• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
৮ ঘণ্টা শুলেও ক্লান্ত অনুভৱ হৈ থাকে? অৱহেলা নকৰিব, কেইবাটাও গুৰুতৰ ৰোগৰ লক্ষণ এয়া

৮ ঘণ্টা শুলেও ক্লান্ত অনুভৱ হৈ থাকে? অৱহেলা নকৰিব, কেইবাটাও গুৰুতৰ ৰোগৰ লক্ষণ এয়া

2 years ago
বেংক কৰ্মচাৰীসকলৰ বাবে ভাল খবৰ, DA বৃদ্ধিয়ে কৰিব সহায়

বেংক কৰ্মচাৰীসকলৰ বাবে ভাল খবৰ, DA বৃদ্ধিয়ে কৰিব সহায়

4 hours ago
নিশা কাপোৰ ধুই নামাতিব দৰিদ্ৰতা, শেষ হ’ব জীৱন!

নিশা কাপোৰ ধুই নামাতিব দৰিদ্ৰতা, শেষ হ’ব জীৱন!

4 hours ago
বাবা ভাংগাৰ ভৱিষ্যদ্বাণী, তুলা ৰাশিকে ধৰি এই ৫ টা ৰাশিৰ ফুলিব কপাল!

বাবা ভাংগাৰ ভৱিষ্যদ্বাণী, তুলা ৰাশিকে ধৰি এই ৫ টা ৰাশিৰ ফুলিব কপাল!

5 hours ago
স্কুলৰ শান্ত ছোৱালীজনীয়ে কেনেকৈ ভাঙিলে বহু যুৱকৰ নিদ্ৰা? ছানী লিয়নীৰ এই কাহিনী

স্কুলৰ শান্ত ছোৱালীজনীয়ে কেনেকৈ ভাঙিলে বহু যুৱকৰ নিদ্ৰা? ছানী লিয়নীৰ এই কাহিনী

6 hours ago
নিশা শোৱাৰ পূৰ্বে খাওক এইকেইবিধ বস্তু, পাব জীৱনৰ মজা!

নিশা শোৱাৰ পূৰ্বে খাওক এইকেইবিধ বস্তু, পাব জীৱনৰ মজা!

7 hours ago
সুৰক্ষিত কৰক আপোনাৰ কন্যাৰ ভৱিষ্যৎ, আজিয়েই কৰক বিনিয়োগ!

সুৰক্ষিত কৰক আপোনাৰ কন্যাৰ ভৱিষ্যৎ, আজিয়েই কৰক বিনিয়োগ!

8 hours ago
১১ মে’ৰ পূৰ্বে সাৱধান ৮ ৰাশিৰ লোক, বাঢ়িব খৰচ, হ’ব পাৰে দুৰ্ঘটনা!

১১ মে’ৰ পূৰ্বে সাৱধান ৮ ৰাশিৰ লোক, বাঢ়িব খৰচ, হ’ব পাৰে দুৰ্ঘটনা!

8 hours ago
আপুনিও নগ্ন হৈ স্নান কৰে নেকি? সঠিক নিয়ম নাজানিলে বিপদ অনিবাৰ্য!

আপুনিও নগ্ন হৈ স্নান কৰে নেকি? সঠিক নিয়ম নাজানিলে বিপদ অনিবাৰ্য!

9 hours ago
স্বামীৰ বাবে ভাগ্যৱান এই মূল্যাংকৰ কন্যা, পাৰিব বিলাসী জীৱন কটাব!

স্বামীৰ বাবে ভাগ্যৱান এই মূল্যাংকৰ কন্যা, পাৰিব বিলাসী জীৱন কটাব!

10 hours ago
আপুনিও শৰীৰৰ নোম আঁতৰাই নেকি? আপোনাৰ বাবে Waxing নে Shaving উত্তম?

আপুনিও শৰীৰৰ নোম আঁতৰাই নেকি? আপোনাৰ বাবে Waxing নে Shaving উত্তম?

10 hours ago
চাকৰি বিচাৰে কিন্তু INTERVIEW লৈ ভয় কৰে? এই উপায়ে সহায় কৰিব আপোনাৰ আত্মবিশ্বাস বৃদ্ধিত

চাকৰি বিচাৰে কিন্তু INTERVIEW লৈ ভয় কৰে? এই উপায়ে সহায় কৰিব আপোনাৰ আত্মবিশ্বাস বৃদ্ধিত

11 hours ago
তেতেলীৰ বীজে জাগ্ৰত কৰে পুৰুষৰ কামনা! আজিয়েই জানক উপকাৰী গুণৰ বিষয়ে

তেতেলীৰ বীজে জাগ্ৰত কৰে পুৰুষৰ কামনা! আজিয়েই জানক উপকাৰী গুণৰ বিষয়ে

12 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Sunday, May 3, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home জীৱনশৈলী

৮ ঘণ্টা শুলেও ক্লান্ত অনুভৱ হৈ থাকে? অৱহেলা নকৰিব, কেইবাটাও গুৰুতৰ ৰোগৰ লক্ষণ এয়া

৮ ঘণ্টা শুলেও ক্লান্ত অনুভৱ হৈ থাকে? অৱহেলা নকৰিব, কেইবাটাও গুৰুতৰ ৰোগৰ লক্ষণ এয়া

editor by editor
September 2, 2024
in জীৱনশৈলী, বিশ্ব, লেখা, স্বাস্থ্য
0
৮ ঘণ্টা শুলেও ক্লান্ত অনুভৱ হৈ থাকে? অৱহেলা নকৰিব, কেইবাটাও গুৰুতৰ ৰোগৰ লক্ষণ এয়া
0
SHARES
2.2k
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

মহিলাসকলৰ মাজত খুব কমন এক সমস্যা হৈছে এনিমিয়া বা ৰক্তহীনতা৷ দেহত আয়ৰণৰ অভাৱে দেখা দিলে এই ধৰণৰ সমস্যাই দেখা দিয়ে৷ দেহত আয়ৰণৰ অভাৱে দেখা দিয়াৰ প্ৰধান কাৰণ হৈছে সঠিক খোৱা বোৱাৰ অভাৱ৷ কিন্তু দেহত আয়ৰনৰ ঘাটি তৈয়াৰ হোৱাৰ কথা বহুতেই ধৰিব নোৱাৰে৷ কিছু উপসৰ্গ আছে যিসমূহ উপসৰ্গই দেখা দিলে লগে লগেই সতৰ্ক হওক৷ কি কি লক্ষণে দেখা দিলে সাৱধান হ’ব?

১. পৰ্যাপ্ত টোপনিৰ পাছতো যদি শৰীৰৰ পৰা ক্লান্তি দূৰ নহয়, বুজিব দেহত আয়ৰণৰ ঘাটি হৈছে৷

২. দেহত আয়ৰণৰ ঘাটি তৈয়াৰ হ’লে মস্তিষ্কসহ শৰীৰৰ নানান অংশ অক্সিজেনৰ ঘাটি তৈয়াৰ হৈছে৷ তেতিয়াই মূৰ ঘূৰণি, মূৰৰ বিষ আদি নানান উপসৰ্গই দেখা দিয়ে৷

৩. দেহৰ প্ৰতিটো অংশত পৰ্যাপ্ত পৰিমাণে অক্সিজেন নাপালে বুকুত বিষ হয়৷ নিঃশ্বাস পেলোৱাত সমস্যা হয়৷ উচ্চ ৰক্তচাপ বা হাৰ্টৰ সমস্যা নাথাকিলেও ঘনে ঘনে বুকুৰ বিষ বা বুকুত চাপ পৰা যেন অনুভৱ হ’ব৷

৪. দেহত আয়ৰণৰ ঘাটি হ’লে ছাল শুকান হৈ পৰে৷ ছাল একদম বিবৰ্ণ দেখা যায়৷ ইয়াৰোপৰি ছালৰ নানান সমস্যাই দেখা দিয়ে৷

৫. নখ অলপমান বাঢ়িলেই ভাঙি যায়? আয়ৰণৰ অভাৱ হ’লেই এই ঘটনা ঘটিব পাৰে৷ দেহত আয়ৰণৰ পৰিমাণ কমি গ’লে নখ দুৰ্বল হৈ ভাঙি যায়৷

দেহত আয়ৰণৰ ঘাটি পূৰণ কৰিবলৈ ছাপ্লিমেণ্ট খোৱাটোৱেই একমাত্ৰ উপায় নহয়৷ ডায়েট লৈ সচেতন হওক৷ মাংসৰ ওপৰিও পালেং শাক, বিভিন্ন ধৰণৰ দালি, ৰেড মিট, কোমোৰাৰ বীজ, কিনোৱা, ব্ৰকলি, মাছ ইত্যাদি খালে আপোনাৰ দেহত আয়ৰণৰ অভাৱ দূৰ হ’ব৷

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

বেংক কৰ্মচাৰীসকলৰ বাবে ভাল খবৰ, DA বৃদ্ধিয়ে কৰিব সহায়
বাণিজ্য

বেংক কৰ্মচাৰীসকলৰ বাবে ভাল খবৰ, DA বৃদ্ধিয়ে কৰিব সহায়

May 2, 2026
নিশা কাপোৰ ধুই নামাতিব দৰিদ্ৰতা, শেষ হ’ব জীৱন!
জীৱনশৈলী

নিশা কাপোৰ ধুই নামাতিব দৰিদ্ৰতা, শেষ হ’ব জীৱন!

May 2, 2026
বাবা ভাংগাৰ ভৱিষ্যদ্বাণী, তুলা ৰাশিকে ধৰি এই ৫ টা ৰাশিৰ ফুলিব কপাল!
জীৱনশৈলী

বাবা ভাংগাৰ ভৱিষ্যদ্বাণী, তুলা ৰাশিকে ধৰি এই ৫ টা ৰাশিৰ ফুলিব কপাল!

May 2, 2026
স্কুলৰ শান্ত ছোৱালীজনীয়ে কেনেকৈ ভাঙিলে বহু যুৱকৰ নিদ্ৰা? ছানী লিয়নীৰ এই কাহিনী
বিনোদন

স্কুলৰ শান্ত ছোৱালীজনীয়ে কেনেকৈ ভাঙিলে বহু যুৱকৰ নিদ্ৰা? ছানী লিয়নীৰ এই কাহিনী

May 2, 2026
Next Post
ভাৰতৰত্ন লাভ কৰাৰ যোগ্য হয়নে যুৱৰাজ সিং? ধোনীৰ বিৰুদ্ধে কি অভিযোগ আনিছে যুৱৰাজৰ পিতৃয়ে?

ভাৰতৰত্ন লাভ কৰাৰ যোগ্য হয়নে যুৱৰাজ সিং? ধোনীৰ বিৰুদ্ধে কি অভিযোগ আনিছে যুৱৰাজৰ পিতৃয়ে?

নৱমী দশমী একেদিনাই! এইবাৰ কি বাৰ্তা লৈ মৰ্ত্যলৈ নামিব দেৱী দুৰ্গা? জানক দুৰ্গাপুজাৰ দিনক্ষণ

নৱমী দশমী একেদিনাই! এইবাৰ কি বাৰ্তা লৈ মৰ্ত্যলৈ নামিব দেৱী দুৰ্গা? জানক দুৰ্গাপুজাৰ দিনক্ষণ

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.