• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
টেলিভিচন জগতৰ আগশাৰীৰ অভিনেত্ৰীক ৰং লগোৱাৰ চলেৰে…,সহ অভিনেতাৰ বিৰুদ্ধে অভিযোগ

টেলিভিচন জগতৰ আগশাৰীৰ অভিনেত্ৰীক ৰং লগোৱাৰ চলেৰে…,সহ অভিনেতাৰ বিৰুদ্ধে অভিযোগ

2 years ago
টোপনিত কেতিয়াবা শৰীৰত কঁপনি উঠে নেকি? ইয়াৰ কাৰণসমূহ কি কি? জানিবলৈ চাওক

জীৱন ধ্বংস হ’বলৈ বেছি পৰ নাই! ভুলতো নিশা গ্ৰহণ নকৰিব এইবোৰ বস্তু

2 hours ago
জনপ্ৰিয় কণ্ঠশিল্পীৰ মৃত্যু, ৫ দিন পিছত উদ্ধাৰ গলি যোৱা শৰীৰ!

সাংস্কৃতিক জগততলৈ আহিছে দুখবৰ! সপ্তমীৰ দিনটোতে মৃত্যু বিশিষ্ট সংগীত পৰিচালকৰ

3 hours ago
দুৰ্গা পূজাত ভয়ংকৰ দুৰ্ঘটনা, পদপিষ্ট হৈ মৃত্যু প্ৰায় ২০ জন লোকৰ

দুৰ্গা পূজাত ভয়ংকৰ দুৰ্ঘটনা, পদপিষ্ট হৈ মৃত্যু প্ৰায় ২০ জন লোকৰ

3 hours ago
কাইলৈ মহালয়া, ধৰাৰ বুকুলৈ আগমণ কৰিব মা দুৰ্গাই

মা দুৰ্গাৰ কোনখন হাতত কি অস্ত্ৰ থাকে? অস্ত্ৰসমূহে কি শিক্ষা দিয়ে জানক

4 hours ago
প্ৰতিদিনে ৰাতি এটাকৈ খাওক ইলাচি, পুৰুষে দেখিব চমৎকাৰ!

প্ৰতিদিনে ৰাতি এটাকৈ খাওক ইলাচি, পুৰুষে দেখিব চমৎকাৰ!

4 hours ago
ICCক শেষ কৰি পেলোৱাৰ হুংকাৰ আমেৰিকাৰ

ভাৰতৰ ওপৰত ১০০% শুল্ক সলনি! ট্ৰাম্পে ভংগ কৰিলে নিজৰ নিয়ম

5 hours ago
উৎসৱ-পাৰ্বনত বুন্দিয়া সকলোৱে খায়, কিন্তু ইয়াক ইংৰাজীত কি কয় ৯৯% লোকে নাজানে!

উৎসৱ-পাৰ্বনত বুন্দিয়া সকলোৱে খায়, কিন্তু ইয়াক ইংৰাজীত কি কয় ৯৯% লোকে নাজানে!

5 hours ago
কেতিয়া দাখিল হ’ব অষ্টম দৰমহা আয়োগৰ প্ৰতিবেদন?

8th pay commission: ৬৯,০০০ টকা বেচিক পে আৰু ৫০% ডি এৰ একত্ৰীকৰণৰ দাবী, কেন্দ্ৰৰ কি ইংগিত?

6 hours ago
কৰীনা-ছেইফৰ বেডৰুমৰ গোপন ৰহস্য আহিছে পোহৰলৈ, তাৰ পিছত…

কৰীনা-ছেইফৰ বেডৰুমৰ গোপন ৰহস্য আহিছে পোহৰলৈ, তাৰ পিছত…

7 hours ago
ভাগ্যৰ খেল দেখি হ’ব আচৰিত, চাকৰিৰ পৰা অৰ্থ লাভত পাব সুযোগ!

ভাগ্যৰ খেল দেখি হ’ব আচৰিত, চাকৰিৰ পৰা অৰ্থ লাভত পাব সুযোগ!

7 hours ago
EPFO Rules: ১০ বাৰকৈ টকা উলিয়াব পাৰিব প্ৰভিডেণ্ট ফাণ্ডৰ পৰা! নতুন নিয়মবোৰ জানক

EPFO Rules: ১০ বাৰকৈ টকা উলিয়াব পাৰিব প্ৰভিডেণ্ট ফাণ্ডৰ পৰা! নতুন নিয়মবোৰ জানক

9 hours ago
শাওনত ৪ ৰাশিৰ লোকে পাব ভাল খবৰ, ধনৰ হ’ব উভৈনদী!

দেওবাৰৰ দিনটোত ভাল খবৰ পাব ৪ ৰাশিৰ লোকে, আপুনিও নেকি ভাগ্যৱান!

9 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Sunday, October 18, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home জীৱনশৈলী

টেলিভিচন জগতৰ আগশাৰীৰ অভিনেত্ৰীক ৰং লগোৱাৰ চলেৰে…,সহ অভিনেতাৰ বিৰুদ্ধে অভিযোগ

editor by editor
March 16, 2025
in জীৱনশৈলী, বিনোদন, বিবিধ, বিশ্ব, ভাৰত
0
টেলিভিচন জগতৰ আগশাৰীৰ অভিনেত্ৰীক ৰং লগোৱাৰ চলেৰে…,সহ অভিনেতাৰ বিৰুদ্ধে অভিযোগ
0
SHARES
1.1k
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

টেলিভিচন জগতৰ আগশাৰীৰ অভিনেত্ৰীক ৰং লগোৱাৰ চলেৰে…,সহ অভিনেতাৰ বিৰুদ্ধে অভিযোগ

মুম্বাইত হোলী পাৰ্টিৰ সময়ত টেলিভিচন জগতৰ এগৰাকী আগশাৰীৰ অভিনেত্ৰীক ৰঙ লগোৱাৰ অজুহাতত সহ অভিনেতাই নিৰ্যাতন চলোৱাৰ গুৰুতৰ অভিযোগ। এই ঘটনাই অভিনেত্ৰীগৰাকীক মানসিকভাৱে আঘাত কৰাই নহয় সমগ্ৰ উদ্যোগটোত এনেধৰণৰ ঘটনাক লৈ চৰ্চাৰ বিষয় হৈ পৰিছে।

এই সন্দৰ্ভত অভিনেত্ৰীগৰাকীয়ে আৰক্ষীক এজাহাৰ দাখিল কৰিছে। আৰক্ষীয়ে অভিযুক্তৰ বিৰুদ্ধে আইনী ব্যৱস্থা গ্ৰহণ কৰিছে বুলি জানিব পৰা গৈছে।

খবৰ অনুসৰি, অভিনেত্ৰীগৰাকীয়ে তেওঁৰ অভিযোগত উল্লেখ কৰিছে যে এই ঘটনা সংঘটিত হৈছে মুম্বাইৰ পশ্চিম উপকণ্ঠ অঞ্চলত হোলী পাৰ্টিৰ সময়ত। অভিনেত্ৰীগৰাকীৰ মতে, অভিযুক্ত অভিনেতাজনে মদ্যপান কৰি পাৰ্টিলৈ আহি অভিনেত্ৰীগৰাকীৰ ওপৰত বলপূৰ্বক ৰং নিক্ষেপ কৰিবলৈ চেষ্টা কৰিছিল।

অভিনেত্ৰীগৰাকীয়ে প্ৰতিবাদ কৰাৰ পিছতে সেই স্থানৰ পৰা নিজকে আঁতৰাই নিয়ে, যদিও অভিযুক্তই পিছ নেৰি পিছে পিছে খেদি গৈ জোৰকৈ অভিনেত্ৰীৰৰ শৰীৰত ৰং সানে। অভিযুক্তৰ পৰা পুনৰ পলায়ন কৰিবলৈ চেষ্টা কৰিছিল যদিও অভিনেতাগৰাকীয়ে তেওঁক অনুসৰণ কৰি হাৰাশাস্তি কৰি থাকিল।

কেৱল সিমানেই নহয়, পিছত অভিযুক্তই অভিনেত্ৰীক, ‘মই তোমাক ভাল পাওঁ আৰু চাওঁ কোনে তোমাক মোৰ পৰা ৰক্ষা কৰিব।’ বুলি কৈ অভিনেত্ৰীৰ শৰীৰৰ আন অংশবোৰো অনুচিতভাৱে স্পৰ্শ কৰিবলৈ ধৰে।

ঘটনাৰ পিছতে অভিনেত্ৰীগৰাকীয়ে ততাতৈয়াকৈ আৰক্ষীৰ সৈতে যোগাযোগ কৰি অভিযুক্তৰ বিৰুদ্ধে এফআইআৰ দাখিল কৰে। এই বিষয়ত আৰক্ষীয়ে অভিযুক্তক আইনী জাননী প্ৰেৰণ কৰাৰ লগতে পাৰ্টিত উপস্থিত থকা আন অতিথিসকলৰ বক্তব্যও লিপিবদ্ধ কৰি ৰাখে। আৰক্ষীয়ে ঘটনাৰ তদন্ত আৰম্ভ কৰিছে আৰু চিচিটিভি ফুটেজৰ সহায়ত প্ৰমাণ সংগ্ৰহ কৰিছে।

উল্লেখ্য যে, নিজৰ সুৰক্ষাজনিত কাৰণত অভিনেত্ৰীগৰাকীয়ে নিজৰ পৰিচয় দাঙি ধৰাৰ পৰা বিৰত থাকে।

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: actressHoliHoli 2025Indian TelevisionTV Actress
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

টোপনিত কেতিয়াবা শৰীৰত কঁপনি উঠে নেকি? ইয়াৰ কাৰণসমূহ কি কি? জানিবলৈ চাওক
জীৱনশৈলী

জীৱন ধ্বংস হ’বলৈ বেছি পৰ নাই! ভুলতো নিশা গ্ৰহণ নকৰিব এইবোৰ বস্তু

October 17, 2026
জনপ্ৰিয় কণ্ঠশিল্পীৰ মৃত্যু, ৫ দিন পিছত উদ্ধাৰ গলি যোৱা শৰীৰ!
বিনোদন

সাংস্কৃতিক জগততলৈ আহিছে দুখবৰ! সপ্তমীৰ দিনটোতে মৃত্যু বিশিষ্ট সংগীত পৰিচালকৰ

October 17, 2026
দুৰ্গা পূজাত ভয়ংকৰ দুৰ্ঘটনা, পদপিষ্ট হৈ মৃত্যু প্ৰায় ২০ জন লোকৰ
ভাৰত

দুৰ্গা পূজাত ভয়ংকৰ দুৰ্ঘটনা, পদপিষ্ট হৈ মৃত্যু প্ৰায় ২০ জন লোকৰ

October 17, 2026
কাইলৈ মহালয়া, ধৰাৰ বুকুলৈ আগমণ কৰিব মা দুৰ্গাই
জীৱনশৈলী

মা দুৰ্গাৰ কোনখন হাতত কি অস্ত্ৰ থাকে? অস্ত্ৰসমূহে কি শিক্ষা দিয়ে জানক

October 17, 2026
Next Post
নাইট ক্লাবত অগ্নিকাণ্ড, ৫১ জন নিহত, শতাধিক আহত

নাইট ক্লাবত অগ্নিকাণ্ড, ৫১ জন নিহত, শতাধিক আহত

পাকিস্তানী সেনাৰ ওপৰত BLAৰ ভয়ংকৰ আক্ৰমণ, ৯০ সৈনিক নিহত হোৱাৰ দাবী

পাকিস্তানী সেনাৰ ওপৰত BLAৰ ভয়ংকৰ আক্ৰমণ, ৯০ সৈনিক নিহত হোৱাৰ দাবী

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.