• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
বৈষ্ণোদেৱীলৈ যোৱা পথত ভয়ংকৰ ভূমিস্খলন, নি/হ/ত দুই তীৰ্থযাত্ৰী, আহতৰ সংখ্যা কিমান?

বৈষ্ণোদেৱীলৈ যোৱা পথত ভয়ংকৰ ভূমিস্খলন, নি/হ/ত দুই তীৰ্থযাত্ৰী, আহতৰ সংখ্যা কিমান?

2 years ago
চকলেট সদায় সৰু সৰু বৰ্গাকাৰত কিয় ভাগ কৰা থাকে?

চকলেট সদায় সৰু সৰু বৰ্গাকাৰত কিয় ভাগ কৰা থাকে?

31 minutes ago
সঘনাই কথাবোৰ পাহৰে নেকি? এয়া হ’ব পাৰে ভয়ংকৰ ৰোগৰ লক্ষণ!

সঘনাই কথাবোৰ পাহৰে নেকি? এয়া হ’ব পাৰে ভয়ংকৰ ৰোগৰ লক্ষণ!

2 hours ago
ফুটপাথৰ দোকানেৰে পিতৃৰ জীৱন সংগ্ৰাম, NEET পৰীক্ষাত উজলিল পুত্ৰ

ফুটপাথৰ দোকানেৰে পিতৃৰ জীৱন সংগ্ৰাম, NEET পৰীক্ষাত উজলিল পুত্ৰ

2 hours ago
৩৮ বছৰ পিছত পোহৰলৈ আহিল বিস্ময়কৰ ঘটনা, হাস্পতালতে সাল-সলনি হৈছিল দুটি শিশু

৩৮ বছৰ পিছত পোহৰলৈ আহিল বিস্ময়কৰ ঘটনা, হাস্পতালতে সাল-সলনি হৈছিল দুটি শিশু

3 hours ago
আপোনাৰ মানীপাৰ্চত টকা নাথাকে নেকি?

আপোনাৰ মানীপাৰ্চত টকা নাথাকে নেকি?

3 hours ago
স্পেইনৰ বিশ্বজয়ৰ পিছতে কূটনৈতিক মহলত আমেৰিকা-ইৰানৰ যুদ্ধৰ প্ৰসংগ

স্পেইনৰ বিশ্বজয়ৰ পিছতে কূটনৈতিক মহলত আমেৰিকা-ইৰানৰ যুদ্ধৰ প্ৰসংগ

4 hours ago
আৰক্ষীৰ মুখ্য কাৰ্যালয়ত ৰহস্যজনক অৱস্থাত উদ্ধাৰ DGPৰ মৃ*তদেহ

আৰক্ষীৰ মুখ্য কাৰ্যালয়ত ৰহস্যজনক অৱস্থাত উদ্ধাৰ DGPৰ মৃ*তদেহ

5 hours ago
মুহূৰ্ততে সকলো শেষ! জনপ্ৰিয় অভিনেতাৰ মৃত্যু, মনোৰঞ্জন জগতত শোকৰ ছাঁ

মুহূৰ্ততে সকলো শেষ! জনপ্ৰিয় অভিনেতাৰ মৃত্যু, মনোৰঞ্জন জগতত শোকৰ ছাঁ

6 hours ago
হৰমুজ জলদ্বীপ বন্ধ, তেন্তে ক’ৰ পৰা আহিছে LPG?

হৰমুজ জলদ্বীপ বন্ধ, তেন্তে ক’ৰ পৰা আহিছে LPG?

7 hours ago
আৰু মাত্ৰ কেইটামান দিনৰ অপেক্ষা, শনিৰ কৃপাত সুখবৰ পাব এই ৪ৰাশিয়ে

২৭ জুলাইৰ পৰা শনিয়ে কৰিব ওলোটাকৈ গতি, এই ৫ ৰাশিৰ বাঢ়িব সমস্যা!

7 hours ago
সঘনাই পেট ফুলি থকা যেন অনুভৱ? তেন্তে নাখাব এই ৩ টা বস্তু

সঘনাই পেট ফুলি থকা যেন অনুভৱ? তেন্তে নাখাব এই ৩ টা বস্তু

7 hours ago
চকু ৰঙা পৰা আৰু খজুৱতি…আওকাণ নকৰিব এনে লক্ষণ!

চকু ৰঙা পৰা আৰু খজুৱতি…আওকাণ নকৰিব এনে লক্ষণ!

8 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Monday, July 20, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home জীৱনশৈলী

বৈষ্ণোদেৱীলৈ যোৱা পথত ভয়ংকৰ ভূমিস্খলন, নি/হ/ত দুই তীৰ্থযাত্ৰী, আহতৰ সংখ্যা কিমান?

বৈষ্ণোদেৱীলৈ যোৱা পথত ভয়ংকৰ ভূমিস্খলন, নি/হ/ত দুই তীৰ্থযাত্ৰী, আহতৰ সংখ্যা কিমান?

editor by editor
September 2, 2024
in জীৱনশৈলী, বিবিধ, ভাৰত
0
বৈষ্ণোদেৱীলৈ যোৱা পথত ভয়ংকৰ ভূমিস্খলন, নি/হ/ত দুই তীৰ্থযাত্ৰী, আহতৰ সংখ্যা কিমান?
0
SHARES
83
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

বৈষ্ণোদেৱীৰ যাত্ৰাপথত অঘটন৷

সেই ভূমিস্খলনত মৃত্যুক সাবটি লৈছে দুগৰাকী তীৰ্থযাত্ৰীয়ে৷

আঘাতপ্ৰাপ্ত হৈছে কেইবাজনো লোক৷

ভূমিস্খলনৰ পাছতেই বন্ধ কৰি দিয়া হৈছে বৈষ্ণোদেৱীলৈ যোৱা পথ৷

প্ৰশাসনে জনোৱা অনুসৰি সোনকালেই পথ মুকলি কৰি দিয়া হ’ব৷

মেৰামতিৰ পাছতহে এই পথ যাত্ৰীৰ বাবে খুলি দিয়া হ’ব৷

ইতিমধ্যেই ওপৰতো কেইবাজনো তীৰ্থযাত্ৰী বৰ্তমানেও আৱদ্ধ হৈ আছে৷

সোমবাৰে এই ঘটনা ঘটিছে জম্মু কাশ্মীৰৰ কাটৰাত৷

বৈষ্ণোদেৱী মন্দিৰ কমিটিয়ে এই ঘটনাক  নিশ্চিত কৰিছে৷

দূৰ্ঘটনাস্থলত লগে লগেই উপস্থিত হৈছে উদ্ধাৰকাৰী দল৷

আহত ব্যক্তিক উদ্ধাৰ কৰি হাস্পতালত ভৰ্তি কৰোৱা হৈছে৷

হাস্পতাল কৰ্তৃপক্ষই জনোৱা অনুসৰি এই আঘাত বৰ বেছি গুৰুতৰ নহয়৷

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

চকলেট সদায় সৰু সৰু বৰ্গাকাৰত কিয় ভাগ কৰা থাকে?
জীৱনশৈলী

চকলেট সদায় সৰু সৰু বৰ্গাকাৰত কিয় ভাগ কৰা থাকে?

July 20, 2026
সঘনাই কথাবোৰ পাহৰে নেকি? এয়া হ’ব পাৰে ভয়ংকৰ ৰোগৰ লক্ষণ!
জীৱনশৈলী

সঘনাই কথাবোৰ পাহৰে নেকি? এয়া হ’ব পাৰে ভয়ংকৰ ৰোগৰ লক্ষণ!

July 20, 2026
ফুটপাথৰ দোকানেৰে পিতৃৰ জীৱন সংগ্ৰাম, NEET পৰীক্ষাত উজলিল পুত্ৰ
বিবিধ

ফুটপাথৰ দোকানেৰে পিতৃৰ জীৱন সংগ্ৰাম, NEET পৰীক্ষাত উজলিল পুত্ৰ

July 20, 2026
৩৮ বছৰ পিছত পোহৰলৈ আহিল বিস্ময়কৰ ঘটনা, হাস্পতালতে সাল-সলনি হৈছিল দুটি শিশু
বিশ্ব

৩৮ বছৰ পিছত পোহৰলৈ আহিল বিস্ময়কৰ ঘটনা, হাস্পতালতে সাল-সলনি হৈছিল দুটি শিশু

July 20, 2026
Next Post
৮ ঘণ্টা শুলেও ক্লান্ত অনুভৱ হৈ থাকে? অৱহেলা নকৰিব, কেইবাটাও গুৰুতৰ ৰোগৰ লক্ষণ এয়া

৮ ঘণ্টা শুলেও ক্লান্ত অনুভৱ হৈ থাকে? অৱহেলা নকৰিব, কেইবাটাও গুৰুতৰ ৰোগৰ লক্ষণ এয়া

ভাৰতৰত্ন লাভ কৰাৰ যোগ্য হয়নে যুৱৰাজ সিং? ধোনীৰ বিৰুদ্ধে কি অভিযোগ আনিছে যুৱৰাজৰ পিতৃয়ে?

ভাৰতৰত্ন লাভ কৰাৰ যোগ্য হয়নে যুৱৰাজ সিং? ধোনীৰ বিৰুদ্ধে কি অভিযোগ আনিছে যুৱৰাজৰ পিতৃয়ে?

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.