• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
আয়ৰণ ডোম, লেজাৰ বিম অতীত! ইজৰাইলৰ হাতত এইবাৰ ভয়ংকৰ ড্ৰোণ, কি কি কৰিব পাৰে হাৰ্মিছ ৯০০ য়ে?

আয়ৰণ ডোম, লেজাৰ বিম অতীত! ইজৰাইলৰ হাতত এইবাৰ ভয়ংকৰ ড্ৰোণ, কি কি কৰিব পাৰে হাৰ্মিছ ৯০০ য়ে?

3 years ago
Easy Removal of Dark Circle: দীৰ্ঘদিন ধৰি চকুৰ তলত ক’লা দাগ? ঘৰুৱা পদ্ধতিৰে আজিয়েই কৰক সমাধান

Easy Removal of Dark Circle: দীৰ্ঘদিন ধৰি চকুৰ তলত ক’লা দাগ? ঘৰুৱা পদ্ধতিৰে আজিয়েই কৰক সমাধান

50 minutes ago
ভুলতো এইবোৰ খাদ্যৰে আৰম্ভণি নকৰিব দিনটো, ৰোগত পৰিব আপুনি!

ভুলতো এইবোৰ খাদ্যৰে আৰম্ভণি নকৰিব দিনটো, ৰোগত পৰিব আপুনি!

2 hours ago
আজি কপাল ফুলিব ৩ ৰাশিৰ, কাৰ কাৰ জীৱনত আহিব বিপদ?

আজি কপাল ফুলিব ৩ ৰাশিৰ, কাৰ কাৰ জীৱনত আহিব বিপদ?

2 hours ago
Paternity leave লোৱাৰ বাবে প্ৰতিষ্ঠানে কৰিছিল বৰ্খাস্ত, আদালতৰ দ্বাৰস্থ হৈ লাভ কৰিলে ১৮.৫ কোটি টকা

Paternity leave লোৱাৰ বাবে প্ৰতিষ্ঠানে কৰিছিল বৰ্খাস্ত, আদালতৰ দ্বাৰস্থ হৈ লাভ কৰিলে ১৮.৫ কোটি টকা

10 hours ago
অ*শ্লীল দৃশ্য সম্প্ৰচাৰ কৰা ৫০টা OTT প্লেটফৰ্ম BAND

অ*শ্লীল দৃশ্য সম্প্ৰচাৰ কৰা ৫০টা OTT প্লেটফৰ্ম BAND

11 hours ago
মৃ*ত্যুৰ পিছতো আছে নেকি জীৱন? মৃ*ত্যুৰ পিছৰ আত্মাৰ সত্যতা কিমান?

মৃ*ত্যুৰ পিছতো আছে নেকি জীৱন? মৃ*ত্যুৰ পিছৰ আত্মাৰ সত্যতা কিমান?

11 hours ago
অসন্তুষ্ট BCCI! অজিত আগাৰকাৰৰ স্থানত দিয়া হ’ব নেকি ভিভিএছ লক্ষ্মণক দায়িত্ব?

অসন্তুষ্ট BCCI! অজিত আগাৰকাৰৰ স্থানত দিয়া হ’ব নেকি ভিভিএছ লক্ষ্মণক দায়িত্ব?

12 hours ago
জেঠীৰ উৎপাতত অতিষ্ঠ হৈছে নেকি?

জেঠীৰ উৎপাতত অতিষ্ঠ হৈছে নেকি?

12 hours ago
মই বিৱাহিত পুৰুষৰ সৈতে সম্পৰ্কত আছিলো’ এই স্বীকাৰোক্তিৰ পিছতে চৰ্চাত অভিনেত্ৰী কাজল

মই বিৱাহিত পুৰুষৰ সৈতে সম্পৰ্কত আছিলো’ এই স্বীকাৰোক্তিৰ পিছতে চৰ্চাত অভিনেত্ৰী কাজল

13 hours ago
এই দিনটোত দিনতেই নামি আহিব অমাৱস্যাৰ দৰে ঘোৰ এন্ধাৰ, কিন্তু কিয়

এই দিনটোত দিনতেই নামি আহিব অমাৱস্যাৰ দৰে ঘোৰ এন্ধাৰ, কিন্তু কিয়

14 hours ago
ভয়ংকৰ! CJPৰ প্ৰতিবাদৰ সময়ত যন্তৰ-মন্তৰত পাকিস্তানে কৰিছিল বৃহৎ আক্ৰমণৰ ষড়যন্ত্ৰ

ভয়ংকৰ! CJPৰ প্ৰতিবাদৰ সময়ত যন্তৰ-মন্তৰত পাকিস্তানে কৰিছিল বৃহৎ আক্ৰমণৰ ষড়যন্ত্ৰ

14 hours ago
সংহাৰৰ পিছত ধ্বংসস্তুপৰ পৰা ওলাল ১১২টাকৈ মৃ*তদেহ

সংহাৰৰ পিছত ধ্বংসস্তুপৰ পৰা ওলাল ১১২টাকৈ মৃ*তদেহ

16 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Thursday, August 6, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home জীৱনশৈলী

আয়ৰণ ডোম, লেজাৰ বিম অতীত! ইজৰাইলৰ হাতত এইবাৰ ভয়ংকৰ ড্ৰোণ, কি কি কৰিব পাৰে হাৰ্মিছ ৯০০ য়ে?

editor by editor
December 27, 2023
in জীৱনশৈলী, বিবিধ, বিশ্ব, লেখা
0
আয়ৰণ ডোম, লেজাৰ বিম অতীত! ইজৰাইলৰ হাতত এইবাৰ ভয়ংকৰ ড্ৰোণ, কি কি কৰিব পাৰে হাৰ্মিছ ৯০০ য়ে?
0
SHARES
7.1k
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

অসম লাইভ২৪ঃ যুদ্ধত এতিয়া বহুলভাৱে ব্যৱহৃত হৈছে বিভিন্ন ধৰণৰ ঘাতক ড্ৰোণ। কোনে কিমান শক্তিশালী ড্ৰোণ তৈয়াৰ কৰিব পাৰে তাৰেই নিৰন্তৰ প্ৰতিযোগিতা চলিছে। বোমা বহন কৰা, নিখুতভাৱে লক্ষ্যভেদ কৰা, শত্ৰুপক্ষক নজৰদাৰী কৰা আদি নানান ড্ৰোণ তৈয়াৰ কৰাৰ প্ৰতিযোগিতা চলিছে বিশ্বত। সম্প্ৰতি ইজৰাইলেও এটা বিশেষ ড্ৰোণ তৈয়াৰ কৰিছে। বহুতেই এই ড্ৰোণক সামৰিক ক্ষেত্ৰত গেম চেঞ্জাৰ হৈ ধৰা দিব বুলিও ধাৰণা কৰিছে। ইজৰাইল ডিফেন্স ফৰ্ছৰ হাতত নতুন যি ঘাতক ড্ৰোণ আহিছে সেই ড্ৰোণৰ নাম হৈছে হাৰ্মিছ-৯০০। যদিও আইডিএফৰ এই ড্ৰোণৰ বৈশিষ্ট সম্পৰ্কে বিশেষ কোনো তথ্য প্ৰকাশ কৰিবলৈ ইচ্ছুক নহয় ইজৰাইল। ডিফেন্স প্ৰটিওৰমেণ্ট ইণ্টাৰনেশ্ব্যনেল আৰু দ্যা ছানৰ প্ৰতিবেদনত এই ড্ৰোণৰ ঘাতক বৈশিষ্ট্য সম্পৰ্কে আলোচনা কৰা হৈছে।

এই প্ৰতিবেদন অনুসৰি, এই ড্ৰোণৰ সকলোতকৈ আকৰ্ষণীয় বৈশিষ্ট্য হ’ল যে, ব্যক্তি বা যি বস্তুকেই লক্ষ্য কৰি লয় সেই ব্যক্তি বা বস্তুকেই ধ্বংস কৰিব পাৰে। ইয়াৰোপৰি এই ড্ৰোণৰ আশে পাশে থকা কাৰো গাত আঁচোৰ নলগাকৈয়ে এই কাম কৰিব পাৰে। আয়ৰণ ডোম, লেজাৰ বিমৰ দৰে অস্ত্ৰসমূহ যদি ইজৰাইলৰ অস্ত্ৰভাণ্ডাৰৰ শক্তি হয় তেন্তে হাৰ্মিছ ৯০০ ড্ৰোণ হ’ব ইজৰাইলৰ সামৰিক শক্তিৰ স্তম্ভ। ইজৰাইলৰ আকাশসীমাত শত্ৰুপক্ষক নজৰ দি আছে আয়ৰণ ডোম, লেজাৰ বিমে। ইয়াৰমাজতে আকাশসীমাক আৰু নিশ্চিদ্ৰ কৰিবলৈ হাৰ্মিছ ৯০০ ড্ৰোণত কামত লগাব বিচাৰিছে ইজৰাইলে।

কেইবাটাও প্ৰতিবেদনত এই নতুন ড্ৰোণক হাৰ্মিছ ৪০০ ৰ উন্নত সংস্কৰণ বুলি দাবী কৰা হ’লেও পুৰণা আৰু নতুন হাৰ্মিছ ড্ৰোণৰ মাজত আছে আকাশ পাতাল পাৰ্থক্য। হাৰ্মিছক হিব্ৰুত কোশেব অৰ্থাৎ নক্ষত্ৰ বুলি কোৱা হয়। এই ড্ৰোণে কেইবাধৰণৰো গাইডেড বোমা বহণ কৰিব পাৰে। এনিশাতেই ৩০ঘণ্টা উৰিব পাৰে হাৰ্মিছ ৯০০ ড্ৰোণ। ৫০০ কিঃগ্ৰাঃ ওজন বহন কৰিবলৈ সক্ষম ইজৰাইলৰ এই গেম চেঞ্জাৰ ড্ৰোণ। এই ড্ৰোণত আছে হাই ডেফিনেশ্ব্যন অপটিকেল ছেন্সৰ, স্পেছিয়েল এৰিয়েল ছাৰ্ভিলেন্স চিষ্টেম আৰু পিন পয়েণ্ট লেজাৰ টাৰ্গেট মাৰ্কাছ। এই ড্ৰোণে ৩০ হাজাৰ ফুট ওপৰত উৰিব পাৰে। ইজৰাইল ডিফেন্স ফৰ্ছ আৰু সেই দেশৰ নৌবাহিনীক লক্ষ্যবস্তুৰ অৱস্থান চিনাক্ত কৰি কৈ দিব পাৰে এই ড্ৰোণে। যদি ইজৰাইল বাহিনীৰ পক্ষে সেই লক্ষ্যবস্তুত আঘাত কৰা কষ্টকৰ হয় তেন্তে হাৰ্মিছ ৯০০ ড্ৰোণেই সেই লক্ষ্যবস্তুক আক্ৰমণ কৰে। এই ড্ৰোণত লগোৱা কেমেৰাই ৰিয়েল টাইম কভাৰ কৰে। ডিফেন্স প্ৰকিউৰমেণ্ট ইণ্টাৰনেশ্ব্যনেল আৰু দ্যা ছানৰ প্ৰতিবেদনমতে বিগত ২০ ডিচেম্বৰত গাজাত প্ৰথম এই ড্ৰোণ ব্যৱহাৰ কৰিছে ইজৰাইলে। কন্ট্ৰল ৰুমত থকা পাইলটৰ দাবী যে এই সময়ত ড্ৰোণত থকা লেজাৰ বোমাৰ ব্যৱহাৰ কৰা হৈছে।

বিগত ৭টা সপ্তাহত এই ড্ৰোণেৰে ইজৰাইলে ২০০০ পেলেষ্টাইনীক আক্ৰমণ কৰিছে। আটাইকেইগৰাকীৰ মৃত্যুও হৈছে। আহত হৈছে ১০০০০ গৰাকী ব্যক্তি। বেছ কেইবাখনো প্ৰতিবেদনে দাবী কৰামতে গাজাত হামাছৰ সুৰংগত বৰ্তমান হাৰ্মিছ ৯০০ ড্ৰোণ ব্যৱহাৰ কৰা হৈছে। হামাছক শেষ কৰাৰ বাবে এই ড্ৰোণ অতি শক্তিশালী বুলি জনাইছে একাংশ সামৰিক বিশেষজ্ঞই।

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: asom live 24assam live 24Best Assamese News Channelbest news channel in assamBest news channel of assamBest News Portal in AssamBest News Portal of Assam
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

Easy Removal of Dark Circle: দীৰ্ঘদিন ধৰি চকুৰ তলত ক’লা দাগ? ঘৰুৱা পদ্ধতিৰে আজিয়েই কৰক সমাধান
জীৱনশৈলী

Easy Removal of Dark Circle: দীৰ্ঘদিন ধৰি চকুৰ তলত ক’লা দাগ? ঘৰুৱা পদ্ধতিৰে আজিয়েই কৰক সমাধান

August 6, 2026
ভুলতো এইবোৰ খাদ্যৰে আৰম্ভণি নকৰিব দিনটো, ৰোগত পৰিব আপুনি!
জীৱনশৈলী

ভুলতো এইবোৰ খাদ্যৰে আৰম্ভণি নকৰিব দিনটো, ৰোগত পৰিব আপুনি!

August 6, 2026
আজি কপাল ফুলিব ৩ ৰাশিৰ, কাৰ কাৰ জীৱনত আহিব বিপদ?
জীৱনশৈলী

আজি কপাল ফুলিব ৩ ৰাশিৰ, কাৰ কাৰ জীৱনত আহিব বিপদ?

August 6, 2026
Paternity leave লোৱাৰ বাবে প্ৰতিষ্ঠানে কৰিছিল বৰ্খাস্ত, আদালতৰ দ্বাৰস্থ হৈ লাভ কৰিলে ১৮.৫ কোটি টকা
নিয়োগ

Paternity leave লোৱাৰ বাবে প্ৰতিষ্ঠানে কৰিছিল বৰ্খাস্ত, আদালতৰ দ্বাৰস্থ হৈ লাভ কৰিলে ১৮.৫ কোটি টকা

August 5, 2026
Next Post
ভগৱান শিৱক ক্ৰোধিত কৰে এই ৫ বিধ বস্তুৱে! শিৱলিংগত এই ৫ বস্তু কাহানিও অৰ্পণ নকৰিব

ভগৱান শিৱক ক্ৰোধিত কৰে এই ৫ বিধ বস্তুৱে! শিৱলিংগত এই ৫ বস্তু কাহানিও অৰ্পণ নকৰিব

ন্যায় যাত্ৰাৰে বিহুৰ বতৰত উত্তৰপূবলৈ আহি আছে ৰাহুল! ভাৰত ন্যায় যাত্ৰাৰে এইবাৰ মণিপুৰৰ পৰা মুম্বাইলৈ ৰাহুলে কৰিব যাত্ৰা

ন্যায় যাত্ৰাৰে বিহুৰ বতৰত উত্তৰপূবলৈ আহি আছে ৰাহুল! ভাৰত ন্যায় যাত্ৰাৰে এইবাৰ মণিপুৰৰ পৰা মুম্বাইলৈ ৰাহুলে কৰিব যাত্ৰা

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.