• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
ইমান কম খৰচত আনলিমিটেড কলিং! দাম বঢ়োৱাৰ পাছতেই এইবাৰ সুখবৰ দিছে জিঅ’ই

ইমান কম খৰচত আনলিমিটেড কলিং! দাম বঢ়োৱাৰ পাছতেই এইবাৰ সুখবৰ দিছে জিঅ’ই

2 years ago
সুখৰ সংসাৰৰ সপোন আধাতে শেষ! পত্নীৰ সন্মুখতে পৰি ৰ’ল স্বামীৰ নিথৰ দেহ

সুখৰ সংসাৰৰ সপোন আধাতে শেষ! পত্নীৰ সন্মুখতে পৰি ৰ’ল স্বামীৰ নিথৰ দেহ

6 minutes ago
২ অক্টোবৰত CJPৰ দেশজোৰা জে’ল ভৰো আন্দোলন, কঁপাব দেশ!

২ অক্টোবৰত CJPৰ দেশজোৰা জে’ল ভৰো আন্দোলন, কঁপাব দেশ!

50 minutes ago
পুৰুষ-মহিলাৰ শৰীৰত আহিব শক্তি, মাত্ৰ ৰাতিপুৱা খালী পেটত খাওক কেঁচা নহৰু!

পুৰুষ-মহিলাৰ শৰীৰত আহিব শক্তি, মাত্ৰ ৰাতিপুৱা খালী পেটত খাওক কেঁচা নহৰু!

3 hours ago
অক্ষয় তৃতীয়াৰ পূৰ্বেই নামিছে ক’লা ছায়া! শনিৰ ৰাশি পৰিবৰ্তনত বিপদত পৰিব এই ৪ৰাশিৰ জাতক জাতিকা

আজি ৩ ৰাশিৰ উজলিব ভাগ্য! ধন-কেৰিয়াৰত আহিব পাৰে ভাল সুযোগ

3 hours ago
৩ ৰাশিৰ বাবে অত্যন্ত শুভ আগন্তুক ৫ দিন, ধনেৰে উভৈনদী হ’ব ঘৰ!

কেনে যাব আজি আপোনাৰ দিনটো? ভাগ্যৰ সকলো কথা জানক ৰাশিফলত

4 hours ago
জানক কেনে যাব আপোনাৰ ২৯ ছেপ্টেম্বৰৰ দিনটো

জানক কেনে যাব আপোনাৰ ২৯ ছেপ্টেম্বৰৰ দিনটো

12 hours ago
১ অক্টোবৰৰ পৰা দেশত সলনি হ’ব এই ১০ টা নিয়ম

১ অক্টোবৰৰ পৰা দেশত সলনি হ’ব এই ১০ টা নিয়ম

12 hours ago
ODI ক্ৰিকেটৰ ইতিহাসত প্ৰথমবাৰৰ বাবে হ’ল এই ৰেকৰ্ড

ODI ক্ৰিকেটৰ ইতিহাসত প্ৰথমবাৰৰ বাবে হ’ল এই ৰেকৰ্ড

13 hours ago
মহাকাশৰ পৰা আহিছে মহাবিনাশৰ ভয়ংকৰ সংকেত!

মহাকাশৰ পৰা আহিছে মহাবিনাশৰ ভয়ংকৰ সংকেত!

13 hours ago
এই ৪ ৰাশিৰ হাতলৈ আহিব প্ৰচুৰ পৰিমাণে ধন!

এই ৪ ৰাশিৰ হাতলৈ আহিব প্ৰচুৰ পৰিমাণে ধন!

15 hours ago
টীম ইণ্ডিয়াৰ এইগৰাকী ক্ৰিকেটাৰৰ চুৰি হ’ল ৩খনকৈ বেট

টীম ইণ্ডিয়াৰ এইগৰাকী ক্ৰিকেটাৰৰ চুৰি হ’ল ৩খনকৈ বেট

15 hours ago
কেনেকৈ হ*ত্যা কৰা হৈছিল নিমিষাক?

কেনেকৈ হ*ত্যা কৰা হৈছিল নিমিষাক?

16 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Tuesday, September 29, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home জীৱনশৈলী

ইমান কম খৰচত আনলিমিটেড কলিং! দাম বঢ়োৱাৰ পাছতেই এইবাৰ সুখবৰ দিছে জিঅ’ই

ইমান কম খৰচত আনলিমিটেড কলিং! দাম বঢ়োৱাৰ পাছতেই এইবাৰ সুখবৰ দিছে জিঅ’ই

editor by editor
September 10, 2024
in জীৱনশৈলী, বিবিধ, ভাৰত
0
ইমান কম খৰচত আনলিমিটেড কলিং! দাম বঢ়োৱাৰ পাছতেই এইবাৰ সুখবৰ দিছে জিঅ’ই
0
SHARES
377
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

ভাৰতত প্ৰায় ৪৯ কোটি মানুহে তেওঁলোকৰ ফোনত ৰিলায়েন্স জিঅ’ চিম কাৰ্ড ব্যৱহাৰ ব্যৱহাৰ কৰে৷ ইয়াৰ মাজতেই স্মাৰ্টফোন ব্যৱহাৰকাৰীৰ ওপৰিও জিঅ’ ফোন ব্যৱহাৰকাৰী আৰু জিঅ’ ফোন প্ৰাইম ব্যৱহাৰকাৰীও আছে৷ সম্প্ৰতি সেই জিঅ’ ৰিচাৰ্জ প্লেনৰ দাম বঢ়াই দিছিল৷ কিন্তু এতিয়া তেওঁলোকে নিজেই ৰিচাৰ্জৰ দাম কমাবলৈ বাধ্যও হৈছে৷ আপুনি যদি এমাহৰ বাবে কম খৰচত ফ্ৰি কলিং, দীৰ্ঘদিনৰ ম্যাদ আৰু ডাটা চায় তেন্তে আপোনাৰ বাবে সুখবৰ আছে৷

Jio ২২৩ টকাৰ ৰিচাৰ্জ প্লেন

এই প্লেনৰ বৈধতা ২৮ দিন আৰু এই সময়ৰ মাজত যি কোনো নেটৱৰ্কত আনলিমিটেড ফ্ৰি কলিঙৰ সুবিধা লাভ কৰিব৷ ইয়াৰোপৰি ব্যৱহাৰকাৰীয়ে প্ৰতিদিনে ১০০ টা SMS কৰিব পাৰিব৷ গ্ৰাহকে ২৮ দিনত ৫৬ জিবি ডাটা উপভোগ কৰিব পাৰিব৷ প্ৰতিদিনে পাব ২জিবিকৈ ডাটা৷ এই প্লেনটো এনে ব্যৱহাৰকাৰীৰ বাবে আদৰ্শ যিয়ে কম খৰচত প্ৰচুৰ ডাটা বিচাৰে৷

ব্যৱহাৰকাৰীয়ে জিঅ’ চিনেমা ব্যৱহাৰ কৰিব পাৰিব৷ OTT ষ্ট্ৰিমিঙৰ খৰচ বচাব পাৰিব আৰু Jio TV আৰু Jio ক্লাউডৰ বিনামূলীয়া সদস্যপদো পাব৷ ২২৩ টকাৰ এই প্লেন কেৱলমাত্ৰ Jio Phone Prima ব্যৱহাৰকাৰীৰ বাবে উপলব্ধ৷ অৰ্থাৎ স্মাৰ্টফোন ব্যৱহাৰকাৰীয়ে এই প্লেন ল’ব নোৱাৰিব৷

ইয়াৰোপৰি ৰিলায়েন্স জিঅ’ৰ ৪বছৰ পূৰ্ণ হোৱাৰ কিছু বিশেষ ৰিচাৰ্জ প্লেন তৈয়াৰ কৰিছে৷ এই অফাৰটো কেৱলমাত্ৰ কেইবাদিনৰ বাবে কিছু নিৰ্বাচিত প্লেন পোৱা যাব৷

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

সুখৰ সংসাৰৰ সপোন আধাতে শেষ! পত্নীৰ সন্মুখতে পৰি ৰ’ল স্বামীৰ নিথৰ দেহ
অসম

সুখৰ সংসাৰৰ সপোন আধাতে শেষ! পত্নীৰ সন্মুখতে পৰি ৰ’ল স্বামীৰ নিথৰ দেহ

September 29, 2026
২ অক্টোবৰত CJPৰ দেশজোৰা জে’ল ভৰো আন্দোলন, কঁপাব দেশ!
ভাৰত

২ অক্টোবৰত CJPৰ দেশজোৰা জে’ল ভৰো আন্দোলন, কঁপাব দেশ!

September 29, 2026
পুৰুষ-মহিলাৰ শৰীৰত আহিব শক্তি, মাত্ৰ ৰাতিপুৱা খালী পেটত খাওক কেঁচা নহৰু!
জীৱনশৈলী

পুৰুষ-মহিলাৰ শৰীৰত আহিব শক্তি, মাত্ৰ ৰাতিপুৱা খালী পেটত খাওক কেঁচা নহৰু!

September 29, 2026
অক্ষয় তৃতীয়াৰ পূৰ্বেই নামিছে ক’লা ছায়া! শনিৰ ৰাশি পৰিবৰ্তনত বিপদত পৰিব এই ৪ৰাশিৰ জাতক জাতিকা
জীৱনশৈলী

আজি ৩ ৰাশিৰ উজলিব ভাগ্য! ধন-কেৰিয়াৰত আহিব পাৰে ভাল সুযোগ

September 29, 2026
Next Post
এই ভিটামিনৰ অভাৱ হ’লেই হ’ব পাৰে বন্ধ্যাত্বও

এই ভিটামিনৰ অভাৱ হ’লেই হ’ব পাৰে বন্ধ্যাত্বও

অশান্ত মণিপুৰত আকৌ বন্ধ কৰা হ’ল ইণ্টাৰনেট পৰিসেৱা, ৩ জিলাত জাৰি কাৰ্ফিউ

অশান্ত মণিপুৰত আকৌ বন্ধ কৰা হ’ল ইণ্টাৰনেট পৰিসেৱা, ৩ জিলাত জাৰি কাৰ্ফিউ

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.