• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
কলিযুগক লৈ এই ৬ভৱিষ্যদ্বাণী কৰিছিল স্বয়ং কৃষ্ণই, যি সঁচা প্ৰমাণিত হৈছে প্ৰতিদিনেই

কলিযুগক লৈ এই ৬ভৱিষ্যদ্বাণী কৰিছিল স্বয়ং কৃষ্ণই, যি সঁচা প্ৰমাণিত হৈছে প্ৰতিদিনেই

2 years ago
ফোন চাৰ্জ কৰাৰ এই সাধাৰণ ভুলে কমাব পাৰে বেটেৰীৰ আয়ুস! বিশেষজ্ঞৰ সতৰ্কবাণী

ফোন চাৰ্জ কৰাৰ এই সাধাৰণ ভুলে কমাব পাৰে বেটেৰীৰ আয়ুস! বিশেষজ্ঞৰ সতৰ্কবাণী

24 minutes ago
গোবিন্দাৰ পৰকীয়া প্ৰেমৰ বিষয়ে মুখ খুলিছে পত্নীয়ে, কি ক’লে পত্নী সুনীতাই

গোবিন্দাৰ পৰকীয়া প্ৰেমৰ বিষয়ে মুখ খুলিছে পত্নীয়ে, কি ক’লে পত্নী সুনীতাই

1 hour ago
বৰষুণ বতৰত কাহ-চৰ্দিক সাধাৰণ ৰোগ বুলি ভাবে নেকি? ভুলতো নকৰিব এইকেইটা কাম

বৰষুণ বতৰত কাহ-চৰ্দিক সাধাৰণ ৰোগ বুলি ভাবে নেকি? ভুলতো নকৰিব এইকেইটা কাম

2 hours ago
ছলমান খানে যি কৰিব পৰা নাই, আমীৰ খানে কৰিলে ৩ বাৰ…

ছলমান খানে যি কৰিব পৰা নাই, আমীৰ খানে কৰিলে ৩ বাৰ…

3 hours ago
বাৰে বাৰে চুলি ফণীয়াই থাকে নেকি? প্ৰকাৰ অনুসৰি কেনেকৈ ফণীয়াব চুলি?

বাৰে বাৰে চুলি ফণীয়াই থাকে নেকি? প্ৰকাৰ অনুসৰি কেনেকৈ ফণীয়াব চুলি?

3 hours ago
মাৰ্কিন ডলাৰক বিদায়! এতিয়াৰে পৰা টকা-য়েনত হ’ব বাণিজ্য!

মাৰ্কিন ডলাৰক বিদায়! এতিয়াৰে পৰা টকা-য়েনত হ’ব বাণিজ্য!

5 hours ago
এই ৫ ৰাশিৰ লোকে হওক সাৱধান! আছে প্ৰতিকাৰ আৰু সমাধান

এই ৫ ৰাশিৰ লোকে হওক সাৱধান! আছে প্ৰতিকাৰ আৰু সমাধান

5 hours ago
পচা মাংসৰ দৰে তীব্ৰ দুৰ্গন্ধময় ১১ কিলো ওজনৰ এবিধ অদ্ভুত ফুল

পচা মাংসৰ দৰে তীব্ৰ দুৰ্গন্ধময় ১১ কিলো ওজনৰ এবিধ অদ্ভুত ফুল

5 hours ago
ৰোনাল্ডোৰ অসন্তুষ্টি, কিংবদন্তি লুকা মড্ৰিচৰ বিদায়

ৰোনাল্ডোৰ অসন্তুষ্টি, কিংবদন্তি লুকা মড্ৰিচৰ বিদায়

6 hours ago
বাবা ভাংগাৰ ভৱিষ্যদ্বাণী কিমান সত্য? কেতিয়াৰ পৰা জনপ্ৰিয় হ’ল বাবা ভাংগা?

বাবা ভাংগাৰ শৈলীত আজিৰ দিনটো আপোনাৰ কেনে যাব?

7 hours ago
আজি কেনে যাব আপোনাৰ দিনটো? এইকোইটা ৰাশিয়ে পাব ভাল খবৰ

কাইলৈ কেনেদৰে পাৰ হ’ব আপোনাৰ দিনটো? ২ ৰাশিয়ে পাব সোণালী সুযোগ!

16 hours ago
নাৰীৰ ৫টা গুণে সুখী কৰে স্বামীক, বিবাহৰ পূৰ্বে জানি লওক!

কেৰিয়াৰ, ধন আৰু সাফল্য আহিব জীৱনত, মাত্ৰ ৩০ বছৰ বয়সৰ পূৰ্বে কৰক এই কাম!

16 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Friday, July 3, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home জীৱনশৈলী

কলিযুগক লৈ এই ৬ভৱিষ্যদ্বাণী কৰিছিল স্বয়ং কৃষ্ণই, যি সঁচা প্ৰমাণিত হৈছে প্ৰতিদিনেই

কলিযুগক লৈ এই ৬ভৱিষ্যদ্বাণী কৰিছিল স্বয়ং কৃষ্ণই, যি সঁচা প্ৰমাণিত হৈছে প্ৰতিদিনেই

editor by editor
November 19, 2024
in জীৱনশৈলী, বিবিধ, ভাৰত, লেখা
0
কলিযুগক লৈ এই ৬ভৱিষ্যদ্বাণী কৰিছিল স্বয়ং কৃষ্ণই, যি সঁচা প্ৰমাণিত হৈছে প্ৰতিদিনেই
0
SHARES
716
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

গীতাত শ্ৰীকৃষ্ণই কৈছে যে পৰিবৰ্তনেই হৈছে বিশ্বৰ নিয়ম, সেয়ে মানুহে পৰিবৰ্তন মানি লৈ আগুৱাই যাব পাৰে৷ যুগ সলনিৰ সৈতে এই পৃথিৱীত মানুহৰ আচাৰ ব্যৱহাৰৰো পৰিবৰ্তন হৈছে৷ মহাভাৰতত শ্ৰীকৃষ্ণই কলিযুগত কি ঘটিব তাৰ আভাস দি গৈছিল৷ নাৰী পুৰুষৰ ব্যৱহাৰ কলিযুগত কি ধৰণৰ পৰিবৰ্তন আহিব, সেই বিষয়ে ভৱিষ্যদ্বাণী কৰিছিল তেওঁ৷ জানক কলিযুগত নাৰী পুৰুষৰ ব্যৱহাৰক লৈ কি কৈছে শ্ৰী কৃষ্ণই৷

অৰ্থৰ বাবে হত্যা

শ্ৰী কৃষ্ণই কৈছিল যে কলিযুগত মানুহ ইমানেই নিৰ্মম হৈ যাব যে তেওঁলোকে কাৰোৰে সৈতে সম্পৰ্কৰ মূল্য নাৰাখিব৷ পিতৃয়ে সন্তানক হত্যা কৰিব, সন্তানে পিতৃক হত্যা কৰিব৷ সামান্য অৰ্থৰ বাবেই মানুহে মানুহক হত্যা কৰিবলৈ কুণ্ঠাবোধ নকৰিব৷

নাৰীক অপমান

শ্ৰীকৃষ্ণই কৈছিল যে কলিযুগত পুৰুষে নাৰীক সৰু দেখুৱাবলৈ চেষ্টা কৰিব৷ প্ৰকাশ্যে নাৰীক পুৰুষে অপমান কৰিব৷ নাৰীক অপমান কৰি পুৰুষে নিজক ডাঙৰ দেখুৱাবলৈ যত্ন কৰিব৷ নাৰীৰ সাহস আৰু আত্মত্যাগ পুৰুষৰ কাষত মূল্যহীন হৈ যাব৷

গুণতকৈ ৰূপৰ কদৰ

কলিযুগত নাৰীৰ গুণতকৈ ৰূপৰ বেছি কদৰ কৰিব পুৰুষে৷ দ্বাপৰ যুগত এই কথা কৈ গৈছে শ্ৰীকৃষ্ণই৷ নাৰীক পণ্য হিচাপে চাব পুৰুষে৷ সমাজত নাৰীৰ গুৰুত্ব অবহেলা কৰি কেৱল নিজৰ সুখৰ বাবেই নাৰীক ব্যৱহাৰ কৰিব৷

ধনী পুৰুষৰ কদৰ

নাৰীয়ে পুৰুষৰ টকা দেখি তেওঁৰ প্ৰতি আকৃষ্ট হ’ব৷ নিজৰ দৰিদ্ৰ স্বামীক এৰি ধনী পুৰুষক আদৰি ল’বলৈ পিছপৰি নাথাকিব নাৰী৷ হৃদয়বান হ’লেও দৰিদ্ৰ পুৰুষৰ কোনো কদৰ নাথাকিব নাৰীৰ চকুত৷ এই ভৱিষ্যদ্বাণী কৰি গৈছিল শ্ৰীকৃষ্ণই৷

নাৰীয়েই নাৰীৰ শত্ৰু

কলিযুগত নাৰীয়েই নাৰীৰ প্ৰধান শত্ৰু হৈ উঠিব৷ অন্য নাৰীক কষ্ট দিবলৈ ভালপাব নাৰীয়ে৷ নাৰীয়েই নাৰীক লৈ ব্যঙ্গ কৰিব৷

পুৰুষৰ অনৈতিক কামত নাৰীয়েই সহায় কৰিব

কলিযুগত পুৰুষৰ অন্যায় কামত বাধা দিয়াৰ সলনি নাৰীয়ে তেওঁলোকৰ সহায় কৰিব বুলি জনাইছে কৃষ্ণই৷ নিজৰ সুবিধাৰ বাবে সম্পৰ্ক ভাঙি বাহিৰলৈ ওলাই আহিব পাৰে৷ পুৰুষৰ দৰে নাৰীয়ে অনৈতিক কামত সোমাই পৰিব৷

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

ফোন চাৰ্জ কৰাৰ এই সাধাৰণ ভুলে কমাব পাৰে বেটেৰীৰ আয়ুস! বিশেষজ্ঞৰ সতৰ্কবাণী
প্ৰযুক্তি

ফোন চাৰ্জ কৰাৰ এই সাধাৰণ ভুলে কমাব পাৰে বেটেৰীৰ আয়ুস! বিশেষজ্ঞৰ সতৰ্কবাণী

July 3, 2026
গোবিন্দাৰ পৰকীয়া প্ৰেমৰ বিষয়ে মুখ খুলিছে পত্নীয়ে, কি ক’লে পত্নী সুনীতাই
বিনোদন

গোবিন্দাৰ পৰকীয়া প্ৰেমৰ বিষয়ে মুখ খুলিছে পত্নীয়ে, কি ক’লে পত্নী সুনীতাই

July 3, 2026
বৰষুণ বতৰত কাহ-চৰ্দিক সাধাৰণ ৰোগ বুলি ভাবে নেকি? ভুলতো নকৰিব এইকেইটা কাম
জীৱনশৈলী

বৰষুণ বতৰত কাহ-চৰ্দিক সাধাৰণ ৰোগ বুলি ভাবে নেকি? ভুলতো নকৰিব এইকেইটা কাম

July 3, 2026
ছলমান খানে যি কৰিব পৰা নাই, আমীৰ খানে কৰিলে ৩ বাৰ…
বিনোদন

ছলমান খানে যি কৰিব পৰা নাই, আমীৰ খানে কৰিলে ৩ বাৰ…

July 3, 2026
Next Post
নিশা এই সময়ত সপোন দেখাটো শুভ, সপোনত কি দেখাটোৱে আপোনাৰ আৰ্থিক উন্নতিৰ কথা কয়? জানক সবিশেষ

নিশা এই সময়ত সপোন দেখাটো শুভ, সপোনত কি দেখাটোৱে আপোনাৰ আৰ্থিক উন্নতিৰ কথা কয়? জানক সবিশেষ

অ-হিন্দুৱে স্বেচ্ছাই অৱসৰ লওকঃ মুছলমানেই নহয়, কোনো অ-হিন্দু কৰ্মচাৰী নাথাকিব তীৰুপতি বালাজী মন্দিৰত!

অ-হিন্দুৱে স্বেচ্ছাই অৱসৰ লওকঃ মুছলমানেই নহয়, কোনো অ-হিন্দু কৰ্মচাৰী নাথাকিব তীৰুপতি বালাজী মন্দিৰত!

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.