

হজমৰ লগতে লিভাৰৰ সমস্যাত ভুগিছে নেকি? আজিয়েই খাদ্যৰ তালিকাত অন্তৰ্ভুক্ত কৰক এইবিধ পাচলি

3 hours ago
চুম্বনে লগালে গণ্ডোগোল, বমি কৰিবলৈ বাধ্য নায়ক! বলীউডৰ আচৰিত কাহিনী জানক

চুম্বনে লগালে গণ্ডোগোল, বমি কৰিবলৈ বাধ্য নায়ক! বলীউডৰ আচৰিত কাহিনী জানক

4 hours ago
এতিয়াৰে পৰা UPI সেৱাৰ নামত ভৰিব লাগিব নেকি অতিৰিক্ত মাচুল?

এতিয়াৰে পৰা UPI সেৱাৰ নামত ভৰিব লাগিব নেকি অতিৰিক্ত মাচুল?

7 hours ago
পুনৰ বাঢ়িব নেকি অত্যাৱশ্যকীয় সামগ্ৰীৰ দাম?

পুনৰ বাঢ়িব নেকি অত্যাৱশ্যকীয় সামগ্ৰীৰ দাম?

7 hours ago
সুখবৰ! ব্যক্তিগত খণ্ডৰ কৰ্মচাৰীৰ সন্তানৰ লালন-পালনৰ খৰচো বহন কৰিব লাগিব প্ৰতিষ্ঠানে

সুখবৰ! ব্যক্তিগত খণ্ডৰ কৰ্মচাৰীৰ সন্তানৰ লালন-পালনৰ খৰচো বহন কৰিব লাগিব প্ৰতিষ্ঠানে

8 hours ago
ছ’চিয়েল মিডিয়াত পোষ্ট কৰাৰ আগতে সাৱধান!

ছ’চিয়েল মিডিয়াত পোষ্ট কৰাৰ আগতে সাৱধান!

9 hours ago
শুভেন্দু অধিকাৰীৰ PA চন্দ্ৰনাথ ৰাথৰ হত্যাত জড়িত আছিল ২ বিজেপি কৰ্মীও!

শুভেন্দু অধিকাৰীৰ PA চন্দ্ৰনাথ ৰাথৰ হত্যাত জড়িত আছিল ২ বিজেপি কৰ্মীও!

9 hours ago
বিৱাহিত নোহোৱাকৈয়ে মাতৃ হ’ব খোজে এইগৰাকী অভিনেত্ৰীয়ে

বিৱাহিত নোহোৱাকৈয়ে মাতৃ হ’ব খোজে এইগৰাকী অভিনেত্ৰীয়ে

10 hours ago
অসমৰ বানপীড়িতসকলৰ বাবে ছালমান খানৰ বৃহৎ পদক্ষেপ

অসমৰ বানপীড়িতসকলৰ বাবে ছালমান খানৰ বৃহৎ পদক্ষেপ

11 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Friday, August 7, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home জীৱনশৈলী

অনুষ্কাৰ পূৰ্বে বিৰাটৰ প্ৰেয়সী আছিল ৰোহিত শৰ্মাৰ পত্নী! বিৰাটৰ প্ৰেমৰ তালিকাত আৰু কোন কোন অভিনেত্ৰী?

editor by editor
November 5, 2022
in জীৱনশৈলী, ভাৰত
0
অনুষ্কাৰ পূৰ্বে বিৰাটৰ প্ৰেয়সী আছিল ৰোহিত শৰ্মাৰ পত্নী! বিৰাটৰ প্ৰেমৰ তালিকাত আৰু কোন কোন অভিনেত্ৰী?
0
SHARES
10.8k
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

অসম লাইভ২৪ঃ ৩৪ বছৰীয়া হ’ল বিৰাট। আজু বিৰাটৰ ওপজা দিন। বিৰাটৰ ওপজা দিনত বিৰাটৰ জীৱনৰ বহুকেইটা দিশৰ চৰ্চা চলিছে সামাজিক মাধ্যমত। বিৰাট কোহলিৰ ব্যক্তিগত জীৱনৰো চৰ্চা চলিছে। ক্ৰিকেটৰ কেৰিয়াৰত প্ৰাপ্তি বহু পালেও ব্যক্তিগত জীৱনত বহু কিবা হেৰুৱাইছেও বিৰাটে। সময়, পৰিস্থিতিৰ সৈতে মোকাবিলা কৰি নিজকে গঢ়ি তুলিছে বিৰাটে। ১৯ ৰ অনুৰ্দ্ধৰ বিশ্বকাপেৰে কেৰিয়াৰ আৰম্ভ হৈছিল বিৰাটৰ।

ক্ৰিকেটৰ মাজে মাজে চলি থাকে বিৰাটৰ ব্যক্তিগত জীৱনৰো চৰ্চা। বিৰাটৰ ব্যক্তিত্বৰ প্ৰেমত মত্ত বহু নাৰী। বৰ্তমান তেওঁ ভাৰতীয় ক্ৰিকেট দলৰ অন্যতম বেটাৰ। চলিত টি-২০ ত বিৰাটৰ ফৰ্মৰ কথা বিশ্ববাসীয়েই আলোচনা কৰিছে। বিৰাটৰ জীৱনত কেৱল ক্ৰিকেট প্ৰেমেই আছে এনে নহয়। নাৰী প্ৰেমো বিৰাটৰ জীৱনত বহুবাৰ আহিছে। বলীউড নায়িকা অনুষ্কা শৰ্মাৰ সৈতে বৰ্তমান সুখৰ সংসাৰ বিৰাটৰ। কিন্তু অনুষ্কাৰ পূৰ্বে বিৰাটৰ জীৱনলৈ আহিছিল অইন বহুকেইগৰাকী বলীউড নায়িকা।

বিৰাটৰ প্ৰথম প্ৰেম আছিল ২০০৭ চনৰ মিছ ইণ্ডিয়া জেন ডায়াছ। মাস্কাটৰ এইগৰাকী সুন্দৰীৰ সৈতে বিৰাটৰ প্ৰেম তেতিয়া সৰ্বত্ৰতে চৰ্চাৰ বিষয়। বিৰাটতকৈ কেইবছৰমান ডাঙৰ আছিল ডেন। কিন্তু বয়স জানো প্ৰেমৰ কাহানিবা হেঙাৰ হ’ব পাৰে? তাৰপিছতেই বিৰাটৰ জীৱনলৈ আহে ছাৰা। ছাৰা, তামিল চলচ্চিত্ৰ জগতৰ এগৰাকী জনপ্ৰিয় অভিনেত্ৰী। দুয়োৱে ব্যস্ততাৰ বাবে দুয়োকে সময় দিব নোৱাৰাৰ বাবেই এই প্ৰেম বেছিদিন নিটিকিল।

ছাৰাৰ পিছত আহিল অভিনেত্ৰী তামান্না ভাটিয়া। তামান্নাৰ সৈতেও এটা ভাল সম্পৰ্ক বৰ্তাইছিল বিৰাটে। ইয়াৰ পিছতেই আহিল সঞ্জনা গলৰাণী, ইজাৰেল লেইট, ঋতিকা চাছদেৰ, এসময়ৰ বিৰাটৰ প্ৰেয়সী ঋতিষা এতিয়া ভাৰতীয় ক্ৰিকেট দলটোৰ এজন আগশাৰীৰ খেলুৱৈ ৰোহিত শৰ্মাৰ পত্নী।

ঋতিকাৰ পিছতো বহুকেইগৰাকী নাৰী বিৰাটৰ জীৱনলৈ আহিল যদিও শেষত সকলো ভিৰ ঠেলি বিৰাটে অভিনেত্ৰী অনুষ্কা শৰ্মাকেই ৭ জীৱনৰ লগৰীৰ পৰিচয় দিয়ে। ২০১ চনৰ ১১ ডিচেম্বৰত অনুষ্কা-বিৰাটে বিবাহপাশত আবদ্ধ হয়। ২০২২ চনৰ জানুৱাৰীত অনুষ্কা-বিৰাটৰ জীৱনলৈ আহিছে কন্যা ভামিকা। কন্যা ভামিকাক সামৰি বিৰাট-অনুষ্কা এক সুখী জীৱনৰ অধিকাৰী বুলি সামাজিক মাধ্যমৰ পষ্টসমূহেই প্ৰমাণ দিয়ে।

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: asom live 24assam live 24axom live 24 digitalBest Assamese News Channelbest news channel in assamBest news channel of assamBest News Portal in Assam
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

পাচনতন্ত্ৰৰ সমস্যাত ভুগিছে নেকি? এইবিধ পাচলি আপোনাৰ বাবে হ’ব মহৌষধ!
জীৱনশৈলী

পাচনতন্ত্ৰৰ সমস্যাত ভুগিছে নেকি? এইবিধ পাচলি আপোনাৰ বাবে হ’ব মহৌষধ!

August 7, 2026
জন্মদিনত কেক কাটি মমবাতি নুমুৱাই দিয়ে নেকি? উচিত নে অনুচিত জানক
জীৱনশৈলী

জন্মদিনত কেক কাটি মমবাতি নুমুৱাই দিয়ে নেকি? উচিত নে অনুচিত জানক

August 7, 2026
অত্যাধিক মূৰৰ বিষত চাহ খাবলৈ মন যায় নেকি? তেন্তে হওক সাৱধান
জীৱনশৈলী

অত্যাধিক মূৰৰ বিষত চাহ খাবলৈ মন যায় নেকি? তেন্তে হওক সাৱধান

August 7, 2026
হজমৰ লগতে লিভাৰৰ সমস্যাত ভুগিছে নেকি? আজিয়েই খাদ্যৰ তালিকাত অন্তৰ্ভুক্ত কৰক এইবিধ পাচলি
জীৱনশৈলী

হজমৰ লগতে লিভাৰৰ সমস্যাত ভুগিছে নেকি? আজিয়েই খাদ্যৰ তালিকাত অন্তৰ্ভুক্ত কৰক এইবিধ পাচলি

August 7, 2026
Next Post
ওপজা দিনত নেটিজেনে দিছে পৰামৰ্শ, মানুহজনী মেইন হ’লেও এইকেইটা দিশলৈ নজৰ দিয়ক ভৃগু কাশ্যপে

ওপজা দিনত নেটিজেনে দিছে পৰামৰ্শ, মানুহজনী মেইন হ’লেও এইকেইটা দিশলৈ নজৰ দিয়ক ভৃগু কাশ্যপে

‘আজি নৱগ্ৰহ শ্মশানলৈ ভূপেনদা আহিব! অপেক্ষা কৰোঁ পদুলিতে, ভূপেন আহেহে লাগে’, নৱগ্ৰহত কোনে অপেক্ষা কৰিছে সুধাকণ্ঠলৈ?

'আজি নৱগ্ৰহ শ্মশানলৈ ভূপেনদা আহিব! অপেক্ষা কৰোঁ পদুলিতে, ভূপেন আহেহে লাগে', নৱগ্ৰহত কোনে অপেক্ষা কৰিছে সুধাকণ্ঠলৈ?

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.