• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
বিজ্ঞানীৰ পৃথক চিন্তা! পৃথিৱীক ঠাণ্ডা কৰিবলৈ বছৰি ছটিয়াই দিব ৫০লাখ টন হীৰাৰ গুড়ি!

বিজ্ঞানীৰ পৃথক চিন্তা! পৃথিৱীক ঠাণ্ডা কৰিবলৈ বছৰি ছটিয়াই দিব ৫০লাখ টন হীৰাৰ গুড়ি!

2 years ago
ঐশ্বৰ্য ৰায় নে মাধুৰী? ‘দেৱদাস’ত কোনে লাভ কৰিছিল বেছি পাৰিশ্ৰমিক?

ঐশ্বৰ্য ৰায় নে মাধুৰী? ‘দেৱদাস’ত কোনে লাভ কৰিছিল বেছি পাৰিশ্ৰমিক?

10 hours ago
আগন্তুক এসপ্তাহ এই ৫ ৰাশিৰ বাঢ়িব পাৰে সমস্যা

আগন্তুক এসপ্তাহ এই ৫ ৰাশিৰ বাঢ়িব পাৰে সমস্যা

10 hours ago
‘মই অষ্টম শ্ৰেণীতে নিৰ্যাতনৰ বলি হৈছিলো’

‘মই অষ্টম শ্ৰেণীতে নিৰ্যাতনৰ বলি হৈছিলো’

11 hours ago
পিত-মাতৃ নহয়, বন্ধুৰ নামত লিখিলে ২৮ কোটি টকাৰ সম্পত্তি

পিত-মাতৃ নহয়, বন্ধুৰ নামত লিখিলে ২৮ কোটি টকাৰ সম্পত্তি

12 hours ago
সুখবৰ! এতিয়াৰে পৰা মহিলাসকলে প্ৰতিমাহে পাব ২৫০০টকা

সুখবৰ! এতিয়াৰে পৰা মহিলাসকলে প্ৰতিমাহে পাব ২৫০০টকা

13 hours ago
এইসকল লোকে বতৰৰ ফল আম খোৱাৰ আগতে সাৱধান হওক

এইসকল লোকে বতৰৰ ফল আম খোৱাৰ আগতে সাৱধান হওক

14 hours ago
১৪ জুলাই মঙলবাৰে এই ৫ বিধ বস্তু দান কৰক

১৪ জুলাই মঙলবাৰে এই ৫ বিধ বস্তু দান কৰক

14 hours ago
গাৰ্ডনাৰ-ৱ’লৰ অবৈধ সম্পৰ্ক!

গাৰ্ডনাৰ-ৱ’লৰ অবৈধ সম্পৰ্ক!

15 hours ago
১৮টা ক*বৰত উদ্ধাৰ সোণৰ জিভা, জানক ক’ত এই বিস্ময়কৰ ঘটনা

১৮টা ক*বৰত উদ্ধাৰ সোণৰ জিভা, জানক ক’ত এই বিস্ময়কৰ ঘটনা

16 hours ago
এইবাৰ ষ্টেডিয়ামৰ ঘাঁহ চ’ৰাদাম বিক্ৰী কৰিব ফিফাই

এইবাৰ ষ্টেডিয়ামৰ ঘাঁহ চ’ৰাদাম বিক্ৰী কৰিব ফিফাই

17 hours ago
ভুলতো এই ৫ লোকে নাখাব মাখানা, অন্যথা বিপদ অনিবাৰ্য!

ভুলতো এই ৫ লোকে নাখাব মাখানা, অন্যথা বিপদ অনিবাৰ্য!

18 hours ago
NHPCয়ে এৰিছে পানী, ৰাজ্যৰ ৫ জিলাত হাই এলাৰ্ট, প্ৰশাসনে বজাইছে চাইৰেন

NHPCয়ে এৰিছে পানী, ৰাজ্যৰ ৫ জিলাত হাই এলাৰ্ট, প্ৰশাসনে বজাইছে চাইৰেন

18 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Tuesday, July 14, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home জীৱনশৈলী

বিজ্ঞানীৰ পৃথক চিন্তা! পৃথিৱীক ঠাণ্ডা কৰিবলৈ বছৰি ছটিয়াই দিব ৫০লাখ টন হীৰাৰ গুড়ি!

বিজ্ঞানীৰ পৃথক চিন্তা! পৃথিৱীক ঠাণ্ডা কৰিবলৈ বছৰি ছটিয়াই দিব ৫০লাখ টন হীৰাৰ গুড়ি!

editor by editor
October 31, 2024
in জীৱনশৈলী, বিবিধ, বিশ্ব, লেখা
0
বিজ্ঞানীৰ পৃথক চিন্তা! পৃথিৱীক ঠাণ্ডা কৰিবলৈ বছৰি ছটিয়াই দিব ৫০লাখ টন হীৰাৰ গুড়ি!
0
SHARES
1.3k
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

জলবায়ু সংকটৰ মোকাবিলাত সাহসী আৰু বহুমূলীয়া প্ৰচেষ্টা কৰিব পাৰে বিজ্ঞানীয়ে৷ পৃথিৱীক শীতল কৰাৰ বাবে বায়ুমণ্ডলত এৰি দিয়া হ’ব পাৰে হীৰাৰ ধূলিকণা৷ এক গৱেষণাত প্ৰকাশ পাইছে এই তথ্য৷ অযৌক্তিক যেন লাগিলেও জিয়োফিজিকেল ৰিচাৰ্ছ লেটাৰ্ছত প্ৰকাশিত গৱেষণাপত্ৰ অনুসৰি বছৰত ৫০লাখ টন হীৰাৰ গুড়ি ছটিয়াই বিশ্বৰ তাপমাত্ৰা বহুপৰিমানে কমাই দিয়া হ’ব পাৰে৷

জিলিকি থকা হিৰাৰ গুড়িৰ ওপৰত সূৰ্যৰ ৰশ্মি পৰিলে বহুকাংশই প্ৰতিফলিত হৈ বায়ুমণ্ডলৰ বাহিৰলৈ ওলাই যাব৷ ফলত তাপো কমিব৷ এই ধাৰণাৰ কথাই প্ৰকাশিচ হৈছে সেই গৱেষণাপত্ৰত৷ গৱেষকসকলৰ বিশ্বাস, যদি ৪৫ বছৰতকৈ বেছি সময় ধৰি এই প্ৰক্ৰিয়া চলোৱা হয় তেন্তে এই প্ৰক্ৰিয়াই পৃথিৱীৰ তাপমাত্ৰা প্ৰায় ২.৯ ডিগ্ৰী ফাৰেনহাইটলৈ কমাব পাৰে৷ এই পৰিকল্পনা বাস্তবায়িত কৰা যিমান সহজ বুলি ধাৰণা কৰা হৈছে সিমান সহজ নহয়৷

এই সমগ্ৰ প্ৰক্ৰিয়াটোত খৰচ যেনেকৈ বেছি শ্ৰমো বেছি হ’ব৷ গৱেষকসকলৰ অনুমান ৪৫ বছৰ ধৰি হীৰাৰ গুৰি চটিয়াই পৃথিৱীৰ তাপমাত্ৰা কমাবলৈ হ’লে প্ৰায় ২০০ লাখ কোটি ডলাৰ খৰচ কৰিব লগা হ’ব পাৰে৷ যি কাৰণত বহুতেই ধাৰণা কৰিছে যে কেৱল অনুমানৰ ওপৰত ভিত্তি কৰি আৰু পৰীক্ষা কৰি চোৱাৰ বাবে ইমান ধন খৰচ কৰা একেবাৰেই অযৌক্তিক৷ যদিও গৱেষকসকলৰ যুক্তি যে এই মুহূৰ্তত পৃথিৱীত জলবায়ু সংকট যিমান ভয়াৱহ গতিত বাঢ়িছে সেয়া মোকাবিলা কৰাৰ বাবে এই খৰচ একোৱেই নহয়৷

গৱেষকসকলে ধাৰণা কৰিছে জলবায়ু পৰিবৰ্তনৰ বিৰুদ্ধে যুদ্ধ কৰাৰ বাবে সাম্ভাব্য সমস্ত পৰীক্ষা কৰা উচিত৷ সেই পৰীক্ষাসমূহ যিমানেই অবাস্তৱ বুলি সমালোচনা নহওক কিয়৷ সেই গৱেষণাপত্ৰ অনুসৰি বায়ুমণ্ডলৰ হীৰাৰ গুড়ি চটিয়াই দিয়া প্ৰক্ৰিয়াটো ষ্ট্ৰেটোস্ফিয়েৰিক এৰোচল ইঞ্জেকছন নামেৰে পৰিচিত৷ সমগ্ৰ বিষয়টো ‘চলাৰ জিয়োইঞ্জিনিয়াৰিঙৰ’ অধীনত পৰে৷ এই প্ৰক্ৰিয়াই সূৰ্যলোকক প্ৰতিফলিত কৰিব আৰু তাপ শোষণক কমাব৷ ষ্ট্ৰেটোস্ফিয়েৰত ক্ষুদ্ৰ কণা ছটিয়াই দিয়া হ’ব৷

হীৰাৰ ধূলিকণাৰ ওপৰিও ছালফাৰসহ অন্যান্য আৰু এৰোছল বায়ুমণ্ডলত ছটিয়াই দিয়াৰ ফলত তাৰ প্ৰভাৱ কি হ’ব পাৰে সেই বিষয়টোক লৈয়ো গৱেষণা চলাইছে গৱেষকে৷ কোনো উপাদান বাস্তৱ পৰিস্থিতিত সকলোতকৈ ভাল কাম কৰিব সেয়া নিৰ্ধাৰণ কৰিবলৈকো পৰীক্ষানিৰীক্ষা চলোৱা হৈছিল৷ এৰোছোলসমূহে সূৰ্যৰ পোহৰ কিমান ভালকৈ প্ৰতিফলিত কৰে আৰু কিমান সময় বায়ুত ভাহি থাকিব সেয়াও পৰীক্ষা কৰা হৈছিল৷ ইয়াৰোপৰি কোন ধূলিকণাই সোনকালে গোট বান্ধিছে সেয়াও পৰীক্ষা চলিব৷ সেই গৱেষণাপত্ৰ অনুসৰি প্ৰাথমিক স্তৰৰ এই পৰীক্ষাত সকলোতকৈ ভাল ফল পোৱা গৈছে হীৰাৰ ধূলিকণাত৷

গৱেষকে জনোৱা অনুসৰি হীৰাৰ কণাসমূহ সোনকালে গোট নামাৰে আৰু সকলোতকৈ বেছি সময় ভাঁহি থাকিবলৈ সক্ষম হয়৷ অন্যান্য এৰোছেলসমূহ এছিড বৃষ্টিত পৰিণত হ’লেও হীৰাৰ ধূলিকণা কেতিয়াও এছিড বৰষুণহৈ নামি নাহে৷

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

আগন্তুক এসপ্তাহ এই ৫ ৰাশিৰ বাঢ়িব পাৰে সমস্যা
জীৱনশৈলী

আগন্তুক এসপ্তাহ এই ৫ ৰাশিৰ বাঢ়িব পাৰে সমস্যা

July 13, 2026
‘মই অষ্টম শ্ৰেণীতে নিৰ্যাতনৰ বলি হৈছিলো’
বিনোদন

‘মই অষ্টম শ্ৰেণীতে নিৰ্যাতনৰ বলি হৈছিলো’

July 13, 2026
পিত-মাতৃ নহয়, বন্ধুৰ নামত লিখিলে ২৮ কোটি টকাৰ সম্পত্তি
বিশ্ব

পিত-মাতৃ নহয়, বন্ধুৰ নামত লিখিলে ২৮ কোটি টকাৰ সম্পত্তি

July 13, 2026
সুখবৰ! এতিয়াৰে পৰা মহিলাসকলে প্ৰতিমাহে পাব ২৫০০টকা
ভাৰত

সুখবৰ! এতিয়াৰে পৰা মহিলাসকলে প্ৰতিমাহে পাব ২৫০০টকা

July 13, 2026
Next Post
ছৌদী আৰৱত নিষিদ্ধ ঘোষণা কৰা হ’ল সিংহম এগেইন আৰু ভুল ভুলাইয়া-৩ক! কিন্তু কিয়?

ছৌদী আৰৱত নিষিদ্ধ ঘোষণা কৰা হ’ল সিংহম এগেইন আৰু ভুল ভুলাইয়া-৩ক! কিন্তু কিয়?

দীপাৱলিৰ পৰাই আৰম্ভ মহালক্ষ্মী বছৰ, জানক কোন কোন ৰাশিৰ ওপৰত থাকিব দেৱীৰ আশীৰ্বাদ

দীপাৱলিৰ পৰাই আৰম্ভ মহালক্ষ্মী বছৰ, জানক কোন কোন ৰাশিৰ ওপৰত থাকিব দেৱীৰ আশীৰ্বাদ

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.