• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
বিহাৰৰ লোকসেৱা পৰীক্ষা সন্দৰ্ভত হাহাকাৰ পৰিস্থিতি, প্ৰাৰ্থীৰ ওপৰত লাঠিচাৰ্জ, সমৰ্থনত বিৰোধী নেতা

বিহাৰৰ লোকসেৱা পৰীক্ষা সন্দৰ্ভত হাহাকাৰ পৰিস্থিতি, প্ৰাৰ্থীৰ ওপৰত লাঠিচাৰ্জ, সমৰ্থনত বিৰোধী নেতা

2 years ago
2,000 টকাতকৈ অধিক UPI পেমেণ্টত এতিয়াৰে পৰা লাগিব নেকি অতিৰিক্ত চাৰ্জ?

2,000 টকাতকৈ অধিক UPI পেমেণ্টত এতিয়াৰে পৰা লাগিব নেকি অতিৰিক্ত চাৰ্জ?

33 minutes ago
‘মোদীৰ বাবেই ৰাছিয়াৰ পাৰমাণৱিক আক্ৰমণৰ পৰা ৰক্ষা পৰিছিল ইউক্ৰেইন’

‘মোদীৰ বাবেই ৰাছিয়াৰ পাৰমাণৱিক আক্ৰমণৰ পৰা ৰক্ষা পৰিছিল ইউক্ৰেইন’

1 hour ago
ৰোমাণ্টিক কেয়াৰ নে TOXIC LOVE? LOVE BOMBINGৰ স্বীকাৰ হৈছে নেকি?

ৰোমাণ্টিক কেয়াৰ নে TOXIC LOVE? LOVE BOMBINGৰ স্বীকাৰ হৈছে নেকি?

2 hours ago
সঁচাকৈ ছোনম ৱাংচুকৰ জীৱনৰ ওপৰত নিৰ্মাণ কৰা হৈছিল নেকি ‘3 Idiots’?

সঁচাকৈ ছোনম ৱাংচুকৰ জীৱনৰ ওপৰত নিৰ্মাণ কৰা হৈছিল নেকি ‘3 Idiots’?

2 hours ago
দেশৰ কেইবাটাও বেংকে এইসকল লোকৰ বাবে আনিছে বাম্পাৰ অফাৰ!

দেশৰ কেইবাটাও বেংকে এইসকল লোকৰ বাবে আনিছে বাম্পাৰ অফাৰ!

4 hours ago
হৰমুজ দখলেই মূল উদ্দেশ্য! আমেৰিকাৰ এইবাৰ কি নতুন কৌশল?

হৰমুজ দখলেই মূল উদ্দেশ্য! আমেৰিকাৰ এইবাৰ কি নতুন কৌশল?

4 hours ago
ভাৰতীয় ক্ৰিকেটত ৰোহিত যুগৰ অৱসান! বিদায় বেলাত ৰোহিত শৰ্মা!

ভাৰতীয় ক্ৰিকেটত ৰোহিত যুগৰ অৱসান! বিদায় বেলাত ৰোহিত শৰ্মা!

5 hours ago
জ্যোতিষ শাস্ত্ৰ অনুসৰি আজি আপোনাৰ দিনটো কেনে যাব?

জ্যোতিষ শাস্ত্ৰ অনুসৰি আজি আপোনাৰ দিনটো কেনে যাব?

6 hours ago
ছোনম ৱাংচুকক ব্যৱহাৰ কৰি আছে CJP-এ, মন্তব্য শ্বেতা তিৱাৰীৰ

ছোনম ৱাংচুকক ব্যৱহাৰ কৰি আছে CJP-এ, মন্তব্য শ্বেতা তিৱাৰীৰ

15 hours ago
ISROৰ শতাধিক বিজ্ঞানীৰ পদত্যাগৰ পিছতে কঠোৰ চৰকাৰ, নিৰ্দেশনা জাৰি

ISROৰ শতাধিক বিজ্ঞানীৰ পদত্যাগৰ পিছতে কঠোৰ চৰকাৰ, নিৰ্দেশনা জাৰি

15 hours ago
যেন চিনেমাৰ কাহিনী! কি এক কাকতলীয়া সংযোগ

যেন চিনেমাৰ কাহিনী! কি এক কাকতলীয়া সংযোগ

16 hours ago
আগন্তুক ১০ দিন এই ৪টা ৰাশিৰ বাবে সোণালী সময়

আগন্তুক ১০ দিন এই ৪টা ৰাশিৰ বাবে সোণালী সময়

17 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Friday, July 17, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home বিবিধ

বিহাৰৰ লোকসেৱা পৰীক্ষা সন্দৰ্ভত হাহাকাৰ পৰিস্থিতি, প্ৰাৰ্থীৰ ওপৰত লাঠিচাৰ্জ, সমৰ্থনত বিৰোধী নেতা

editor by editor
December 26, 2024
in বিবিধ, বিশ্ব, ভাৰত, ৰাজনীতি
0
বিহাৰৰ লোকসেৱা পৰীক্ষা সন্দৰ্ভত হাহাকাৰ পৰিস্থিতি, প্ৰাৰ্থীৰ ওপৰত লাঠিচাৰ্জ, সমৰ্থনত বিৰোধী নেতা
0
SHARES
95
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

বিহাৰৰ লোকসেৱা পৰীক্ষা সন্দৰ্ভত হাহাকাৰ পৰিস্থিতি, প্ৰাৰ্থীৰ ওপৰত লাঠিচাৰ্জ, সমৰ্থনত বিৰোধী নেতা

বিহাৰত বৰ্তমানে লোকসেৱা পৰীক্ষা সন্দৰ্ভত হাহাকাৰ পৰিস্থিতি। বিৰোধী ৰাজনৈকিত নেতা সকল নামি পৰিছে লোকসেৱা পৰীক্ষাৰ প্ৰাৰ্থী সকলৰ সমৰ্থনত। কিয়নো প্ৰাৰ্থী সকলে প্ৰতিবাদ কৰাৰ বাবে যো-জো চলোৱাৰ সময়তে আৰক্ষীয়ে নিৰ্বিচাৰে লাঠিচাৰ্জ কৰে।

ঘটনা সন্দৰ্ভত জানিব পৰা অনুসৰি, বিহাৰ লোকসেৱা আয়োগৰ ৭০ নং পিটি পৰীক্ষা বাতিলৰ দাবীত প্ৰতিবাদ কৰা প্ৰাৰ্থীৰ ওপৰত লাঠিচাৰ্জ সন্দৰ্ভতে এই হাহাকাৰ আৰম্ভ হৈছে। এই সন্দৰ্ভত চৰকাৰক উভতি ধৰিছে বিৰোধী দলৰ নেতাসকলে। ইফালে আৰজেডিৰ মুৰব্বী তথা বিহাৰৰ প্ৰাক্তন মুখ্যমন্ত্ৰী লালু যাদৱে ছাত্ৰ-ছাত্ৰীৰ ওপৰত লাঠিচাৰ্জক ভুল বুলি অভিহিত কৰিছে।

বৃহস্পতিবাৰে বিপিএছচিৰ (বিহাৰ লোকসেৱা আয়োগ) প্ৰাৰ্থীৰ ওপৰত লাঠিচাৰ্জ সন্দৰ্ভত আৰজেডিৰ সভাপতি লালু যাদৱক সাংবাদিকে প্ৰশ্ন কৰাত ছাত্ৰ-ছাত্ৰীক লাঠিচাৰ্জ কৰা উচিত নহয় বুলি কয়।

বি পি এছ চিৰ ৭০ সংখ্যক পি টি পৰীক্ষা বাতিলৰ দাবীত বি পি এছ চিৰ কাৰ্যালয় ঘেৰাও কৰিবলৈ আহিছিল পৰীক্ষাৰ্থীসকল, য’ত আৰক্ষীয়ে তেওঁলোকৰ ওপৰত বল প্ৰয়োগ কৰিছিল। লাঠী চাৰ্জত বহু প্ৰাৰ্থী বেয়াকৈ আহত হয়। বহুত প্ৰাৰ্থী গুৰুতৰভাৱেও আঘাতপ্ৰাপ্ত হৈছে। পৰীক্ষাৰ সন্দৰ্ভত যিবোৰ সমস্যাৰ সৃষ্টি হৈছে সেইবোৰ সমাধান কৰিবলৈ ছাত্ৰ-ছাত্ৰীসকলে দাবী জনাইছিল। আৰক্ষীয়ে তেওঁলোকক খেদি খেদি প্ৰহাৰ কৰাৰ অভিযোগ উত্থাপন কৰিছে ছাত্ৰ-ছাত্ৰীসকলে।

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: biharBihar ExamBihar Lokseba ExamBPScLatihi Charge
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

2,000 টকাতকৈ অধিক UPI পেমেণ্টত এতিয়াৰে পৰা লাগিব নেকি অতিৰিক্ত চাৰ্জ?
প্ৰযুক্তি

2,000 টকাতকৈ অধিক UPI পেমেণ্টত এতিয়াৰে পৰা লাগিব নেকি অতিৰিক্ত চাৰ্জ?

July 17, 2026
‘মোদীৰ বাবেই ৰাছিয়াৰ পাৰমাণৱিক আক্ৰমণৰ পৰা ৰক্ষা পৰিছিল ইউক্ৰেইন’
বিশ্ব

‘মোদীৰ বাবেই ৰাছিয়াৰ পাৰমাণৱিক আক্ৰমণৰ পৰা ৰক্ষা পৰিছিল ইউক্ৰেইন’

July 17, 2026
ৰোমাণ্টিক কেয়াৰ নে TOXIC LOVE? LOVE BOMBINGৰ স্বীকাৰ হৈছে নেকি?
জীৱনশৈলী

ৰোমাণ্টিক কেয়াৰ নে TOXIC LOVE? LOVE BOMBINGৰ স্বীকাৰ হৈছে নেকি?

July 17, 2026
সঁচাকৈ ছোনম ৱাংচুকৰ জীৱনৰ ওপৰত নিৰ্মাণ কৰা হৈছিল নেকি ‘3 Idiots’?
বিনোদন

সঁচাকৈ ছোনম ৱাংচুকৰ জীৱনৰ ওপৰত নিৰ্মাণ কৰা হৈছিল নেকি ‘3 Idiots’?

July 17, 2026
Next Post
বিৰাট কোহলীক ICCৰ জৰিমনা, কৰ্তন হ’ব ২০ শতাংশ…

বিৰাট কোহলীক ICCৰ জৰিমনা, কৰ্তন হ'ব ২০ শতাংশ...

‘INDIA’ মিত্ৰতাত ফাট! কংগ্ৰেছক বাহিৰ কৰাৰ বাবে বিদ্ৰোহ সতীৰ্থ দলৰ

'INDIA' মিত্ৰতাত ফাট! কংগ্ৰেছক বাহিৰ কৰাৰ বাবে বিদ্ৰোহ সতীৰ্থ দলৰ

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.