• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
ৰক্ষা নাপালে মহিলা চিকিৎসকো, ন/গ্ম অৱস্থাত উদ্ধাৰ দেহ, মৰণোত্তৰ পৰীক্ষাত শিহৰণকাৰী তথ্য

ৰক্ষা নাপালে মহিলা চিকিৎসকো, ন/গ্ম অৱস্থাত উদ্ধাৰ দেহ, মৰণোত্তৰ পৰীক্ষাত শিহৰণকাৰী তথ্য

2 years ago
ছোনম ৱাংচুকক ব্যৱহাৰ কৰি আছে CJP-এ, মন্তব্য শ্বেতা তিৱাৰীৰ

ছোনম ৱাংচুকক ব্যৱহাৰ কৰি আছে CJP-এ, মন্তব্য শ্বেতা তিৱাৰীৰ

5 hours ago
ISROৰ শতাধিক বিজ্ঞানীৰ পদত্যাগৰ পিছতে কঠোৰ চৰকাৰ, নিৰ্দেশনা জাৰি

ISROৰ শতাধিক বিজ্ঞানীৰ পদত্যাগৰ পিছতে কঠোৰ চৰকাৰ, নিৰ্দেশনা জাৰি

6 hours ago
যেন চিনেমাৰ কাহিনী! কি এক কাকতলীয়া সংযোগ

যেন চিনেমাৰ কাহিনী! কি এক কাকতলীয়া সংযোগ

7 hours ago
আগন্তুক ১০ দিন এই ৪টা ৰাশিৰ বাবে সোণালী সময়

আগন্তুক ১০ দিন এই ৪টা ৰাশিৰ বাবে সোণালী সময়

8 hours ago
গুলশ্যন গ্ৰোভাৰৰ সৈতে চুম্বনৰ সেই বিতৰ্কিত দৃশ্যক লৈ কেটৰিনাৰ মন্তব্য কি?

গুলশ্যন গ্ৰোভাৰৰ সৈতে চুম্বনৰ সেই বিতৰ্কিত দৃশ্যক লৈ কেটৰিনাৰ মন্তব্য কি?

8 hours ago
‘ভগৱান শ্ৰীকৃষ্ণই দিনটোত পঢ়িছিল ৫বাৰকৈ নামাজ’- মৌলানাৰ নিকৃষ্ট মন্তব্য

‘ভগৱান শ্ৰীকৃষ্ণই দিনটোত পঢ়িছিল ৫বাৰকৈ নামাজ’- মৌলানাৰ নিকৃষ্ট মন্তব্য

9 hours ago
ইনফাৰ্টিলিটীৰ সমস্যাত ভুগিছে নেকি?

ইনফাৰ্টিলিটীৰ সমস্যাত ভুগিছে নেকি?

10 hours ago
ইতিহাসৰ অন্যতম ভয়াৱহ সামুদ্ৰিক দুৰ্ঘটনা! ৫ শতাধিকৰ মৃ*ত্যুৰ আশংকা

ইতিহাসৰ অন্যতম ভয়াৱহ সামুদ্ৰিক দুৰ্ঘটনা! ৫ শতাধিকৰ মৃ*ত্যুৰ আশংকা

11 hours ago
চৰকাৰী কৰ্মচাৰীসকলৰ বাবে সুখবৰ! ১৭,৫০০টকা পৰ্যন্ত বাঢ়িব পাৰে দৰমহা

চৰকাৰী কৰ্মচাৰীসকলৰ বাবে সুখবৰ! ১৭,৫০০টকা পৰ্যন্ত বাঢ়িব পাৰে দৰমহা

11 hours ago
‘এতিয়া আৰু মই বিচনাত কাকোৱেই নিবিচাৰো, পুৰুষয়েই হওক বা মহিলা!’

‘এতিয়া আৰু মই বিচনাত কাকোৱেই নিবিচাৰো, পুৰুষয়েই হওক বা মহিলা!’

12 hours ago
“তোমাৰো এদিন ব্ৰেক-আপ হ’ব!” সোণাক্ষী-জাহিৰকলৈ কিয় এনকৈ ক’লে চলমানে?

“তোমাৰো এদিন ব্ৰেক-আপ হ’ব!” সোণাক্ষী-জাহিৰকলৈ কিয় এনকৈ ক’লে চলমানে?

13 hours ago
জনতাৰ মূৰত মাধমাৰ, পুনৰ বৃদ্ধি অত্যাৱশ্যকীয় সামগ্ৰীৰ মূল্য

জনতাৰ মূৰত মাধমাৰ, পুনৰ বৃদ্ধি অত্যাৱশ্যকীয় সামগ্ৰীৰ মূল্য

14 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Friday, July 17, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home বিবিধ

ৰক্ষা নাপালে মহিলা চিকিৎসকো, ন/গ্ম অৱস্থাত উদ্ধাৰ দেহ, মৰণোত্তৰ পৰীক্ষাত শিহৰণকাৰী তথ্য

editor by editor
August 10, 2024
in বিবিধ, বিশ্ব, ভাৰত
0
ৰক্ষা নাপালে মহিলা চিকিৎসকো, ন/গ্ম অৱস্থাত উদ্ধাৰ দেহ, মৰণোত্তৰ পৰীক্ষাত শিহৰণকাৰী তথ্য
0
SHARES
694
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

ৰক্ষা নাপালে মহিলা চিকিৎসকো, ন/গ্ম অৱস্থাত উদ্ধাৰ দেহ, মৰণোত্তৰ পৰীক্ষাত শিহৰণকাৰী তথ্য

পশ্চিম বংগৰ কলকাতা চহৰত সংঘটিত হৈছে এক হৃদয় বিদাৰক ঘটনা। এগৰাকী মহিলা চিকিৎসকক ধৰ্ষণ কৰি হত্যা। কেৱল এয়াই নহয়, চিকিৎসকগৰাকীৰ লগত নিষ্ঠুৰতাৰ সীমাও পাৰ কৰি দিছে অজ্ঞাতই। উলংগ অৱস্থাত উদ্ধাৰ হোৱা মৃতদেহটো তেজেৰে লুতুৰি পুতুৰি হৈ আছিল।

মৰণোত্তৰ পৰীক্ষাৰ প্ৰতিবেদনত প্ৰকাশ পাইছে যে মৃতদেহটোৰ মুখৰ পৰা ভৰিলৈকে একাধিক আঘাত আছে। প্ৰহাৰ আৰু আঘাতৰ বাবে মহিলা চিকিৎসকগৰাকীৰ মৃত্যু হোৱাৰ সম্ভৱনা।

উল্লেখ্য যে মৃত মহিলা চিকিৎসকগৰাকী কলকাতাৰ আৰ জি কাৰ মেডিকেল কলেজ এণ্ড হস্পিতালৰ দ্বিতীয় বৰ্ষৰ ছাত্ৰী আছিল আৰু বুকুৰ চিকিৎসা বিভাগত হাউচ ষ্টাফ হিচাপে কাম কৰিছিল।

শনিবাৰে নিশা ১২ মান বজাত যেতিয়া চিকিৎসালয়ৰ কৰ্মচাৰীয়ে জৰুৰীকালীন ৱাৰ্ডত মহিলাগৰাকীৰ মৃতদেহ প্ৰত্যক্ষ কৰে তেতিয়া তেওঁলোকে প্ৰথমে চিকিৎসালয় প্ৰশাসনক খবৰ দিয়ে আৰু পাছত আৰক্ষীক ফোন কৰে।

চিকিৎসালয়ত এগৰাকী চিকিৎসকক ধৰ্ষণ আৰু হত্যাক লৈ উত্তেজিত হৈ পৰিছে চিকিৎসা বিজ্ঞানৰ ছাত্ৰ-ছাত্ৰীসকল। অভিযুক্তক গ্ৰেপ্তাৰ কৰি কঠোৰতম শাস্তি প্ৰদান কৰিবলৈ দাবী জনাইছে। এই ঘটনাৰ পিছত ছাত্ৰ-ছাত্ৰীৰ মাজত ভয় আৰু আতংকৰ পৰিবেশ।

চিকিৎসালয়খনতো উত্তেজনাৰ পৰিবেশ। প্ৰায় ১০ ঘণ্টা ধৰি প্ৰতিবাদ সাব্যস্ত কৰি থকা ছাত্ৰ-ছাত্ৰী আৰু মৃতকৰ পৰিয়ালৰ লোকক পতিয়ন নিয়াবলৈ চেষ্টা কৰিছে আৰক্ষীয়ে। মুখ্যমন্ত্ৰী মমতা বেনাৰ্জীৰ সৈতে কথা পাতিবলৈ দাবী জনাইছে উত্তেজিত লোকে।

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: Doctor Rape caseFemale Doctor Rape CaseindiaKolkata rape Caserape case
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

ছোনম ৱাংচুকক ব্যৱহাৰ কৰি আছে CJP-এ, মন্তব্য শ্বেতা তিৱাৰীৰ
বিনোদন

ছোনম ৱাংচুকক ব্যৱহাৰ কৰি আছে CJP-এ, মন্তব্য শ্বেতা তিৱাৰীৰ

July 16, 2026
ISROৰ শতাধিক বিজ্ঞানীৰ পদত্যাগৰ পিছতে কঠোৰ চৰকাৰ, নিৰ্দেশনা জাৰি
প্ৰযুক্তি

ISROৰ শতাধিক বিজ্ঞানীৰ পদত্যাগৰ পিছতে কঠোৰ চৰকাৰ, নিৰ্দেশনা জাৰি

July 16, 2026
যেন চিনেমাৰ কাহিনী! কি এক কাকতলীয়া সংযোগ
বিনোদন

যেন চিনেমাৰ কাহিনী! কি এক কাকতলীয়া সংযোগ

July 16, 2026
আগন্তুক ১০ দিন এই ৪টা ৰাশিৰ বাবে সোণালী সময়
জীৱনশৈলী

আগন্তুক ১০ দিন এই ৪টা ৰাশিৰ বাবে সোণালী সময়

July 16, 2026
Next Post
‘মই আৰু ঐশ্বৰ্য্যই বিবাহ বিচ্ছেদ লৈ আছো’- অভিষেকৰ ভাইৰেল ভিডিঅ’, পাছে ইয়াৰ সত্যতা কিমান !

'মই আৰু ঐশ্বৰ্য্যই বিবাহ বিচ্ছেদ লৈ আছো'- অভিষেকৰ ভাইৰেল ভিডিঅ', পাছে ইয়াৰ সত্যতা কিমান !

শুক্ৰ-কেতুৰ সংগমে ওলোটাই পেলাব ৩ ৰাশিৰ জাতক-জাতিকাৰ ভাগ্য

শুক্ৰ-কেতুৰ সংগমে ওলোটাই পেলাব ৩ ৰাশিৰ জাতক-জাতিকাৰ ভাগ্য

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.