• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
পাৰমাণৱিক বোমাৰ ক্ষমতা কিমান? প্ৰতিৰক্ষাৰ বাবে ভাৰতৰ কি কি অস্ত্ৰ আছে? জানিলে অবাক হ’ব

পাৰমাণৱিক বোমাৰ ক্ষমতা কিমান? প্ৰতিৰক্ষাৰ বাবে ভাৰতৰ কি কি অস্ত্ৰ আছে? জানিলে অবাক হ’ব

1 week ago
অকাল বীৰ্যপাতৰ সমস্যাত ভূগি আছে? এই ৪টা বিষয়ত গুৰুত্ব দিয়ক যুগ্মজীৱন সুখৰ হ’বই

অকাল বীৰ্যপাতৰ সমস্যাত ভূগি আছে? এই ৪টা বিষয়ত গুৰুত্ব দিয়ক যুগ্মজীৱন সুখৰ হ’বই

2 hours ago
পূৰ্বৰে পৰাই সংকেত দিয়ে ডায়বেটিছে! কি কি উপসৰ্গ দেখিলে সতৰ্ক হ’ব আপুনি?

পূৰ্বৰে পৰাই সংকেত দিয়ে ডায়বেটিছে! কি কি উপসৰ্গ দেখিলে সতৰ্ক হ’ব আপুনি?

3 hours ago
যুদ্ধৰ প্ৰস্তুতি লৈছে ভাৰতীয় ৰে’লেও! ৰে’লত তৈয়াৰ হ’ব অত্যাধুনিক ৱাৰ ৰুম, কি থাকিব সেই ৱাৰ ৰুমত?

যুদ্ধৰ প্ৰস্তুতি লৈছে ভাৰতীয় ৰে’লেও! ৰে’লত তৈয়াৰ হ’ব অত্যাধুনিক ৱাৰ ৰুম, কি থাকিব সেই ৱাৰ ৰুমত?

3 hours ago
ৰাছিয়া-ইউক্ৰেইনৰ যুদ্ধবিৰতিৰ আলোচনা আৰম্ভ! ১১৭৭ দিন যুদ্ধ চলাৰ পাছত প্ৰথমবাৰ যুদ্ধবিৰতিৰ দিশত ৰাছিয়া-ইউক্ৰেইন

ৰাছিয়া-ইউক্ৰেইনৰ যুদ্ধবিৰতিৰ আলোচনা আৰম্ভ! ১১৭৭ দিন যুদ্ধ চলাৰ পাছত প্ৰথমবাৰ যুদ্ধবিৰতিৰ দিশত ৰাছিয়া-ইউক্ৰেইন

6 hours ago
নতুন দিল্লীৰ কাঢ়া পদক্ষেপ, ভাৰতীয় বিমানবন্দৰত কামৰ অনুমোদন বাতিল পাক বন্ধু তুৰস্কৰ সংস্থা ছেলেবি এভিয়েছনৰ

নতুন দিল্লীৰ কাঢ়া পদক্ষেপ, ভাৰতীয় বিমানবন্দৰত কামৰ অনুমোদন বাতিল পাক বন্ধু তুৰস্কৰ সংস্থা ছেলেবি এভিয়েছনৰ

6 hours ago
১৮ বছৰীয়া যুৱকেই টাৰ্গেট! সংগমৰ মাজেৰে সমাজসেৱা কৰিবলৈ আগবাঢ়িছে এইগৰাকী মডেল

১৮ বছৰীয়া যুৱকেই টাৰ্গেট! সংগমৰ মাজেৰে সমাজসেৱা কৰিবলৈ আগবাঢ়িছে এইগৰাকী মডেল

7 hours ago
সূৰ্যৰ ঘৰলৈ আহিব মঙল, জুন মাহৰ আৰম্ভণিৰে পৰাই সাহস আৰু আত্মবিশ্বাস তুংগত উঠিব এই ৫ৰাশিৰ

সূৰ্যৰ ঘৰলৈ আহিব মঙল, জুন মাহৰ আৰম্ভণিৰে পৰাই সাহস আৰু আত্মবিশ্বাস তুংগত উঠিব এই ৫ৰাশিৰ

8 hours ago
ট্ৰাম্পৰ মন্তব্যৰ পাছতেই ভাৰতত বন্ধ হ’ব নেকি আইফোন উৎপাদন? কি কৈছে এপলৰ শীৰ্ষ কৰ্মকৰ্তাই?

ট্ৰাম্পৰ মন্তব্যৰ পাছতেই ভাৰতত বন্ধ হ’ব নেকি আইফোন উৎপাদন? কি কৈছে এপলৰ শীৰ্ষ কৰ্মকৰ্তাই?

9 hours ago
দেশজুৰি চাঞ্চল্য, দাঁতৰ ডাক্তৰে কৰিলে ৫০ শতাংশ ৰেহাইত ‘হেয়াৰ ট্ৰান্সপ্লাণ্ট’, দুগৰাকী নিহত

দেশজুৰি চাঞ্চল্য, দাঁতৰ ডাক্তৰে কৰিলে ৫০ শতাংশ ৰেহাইত ‘হেয়াৰ ট্ৰান্সপ্লাণ্ট’, দুগৰাকী নিহত

9 hours ago
জুনত ৩ ৰাশিৰ লোকৰ ভাগ্যোদয়, জীৱনলৈ আহিব অপাৰ ধন

জুনত ৩ ৰাশিৰ লোকৰ ভাগ্যোদয়, জীৱনলৈ আহিব অপাৰ ধন

10 hours ago
পুনৰ কোভিড-১৯, এছিয়াৰ বহু দেশত বিয়পিল, কেৱল হংকঙতেই ৩১ নিহত

পুনৰ কোভিড-১৯, এছিয়াৰ বহু দেশত বিয়পিল, কেৱল হংকঙতেই ৩১ নিহত

11 hours ago
বৰষুণে বিধি পথালি দিলে কি হ’ব ফাইনেল খেল, কোনে নিব পদক

বৰষুণে বিধি পথালি দিলে কি হ’ব ফাইনেল খেল, কোনে নিব পদক

12 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Saturday, May 17, 2025
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home বিবিধ

পাৰমাণৱিক বোমাৰ ক্ষমতা কিমান? প্ৰতিৰক্ষাৰ বাবে ভাৰতৰ কি কি অস্ত্ৰ আছে? জানিলে অবাক হ’ব

পাৰমাণৱিক বোমাৰ ক্ষমতা কিমান? প্ৰতিৰক্ষাৰ বাবে ভাৰতৰ কি কি অস্ত্ৰ আছে? জানিলে অবাক হ’ব

editor by editor
May 7, 2025
in বিবিধ, বিশ্ব, ভাৰত
0
পাৰমাণৱিক বোমাৰ ক্ষমতা কিমান? প্ৰতিৰক্ষাৰ বাবে ভাৰতৰ কি কি অস্ত্ৰ আছে? জানিলে অবাক হ’ব
0
SHARES
7.6k
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

ঘাত, প্ৰত্যাঘাত৷ পহেলগামৰ প্ৰত্যাক্ৰমণ হিচাপেই অপাৰেছন সেন্দুৰ৷ মাজনিশা ভাৰতীয় সেনাই দিলে মোক্ষম জৱাব৷ ভাঙি গুৰি কৰি দিয়া হৈছে পাকিস্তানৰ একাধিক সন্ত্ৰাসবাদী ঘাঁটি৷ পাকিস্তানক প্ৰত্যাঘাতেৰে হুঁচিয়াৰি দিছে৷ এই পৰিস্থিতিত বিশ্ব নেতাসকলে দুখন পাৰমাণৱিক শক্তিধৰ দেশক শান্তি বজাৰ ৰখাৰ পৰামৰ্শ দিছে৷ বাৰ্তা দিয়া হৈছে সংযত হৈ থকাৰ বাবেও৷

প্ৰশ্ন উঠিছে, পাৰমাণৱিক বোমা বিস্ফোৰণ হ’লে কিমান ছেকেণ্ড সময় লাগে বিস্ফোৰণত? বিস্ফোৰণ হ’লে একেলগে কিমান এলেকা মুহূৰ্ততে ধূলিস্যাৎ হৈ যাব পাৰে৷ পাৰমাণৱিক যুদ্ধ হ’লে দেশৰ নিৰাপত্তাৰ বাবে কি আছে ভাৰতৰ হাতত?

সৰ্বভাৰতীয় সংবাদ সংস্থাই জনোৱা তথ্য অনুসৰি ভাৰতৰ হাতত বিশ্বৰ সকলোতকৈ উন্নত আৰু সক্ষম প্ৰতিৰক্ষা ব্যৱস্থা আছে৷ এছ-৪০০ বিমান প্ৰতিৰক্ষা ব্যৱস্থাৰ ওপৰিও, ভাৰতৰ ওচৰত আৰু কেইবাটাও চিষ্টেম আছে যিয়ে ক্ৰুজ ক্ষেপণাস্ত্ৰ হওক বা বেলিষ্টিক ক্ষেপণাস্ত্ৰ, যিকোনো পাকিস্তানী আক্ৰমণক বাধা দিবলৈ সক্ষম৷ পাকিস্তানে পাৰমাণৱিক বোমা বহন কৰা বেলিষ্টিক ক্ষেপণাস্ত্ৰ উৎক্ষেপণ কৰিলে এয়া ধ্বংস কৰি দিব পাৰে ভাৰতৰ প্ৰতিৰক্ষা ব্যৱস্থাই৷

কি এই বেলিষ্টিক মিছাইল ডিফেন্স চিষ্টেম?

সৰ্বভাৰতীয় সংবাদ সংস্থাৰ তথ্যমতে বেলিষ্টিক মিছাইল ডিফেন্স চিষ্টেম সাধাৰণতে পাৰমাণৱিক আক্ৰমণৰ সময়ত ব্যৱহৃত হয়৷ ই প্ৰতিৰক্ষামূলক ঢাল হিচাপে ব্যৱহৃত হয়৷ পৃথ্বী ডিফেন্স ভেহিকেল যুদ্ধবিমান ড্ৰোণ, ক্ৰুজ আৰু বেলিষ্টিক মিছাইলক ৰখাই দিবলৈ কেইটামান মুহূৰ্তই যথেষ্ট৷ এয়া বতাহত থকা অৱস্থাতেই ৪০,০০০ ফুট উচ্চতাত লক্ষ্যবস্তু চিহ্নিত আৰু ধ্বংস কৰিব পাৰে৷ এয়া উৎক্ষেপণৰ মাত্ৰ ১০ মিনিটৰ ভিতৰতেই কাৰ্যকৰী হৈ উঠে৷ এই ক্ষেপণাস্ত্ৰ ব্যৱহাৰ কৰি ৪০০ কিঃমিঃ দূৰৈত থকা পাকিস্তানী যুদ্ধবিমান, বোমাৰু বিমান, নজৰদাৰি বিমান আৰু ড্ৰোণত ভূপতিত, ধূলিস্যাৎ কৰিব পাৰে৷
চন ১৯৯৬৷ প্ৰায় তিনিদশক পূৰ্বে ভাৰতৰ ক্ষেপণাস্ত্ৰ প্ৰতিৰক্ষা কৰ্মসূচী আৰম্ভ হয়৷ উল্লেখ্য যে ইজৰায়েলে শত্ৰুপক্ষৰ ক্ষেপণাস্ত্ৰত ট্ৰেক কৰিবলৈ সক্ষম এটি ৰাডাৰ চিষ্টেম তৈয়াৰ কৰে৷ যি লং ৰেঞ্জ ট্ৰেকিং ৰেডাৰ বা ছোৰ্ডফিছ নামেৰে পৰিচিত৷ এয়া পাকিস্তান বা চীনৰ পৰা ৩০০ কিঃমিঃ দূৰ পৰ্যন্ত ক্ষেপণাস্ত্ৰ ট্ৰেক কৰিবলৈ সক্ষম এটা ৰেডাৰ চিষ্টেম তৈয়াৰ কৰে, যি লং ৰেঞ্জ ট্ৰেকিং ৰেডাৰ বা ছৰ্ডফিছ নামেৰে পৰিচিত৷
এয়া পাকিস্তান বা চীনৰ পৰা ৩০০ কিঃমিঃ দূৰ পৰ্যন্ত ক্ষেপণাস্ত্ৰ চিনাক্ত কৰিব পাৰে৷ ২০১৭ চনৰ ফেব্ৰুৱাৰীত ভাৰতে পৃথ্বী প্ৰতিৰক্ষা যান পৰীক্ষা কৰে৷ এয়া এটা নতুন ক্ষেপণাস্ত্ৰ ট্ৰেকিং চিষ্টেম যি চিনাক্তকৰণৰ পাছতেই আৰম্ভ কৰা হয়৷ একেলগে উল্লেখ কৰা প্ৰয়োজন যে ভাৰতৰ এটা মোবাইল মিছাইল ডিফেন্স চিষ্টেমো আছে৷

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

যুদ্ধৰ প্ৰস্তুতি লৈছে ভাৰতীয় ৰে’লেও! ৰে’লত তৈয়াৰ হ’ব অত্যাধুনিক ৱাৰ ৰুম, কি থাকিব সেই ৱাৰ ৰুমত?
জীৱনশৈলী

যুদ্ধৰ প্ৰস্তুতি লৈছে ভাৰতীয় ৰে’লেও! ৰে’লত তৈয়াৰ হ’ব অত্যাধুনিক ৱাৰ ৰুম, কি থাকিব সেই ৱাৰ ৰুমত?

May 16, 2025
ৰাছিয়া-ইউক্ৰেইনৰ যুদ্ধবিৰতিৰ আলোচনা আৰম্ভ! ১১৭৭ দিন যুদ্ধ চলাৰ পাছত প্ৰথমবাৰ যুদ্ধবিৰতিৰ দিশত ৰাছিয়া-ইউক্ৰেইন
বিবিধ

ৰাছিয়া-ইউক্ৰেইনৰ যুদ্ধবিৰতিৰ আলোচনা আৰম্ভ! ১১৭৭ দিন যুদ্ধ চলাৰ পাছত প্ৰথমবাৰ যুদ্ধবিৰতিৰ দিশত ৰাছিয়া-ইউক্ৰেইন

May 16, 2025
নতুন দিল্লীৰ কাঢ়া পদক্ষেপ, ভাৰতীয় বিমানবন্দৰত কামৰ অনুমোদন বাতিল পাক বন্ধু তুৰস্কৰ সংস্থা ছেলেবি এভিয়েছনৰ
জীৱনশৈলী

নতুন দিল্লীৰ কাঢ়া পদক্ষেপ, ভাৰতীয় বিমানবন্দৰত কামৰ অনুমোদন বাতিল পাক বন্ধু তুৰস্কৰ সংস্থা ছেলেবি এভিয়েছনৰ

May 16, 2025
ট্ৰাম্পৰ মন্তব্যৰ পাছতেই ভাৰতত বন্ধ হ’ব নেকি আইফোন উৎপাদন? কি কৈছে এপলৰ শীৰ্ষ কৰ্মকৰ্তাই?
জীৱনশৈলী

ট্ৰাম্পৰ মন্তব্যৰ পাছতেই ভাৰতত বন্ধ হ’ব নেকি আইফোন উৎপাদন? কি কৈছে এপলৰ শীৰ্ষ কৰ্মকৰ্তাই?

May 16, 2025
Next Post
নৰেন্দ্ৰ মোদীৰ নেতৃত্বত পাকিস্তানক ভাৰতীয় সেনাই দিয়া যোগ্য প্ৰত্যুত্তৰত মই আনন্দিত, ভাৰতত থকা সকলো ধৰ্মৰ মানুহ একত্ৰিত হৈ থাকিব লাগেঃ  মন্ত্ৰী পীযুষ হাজৰিকা

নৰেন্দ্ৰ মোদীৰ নেতৃত্বত পাকিস্তানক ভাৰতীয় সেনাই দিয়া যোগ্য প্ৰত্যুত্তৰত মই আনন্দিত, ভাৰতত থকা সকলো ধৰ্মৰ মানুহ একত্ৰিত হৈ থাকিব লাগেঃ মন্ত্ৰী পীযুষ হাজৰিকা

দৈনিক ৰাশিফল- মোহিনী একাদশীত হৰ্ষণা যোগ, সপোন পূৰণৰ দিন আজি এই ৰাশিৰ

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.