লাকুৱাৰ অপহৰণ কাণ্ডৰ আঁৰত কোন? অপহৰণ কাণ্ডক লৈ তৎপৰ অসম আৰক্ষী। আৰক্ষীয়ে আটক কৰিছে ৯ জনকৈ সন্দেহজনক লোকক।