• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
হিন্দু তৰুণীক বিয়া কৰাবলৈ আদালতকৈ লৈ গৈছিল মুছলমান যুৱকে, তাৰপিছতেই অধিবক্তাৰ সৈতে মাৰপিট, প্ৰকৃত ঘটনা কি?

হিন্দু তৰুণীক বিয়া কৰাবলৈ আদালতকৈ লৈ গৈছিল মুছলমান যুৱকে, তাৰপিছতেই অধিবক্তাৰ সৈতে মাৰপিট, প্ৰকৃত ঘটনা কি?

1 year ago
পুৰুষসকল সাৱধান! ৩০ বছৰৰ পিছত বাঢ়ে এই ৰোগসমূহৰ সম্ভাৱনা

পুৰুষসকল সাৱধান! ৩০ বছৰৰ পিছত বাঢ়ে এই ৰোগসমূহৰ সম্ভাৱনা

18 minutes ago
প্ৰস্ৰাৱৰ অস্বাভাৱিক গোন্ধ? এয়া কি ৰোগৰ লক্ষণ জানক

প্ৰস্ৰাৱৰ অস্বাভাৱিক গোন্ধ? এয়া কি ৰোগৰ লক্ষণ জানক

42 minutes ago
হাওঁফাওঁত পানী জমা, কিমান বিপদজনক এই সমস্যা?

হাওঁফাওঁত পানী জমা, কিমান বিপদজনক এই সমস্যা?

1 hour ago
আইৰণৰ সমস্যাত ভুগিছে নেকি? তেন্তে খাওক এইবোৰ বস্তু

আইৰণৰ সমস্যাত ভুগিছে নেকি? তেন্তে খাওক এইবোৰ বস্তু

2 hours ago
বাৰে বাৰে হিকটি আহিছে নেকি? এয়া কোনো ৰোগৰ লক্ষণ নেকি জানক

বাৰে বাৰে হিকটি আহিছে নেকি? এয়া কোনো ৰোগৰ লক্ষণ নেকি জানক

3 hours ago
চাহৰ সৈতে চিগাৰেট সেৱন কৰে নেকি? আপুনি গম নোপোৱাকৈ হ’ব পাৰে মাৰাত্মক ৰোগ

চাহৰ সৈতে চিগাৰেট সেৱন কৰে নেকি? আপুনি গম নোপোৱাকৈ হ’ব পাৰে মাৰাত্মক ৰোগ

3 hours ago
চকুৰ তলত ক’লা দাগ? ঘৰুৱা সহজ পদ্ধতিৰে কৰক দূৰ

চকুৰ তলত ক’লা দাগ? ঘৰুৱা সহজ পদ্ধতিৰে কৰক দূৰ

4 hours ago
জীৱনলৈ আহিব দুৰ্যোগ, যদি কুণ্ডলীৰ এই ৩ টা স্থানত থাকে শনিৰ উপস্থিতি!

জীৱনলৈ আহিব দুৰ্যোগ, যদি কুণ্ডলীৰ এই ৩ টা স্থানত থাকে শনিৰ উপস্থিতি!

5 hours ago
৪ ৰাশিৰ সলনি হ’ব ভাগ্য, পঢ়ক দৈনিক ৰাশিফল

৪ ৰাশিৰ সলনি হ’ব ভাগ্য, পঢ়ক দৈনিক ৰাশিফল

5 hours ago
প্ৰাকৃতিক উপাদানেৰে উজ্জ্বল কৰক ছাল, জানি লওক সহজ টিপছ

প্ৰাকৃতিক উপাদানেৰে উজ্জ্বল কৰক ছাল, জানি লওক সহজ টিপছ

17 hours ago
কিয় হনুমানৰ নাম ল’লে আঁতৰে অপশক্তি? আঁৰত আছে গভীৰ কাৰণ

কিয় হনুমানৰ নাম ল’লে আঁতৰে অপশক্তি? আঁৰত আছে গভীৰ কাৰণ

18 hours ago
৩ খন সফল IPL মেচৰ পিছত গ্ৰাউণ্ড ষ্টাফলৈ ACA ৰ ২৫ লাখ টকাৰ নগদ পুৰস্কাৰ ঘোষণা

৩ খন সফল IPL মেচৰ পিছত গ্ৰাউণ্ড ষ্টাফলৈ ACA ৰ ২৫ লাখ টকাৰ নগদ পুৰস্কাৰ ঘোষণা

18 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Monday, April 13, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home জীৱনশৈলী

হিন্দু তৰুণীক বিয়া কৰাবলৈ আদালতকৈ লৈ গৈছিল মুছলমান যুৱকে, তাৰপিছতেই অধিবক্তাৰ সৈতে মাৰপিট, প্ৰকৃত ঘটনা কি?

হিন্দু তৰুণীক বিয়া কৰাবলৈ আদালতকৈ লৈ গৈছিল মুছলমান যুৱকে, তাৰপিছতেই অধিবক্তাৰ সৈতে মাৰপিট, প্ৰকৃত ঘটনা কি?

editor by editor
February 28, 2025
in জীৱনশৈলী, বিবিধ, লেখা
0
হিন্দু তৰুণীক বিয়া কৰাবলৈ আদালতকৈ লৈ গৈছিল মুছলমান যুৱকে, তাৰপিছতেই অধিবক্তাৰ সৈতে মাৰপিট, প্ৰকৃত ঘটনা কি?
0
SHARES
2.4k
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

আদালত নে কোনো মাছৰ বজাৰ ধৰিব নোৱাৰা অৱস্থা৷ শুকুৰবাৰে পুৱাই উত্তৰপ্ৰদেশৰ জৌনপুৰৰ দেৱানী আদালত অন্য দিনাৰ দৰে স্বাভাৱিকভাৱেই আৰম্ভ হৈছিল৷ কিন্তু বেলা বাঢ়ি যোৱাৰ লগে লগে সলনি হৈ পৰে পৰিবেশ৷ একেবাৰে হৈ চৈ কাণ্ড৷ কোনে কাক মাৰিছে ধৰিবকে নোৱাৰি? আৰক্ষীয়ে আহি কোনোমতে পৰিস্থিতি নিয়ন্ত্রণ কৰিছে৷ কিন্তু কিয় কাৰ ওপৰত ইমান খং?

জৌনপুৰৰ মনিহা গাওঁৰ বাসিন্দা ছলমানে এগৰাকী তৰুণীক লৈ বিবাহ ৰেজিষ্ট্ৰেছনৰ বাবে দেৱানী আদালতলৈ আহিছিল৷ কিন্তু সেই তৰুণ তৰুণীহালৰ ধৰ্ম বেলেগ বেলেগ৷ এইকথা জানিব পাৰিয়েই তীব্ৰ আপত্তি দৰ্শাই বিয়া কৰাব লগা অধিবক্তাই৷ হিন্দু তৰুণীক কিয় বিয়া কৰাব খুজিছে মুছলমান যুৱকে সেই কথা জানিব খোজে অধিবক্তাই? এই বিষয়ক লৈ প্ৰশ্ন তুলি সেই অধিবক্তাৰ সৈতে ছলমানৰ কথাৰ কটাকটি হয়৷ অভিযোগ, ইয়াৰপাছতেই ছলমানক শাৰীৰিকভাৱে লাঞ্ছিত কৰে সেই অধিবক্তাই৷

অধিবক্তাই হাত তোলাৰ পাছতেই ছলমানো ৰৈ নাথাকিল৷ দুয়োৰে মাজত তীব্ৰ মাৰপিট হোৱাত এলেকাটোত বহু মানুহ গোট খায়৷ ভয় খাই ছলমানৰ পৰিয়ালৰ লোকে৷ সেয়ে লগে লগে ছলমানক বলপূৰ্বকভাৱে টানি আনে পৰিয়ালৰ লোকে৷ সেই খবৰ লাভ কৰে আৰক্ষীয়েও৷ লগে লগে সেই স্থানত উপস্থিত হয় আৰক্ষী৷ ছলমানৰ পক্ষ যাতে নলয় তাৰবাবে আৰক্ষীক সতৰ্ক কৰি দিয়ে ক্ষুদ্ধ আইনজীৱীয়ে৷

আৰক্ষীয়ে সোধপোছৰ বাবে হিন্দু তৰুণীক থানালৈ লৈ যায়৷ ঘটনাৰ পাছতেই যুৱতীৰ পৰিয়ালৰ সদস্যসকলো থানাত উপস্থিত হয়৷ তেওঁলোকে অভিযোগ কৰে যে, ছলমানে তৰুণীক প্ৰতাৰণা কৰিছিল৷ তাৰপিছতেই যুৱতীৰ ইচ্ছাৰ বিৰুদ্ধে বিয়া কৰাবলৈ চেষ্টা কৰিছিল৷ যুৱতীৰ মাতৃৰ দাবী যে ছলমানে অতীততো এনে চেষ্টা কৰিছিল৷ যুৱতীৰ পিতৃ মাতৃয়ে ছলমানৰ বিৰুদ্ধে আনুষ্ঠানিক অভিযোগ অনাৰ পাছতেই আৰক্ষীয়ে ৰুজু কৰিছে গোচৰ৷ সমগ্ৰ বিষয়টোক লৈ অচিৰেই তদন্ত আৰম্ভ কৰিব আৰক্ষীয়ে৷

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

পুৰুষসকল সাৱধান! ৩০ বছৰৰ পিছত বাঢ়ে এই ৰোগসমূহৰ সম্ভাৱনা
জীৱনশৈলী

পুৰুষসকল সাৱধান! ৩০ বছৰৰ পিছত বাঢ়ে এই ৰোগসমূহৰ সম্ভাৱনা

April 13, 2026
প্ৰস্ৰাৱৰ অস্বাভাৱিক গোন্ধ? এয়া কি ৰোগৰ লক্ষণ জানক
জীৱনশৈলী

প্ৰস্ৰাৱৰ অস্বাভাৱিক গোন্ধ? এয়া কি ৰোগৰ লক্ষণ জানক

April 13, 2026
হাওঁফাওঁত পানী জমা, কিমান বিপদজনক এই সমস্যা?
জীৱনশৈলী

হাওঁফাওঁত পানী জমা, কিমান বিপদজনক এই সমস্যা?

April 13, 2026
আইৰণৰ সমস্যাত ভুগিছে নেকি? তেন্তে খাওক এইবোৰ বস্তু
জীৱনশৈলী

আইৰণৰ সমস্যাত ভুগিছে নেকি? তেন্তে খাওক এইবোৰ বস্তু

April 13, 2026
Next Post
মানসিক স্বাস্থ্য সুস্থ ৰাখিবলৈ এই সংস্থাই আৰম্ভ কৰিছে, ‘কৰ্মচাৰীৰ বাবে স্বমেহন বিৰতি’ কোন সংস্থাই আৰম্ভ কৰিছে এই নিয়ম?

মানসিক স্বাস্থ্য সুস্থ ৰাখিবলৈ এই সংস্থাই আৰম্ভ কৰিছে, ‘কৰ্মচাৰীৰ বাবে স্বমেহন বিৰতি’ কোন সংস্থাই আৰম্ভ কৰিছে এই নিয়ম?

মাৰ্চৰ আৰম্ভণিতেই বাঢ়িল ৰন্ধন গেছৰ চিলিণ্ডাৰৰ দাম, কিমান টকা বাঢ়িল দাম?

মাৰ্চৰ আৰম্ভণিতেই বাঢ়িল ৰন্ধন গেছৰ চিলিণ্ডাৰৰ দাম, কিমান টকা বাঢ়িল দাম?

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.