• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
ঠিক ৭দিন পাছতেই লক্ষ্মী নাৰায়ণ ৰাজযোগ, সৌভাগ্যৰ চূড়াত ৫ৰাশিৰ জাতক, দূৰ হ’ব সকলো বাধা

ঠিক ৭দিন পাছতেই লক্ষ্মী নাৰায়ণ ৰাজযোগ, সৌভাগ্যৰ চূড়াত ৫ৰাশিৰ জাতক, দূৰ হ’ব সকলো বাধা

2 years ago
ৰাহুল গান্ধীয়ে প্ৰধানমন্ত্ৰী মোদী আৰু বিজেপিৰ বিৰোধিতা কৰিবলৈ গৈ ভাৰতৰ বিৰোধিতা কৰি আছেঃ অমিত শ্বাহ

ৰাহুল গান্ধীয়ে প্ৰধানমন্ত্ৰী মোদী আৰু বিজেপিৰ বিৰোধিতা কৰিবলৈ গৈ ভাৰতৰ বিৰোধিতা কৰি আছেঃ অমিত শ্বাহ

53 minutes ago
শৰীৰৰ এই অংশত তিল থকা মানেই কোটিপতি হোৱাৰ লক্ষণ!

শৰীৰৰ এই অংশত তিল থকা মানেই কোটিপতি হোৱাৰ লক্ষণ!

2 hours ago
বৰষুণত তিতিলে নেকি আপোনাৰ ফোনটো? নকৰিব এইবোৰ ভুল!

বৰষুণত তিতিলে নেকি আপোনাৰ ফোনটো? নকৰিব এইবোৰ ভুল!

3 hours ago
কাইলৈৰ ৰাশিফলঃ দেওবাৰে সূৰ্যৰ গোচৰ, শুভ ফল পাব এই ৫ৰাশিৰ জাতকে

কাইলৈৰ ৰাশিফলঃ দেওবাৰে সূৰ্যৰ গোচৰ, শুভ ফল পাব এই ৫ৰাশিৰ জাতকে

19 hours ago
পোষ্ট অফিচৰ এই স্কিমত ১৫০০০ টকাকৈ জমা কৰিলে পাব ২৫ লাখ টকা, জানি থওক হিচাপ

পোষ্ট অফিচৰ এই স্কিমত ১৫০০০ টকাকৈ জমা কৰিলে পাব ২৫ লাখ টকা, জানি থওক হিচাপ

21 hours ago
মালব্য ৰাজযোগৰ সৈতে জোঁট বান্ধিব শুক্ৰাদিত্য ৰাজযোগে, নতুন সপ্তাহত ৰজাৰ আসনত বহিব ৫ৰাশি

মালব্য ৰাজযোগৰ সৈতে জোঁট বান্ধিব শুক্ৰাদিত্য ৰাজযোগে, নতুন সপ্তাহত ৰজাৰ আসনত বহিব ৫ৰাশি

21 hours ago
এদিন পাছতেই তৈয়াৰ হ’ব পাৱাৰফুল ত্ৰিগ্ৰহী যোগ, ঘৰ, বাহন সকলো লাভ হ’ব ৩ৰাশিৰ

এদিন পাছতেই তৈয়াৰ হ’ব পাৱাৰফুল ত্ৰিগ্ৰহী যোগ, ঘৰ, বাহন সকলো লাভ হ’ব ৩ৰাশিৰ

22 hours ago
মাৰ্চৰ শেষত অৰ্থযোগ, শুক্ৰৰ কৃপাত মালামাল হ’ব এই ৫ৰাশিৰ জাতক-জাতিকা

মাৰ্চৰ শেষত অৰ্থযোগ, শুক্ৰৰ কৃপাত মালামাল হ’ব এই ৫ৰাশিৰ জাতক-জাতিকা

23 hours ago
পোষ্ট অফিচৰ এই স্কিমত ২লাখ বিনিয়োগ কৰিলে ৯০০০০ লাভ, জানি থওক হিচাপ

পোষ্ট অফিচৰ এই স্কিমত ২লাখ বিনিয়োগ কৰিলে ৯০০০০ লাভ, জানি থওক হিচাপ

1 day ago
২৫ মাৰ্চৰ পৰা বুধ দক্ষিণমাৰ্গী হ’ব, কেৰিয়াৰত বৃহৎ সাফল্য পাব এই ৫ৰাশিৰ জাতকে

২৫ মাৰ্চৰ পৰা বুধ দক্ষিণমাৰ্গী হ’ব, কেৰিয়াৰত বৃহৎ সাফল্য পাব এই ৫ৰাশিৰ জাতকে

1 day ago
সোনম ৱাংচুকক মুক্তি দিলে কেন্দ্ৰই! ছমাহ পাছত মুক্তি লাভ লাডাখৰ পৰিবেশ কৰ্মী সোনম ৱাংছুকৰ

সোনম ৱাংচুকক মুক্তি দিলে কেন্দ্ৰই! ছমাহ পাছত মুক্তি লাভ লাডাখৰ পৰিবেশ কৰ্মী সোনম ৱাংছুকৰ

1 day ago
১৪ এপ্ৰিলৰ পৰা ৫ৰাশিৰ চমকিব ভাগ্য, সূৰ্যৰ গোচৰত ধনলাভ কৰিব এইকেইটা ৰাশিয়ে

১৪ এপ্ৰিলৰ পৰা ৫ৰাশিৰ চমকিব ভাগ্য, সূৰ্যৰ গোচৰত ধনলাভ কৰিব এইকেইটা ৰাশিয়ে

1 day ago
  • About
  • Advertise
  • Careers
  • English Edition
Sunday, March 15, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home জীৱনশৈলী

ঠিক ৭দিন পাছতেই লক্ষ্মী নাৰায়ণ ৰাজযোগ, সৌভাগ্যৰ চূড়াত ৫ৰাশিৰ জাতক, দূৰ হ’ব সকলো বাধা

ঠিক ৭দিন পাছতেই লক্ষ্মী নাৰায়ণ ৰাজযোগ, সৌভাগ্যৰ চূড়াত ৫ৰাশিৰ জাতক, দূৰ হ’ব সকলো বাধা

editor by editor
May 24, 2024
in জীৱনশৈলী, বিবিধ, ভাৰত, লেখা
0
ঠিক ৭দিন পাছতেই লক্ষ্মী নাৰায়ণ ৰাজযোগ, সৌভাগ্যৰ চূড়াত ৫ৰাশিৰ জাতক, দূৰ হ’ব সকলো বাধা
0
SHARES
8.3k
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

মে মাহৰ শেষত তৈয়াৰ হ’ব লক্ষ্মী নাৰায়ণ ৰাজযোগ৷ জ্যোতিষ শাস্ত্ৰ অনুসৰি গ্ৰহৰ যুৱৰাজ বুধ আৰু সুখ-সৌভাগ্যৰ কাৰক গ্ৰহ শুক্ৰৰ যুঁটি হ’লে এই অতিশুভ ৰাজযোগ তৈয়াৰ হয়৷ এই সময়ত বৃষ ৰাশিত ভ্ৰমণ কৰিছে শুক্ৰই৷ ৩১ মেত এই ৰাশিত প্ৰৱেশ কৰিব বুধে৷ যাৰ ফলত বুধ আৰু শুক্ৰৰ যুঁটিৰ ফলত লক্ষ্মী নাৰায়ণ ৰাজযোগ সৃষ্টি হ’ব৷ এই শুভ যোগৰ প্ৰভাৱত ৫ৰাশিৰ জাতকৰ উন্নতি হ’ব৷ কেৰিয়াৰ, ব্যৱসায়, ব্যক্তিগত জীৱনত লাভৱান হ’ব এই ৰাশিৰ জাতক৷ কোন কোন ৰাশিৰ সময় ভাল জানি থওক৷

মেষ ৰাশি

লক্ষ্মী নাৰায়ণ যোগ মেষ ৰাশিৰ জাতকৰ বাবে অত্যন্ত লাভজনক প্ৰমাণিত হ’ব৷ পাবলগীয়া ধন লাভ কৰিব৷ আয়ৰ নতুন উৎস লাভ কৰিব মেষ ৰাশিৰ জাতকে৷ আপোনাৰ আৰ্থিক পৰিস্থিতি উন্নত হ’ব৷ কৰ্মক্ষেত্ৰত নতুন সুযোগ লাভৰ প্ৰৱল সম্ভাৱনা আছে৷ ইয়াৰ দ্বাৰা ভৱিষ্যতেও লাভৱান হ’ব৷ অন্য হাতে এই ৰাশিৰ জাতকৰ বাবে এই সময় শুভ৷ স্বাস্থ্যোন্নতি হ’ব এই ৰাশিৰ জাতকৰ৷

বৃষ ৰাশি

বৃষ ৰাশিত মিলিত হৈ ৰাজযোগ তৈয়াৰ কৰিব বুধ আৰু শুক্ৰই৷ কেৰিয়াৰত উন্নতি হ’ব৷ ব্যৱসায়ীসকলৰ বাবে এই সময় শুভ৷ ব্যৱসায়ত বিস্তাৰ হোৱাৰ সম্ভাৱনা আছে৷ পৰিয়ালত সুখ সমৃদ্ধিয়ে বাস কৰিব৷ পিতৃ-মাতৃৰ সৈতে সময় কটাব এই ৰাশিৰ জাতকে৷ দাম্পত্য জীৱনত সমস্যা দূৰ হ’ব৷ স্বামী-স্ত্ৰীৰ এজনে আনজনক সহায় কৰিব৷ চাকৰিয়াল জাতকৰ পদোন্নতি সম্ভৱ৷ দৰমহা বৃদ্ধি হ’ব পাৰে৷ আৰ্থিক পৰিস্থিতিও উন্নত হ’ব৷

কৰ্কট ৰাশি

বুধ আৰু শুক্ৰৰ সংযোগৰ ফলত কৰ্কট ৰাশিৰ জাতকে শুভ ফল পাব৷ আপোনাৰ কোষ্ঠীৰ আয় আৰু লাভৰ স্থানত এই সংযোগ তৈয়াৰ হ’ব৷ অসাধাৰণ হাৰত আয় বাঢ়িব কৰ্কট ৰাশিৰ জাতকৰ৷ ইয়াৰোপৰি লাভৰ নতুন নতুন উৎস পাব৷ চাকৰিত পদোন্নতি আৰু দৰমহা বৃদ্ধিৰ যোগ আছে৷ কেৰিয়াৰত উন্নতি কৰিব পাৰিব এই ৰাশিৰ জাতকে৷ পুৰণা লগ্নিৰ দ্বাৰাও লাভাম্বিত হ’ব৷ সন্তান সংক্ৰান্তিয় সু-সংবাদ লাভ কৰিব পাৰে৷

সিংহ ৰাশি

লক্ষ্মী নাৰায়ণ ৰাজযোগ সিংহ ৰাশিৰ জাতকৰ বাবে অনুকূল৷ আপোনাৰ ৰাশিৰ কৰ্মস্থানত এই যুঁটি তৈয়াৰ হ’ব৷ কেৰিয়াৰ আৰু ব্যৱসায়ত অসাধাৰণ সাফল্য লাভ কৰিব৷ আৰ্থিক পৰিস্থিতি মজবুত হ’ব৷ আয়ৰ নতুন উৎস তৈয়াৰ হ’ব৷ চাকৰিয়াল জাতকৰ পদোন্নতি৷ ইয়াৰোপৰি এই ৰাশিৰ বেকাৰ জাতকে নতুন চাকৰিৰ প্ৰস্তাৱ পাব পাৰে৷ চাকৰি আৰু ব্যৱসায়ত অসাধাৰণ সুযোগ পাব৷ পিতৃৰ সৈতে সম্পৰ্ক মজবুত হ’ব এই ৰাশিৰ জাতকৰ৷

কুম্ভ ৰাশি

জুনৰ আৰম্ভণিতেই শুভ সংবাদ পাব কুম্ভ ৰাশিৰ জাতকে৷ নতুন বাহন ক্ৰয় কৰিব পাৰে৷ কেৰিয়াৰৰ বাবে এই সময় অনুকূল৷ নতুন সুযোগ লাভ কৰিব পাৰে৷ চাকৰিয়াল জাতকৰ পদোন্নতি হ’ব পাৰে৷ পাৰিবাৰিক জীৱনৰ বাবে এই সময় শুভ৷ দাম্পত্য জীৱনৰ সমস্যা দূৰ হ’ব৷ জীৱনসংগীৰ কামত সহায় কৰিব৷

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: assam ka newsassam ka tazza khabarassam live 24axom live 24Best Assamese News ChannelBest news channel of assamBest News Portal in Assam
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

শৰীৰৰ এই অংশত তিল থকা মানেই কোটিপতি হোৱাৰ লক্ষণ!
বিবিধ

শৰীৰৰ এই অংশত তিল থকা মানেই কোটিপতি হোৱাৰ লক্ষণ!

March 15, 2026
কাইলৈৰ ৰাশিফলঃ দেওবাৰে সূৰ্যৰ গোচৰ, শুভ ফল পাব এই ৫ৰাশিৰ জাতকে
জীৱনশৈলী

কাইলৈৰ ৰাশিফলঃ দেওবাৰে সূৰ্যৰ গোচৰ, শুভ ফল পাব এই ৫ৰাশিৰ জাতকে

March 14, 2026
পোষ্ট অফিচৰ এই স্কিমত ১৫০০০ টকাকৈ জমা কৰিলে পাব ২৫ লাখ টকা, জানি থওক হিচাপ
জীৱনশৈলী

পোষ্ট অফিচৰ এই স্কিমত ১৫০০০ টকাকৈ জমা কৰিলে পাব ২৫ লাখ টকা, জানি থওক হিচাপ

March 14, 2026
মালব্য ৰাজযোগৰ সৈতে জোঁট বান্ধিব শুক্ৰাদিত্য ৰাজযোগে, নতুন সপ্তাহত ৰজাৰ আসনত বহিব ৫ৰাশি
জীৱনশৈলী

মালব্য ৰাজযোগৰ সৈতে জোঁট বান্ধিব শুক্ৰাদিত্য ৰাজযোগে, নতুন সপ্তাহত ৰজাৰ আসনত বহিব ৫ৰাশি

March 14, 2026
Next Post
হাঁহিমুখেৰে বিশ্বজয়, টোপনিৰ মাজতেই মৃত্যু বিশ্ব সকলোতকৈ সুখী কুকুৰ কাবুছুৰ

হাঁহিমুখেৰে বিশ্বজয়, টোপনিৰ মাজতেই মৃত্যু বিশ্ব সকলোতকৈ সুখী কুকুৰ কাবুছুৰ

চাৰ্জত লগাই কথা পাতি থকাৰ সময়তে প্ৰচণ্ড বিস্ফোৰণ, শেষ হৈ গ’ল এজন কামাণ্ডো জোৱান

চাৰ্জত লগাই কথা পাতি থকাৰ সময়তে প্ৰচণ্ড বিস্ফোৰণ, শেষ হৈ গ’ল এজন কামাণ্ডো জোৱান

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.