• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
অক্টোবৰৰ আধা মাহেই বেংক বন্ধ! অসমত মুঠ কেইদিন বন্ধ থাকিব বেংক?

অক্টোবৰৰ আধা মাহেই বেংক বন্ধ! অসমত মুঠ কেইদিন বন্ধ থাকিব বেংক?

2 years ago
‘হেৰ বাঁহী, তোক বৰ ভালপাওঁ দেহী’, হাৰ্টথ্ৰ’বৰ হৃদয়ত কেৱল তেঁৱেই বজাই সুহুৰি…

জুবিন গাৰ্গৰ ন্যায় আৰু হাজাৰটা প্ৰশ্ন! প্ৰকৃততে ১৯ ছেপ্টেম্বৰত কি হৈছিল জুবিনৰ সৈতে?

27 minutes ago
গাঁঠিৰ বিষ বা মেদবহুলতা এয়া ইউৰিক এচিডৰ লক্ষণ নেকি?

গাঁঠিৰ বিষ বা মেদবহুলতা এয়া ইউৰিক এচিডৰ লক্ষণ নেকি?

48 minutes ago
iPhone প্ৰেমীৰ বাঢ়িছে চিন্তা! iPhone Duo কিনিব নে চাৰিচকীয়া বাহন?

iPhone প্ৰেমীৰ বাঢ়িছে চিন্তা! iPhone Duo কিনিব নে চাৰিচকীয়া বাহন?

2 hours ago
পিতৃৰ হাতত প্ৰাণ গ’ল পুত্ৰৰ, ৰাজ্যত সংঘটিত হৈছে ভয়ংকৰ কাণ্ড

পিতৃৰ হাতত প্ৰাণ গ’ল পুত্ৰৰ, ৰাজ্যত সংঘটিত হৈছে ভয়ংকৰ কাণ্ড

2 hours ago
আজি কেনে যাব আপোনাৰ দিনটো? এইকোইটা ৰাশিয়ে পাব ভাল খবৰ

বিপদে লগ দিব ৪ ৰাশিক! কাইলৈ কেনে যাব আপোনাৰ দিনটো?

3 hours ago
BRICS ৰ মঞ্চত G7ক উপহাস পুটিনৰ, ক’লে তেওঁলোক আমাতকৈ কম!

BRICS ৰ মঞ্চত G7ক উপহাস পুটিনৰ, ক’লে তেওঁলোক আমাতকৈ কম!

4 hours ago
বেংকিং খণ্ডত বৃহৎ পৰিৱৰ্তন, শীঘ্ৰে সলনি হ’ব বহু বেংকৰ CEO

বেংকিং খণ্ডত বৃহৎ পৰিৱৰ্তন, শীঘ্ৰে সলনি হ’ব বহু বেংকৰ CEO

5 hours ago
প্ৰধান শিক্ষকৰ নিৰ্মম প্ৰহাৰত ধুবুৰীৰ কুকিলাডাংগা হাইস্কুলৰ ২০ শিক্ষাৰ্থী চিকিৎসাধীন

প্ৰধান শিক্ষকৰ নিৰ্মম প্ৰহাৰত ধুবুৰীৰ কুকিলাডাংগা হাইস্কুলৰ ২০ শিক্ষাৰ্থী চিকিৎসাধীন

8 hours ago
ভয়ংকৰ তথ্য! একাংশ বহিৰাগতাই এনেকৈ কাঢ়িছে নেকি খিলঞ্জীয়াৰ ভূমি?

ভয়ংকৰ তথ্য! একাংশ বহিৰাগতাই এনেকৈ কাঢ়িছে নেকি খিলঞ্জীয়াৰ ভূমি?

8 hours ago
গণেশ চতুৰ্থীত ভগৱান গণেশক আগবঢ়াওক এই ৭ বিধ সামগ্ৰী

গণেশ চতুৰ্থীত ভগৱান গণেশক আগবঢ়াওক এই ৭ বিধ সামগ্ৰী

8 hours ago
গু*লী প্ৰতিৰোধী, বেলেষ্টিকৰ পৰা সুৰক্ষাকে ধৰি কি কি সুবিধা আছে পুটিনৰ বাহনত?

গু*লী প্ৰতিৰোধী, বেলেষ্টিকৰ পৰা সুৰক্ষাকে ধৰি কি কি সুবিধা আছে পুটিনৰ বাহনত?

9 hours ago
ৰাজ্যত বিগত ১০ বছৰত ৩৭ হাজাৰৰো অধিক দুৰ্ঘটনা

ৰাজ্যত বিগত ১০ বছৰত ৩৭ হাজাৰৰো অধিক দুৰ্ঘটনা

10 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Friday, September 11, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home জীৱনশৈলী

অক্টোবৰৰ আধা মাহেই বেংক বন্ধ! অসমত মুঠ কেইদিন বন্ধ থাকিব বেংক?

অক্টোবৰৰ আধা মাহেই বেংক বন্ধ! অসমত মুঠ কেইদিন বন্ধ থাকিব বেংক?

editor by editor
September 30, 2024
in জীৱনশৈলী, বাণিজ্য, বিবিধ, ভাৰত, লেখা
0
অক্টোবৰৰ আধা মাহেই বেংক বন্ধ! অসমত মুঠ কেইদিন বন্ধ থাকিব বেংক?
0
SHARES
612
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

উৎসৱৰ বতৰ ইতিমধ্যেই আৰম্ভ হৈছে৷ এদিনৰ পাছতেই মহালয়া৷ মানে দেৱীপক্ষৰ আৰম্ভণি হ’ব ২ অক্টোবৰৰ পৰা৷ অক্টোবৰতেই দুৰ্গাপূজা, লক্ষ্মীপুজা আৰু কালী পুজা পৰিছে৷ অক্টোবৰ মাহত মুঠতে উৎসৱৰ ওপৰিও আছে আন এক খবৰ৷ এইমাহত কেইবাদিনলৈকে বন্ধ থাকিব বেংক৷

২ অক্টোবৰত মহালয়াৰ লগতে গান্ধী জয়ন্তী৷ সেয়ে এই দিনটোতো বন্ধ থাকিব বেংক৷ শনি আৰু দেওবাৰে পুজাৰ বন্ধৰ সৈতে মিলি কেইবাদিনলৈ বন্ধ থাকিব বেংক৷ ৰিজাৰ্ভ বেংক অৱ ইণ্ডিয়াৰ ছুটিৰ তালিকাত উল্লেখ থকামতে অক্টোবৰ মাহত সমগ্ৰ দেশত মুঠ ১৫ দিন বন্ধ থাকিব বেংক৷ আনকি উৎসৱৰ বাবে জাতীয় ছুটিও কেইবাটাও আছে এই মাহত৷ ইয়াৰোপৰি দ্বিতীয় শনিবাৰ আৰু চতুৰ্থ শনিবাৰ, দেওবাৰৰ ছুটিসমূহো তালিকাত আছে৷ ঠাই বিশেষে এই ছুটি বেলেগ বেলেগ হ’ব৷

পশ্চিমবংগৰ আটাইতকৈ ডাঙৰ উৎসৱ হৈছে দূৰ্গাপূজা সেয়ে ১০ অক্টোবৰত বন্ধ থাকিব বেংক৷ কেৱল পশ্চিমবংগই নহয়, অসম, ত্ৰিপুৰা, নাগালেণ্ডতো এই দিনটোত বন্ধ থাকিব বেংকৰ শাখা৷ ১১ অক্টোবৰত শুক্ৰবাৰ, তিথি অনুসৰি এই দিনটো পৰিছে অষ্টমী আৰু নৱমী৷ সেই দিনটোত পশ্চিমবংগ, বাংগালুৰু, ভুৱনেশ্বৰ, চেন্নাই, ৰাঁচি আৰু গেংটকত বন্ধ থাকিব বেংক৷

১২ অক্টোবৰত দশমী এই দিনটো মাহৰ দ্বিতীয় শনিবাৰ কাৰণে সাধাৰণভাৱেই বন্ধ থাকিব বেংক৷ এইবাৰ ১৬ অক্টোবৰত কোজাগৰী লক্ষ্মী পূজা৷ এই দিনটোত কলকাতা আৰু আগৰতলা সকলোতে বেংক বন্ধ থাকিব৷ আকৌ মাহৰ শেষত ৩১ অক্টোবৰ কালীপুজাত বন্ধ থাকিব বেংক৷ ইয়াৰোপৰি ৩ অক্টোবৰ নৱৰাত্ৰি উপলক্ষ্যে ছুটি জয়পুৰত৷ ১৭ অক্টোবৰত বাল্মীকি জয়ন্তী উপলক্ষে বন্ধ থাকিব বাংগালুৰু, অসম আৰু ছিমলাৰ বেংক৷

মুঠ কেইদিন বন্ধ থাকিব বেংক?

১অক্টোবৰ- জম্মু আৰু কাশ্মীৰ বেংক বন্ধ৷

২ অক্টোবৰ- গান্ধী জয়ন্তী আৰু মহালয়া৷

৩ অক্টোবৰ- নৱৰাত্ৰিৰ আৰম্ভণি(ৰাজস্থানত বেংক বন্ধ)

৬ অক্টোবৰ- দেওবাৰ৷

১০ অক্টোবৰ- সপ্তমী

১১ অক্টোবৰ- অষ্টমী আৰু নৱমী

১২ অক্টোবৰ-বিজয়া দশমী আৰু মাহৰ দ্বিতীয় শনিবাৰ৷

১৩ অক্টোবৰ-দেওবাৰ৷

১৬ অক্টোবৰ- লক্ষ্মী পুজা

১৭ অক্টোবৰ- মহৰ্ষী বাল্মীকী জয়ন্তী(কৰ্ণাটক, অসম, হিমাচলত বেংক বন্ধ)

২০অক্টোবৰ- দেওবাৰ

২৬ অক্টোবৰ- চতুৰ্থ শনিবাৰ৷

২৭ অক্টোবৰ- দেওবাৰ৷

৩১ অক্টোবৰ- দেৱালী আৰু কালীপুজা৷

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

‘হেৰ বাঁহী, তোক বৰ ভালপাওঁ দেহী’, হাৰ্টথ্ৰ’বৰ হৃদয়ত কেৱল তেঁৱেই বজাই সুহুৰি…
অসম

জুবিন গাৰ্গৰ ন্যায় আৰু হাজাৰটা প্ৰশ্ন! প্ৰকৃততে ১৯ ছেপ্টেম্বৰত কি হৈছিল জুবিনৰ সৈতে?

September 11, 2026
গাঁঠিৰ বিষ বা মেদবহুলতা এয়া ইউৰিক এচিডৰ লক্ষণ নেকি?
জীৱনশৈলী

গাঁঠিৰ বিষ বা মেদবহুলতা এয়া ইউৰিক এচিডৰ লক্ষণ নেকি?

September 11, 2026
iPhone প্ৰেমীৰ বাঢ়িছে চিন্তা! iPhone Duo কিনিব নে চাৰিচকীয়া বাহন?
বাণিজ্য

iPhone প্ৰেমীৰ বাঢ়িছে চিন্তা! iPhone Duo কিনিব নে চাৰিচকীয়া বাহন?

September 11, 2026
পিতৃৰ হাতত প্ৰাণ গ’ল পুত্ৰৰ, ৰাজ্যত সংঘটিত হৈছে ভয়ংকৰ কাণ্ড
অসম

পিতৃৰ হাতত প্ৰাণ গ’ল পুত্ৰৰ, ৰাজ্যত সংঘটিত হৈছে ভয়ংকৰ কাণ্ড

September 11, 2026
Next Post
৫০ বছৰীয়া কেৰিয়াৰ, দাদা চাহেব ফাল্কে বঁটা বিজয়ী ডিস্কো ডান্সাৰৰ জীৱনৰ অজানা কথা

৫০ বছৰীয়া কেৰিয়াৰ, দাদা চাহেব ফাল্কে বঁটা বিজয়ী ডিস্কো ডান্সাৰৰ জীৱনৰ অজানা কথা

টকাৰ নোটত গান্ধীজী নহয় অনুপম খেৰহে! ডেৰ কোটিৰ জাল নোট বাজেয়াপ্ত কৰিলে আৰক্ষীয়ে, কি কৈছে অনুপম খেৰে?

টকাৰ নোটত গান্ধীজী নহয় অনুপম খেৰহে! ডেৰ কোটিৰ জাল নোট বাজেয়াপ্ত কৰিলে আৰক্ষীয়ে, কি কৈছে অনুপম খেৰে?

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.