• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
মানসিক স্বাস্থ্য সুস্থ ৰাখিবলৈ এই সংস্থাই আৰম্ভ কৰিছে, ‘কৰ্মচাৰীৰ বাবে স্বমেহন বিৰতি’ কোন সংস্থাই আৰম্ভ কৰিছে এই নিয়ম?

মানসিক স্বাস্থ্য সুস্থ ৰাখিবলৈ এই সংস্থাই আৰম্ভ কৰিছে, ‘কৰ্মচাৰীৰ বাবে স্বমেহন বিৰতি’ কোন সংস্থাই আৰম্ভ কৰিছে এই নিয়ম?

1 year ago
পাকিস্তানত হাহাকাৰ! দুৰ্বল হৈ পৰিছে অৰ্থনীতি

পাকিস্তানত হাহাকাৰ! দুৰ্বল হৈ পৰিছে অৰ্থনীতি

15 minutes ago
হালধীয়া হৈছে নেকি আপোনাৰ দাঁত? ধুনীয়া হাঁহিৰ বাবে লওক দাঁতৰ যতন

হালধীয়া হৈছে নেকি আপোনাৰ দাঁত? ধুনীয়া হাঁহিৰ বাবে লওক দাঁতৰ যতন

36 minutes ago
খাদ্যত অত্যাধিক নিমখ ব্যৱহাৰ কৰে নেকি? বিপদত পৰিব পাৰে আপুনি!

খাদ্যত অত্যাধিক নিমখ ব্যৱহাৰ কৰে নেকি? বিপদত পৰিব পাৰে আপুনি!

1 hour ago
পুৰণি কাপোৰেৰে ঘৰ মচে নেকি? ভুগিব ডাঙৰ সমস্যাত!

পুৰণি কাপোৰেৰে ঘৰ মচে নেকি? ভুগিব ডাঙৰ সমস্যাত!

2 hours ago
কাইলৈ ঘোষণা হ’ব বিধানসভা নিৰ্বাচনৰ ফলাফল, কাৰ হাতত জনতাই তুলি দিব শাসনৰ বাঘজৰী?

কাইলৈ ঘোষণা হ’ব বিধানসভা নিৰ্বাচনৰ ফলাফল, কাৰ হাতত জনতাই তুলি দিব শাসনৰ বাঘজৰী?

3 hours ago
বুধ আৰু শনিৰ মিলন, ২২ মে’ৰ পৰা সলনি এই ৫টা ৰাশিৰ ভাগ্য!

বুধ আৰু শনিৰ মিলন, ২২ মে’ৰ পৰা সলনি এই ৫টা ৰাশিৰ ভাগ্য!

4 hours ago
কেতিয়া বাঢ়িব দৰমহা আৰু পেঞ্চন? অষ্টম দৰমহা আয়োগৰ সম্পূৰ্ণ হিচাপ জানি লওক

8th Pay Commission ৰ নতুন আপডেট, আৰম্ভ দৰমহা, পদোন্নতি আৰু পেঞ্চনৰ পৰিবৰ্তনৰ ওপৰত আলোচনা

5 hours ago
আপোনাৰ শিশুৱে বাৰে বাৰে মূৰত আঘাত পাইছে নেকি? বিপদৰ পূৰ্বে হওক সাৱধান!

আপোনাৰ শিশুৱে বাৰে বাৰে মূৰত আঘাত পাইছে নেকি? বিপদৰ পূৰ্বে হওক সাৱধান!

5 hours ago
আপোনাৰ সংগীৰ প্ৰিয় ফুলৰ পৰা জানক প্ৰেমৰ গভীৰতা!

আপোনাৰ সংগীৰ প্ৰিয় ফুলৰ পৰা জানক প্ৰেমৰ গভীৰতা!

6 hours ago
পুৱাই আহিছে দুঃখবৰ! ভয়ংকৰ অগ্নিকাণ্ডত নিহত ৯ জন লোক

পুৱাই আহিছে দুঃখবৰ! ভয়ংকৰ অগ্নিকাণ্ডত নিহত ৯ জন লোক

7 hours ago
বেংক কৰ্মচাৰীসকলৰ বাবে ভাল খবৰ, DA বৃদ্ধিয়ে কৰিব সহায়

বেংক কৰ্মচাৰীসকলৰ বাবে ভাল খবৰ, DA বৃদ্ধিয়ে কৰিব সহায়

18 hours ago
নিশা কাপোৰ ধুই নামাতিব দৰিদ্ৰতা, শেষ হ’ব জীৱন!

নিশা কাপোৰ ধুই নামাতিব দৰিদ্ৰতা, শেষ হ’ব জীৱন!

19 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Sunday, May 3, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home জীৱনশৈলী

মানসিক স্বাস্থ্য সুস্থ ৰাখিবলৈ এই সংস্থাই আৰম্ভ কৰিছে, ‘কৰ্মচাৰীৰ বাবে স্বমেহন বিৰতি’ কোন সংস্থাই আৰম্ভ কৰিছে এই নিয়ম?

মানসিক স্বাস্থ্য সুস্থ ৰাখিবলৈ এই সংস্থাই আৰম্ভ কৰিছে, ‘কৰ্মচাৰীৰ বাবে স্বমেহন বিৰতি’ কোন সংস্থাই আৰম্ভ কৰিছে এই নিয়ম?

editor by editor
February 28, 2025
in জীৱনশৈলী, বিশ্ব
0
মানসিক স্বাস্থ্য সুস্থ ৰাখিবলৈ এই সংস্থাই আৰম্ভ কৰিছে, ‘কৰ্মচাৰীৰ বাবে স্বমেহন বিৰতি’ কোন সংস্থাই আৰম্ভ কৰিছে এই নিয়ম?
0
SHARES
278
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

‘আমাৰ কৰ্মীক আমি কোনো অসুবিধাৰ সন্মুখীন হ’বলৈ নিদিও৷’ কথামতেই কাম৷ কোনো অসুবিধাৰ সন্মুখীন হ’বলৈ দিয়া নাই কৰ্মীসকলক৷ ২০২২ চনৰ পৰা স্পেইনৰ বাৰ্ছিলোনাৰ এটা সংস্থাই বিশেষকৈ এক বিশেষ বিৰতিৰ ব্যৱস্থা কৰিছে কৰ্মচাৰীৰ বাবে৷ স্বমেহন কৰাৰ বাবে আধাঘণ্টাৰ এক বিৰতি দিয়াৰ কথা ঘোষণা কৰিছে স্পেইনৰ সেই বিশেষ সংস্থাটোৱে৷ কিন্তু হঠাৎ কিয় এই সিদ্ধান্ত লৈছে বিশেষ সংস্থাটোৱে? ইয়াৰ কাৰণ সম্পৰ্কেও মুখ খুলিছে সংস্থাৰ কৰ্ণধাৰ এৰিকা লাষ্টে৷

সাম্প্ৰতিক এক সাক্ষাৎকাৰত এৰিকাই জনাইছে যে এই ৩০ মিনিটত তেওঁ সংস্থাৰ কৰ্মচাৰীসকলৰ মানসিক স্বাস্থ্য ভালে ৰাখিব খোজে৷ এৰিকাই কয়, ‘২০২২ চনত আমি যেতিয়া এই বিৰতি আৰম্ভ কৰিছিলো তেতিয়া কভিড চলি আছিল৷ কৰ্মচাৰীৰ ৰীতিমতে হতাশাত ভূগিছিল৷ এই বিৰতি আৰম্ভ কৰাৰ পাছত তেওঁলোকে জনাইছে যে কামৰ ক্ষেত্ৰত যেনেকৈ মনোযোগ বাঢ়িছে তেনেকৈয়ে কাম কৰাৰ বাবে উৎসাহো বাঢ়িছে কৰ্মীসকলৰ৷’

কৰ্মীসকলে যাতে ইয়াৰবাবে কোনো অসুবিধা নাপায় তাৰবাবে এক পৃথক ঘৰো তৈয়াৰ কৰা হৈছে অফিচত৷ তেওঁলোকৰ মত, মহামাৰীৰ পাছৰে পৰাই বহু কৰ্মচাৰীৰ মাজত উদ্বেগ আৰু মানসিক সমস্যাৰ প্ৰভাৱ বাঢ়ি গৈছে৷ নিয়মিত স্বমেহনে ৰক্তচাপ নিয়ন্ত্ৰণত ৰাখে আৰু মানসিক চাপ কমোৱাত সহায় কৰে, এই কথা সকলোৱে জানে কিন্তু প্ৰকাশ্যে এই বিষয়টো ক’বলৈ বহুতেই লাজ কৰে৷

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

পাকিস্তানত হাহাকাৰ! দুৰ্বল হৈ পৰিছে অৰ্থনীতি
বাণিজ্য

পাকিস্তানত হাহাকাৰ! দুৰ্বল হৈ পৰিছে অৰ্থনীতি

May 3, 2026
হালধীয়া হৈছে নেকি আপোনাৰ দাঁত? ধুনীয়া হাঁহিৰ বাবে লওক দাঁতৰ যতন
জীৱনশৈলী

হালধীয়া হৈছে নেকি আপোনাৰ দাঁত? ধুনীয়া হাঁহিৰ বাবে লওক দাঁতৰ যতন

May 3, 2026
খাদ্যত অত্যাধিক নিমখ ব্যৱহাৰ কৰে নেকি? বিপদত পৰিব পাৰে আপুনি!
জীৱনশৈলী

খাদ্যত অত্যাধিক নিমখ ব্যৱহাৰ কৰে নেকি? বিপদত পৰিব পাৰে আপুনি!

May 3, 2026
পুৰণি কাপোৰেৰে ঘৰ মচে নেকি? ভুগিব ডাঙৰ সমস্যাত!
জীৱনশৈলী

পুৰণি কাপোৰেৰে ঘৰ মচে নেকি? ভুগিব ডাঙৰ সমস্যাত!

May 3, 2026
Next Post
মাৰ্চৰ আৰম্ভণিতেই বাঢ়িল ৰন্ধন গেছৰ চিলিণ্ডাৰৰ দাম, কিমান টকা বাঢ়িল দাম?

মাৰ্চৰ আৰম্ভণিতেই বাঢ়িল ৰন্ধন গেছৰ চিলিণ্ডাৰৰ দাম, কিমান টকা বাঢ়িল দাম?

ঈদ উল ফিতৰত দেশৰ বেংক কৰ্মচাৰীৰ বন্ধ কৰ্তন ৰিজাৰ্ভ বেংক অৱ ইণ্ডিয়াৰ! অৰ্থবৰ্ষৰ হিচাপ থাকিলেও মাৰ্চত কিয় ১৩ দিন বন্ধ থাকিব বেংক?

ঈদ উল ফিতৰত দেশৰ বেংক কৰ্মচাৰীৰ বন্ধ কৰ্তন ৰিজাৰ্ভ বেংক অৱ ইণ্ডিয়াৰ! অৰ্থবৰ্ষৰ হিচাপ থাকিলেও মাৰ্চত কিয় ১৩ দিন বন্ধ থাকিব বেংক?

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.