• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
৫৮টা বসন্ত গৰকিলে ভাইজানে! ওপজা দিনতেই জানি থওক, এদিনত ভাইজানৰ উপাৰ্জন কিমান?

৫৮টা বসন্ত গৰকিলে ভাইজানে! ওপজা দিনতেই জানি থওক, এদিনত ভাইজানৰ উপাৰ্জন কিমান?

2 years ago
মহিলাতকৈ পুৰুষৰ কি পৃথক? জানি আপুনিও হ’ব আচৰিত!

মহিলাতকৈ পুৰুষৰ কি পৃথক? জানি আপুনিও হ’ব আচৰিত!

47 minutes ago
পুৰুষৰ কি বস্তুই আকৰ্ষণ কৰে নাৰীক? ৯৯% লোকে নাজানে সঠিক উত্তৰ

পুৰুষৰ কি বস্তুই আকৰ্ষণ কৰে নাৰীক? ৯৯% লোকে নাজানে সঠিক উত্তৰ

19 hours ago
বিয়া পাতিলে ঠিকেই, কিন্তু কইনাক লগত নিব নুখুজিলে দৰাই! তাৰ পিছত…

বিয়া পাতিলে ঠিকেই, কিন্তু কইনাক লগত নিব নুখুজিলে দৰাই! তাৰ পিছত…

19 hours ago
স্বামীহন্তা সোনম ৰঘুবংশীৰ জামিন মঞ্জুৰ, ন্যায় পাবনে স্বামী ৰাজা ৰঘুবংশী?

স্বামীহন্তা সোনম ৰঘুবংশীৰ জামিন মঞ্জুৰ, ন্যায় পাবনে স্বামী ৰাজা ৰঘুবংশী?

20 hours ago
ওৰে নিশা বাৰৰ ভিতৰত কি কৰিছিল ৩ যুৱতীয়ে? মঠঘৰীয়া কাণ্ডৰ ভয়ংকৰ তথ্য ফাদিল!

ওৰে নিশা বাৰৰ ভিতৰত কি কৰিছিল ৩ যুৱতীয়ে? মঠঘৰীয়া কাণ্ডৰ ভয়ংকৰ তথ্য ফাদিল!

20 hours ago
মে’ মাহত সলনি হ’ব বহুলোকৰ ভাগ্য, মাত্ৰ এই ৪ ৰাশিৰ লোকসকল থাকক সাৱধানে!

মে’ মাহত সলনি হ’ব বহুলোকৰ ভাগ্য, মাত্ৰ এই ৪ ৰাশিৰ লোকসকল থাকক সাৱধানে!

22 hours ago
ৰ’দত ক’লা পৰা ছাল অতি সহজে কৰক ঠিক, অনুসৰণ কৰক মাত্ৰ এই টিপচ!

ৰ’দত ক’লা পৰা ছাল অতি সহজে কৰক ঠিক, অনুসৰণ কৰক মাত্ৰ এই টিপচ!

22 hours ago
হনুমানক সন্তুষ্ট কৰাৰ সহজ উপায়: হাতলৈ আহিব ধন, হ’ব উন্নতি…

হনুমানক সন্তুষ্ট কৰাৰ সহজ উপায়: হাতলৈ আহিব ধন, হ’ব উন্নতি…

23 hours ago
8th Pay Commission ৰ আহিছে নতুন আপডেট, আপুনি জানেনে কেনেকৈ দৰমহাৰ সিদ্ধান্ত লোৱা হ’ব?

8th Pay Commission ৰ আহিছে নতুন আপডেট, আপুনি জানেনে কেনেকৈ দৰমহাৰ সিদ্ধান্ত লোৱা হ’ব?

23 hours ago
বিৰাট কোহলিৰ সৈতে U-19 বিশ্বকাপ জয় কৰা খেলুৱৈজন কেনেকৈ হ’ল IPL ৰ আম্পায়াৰ?

বিৰাট কোহলিৰ সৈতে U-19 বিশ্বকাপ জয় কৰা খেলুৱৈজন কেনেকৈ হ’ল IPL ৰ আম্পায়াৰ?

1 day ago
‘ভালকৈ খবৰ ল’ম…পিছত আক্ষেপ নকৰিব’,  জাহাংগীৰ খানক সকীয়াই দিয়ে UP ৰ সিংঘমে

‘ভালকৈ খবৰ ল’ম…পিছত আক্ষেপ নকৰিব’, জাহাংগীৰ খানক সকীয়াই দিয়ে UP ৰ সিংঘমে

1 day ago
8th Pay Commission: শিক্ষকসকলৰ ডাঙৰ দাবী, চৰকাৰক মৌলিক দৰমহা ১.৩৪ লাখ টকা কৰাৰ দাবী

8th Pay Commission: শিক্ষকসকলৰ ডাঙৰ দাবী, চৰকাৰক মৌলিক দৰমহা ১.৩৪ লাখ টকা কৰাৰ দাবী

1 day ago
  • About
  • Advertise
  • Careers
  • English Edition
Wednesday, April 29, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home বিনোদন চিনেমা

৫৮টা বসন্ত গৰকিলে ভাইজানে! ওপজা দিনতেই জানি থওক, এদিনত ভাইজানৰ উপাৰ্জন কিমান?

editor by editor
December 27, 2023
in চিনেমা, জীৱনশৈলী, বিনোদন, বিবিধ, ভাৰত
0
৫৮টা বসন্ত গৰকিলে ভাইজানে! ওপজা দিনতেই জানি থওক, এদিনত ভাইজানৰ উপাৰ্জন কিমান?
0
SHARES
7.5k
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

অসম লাইভ২৪ঃ আজি বলীউড ভাইজান ছলমান খানৰ ওপজা দিন। ১৯৬৫ চনৰ আজিৰ দিনটোতেই জন্মগ্ৰহণ কৰিছিল ছলমানে। ৫৮ বছৰীয়া হ’ল বলীউড ভাইজান। ভাইজানৰ ওপজা দিনত বিভিন্নজনে সামাজিক মাধ্যমযোগে শুভেচ্ছা জনাইছে। ওপজাদিনতেই বহুতে জানিব বিচাৰিছে ভাইজান বৰ্তমান কিমান নেটৱৰ্ক আছে?

বলীউডৰ সকলোতকৈ বেছি পাৰিশ্ৰমিক লোৱা অভিনেতাসকলৰ মাজত ভাইজানো এজন। ‘ভাইজান’ৰ মুম্বাইত থকা বিলাসী এপাৰ্টমেণ্টটোৰ নাম গেলাক্সি এপাৰ্টমেণ্ট। ভাইজানে বাস কৰা এই বিলাসী এপাৰ্টমেণ্টটোৰ দাম কিমান হ’ব পাৰে? আপুনি মই কল্পনা কৰিব নোৱাৰা দাম এই এপাৰ্টমেণ্টটোৰ। একাধিক ৰিপৰ্ট অনুসৰি এই গেলাক্সি এপাৰ্টমেণ্টৰ দাম প্ৰায় ১০০ কোটি টকা। ইয়াৰোপৰি ভাইজানৰ আছে এটা ফাৰ্ম হাউছ। ১৫০ একৰ ভুমিত নিৰ্মাণ কৰা হৈছে ফাৰ্ম হাউছটো। প্ৰায় সেই ফাৰ্ম হাউছতে বেছি সময় অতিবাহিত কৰে ছলমানে। অভিনয়ৰ সমান্তৰালকৈ ভাইজানে ফাৰ্ম হাউছত কাম কৰি থকাৰ ভিডিঅ’ও মাজে মাজে ভাইৰেল হয় সামাজিক মাধ্যমত। পিছে ছলমানে বৰ্তমান এখন ছবিত পাৰিশ্ৰমিক হিচাপে কিমান পৰিমানত চুক্তিবদ্ধ হয়?

সাধাৰণতে ভাইজানে বৰ্তমান এখন ছবিত চুক্তিবদ্ধ হোৱাৰ পূৰ্বে পাৰিশ্ৰমিক হিচাপে লয় ৭৫ ৰ পৰা ৮০ কোটি টকা। ইয়াৰোপৰি ৰিয়েলিটি শ্ব’ বিগ-বছৰো এংকৰ হিচাপে আছে আছে ভাইজান। বলীউডৰ এক ৰিপৰ্টত প্ৰকাশ পোৱা অনুযায়ী শেহতীয়া ছিজনৰ বাবে ছলমানে কালাৰ্ছ চেনেলৰ পৰা লৈছে ১০০০ কোটি টকা। ঘৰ-গাড়ী-সম্পত্তি সকলো সামৰি ছলমানৰ বৰ্তমান সম্পত্তিৰ পৰিমান ২৯০০ কোটি টকা। আনহাতে এদিনত বিভিন্ন উৎসৰ পৰা ভাইজানে কিমান টকা অৰ্জন কৰে?

ছলমানৰ গেৰেজো যথেষ্ট ব্যয়বহুল। বহুকেইখন বিলাসী গাড়ী আছে ছলমানৰ। গাড়ীৰ কালেকছনৰ তালিকাত আছে ২.২৬ কোটি টকীয়া ৰেঞ্জ ৰভাৰ, ১.৮০ কোটি টকাৰ টয়টা লেণ্ড ক্ৰুজাৰ? ভাইজানৰ আছে নিজা এক প্ৰডাকশ্ব্যন হাউছো। প্ৰডাকশ্ব্যন হাউছৰ পৰাও বহু ধন উপাৰ্জন কৰে ছলমানে। ইয়াৰোপৰি না না ব্ৰেণ্ডৰ প্ৰমোশ্ব্যনতো চুক্তিবদ্ধ ভাইজান। ভাইজানে এদিনতে কিমান টকা আয় কৰে সঠিককৈ কোৱা টান যদিও ভাইজানে এদিনত কমেও ১.০১ কোটি টকা উপাৰ্জন কৰে বুলি বহু সমীক্ষাই প্ৰকাশ কৰিছে। আনহাতে সম্পত্তি কেৱল ভাৰততে আছে এনে নহয়। ডুবাইতো আছে ছলমানৰ নিজা ঘৰ। ডুবাইৰ ব্ৰুজ খালিফাৰ কাষত অৱস্থিত এড্ৰেছ ডাউনটাউনত আছে বিলাসী এপাৰ্টমেণ্ট।

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: asom live 24assam ka tazza khabaraxom live 24 digitalBest Assamese News Channelbest news channel in assamBest news channel of assamBest News Portal in AssamBest News Portal of Assam
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

মহিলাতকৈ পুৰুষৰ কি পৃথক? জানি আপুনিও হ’ব আচৰিত!
জীৱনশৈলী

মহিলাতকৈ পুৰুষৰ কি পৃথক? জানি আপুনিও হ’ব আচৰিত!

April 29, 2026
পুৰুষৰ কি বস্তুই আকৰ্ষণ কৰে নাৰীক? ৯৯% লোকে নাজানে সঠিক উত্তৰ
জীৱনশৈলী

পুৰুষৰ কি বস্তুই আকৰ্ষণ কৰে নাৰীক? ৯৯% লোকে নাজানে সঠিক উত্তৰ

April 28, 2026
বিয়া পাতিলে ঠিকেই, কিন্তু কইনাক লগত নিব নুখুজিলে দৰাই! তাৰ পিছত…
ভাৰত

বিয়া পাতিলে ঠিকেই, কিন্তু কইনাক লগত নিব নুখুজিলে দৰাই! তাৰ পিছত…

April 28, 2026
স্বামীহন্তা সোনম ৰঘুবংশীৰ জামিন মঞ্জুৰ, ন্যায় পাবনে স্বামী ৰাজা ৰঘুবংশী?
ভাৰত

স্বামীহন্তা সোনম ৰঘুবংশীৰ জামিন মঞ্জুৰ, ন্যায় পাবনে স্বামী ৰাজা ৰঘুবংশী?

April 28, 2026
Next Post
পিতৃ ছেলিম খানৰ দ্বিতীয় বিবাহে ছলমানক লৈ গৈছিল সেই পৰ্যায়লৈ, আজিও এইকেইটা কাৰণতেই অবিবাহিত নেকি ছলমান?

পিতৃ ছেলিম খানৰ দ্বিতীয় বিবাহে ছলমানক লৈ গৈছিল সেই পৰ্যায়লৈ, আজিও এইকেইটা কাৰণতেই অবিবাহিত নেকি ছলমান?

নতুন বছৰত নিজৰ সপোনৰ বাহন কিনিবলৈ সক্ষম হ’ব এই ৫ৰাশিৰ জাতকে

নতুন বছৰত নিজৰ সপোনৰ বাহন কিনিবলৈ সক্ষম হ’ব এই ৫ৰাশিৰ জাতকে

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.