• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
মাৰ্চৰ আৰম্ভণিতেই বাঢ়িল ৰন্ধন গেছৰ চিলিণ্ডাৰৰ দাম, কিমান টকা বাঢ়িল দাম?

মাৰ্চৰ আৰম্ভণিতেই বাঢ়িল ৰন্ধন গেছৰ চিলিণ্ডাৰৰ দাম, কিমান টকা বাঢ়িল দাম?

1 year ago
ছোনম ৱাংচুকক ব্যৱহাৰ কৰি আছে CJP-এ, মন্তব্য শ্বেতা তিৱাৰীৰ

ছোনম ৱাংচুকক ব্যৱহাৰ কৰি আছে CJP-এ, মন্তব্য শ্বেতা তিৱাৰীৰ

1 hour ago
ISROৰ শতাধিক বিজ্ঞানীৰ পদত্যাগৰ পিছতে কঠোৰ চৰকাৰ, নিৰ্দেশনা জাৰি

ISROৰ শতাধিক বিজ্ঞানীৰ পদত্যাগৰ পিছতে কঠোৰ চৰকাৰ, নিৰ্দেশনা জাৰি

2 hours ago
যেন চিনেমাৰ কাহিনী! কি এক কাকতলীয়া সংযোগ

যেন চিনেমাৰ কাহিনী! কি এক কাকতলীয়া সংযোগ

3 hours ago
আগন্তুক ১০ দিন এই ৪টা ৰাশিৰ বাবে সোণালী সময়

আগন্তুক ১০ দিন এই ৪টা ৰাশিৰ বাবে সোণালী সময়

4 hours ago
গুলশ্যন গ্ৰোভাৰৰ সৈতে চুম্বনৰ সেই বিতৰ্কিত দৃশ্যক লৈ কেটৰিনাৰ মন্তব্য কি?

গুলশ্যন গ্ৰোভাৰৰ সৈতে চুম্বনৰ সেই বিতৰ্কিত দৃশ্যক লৈ কেটৰিনাৰ মন্তব্য কি?

4 hours ago
‘ভগৱান শ্ৰীকৃষ্ণই দিনটোত পঢ়িছিল ৫বাৰকৈ নামাজ’- মৌলানাৰ নিকৃষ্ট মন্তব্য

‘ভগৱান শ্ৰীকৃষ্ণই দিনটোত পঢ়িছিল ৫বাৰকৈ নামাজ’- মৌলানাৰ নিকৃষ্ট মন্তব্য

5 hours ago
ইনফাৰ্টিলিটীৰ সমস্যাত ভুগিছে নেকি?

ইনফাৰ্টিলিটীৰ সমস্যাত ভুগিছে নেকি?

6 hours ago
ইতিহাসৰ অন্যতম ভয়াৱহ সামুদ্ৰিক দুৰ্ঘটনা! ৫ শতাধিকৰ মৃ*ত্যুৰ আশংকা

ইতিহাসৰ অন্যতম ভয়াৱহ সামুদ্ৰিক দুৰ্ঘটনা! ৫ শতাধিকৰ মৃ*ত্যুৰ আশংকা

7 hours ago
চৰকাৰী কৰ্মচাৰীসকলৰ বাবে সুখবৰ! ১৭,৫০০টকা পৰ্যন্ত বাঢ়িব পাৰে দৰমহা

চৰকাৰী কৰ্মচাৰীসকলৰ বাবে সুখবৰ! ১৭,৫০০টকা পৰ্যন্ত বাঢ়িব পাৰে দৰমহা

8 hours ago
‘এতিয়া আৰু মই বিচনাত কাকোৱেই নিবিচাৰো, পুৰুষয়েই হওক বা মহিলা!’

‘এতিয়া আৰু মই বিচনাত কাকোৱেই নিবিচাৰো, পুৰুষয়েই হওক বা মহিলা!’

8 hours ago
“তোমাৰো এদিন ব্ৰেক-আপ হ’ব!” সোণাক্ষী-জাহিৰকলৈ কিয় এনকৈ ক’লে চলমানে?

“তোমাৰো এদিন ব্ৰেক-আপ হ’ব!” সোণাক্ষী-জাহিৰকলৈ কিয় এনকৈ ক’লে চলমানে?

10 hours ago
জনতাৰ মূৰত মাধমাৰ, পুনৰ বৃদ্ধি অত্যাৱশ্যকীয় সামগ্ৰীৰ মূল্য

জনতাৰ মূৰত মাধমাৰ, পুনৰ বৃদ্ধি অত্যাৱশ্যকীয় সামগ্ৰীৰ মূল্য

10 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Friday, July 17, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home বাণিজ্য

মাৰ্চৰ আৰম্ভণিতেই বাঢ়িল ৰন্ধন গেছৰ চিলিণ্ডাৰৰ দাম, কিমান টকা বাঢ়িল দাম?

মাৰ্চৰ আৰম্ভণিতেই বাঢ়িল ৰন্ধন গেছৰ চিলিণ্ডাৰৰ দাম, কিমান টকা বাঢ়িল দাম?

editor by editor
March 1, 2025
in বাণিজ্য
0
মাৰ্চৰ আৰম্ভণিতেই বাঢ়িল ৰন্ধন গেছৰ চিলিণ্ডাৰৰ দাম, কিমান টকা বাঢ়িল দাম?
0
SHARES
492
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

মাৰ্চৰ আৰম্ভনিতেই বাঢ়িল গেছ চিলিণ্ডাৰৰ দাম৷ দাম বাঢ়িল বাণিজ্যিক গেছ চিলিণ্ডাৰৰ৷ গৃহস্থৰ ৰান্ধনীশালত যি চিলিণ্ডাৰ ব্যৱহাৰ হয় সেয়া ১৪.২ কিঃগ্ৰাঃ চিলিণ্ডাৰৰ দাম বঢ়া নাই বুলি স্পষ্ট কৰি দিছে খনিজ তেল সৰবৰাহকাৰী সংস্থাসমূহে৷ খনিজ তেল সৰবৰাহকাৰী সংস্থাসমূহৰ তৰফৰ পৰা জনোৱা হৈছে যে দেশৰ প্ৰায় সকলো স্থানতেই কম বেছি বাণিজ্যিক গেছৰ দাম বাঢ়িছে৷ শনিবাৰৰ পৰা নতুন দাম কাৰ্যকৰী হ’ব দেশজুৰি৷ মূলত হোটেল, ৰেস্তোৰাত ১৯ কিঃগ্ৰাঃৰ বাণিজ্যিক গেছ চিলিণ্ডাৰৰ ব্যৱহাৰ কৰা হয়৷ আৰু এই চিলিণ্ডাৰৰ দাম আকৌ বাঢ়িল৷

ফেব্ৰুৱাৰী মাহত অসমত বাণিজ্যিক গেছৰ চিলিণ্ডাৰৰ দাম আছিল ১৯০৭ টকা৷ ১ মাৰ্চৰ পৰা সেই দাম এক ধাক্কাত ৬ টকা বঢ়োৱাৰ সিদ্ধান্ত লোৱা হৈছে৷ মাৰ্চৰ পৰা সেই বাণিজ্যিক চিলিণ্ডাৰৰ দাম বাঢ়ি হৈছে ১৯১৩ টকা৷ আৰু দিল্লীত ১৭৯৭ টকাৰ পৰা বাঢ়ি হৈছে ১৮০৩ টকা৷

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

PF ৰ ধন উলিয়াব খুজিছে নেকি? এই সহজ নিয়ম মানিলে নহয় TDS কৰ্তন!
বাণিজ্য

EPFO New Rules 2026: PF ৰ ৮ টা ডাঙৰ নিয়ম সলনি, জানক আপোনাৰ বাবে কি কি নতুন নিয়ম আছে

July 15, 2026
আয়ুষ্মান কাৰ্ড আছে, কিন্তু ক’ত বিনামূলীয়া চিকিৎসা পাব নাজানে? তেন্তে সবিশেষ জানক
বাণিজ্য

আয়ুষ্মান কাৰ্ড আছে, কিন্তু ক’ত বিনামূলীয়া চিকিৎসা পাব নাজানে? তেন্তে সবিশেষ জানক

July 13, 2026
কৃষকসকলৰ বাবে ডাঙৰ খবৰ! এই দিনটোত একাউণ্টলৈ আহিব ধন
বাণিজ্য

কেতিয়া পাব PM Kisan আঁচনিৰ ২৪ সংখ্যক কিস্তি? এইদৰে কৰক চেক

July 13, 2026
বুদ্ধিৰে ধন উপাৰ্জন কৰাৰ কৌশল, মাত্ৰ নকৰিব এইবোৰ ভুল!
বাণিজ্য

SIP Calculations: ২০০০ টকাৰ SIP কৰি হওক কোটিপতি! জানক কিদৰে কৰিব জমা

July 13, 2026
Next Post
ঈদ উল ফিতৰত দেশৰ বেংক কৰ্মচাৰীৰ বন্ধ কৰ্তন ৰিজাৰ্ভ বেংক অৱ ইণ্ডিয়াৰ! অৰ্থবৰ্ষৰ হিচাপ থাকিলেও মাৰ্চত কিয় ১৩ দিন বন্ধ থাকিব বেংক?

ঈদ উল ফিতৰত দেশৰ বেংক কৰ্মচাৰীৰ বন্ধ কৰ্তন ৰিজাৰ্ভ বেংক অৱ ইণ্ডিয়াৰ! অৰ্থবৰ্ষৰ হিচাপ থাকিলেও মাৰ্চত কিয় ১৩ দিন বন্ধ থাকিব বেংক?

৩০ বছৰৰ পাছত সূৰ্য শনিৰ বিৰল সংযোগ, ৩ৰাশিৰ দুঃখৰ দিন শেষ! ধন সুখ আহিব কাৰ কাৰ জীৱনলৈ?

৩০ বছৰৰ পাছত সূৰ্য শনিৰ বিৰল সংযোগ, ৩ৰাশিৰ দুঃখৰ দিন শেষ! ধন সুখ আহিব কাৰ কাৰ জীৱনলৈ?

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.