• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
বহুতেই নাজানে… এজন IAS অফিচাৰৰ মাহিলী দৰমহা কিমান?

বহুতেই নাজানে… এজন IAS অফিচাৰৰ মাহিলী দৰমহা কিমান?

2 years ago
বেংক একাউণ্টত কিমান টকা থাকিলে IT Raid নহয়? জানক সঠিক উত্তৰ

বেংক একাউণ্টত কিমান টকা থাকিলে IT Raid নহয়? জানক সঠিক উত্তৰ

13 minutes ago
নলগা জেঙত লাগি বিপদত পৱন খেড়া, হ’ব নেকি গ্ৰেপ্তাৰ?

নলগা জেঙত লাগি বিপদত পৱন খেড়া, হ’ব নেকি গ্ৰেপ্তাৰ?

33 minutes ago
সাৱধান! অতিমাত্ৰা নিমখীয়া খাদ্যই শৰীৰত বৃদ্ধি কৰে চেনিৰ মাত্ৰা

সাৱধান! অতিমাত্ৰা নিমখীয়া খাদ্যই শৰীৰত বৃদ্ধি কৰে চেনিৰ মাত্ৰা

1 hour ago
বৰষুণে পণ্ড কৰিব নেকি আজি RR vs MI ৰ মেচ? বতৰক লৈ ডাঙৰ আপডেট

বৰষুণে পণ্ড কৰিব নেকি আজি RR vs MI ৰ মেচ? বতৰক লৈ ডাঙৰ আপডেট

2 hours ago
ৰীল চাই চাই খাদ্য গ্ৰহণ কৰে নেকি? ভুগিব এইবোৰ ৰোগত!

ৰীল চাই চাই খাদ্য গ্ৰহণ কৰে নেকি? ভুগিব এইবোৰ ৰোগত!

3 hours ago
চিকিৎসাৰ বাবে কিমান টকাৰ Health Insurance যথেষ্ঠ? জানক সঠিক হিচাপ

চিকিৎসাৰ বাবে কিমান টকাৰ Health Insurance যথেষ্ঠ? জানক সঠিক হিচাপ

3 hours ago
যুগ্ম জীৱনৰ আৰম্ভণি কৰিলে IIT বাবাই, পাতিলে ঐতিহাসিক মন্দিৰত বিয়া

যুগ্ম জীৱনৰ আৰম্ভণি কৰিলে IIT বাবাই, পাতিলে ঐতিহাসিক মন্দিৰত বিয়া

4 hours ago
জন্মৰ তাৰিখে খুলিব ভাগ্যৰ দুৱাৰ! জন্মৰ তাৰিখৰ পৰা জানক আপোনাৰ স্বভাৱ

জন্মৰ তাৰিখে খুলিব ভাগ্যৰ দুৱাৰ! জন্মৰ তাৰিখৰ পৰা জানক আপোনাৰ স্বভাৱ

5 hours ago
মঙলবাৰে ভুলতো ক্ৰয় নকৰিব এইবোৰ বস্তু, নহ’লে বিপদ অনিবাৰ্য!

মঙলবাৰে ভুলতো ক্ৰয় নকৰিব এইবোৰ বস্তু, নহ’লে বিপদ অনিবাৰ্য!

5 hours ago
আজি হনুমানৰ আশীৰ্বাদত সলনি হ’ব ভাগ্য, পঢ়ক দৈনিক ৰাশিফল

আজি হনুমানৰ আশীৰ্বাদত সলনি হ’ব ভাগ্য, পঢ়ক দৈনিক ৰাশিফল

6 hours ago
বয়সে ৩০ অতিক্ৰম কৰিছে? এই ৫ টা স্বাস্থ্য পৰীক্ষা নকৰিলেই বিপদত পৰিব পাৰে মহিলাসকল

বয়সে ৩০ অতিক্ৰম কৰিছে? এই ৫ টা স্বাস্থ্য পৰীক্ষা নকৰিলেই বিপদত পৰিব পাৰে মহিলাসকল

15 hours ago
SBI-ত ২১১ দিনৰ FDত ২,০০,০০০ টকা জমা ৰাখিলে কিমান সুদ পাব? জানি থওক হিচাপ

SBI-ত ২১১ দিনৰ FDত ২,০০,০০০ টকা জমা ৰাখিলে কিমান সুদ পাব? জানি থওক হিচাপ

15 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Tuesday, April 7, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home জীৱনশৈলী

বহুতেই নাজানে… এজন IAS অফিচাৰৰ মাহিলী দৰমহা কিমান?

বহুতেই নাজানে… এজন IAS অফিচাৰৰ মাহিলী দৰমহা কিমান?

editor by editor
April 17, 2024
in জীৱনশৈলী, বিবিধ, ভাৰত, লেখা, শিক্ষা
0
বহুতেই নাজানে… এজন IAS অফিচাৰৰ মাহিলী দৰমহা কিমান?
0
SHARES
353
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

অসম লাইভ২৪ঃ প্ৰতিবছৰেই আমাৰ দেশৰ হাজাৰ হাজাৰ যুৱক-যুৱতীয়ে IAS অফিচাৰ হোৱাৰ লক্ষ্যৰে পঢ়াশুনা কৰে। প্ৰতিবছৰেই প্ৰায় ১০ লাখ পৰীক্ষাৰ্থীয়ে UPSC পৰীক্ষাত বহে। ভাৰতৰ সকলো প্ৰতিযোগীতামূলক পৰীক্ষাৰ মাজত UPSC য়েই সকলোতকৈ কঠিন পৰীক্ষা। ১০ লাখ পৰীক্ষাৰ্থীৰ ভিতৰত মাত্ৰ ০.২ শতাংশ প্ৰাৰ্থীয়েহে UPSC পৰীক্ষাৰ তিনিটা ঢাপ পাৰ হ’ব পাৰে। ১০লাখ পৰীক্ষাৰ্থীৰ মাজত মাত্ৰ ২০০০ জনেহে এই পৰীক্ষাত উত্তীৰ্ণ হ’ব পাৰে। এজন IAS অফিচাৰ মানেই দেশৰ সন্মানীয় এজন ব্যক্তি।

মাহিলী কিমান দৰমহা পায় IAS অফিচাৰসকলে?
সপ্তম পে কমিছনৰ হিচাপত এজন IAS অফিচাৰৰ মাহিলী বেতন ৫৬ হাজাৰ ১০০টকা। এজন IAS অফিচাৰে কিমান দিন ধৰি চাকৰি কৰি আছে তাৰ ওপৰতো দৰমহা নিৰ্ভৰশীল। বছৰী তেওঁলোকৰ বেতন বৃদ্ধি পায়। মাহিলী ১লাখ ৫০হাজাৰলৈকে দৰমহা লাভ কৰে এজন IAS অফিচাৰে। IAS অফিচাৰৰ ভাগ বেলেগ বেলেগো আছে। ইণ্ডিয়ান এডমিনিষ্ট্ৰেটিভ ছাৰ্ভিছৰ কেইবাটাও ভাগ আছে। সেইসমূহৰ মাজত আছে জিলা শাসক, কমিছনাৰ, চীফ ছেক্ৰেটাৰী, কেবিনেট ছেক্ৰেটাৰী ইত্যাদি। IASৰ মাজত কেবিনেট ছেক্ৰেটাৰীৰ প’ষ্ট সকলোতকৈ ওপৰৰ। তেওঁলোকৰ বেছিক ছেলাৰী প্ৰায় ২লাখ ৫০ হাজাৰ টকা। এয়া কেৱল বেছিক পে’। অন্যান্য সা-সুবিধা যেনে মেডিকেল এলায়েন্স, যাতায়াত এলায়েন্সকে ধৰি একাধিক সা-সুবিধা লাভ কৰে। এই এলায়েন্সসমূহ যোগ হোৱাৰ ফলত দৰমহা আৰু বৃদ্ধি পায়। এই বেছিক পে’ৰ সৈতে ৮ৰ পৰা ২৪ শতাংশলৈ HRA যোগ হয়। মেডিকেল এলায়েন্সৰ সুবিধাসহ অইন বহু সুবিধা লাভ কৰে এইসকল অফিচাৰে। এজন IAS অফিচাৰে কাহানিও ঘৰৰ ভাড়াৰ বাবদ ধন খৰচ কৰিব নালাগে। ৰেংক অনুযায়ী IAS অফিচাৰৰ বাংলো থাকে। ইয়াৰোপৰি ৰান্ধনী, ছাফাইকৰ্মী, নিৰাপত্তাৰক্ষীও লাভ কৰে এইসকল অফিচাৰে। চৰকাৰীভাৱেই এওঁলোকে ফোন, লেপটপ, ড্ৰাইভাৰ লাভ কৰে IAS অফিচাৰসকলে।

IAS অফিচাৰ হ’বলৈ কি কি পৰিক্ৰমা অতিক্ৰম কৰিব লাগিব?

IAS অফিচাৰৰ বাবে এজন ব্যক্তিৰ নূন্যতম শিক্ষাগত অৰ্হতা হ’ব লাগিব স্নাতক। স্নাতকৰ পাছতেই UPSC চিভিল ছাৰ্ভিছ পৰীক্ষাত বহিব পাৰে। প্ৰতি বছৰে UPSC চিভিল চাৰ্ভিছ পৰীক্ষাৰ আয়োজন কৰা হয় দেশত। প্ৰথমে প্ৰাৰ্থীসকলে নিৰ্দিষ্ট সময়সীমাৰ ভিতৰত UPSC প্ৰিলিমছৰ বাবে আৱেদন কৰিব লাগে।

প্ৰিলিমছ কি?
UPSC পৰীক্ষাৰ প্ৰথম পৰ্যায়ক প্ৰিলিমছ বুলি কোৱা হয়। এই পৰীক্ষাত কেইবাটাও অপশ্ব্যনেল প্ৰশ্ন থাকে। ইয়াৰোপৰি প্ৰিলিমছ পৰীক্ষাত দুখন পেপাৰ থাকে। পেপাৰসমূহ হৈছে CSAT আৰু জেনেৰেল ষ্টাডিছ১। ২০০ নম্বৰ থাকে প্ৰতিখন পেপাৰত। কোৱালিফাইং টাইপৰ হয় CSAT পেপাৰখন। আনহাতে জেনেৰেল ষ্টাডিছ ১ পেপাৰখন মেৰিট ৰেংকিঙৰ ওপৰত বনোৱা হয়।

IAS পৰীক্ষাৰ দ্বিতীয় পৰ্যায়ক কোৱা হয় UPSC মেইনছ। প্ৰিলিমিনাৰি পৰীক্ষাত উত্তীৰ্ণসকলেহে UPSC মেইনছ পৰীক্ষা দিব পাৰে। UPSC মেইনছত থাকে মুঠ ৯খন পেপাৰ। ইয়াৰে দুখন অপশ্ব্যনেল পেপাৰ। IASমেইনছৰ বাবে মুঠ নম্বৰ হৈছে ১৭৫০। মুঠ ৪৮টা অপশ্ব্যনেল বিষয়ৰ পৰা যিকোনো এটা বিষয় বাছনি কৰি ল’ব পাৰে। মেইনছৰ বাবে প্ৰস্তুতি আৰম্ভ কৰাৰ আগতে প্ৰাৰ্থীসকলে UPSC পৰীক্ষাৰ পেটাৰ্ণ আৰু UPSC-ৰ মেইনছ চিলেবাছ সম্পৰ্কে আগতেই জানি থব লাগে। যিসকল প্ৰাৰ্থীয়ে IAS পৰীক্ষাৰ তিনিটা ঢাপত উত্তীৰ্ণ হয় তেওঁলোকক IAS ট্ৰেনি হিচাপে নিয়োগ কৰা হয়। এজন IAS অফিচাৰে দুবছৰৰ প্ৰশিক্ষণ শেষ কৰিব লাগে। তাৰমাজৰ প্ৰথম চাৰিমাহ হৈছে ফাউণ্ডেছন কোৰ্চ। এই কোৰ্চ কৰোৱা হয় লাল বাহাদুৰ শাস্ত্ৰী নেশ্ব্যনেল একাডেমী অফ এডমিনিষ্ট্ৰেছনত। IAS প্ৰশিক্ষণ ছেচন শেষ হোৱাৰ পাছতহে প্ৰাৰ্থীসকলক IAS অফিচাৰ হিচাপে নিয়োগ কৰা হয়।

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: asom live 24assam live 24axom live 24axom live 24 digitalBest Assamese News ChannelBest news channel of assamBest News Portal in AssamBest News Portal of Assam
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

বেংক একাউণ্টত কিমান টকা থাকিলে IT Raid নহয়? জানক সঠিক উত্তৰ
বাণিজ্য

বেংক একাউণ্টত কিমান টকা থাকিলে IT Raid নহয়? জানক সঠিক উত্তৰ

April 7, 2026
নলগা জেঙত লাগি বিপদত পৱন খেড়া, হ’ব নেকি গ্ৰেপ্তাৰ?
অসম

নলগা জেঙত লাগি বিপদত পৱন খেড়া, হ’ব নেকি গ্ৰেপ্তাৰ?

April 7, 2026
সাৱধান! অতিমাত্ৰা নিমখীয়া খাদ্যই শৰীৰত বৃদ্ধি কৰে চেনিৰ মাত্ৰা
স্বাস্থ্য

সাৱধান! অতিমাত্ৰা নিমখীয়া খাদ্যই শৰীৰত বৃদ্ধি কৰে চেনিৰ মাত্ৰা

April 7, 2026
বৰষুণে পণ্ড কৰিব নেকি আজি RR vs MI ৰ মেচ? বতৰক লৈ ডাঙৰ আপডেট
বিনোদন

বৰষুণে পণ্ড কৰিব নেকি আজি RR vs MI ৰ মেচ? বতৰক লৈ ডাঙৰ আপডেট

April 7, 2026
Next Post
যোৰহাটত ১৪৪ ধাৰা জাৰি, কি কি নিয়ম মানিব লাগিব জনসাধাৰণে?

যোৰহাটত ১৪৪ ধাৰা জাৰি, কি কি নিয়ম মানিব লাগিব জনসাধাৰণে?

ৰাম মন্দিৰলৈ যোৱাৰ পৰিকল্পনা কৰিছে? এই ৫টা বিষয় মূৰত ৰাখিহে অযোধ্যালৈ যাত্ৰা কৰিব, অন্যথা সোমাব নোৱাৰিব ৰাম মন্দিৰত

ৰাম মন্দিৰলৈ যোৱাৰ পৰিকল্পনা কৰিছে? এই ৫টা বিষয় মূৰত ৰাখিহে অযোধ্যালৈ যাত্ৰা কৰিব, অন্যথা সোমাব নোৱাৰিব ৰাম মন্দিৰত

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.