• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
ন্যায় যাত্ৰাৰে বিহুৰ বতৰত উত্তৰপূবলৈ আহি আছে ৰাহুল! ভাৰত ন্যায় যাত্ৰাৰে এইবাৰ মণিপুৰৰ পৰা মুম্বাইলৈ ৰাহুলে কৰিব যাত্ৰা

ন্যায় যাত্ৰাৰে বিহুৰ বতৰত উত্তৰপূবলৈ আহি আছে ৰাহুল! ভাৰত ন্যায় যাত্ৰাৰে এইবাৰ মণিপুৰৰ পৰা মুম্বাইলৈ ৰাহুলে কৰিব যাত্ৰা

3 years ago
‘মই নিজেই এখন নাটক হৈ পৰিছো!’, আদালতত আৱেগিক ৰাজপাল যাদৱ

‘মই নিজেই এখন নাটক হৈ পৰিছো!’, আদালতত আৱেগিক ৰাজপাল যাদৱ

2 hours ago
‘মই এনেকৈয়ে থাকিম..’ কেবিনেট মন্ত্ৰীৰ মৰ্যাদা পালে মিথুন চক্ৰৱৰ্তীয়ে

‘মই এনেকৈয়ে থাকিম..’ কেবিনেট মন্ত্ৰীৰ মৰ্যাদা পালে মিথুন চক্ৰৱৰ্তীয়ে

3 hours ago
প্ৰবীণ অভিনেতা নানা পাটেকাৰৰ দেহাৱসান, শোকস্তব্ধ বলীউড

প্ৰবীণ অভিনেতা নানা পাটেকাৰৰ দেহাৱসান, শোকস্তব্ধ বলীউড

3 hours ago
ভাগ্যৰ দেখিব যাদু! কোন কোন ৰাশিয়ে পাব সুখবৰ জানক

ভাগ্যৰ দেখিব যাদু! কোন কোন ৰাশিয়ে পাব সুখবৰ জানক

3 hours ago
শৰীৰৰ এই অংশত তিল থকা মানেই কোটিপতি হোৱাৰ লক্ষণ!

সৌভাগ্যৱান লোকৰ থাকে শৰীৰৰ এই অংশত তিল, জানক

11 hours ago
‘মই ভাল ছোৱালী!’ যোৰহাটৰ ঘটনাক কেন্দ্ৰ কৰি প্ৰথমবাৰলৈ মৰমীৰ বিস্ফোৰণ

‘মই ভাল ছোৱালী!’ যোৰহাটৰ ঘটনাক কেন্দ্ৰ কৰি প্ৰথমবাৰলৈ মৰমীৰ বিস্ফোৰণ

11 hours ago
‘দয়া নাই, ক্ষমা নাই!’, কাৰ্বি ভূমিত আকৌ চলিব প্ৰশাসনৰ বুলড’জাৰ

‘দয়া নাই, ক্ষমা নাই!’, কাৰ্বি ভূমিত আকৌ চলিব প্ৰশাসনৰ বুলড’জাৰ

12 hours ago
ভাগ্য সলনি হোৱাৰ ইংগিত, এই ৫টা ৰাশি সদায় বিশেষ

কাইলৈ ৫ ৰাশিৰ ভাগ্যই দেখুৱাব যাদু! মাত্ৰ নকৰিব কোনো ভুল

12 hours ago
ভাগ্যৰ দুৱাৰ মুকলি হ’ব ৩ ৰাশিৰ, আজি বুধবাৰৰ দিনটো আপোনাৰ কেনে যাব? পঢ়ক দৈনিক ৰাশিফল

কাইলৈ মেষৰ পৰা মীনলৈ কোন ৰাশিৰ কেনে যাব দিনটো?

13 hours ago
জনপ্ৰিয় অভিনেতাৰ দেহাৱসান, সাংস্কৃতিক জগতত শোকৰ ছাঁ

জনপ্ৰিয় অভিনেতাৰ দেহাৱসান, সাংস্কৃতিক জগতত শোকৰ ছাঁ

14 hours ago

কেতিয়াও ফোনৰ বাবে ব্যৱহাৰ নকৰিব নকল চাৰ্জাৰ, এটা ভুলে মাতিব বিপদ!

15 hours ago
শুকুৰ আলীৰ মৃত্যু, মৃত্যুদূতৰূপী ডাম্পাৰে নিলে মহতিয়াই

ৰাজ্যত HIT and RUN ৰ ঘটনা, ৰাজপথত নিথৰ দেহ পৰি ৰ’ল অন্তঃসত্বা মহিলাৰ

15 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Thursday, October 8, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home জীৱনশৈলী

ন্যায় যাত্ৰাৰে বিহুৰ বতৰত উত্তৰপূবলৈ আহি আছে ৰাহুল! ভাৰত ন্যায় যাত্ৰাৰে এইবাৰ মণিপুৰৰ পৰা মুম্বাইলৈ ৰাহুলে কৰিব যাত্ৰা

editor by editor
December 27, 2023
in জীৱনশৈলী, বিবিধ, ভাৰত, ৰাজনীতি
0
ন্যায় যাত্ৰাৰে বিহুৰ বতৰত উত্তৰপূবলৈ আহি আছে ৰাহুল! ভাৰত ন্যায় যাত্ৰাৰে এইবাৰ মণিপুৰৰ পৰা মুম্বাইলৈ ৰাহুলে কৰিব যাত্ৰা
0
SHARES
275
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

অসম লাইভ২৪ঃ ভাৰত জোড়ো যাত্ৰাৰ পাছত এইবাৰ ‘ভাৰত ন্যায় যাত্ৰা’। মণিপুৰৰ পৰা মুম্বাইলৈকে দীৰ্ঘ পথজুৰি ৰাহুলে কৰিব এই ন্যায় যাত্ৰা। ১৪ জানুৱাৰীৰ পৰা আৰম্ভ হ’ব এই যাত্ৰা। আৰু যাত্ৰাৰ অন্ত পৰিব ২০ মাৰ্চত। কংগ্ৰেছৰ সাধাৰণ সম্পাদক কে ছি বেণুগোপালে জনাইছে এই কথা।

২১ ডিচেম্বৰত কংগ্ৰেছ ৱৰ্কিং কমিটিয়ে সৰ্বসন্মতিক্ৰমে এটা মতামত দিছিল যে ৰাহুল গান্ধীয়ে উত্তৰ পূবৰ পৰা পশ্চিমলৈ যাত্ৰা আৰম্ভ কৰিব লাগে। ৰাহুল গান্ধীয়েও CWCৰ এই ইচ্ছাত সন্মতি প্ৰকাশ কৰিছে। অল ইণ্ডিয়া কংগ্ৰেছ কমিটিয়ে মণিপুৰৰ পৰা মুম্বাইলৈ ১৪ জানুৱাৰীৰ পৰা ২০ মাৰ্চলৈ ‘ভাৰত ন্যায় যাত্ৰা’ চলাব। ৬৫ দিনীয়া পদযাত্ৰাৰ সময়ত ৰাহুলে অতিক্ৰম কৰিব ৬,২০০ কিলোমিটাৰ দূৰত্ব। ১৪ খন ৰাজ্য আৰু ৮৫ খন জিলা অতিক্ৰম কৰিব এই যাত্ৰাত।

যাত্ৰাই সামৰি ল’ব লগা ১৪খন ৰাজ্যৰ ভিতৰত আছে, মণিপুৰ, নাগালেণ্ড, অসম, মেঘালয়, পশ্চিমবংগ, বিহাৰ, ঝাৰখণ্ড, উৰিষ্যা, ছত্তীশগড়, উত্তৰ প্ৰদেশ, মধ্য প্ৰদেশ, ৰাজস্থান, গুজৰাট আৰু মহাৰাষ্ট্ৰ। বেণুগোপালে জনোৱা অনুসৰি এই যাত্ৰাত ৰাহুল গান্ধীয়ে যুৱ, মহিলা আৰু প্রান্তীয় লোকসকলৰ সৈতে বাৰ্তালাপতো মিলিত হ’ব।

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: asom live 24assam ka tazza khabarassam live 24axom live 24 digitalBest Assamese News Channelbest news channel in assamBest News Portal of Assam
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

‘মই নিজেই এখন নাটক হৈ পৰিছো!’, আদালতত আৱেগিক ৰাজপাল যাদৱ
বিনোদন

‘মই নিজেই এখন নাটক হৈ পৰিছো!’, আদালতত আৱেগিক ৰাজপাল যাদৱ

October 8, 2026
‘মই এনেকৈয়ে থাকিম..’ কেবিনেট মন্ত্ৰীৰ মৰ্যাদা পালে মিথুন চক্ৰৱৰ্তীয়ে
বিনোদন

‘মই এনেকৈয়ে থাকিম..’ কেবিনেট মন্ত্ৰীৰ মৰ্যাদা পালে মিথুন চক্ৰৱৰ্তীয়ে

October 8, 2026
প্ৰবীণ অভিনেতা নানা পাটেকাৰৰ দেহাৱসান, শোকস্তব্ধ বলীউড
বিনোদন

প্ৰবীণ অভিনেতা নানা পাটেকাৰৰ দেহাৱসান, শোকস্তব্ধ বলীউড

October 8, 2026
ভাগ্যৰ দেখিব যাদু! কোন কোন ৰাশিয়ে পাব সুখবৰ জানক
জীৱনশৈলী

ভাগ্যৰ দেখিব যাদু! কোন কোন ৰাশিয়ে পাব সুখবৰ জানক

October 8, 2026
Next Post
৫৮টা বসন্ত গৰকিলে ভাইজানে! ওপজা দিনতেই জানি থওক, এদিনত ভাইজানৰ উপাৰ্জন কিমান?

৫৮টা বসন্ত গৰকিলে ভাইজানে! ওপজা দিনতেই জানি থওক, এদিনত ভাইজানৰ উপাৰ্জন কিমান?

পিতৃ ছেলিম খানৰ দ্বিতীয় বিবাহে ছলমানক লৈ গৈছিল সেই পৰ্যায়লৈ, আজিও এইকেইটা কাৰণতেই অবিবাহিত নেকি ছলমান?

পিতৃ ছেলিম খানৰ দ্বিতীয় বিবাহে ছলমানক লৈ গৈছিল সেই পৰ্যায়লৈ, আজিও এইকেইটা কাৰণতেই অবিবাহিত নেকি ছলমান?

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.