• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
বুধ-শুক্ৰৰ মিলনত লক্ষ্মী নাৰায়ণ ৰাজযোগ! দীপাৱলিত কোটিপতি হোৱাৰ যোগ ৩ৰাশিৰ জাতক-জাতিকাৰ

বুধ-শুক্ৰৰ মিলনত লক্ষ্মী নাৰায়ণ ৰাজযোগ! দীপাৱলিত কোটিপতি হোৱাৰ যোগ ৩ৰাশিৰ জাতক-জাতিকাৰ

2 years ago
শৰীৰৰ এই অংশত তিল থকা মানেই কোটিপতি হোৱাৰ লক্ষণ!

সৌভাগ্যৱান লোকৰ থাকে শৰীৰৰ এই অংশত তিল, জানক

1 hour ago
‘মই ভাল ছোৱালী!’ যোৰহাটৰ ঘটনাক কেন্দ্ৰ কৰি প্ৰথমবাৰলৈ মৰমীৰ বিস্ফোৰণ

‘মই ভাল ছোৱালী!’ যোৰহাটৰ ঘটনাক কেন্দ্ৰ কৰি প্ৰথমবাৰলৈ মৰমীৰ বিস্ফোৰণ

1 hour ago
‘দয়া নাই, ক্ষমা নাই!’, কাৰ্বি ভূমিত আকৌ চলিব প্ৰশাসনৰ বুলড’জাৰ

‘দয়া নাই, ক্ষমা নাই!’, কাৰ্বি ভূমিত আকৌ চলিব প্ৰশাসনৰ বুলড’জাৰ

2 hours ago
ভাগ্য সলনি হোৱাৰ ইংগিত, এই ৫টা ৰাশি সদায় বিশেষ

কাইলৈ ৫ ৰাশিৰ ভাগ্যই দেখুৱাব যাদু! মাত্ৰ নকৰিব কোনো ভুল

2 hours ago
ভাগ্যৰ দুৱাৰ মুকলি হ’ব ৩ ৰাশিৰ, আজি বুধবাৰৰ দিনটো আপোনাৰ কেনে যাব? পঢ়ক দৈনিক ৰাশিফল

কাইলৈ মেষৰ পৰা মীনলৈ কোন ৰাশিৰ কেনে যাব দিনটো?

3 hours ago
জনপ্ৰিয় অভিনেতাৰ দেহাৱসান, সাংস্কৃতিক জগতত শোকৰ ছাঁ

জনপ্ৰিয় অভিনেতাৰ দেহাৱসান, সাংস্কৃতিক জগতত শোকৰ ছাঁ

4 hours ago

কেতিয়াও ফোনৰ বাবে ব্যৱহাৰ নকৰিব নকল চাৰ্জাৰ, এটা ভুলে মাতিব বিপদ!

5 hours ago
শুকুৰ আলীৰ মৃত্যু, মৃত্যুদূতৰূপী ডাম্পাৰে নিলে মহতিয়াই

ৰাজ্যত HIT and RUN ৰ ঘটনা, ৰাজপথত নিথৰ দেহ পৰি ৰ’ল অন্তঃসত্বা মহিলাৰ

5 hours ago
৮টা খিতাপ জয়েৰে সোণালী অধ্যায়ৰ অন্ত! অধিনায়কত্ব এৰিলে হৰমনপ্ৰীত কৌৰে

৮টা খিতাপ জয়েৰে সোণালী অধ্যায়ৰ অন্ত! অধিনায়কত্ব এৰিলে হৰমনপ্ৰীত কৌৰে

6 hours ago
নিশা টোপনিত নকৰিব এইবোৰ ভুল, ডাঙৰ সমস্যাত পৰিব আপুনি!

কোন দিশত মূৰ দি টোপনি গ’লে শুভ? ভুল কৰিলে বিপদ অনিবাৰ্য!

8 hours ago
কেনেকুৱা পুৰুষে আকৰ্ষণ কৰে মডাৰ্ণ নাৰীক? জানি হ’ব আচৰিত!

নাৰীয়ে পুৰুষৰ ক’ত প্ৰথম চকু দিয়ে, জানি হ’ব আচৰিত!

8 hours ago
বেংক মেনেজাৰক ব্লেকমেইলিং যোৰহাটৰ যুৱতীৰ

বেংক মেনেজাৰক ব্লেকমেইলিং যোৰহাটৰ যুৱতীৰ

11 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Thursday, October 8, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home জীৱনশৈলী

বুধ-শুক্ৰৰ মিলনত লক্ষ্মী নাৰায়ণ ৰাজযোগ! দীপাৱলিত কোটিপতি হোৱাৰ যোগ ৩ৰাশিৰ জাতক-জাতিকাৰ

বুধ-শুক্ৰৰ মিলনত লক্ষ্মী নাৰায়ণ ৰাজযোগ! দীপাৱলিত কোটিপতি হোৱাৰ যোগ ৩ৰাশিৰ জাতক-জাতিকাৰ

editor by editor
October 31, 2024
in জীৱনশৈলী, ভাৰত
0
বুধ-শুক্ৰৰ মিলনত লক্ষ্মী নাৰায়ণ ৰাজযোগ! দীপাৱলিত কোটিপতি হোৱাৰ যোগ ৩ৰাশিৰ জাতক-জাতিকাৰ
0
SHARES
6.1k
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

জ্যোতিষ শাস্ত্ৰ অনুসৰি প্ৰতি গ্ৰহই নিৰ্দিষ্ট সময়ৰ অন্তৰে অন্তৰে ৰাশি পৰিবৰ্তন কৰে৷ যাৰ প্ৰভাৱ পৰে বিভিন্ন ৰাশিৰ জীৱনত৷ ধনতেৰাছত ৫ শুভ যোগত আৰম্ভ হৈছে দুৰ্দান্ত সময়৷ এই শুভ সময়ত বুধ, আৰু শুক্ৰৰ মিলন ঘটিছে৷ বুধে বৃশ্চিকত প্ৰৱেশ কৰি শুক্ৰৰ সৈতে লক্ষ্মী নাৰায়ণ ৰাজযোগ তৈয়াৰ কৰিছে৷ বুধক বুদ্ধিমত্তা আৰু সম্পদৰ গ্ৰহ বুলি কোৱা হয়৷ অন্যহাতে শুক্ৰক সম্পদ, সমৃদ্ধি আৰু বৈষয়িক সুখৰ গ্ৰহ হিচাপে বিবেচনা কৰা হয়৷ এই দুই গ্ৰহৰ মিলনত তৈয়াৰ হোৱা লক্ষ্মী নাৰায়ণ ৰাজযোগ ৩ৰাশিৰ জীৱনত উন্নতিৰ পথ খুলি দিব৷ নিশাৰ ভিতৰতে অৰ্থলাভৰ সুযোগ৷ দীপাৱলিত সৌভাগ্যৰ শিখৰত কোন কোন থাকিব?

মিথুন ৰাশি

দীপাৱলিত মিথুন ৰাশিৰ সুদিন আহিব৷ কেৰিয়াৰত ব্যপক উন্নতিৰ সুযোগ আছে৷ আয় যেনেকৈ বাঢ়িব, তেতিয়া উপাৰ্জনতকৈ বেছি ব্যয়ো হ’ব পাৰে৷ সেয়ে এই বিয়য়ত সতৰ্ক থকা জৰুৰী৷ মা লক্ষ্মীৰ আশীৰ্বাদত অৰ্থকষ্ট দূৰ হ’ব৷ ব্যৱসায়ত বৃহৎ লাভৰ যোগ আছে৷ ভৱিষ্যতে লাভ হ’ব পাৰে৷ সংগীৰ সৈতে সম্পৰ্কৰ উন্নতি হ’ব৷ পৰিয়ালত শান্তি থাকিব৷

তুলা ৰাশি

বুধ শুক্ৰৰ মিলনত আৰ্থিকভাৱেও লাভৱান হ’ব তুলা ৰাশিৰ জাতক-জাতিকা৷ নিজৰ পৰিশ্ৰমৰ দাম পাব৷ কামৰ মৰ্যাদা অনুযায়ী দৰমহাও পাব৷ কৰ্মক্ষেত্ৰত সন্মান বাঢ়িব, ঊৰ্ধ্বতন কৰ্তৃপক্ষৰ প্ৰশংসা পাব৷ কঠিন পৰিস্থিতিতো ভাগ্যৰ পূৰ্ণ সমৰ্থন পাব৷ লক্ষ্মী নাৰায়ণ ৰাজযোগৰ শুভ প্ৰভাৱত জীৱনত বৃহৎ উন্নতি আহিব৷ পাৰিবাৰিক সমস্যাৰ সমাধানসূত্ৰ পাব৷ পৰিয়ালৰ সদস্যসকলৰ সৈতে সম্পৰ্ক পূৰ্বতকৈ ভাল হ’ব৷

বৃশ্চিক ৰাশি

সুখৰ দিন আহিব বৃশ্চিক ৰাশিৰ৷ কৰ্মজীৱনত সুবিধা পাব৷ নিজৰ কাম আৰু কথাৰে কাৰ্যালয়ৰ সকলোৰে মন জয় কৰিব পাৰিব৷ সহকৰ্মীসকলে সহযোগীতা পাব৷ ব্যৱসায়ীসকলে ডাঙৰ বিনিয়োগ কৰিব পাৰে৷ সৰু ডাঙৰ সকলো ব্যৱসায়ত বৃহৎ লাভ হ’ব পাৰে৷ আয় আৰু ব্যয়ৰ ভাৰসাম্য ৰাখিলে সঞ্চয় বাঢ়িব৷ সমাজত যশ খ্যাতি বাঢ়িব৷ সকলো বাধা কাটি অৰ্থভাগ্য তুংগত থাকিব৷

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: asom live 24assam live 24axom live 24Best news channel of assamBest News Portal in AssamBest News Portal of Assam
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

শৰীৰৰ এই অংশত তিল থকা মানেই কোটিপতি হোৱাৰ লক্ষণ!
জীৱনশৈলী

সৌভাগ্যৱান লোকৰ থাকে শৰীৰৰ এই অংশত তিল, জানক

October 7, 2026
ভাগ্য সলনি হোৱাৰ ইংগিত, এই ৫টা ৰাশি সদায় বিশেষ
জীৱনশৈলী

কাইলৈ ৫ ৰাশিৰ ভাগ্যই দেখুৱাব যাদু! মাত্ৰ নকৰিব কোনো ভুল

October 7, 2026
ভাগ্যৰ দুৱাৰ মুকলি হ’ব ৩ ৰাশিৰ, আজি বুধবাৰৰ দিনটো আপোনাৰ কেনে যাব? পঢ়ক দৈনিক ৰাশিফল
জীৱনশৈলী

কাইলৈ মেষৰ পৰা মীনলৈ কোন ৰাশিৰ কেনে যাব দিনটো?

October 7, 2026
নিশা টোপনিত নকৰিব এইবোৰ ভুল, ডাঙৰ সমস্যাত পৰিব আপুনি!
জীৱনশৈলী

কোন দিশত মূৰ দি টোপনি গ’লে শুভ? ভুল কৰিলে বিপদ অনিবাৰ্য!

October 7, 2026
Next Post
বিজ্ঞানীৰ পৃথক চিন্তা! পৃথিৱীক ঠাণ্ডা কৰিবলৈ বছৰি ছটিয়াই দিব ৫০লাখ টন হীৰাৰ গুড়ি!

বিজ্ঞানীৰ পৃথক চিন্তা! পৃথিৱীক ঠাণ্ডা কৰিবলৈ বছৰি ছটিয়াই দিব ৫০লাখ টন হীৰাৰ গুড়ি!

ছৌদী আৰৱত নিষিদ্ধ ঘোষণা কৰা হ’ল সিংহম এগেইন আৰু ভুল ভুলাইয়া-৩ক! কিন্তু কিয়?

ছৌদী আৰৱত নিষিদ্ধ ঘোষণা কৰা হ’ল সিংহম এগেইন আৰু ভুল ভুলাইয়া-৩ক! কিন্তু কিয়?

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.