• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
অতিমাত্ৰা মহ-মাখি আদি নেকি, বাৰিষাত ঘৰৰ বাৰাণ্ডাত ৰুই দিয়ক এই কেইবিধ গছ…

অতিমাত্ৰা মহ-মাখি আদি নেকি, বাৰিষাত ঘৰৰ বাৰাণ্ডাত ৰুই দিয়ক এই কেইবিধ গছ…

2 years ago
২০ মিনিট ধৰি একেৰাহে চুম্বন, কোনেও ভংগ কৰিব পৰা নাই অভিলেখ, কোন এইজন অভিনেতা?

২০ মিনিট ধৰি একেৰাহে চুম্বন, কোনেও ভংগ কৰিব পৰা নাই অভিলেখ, কোন এইজন অভিনেতা?

1 hour ago
কালসৰ্প দোষৰ পৰা সাৱধান! ধ্বংস কৰি দিব আপোনাৰ জীৱন

কালসৰ্প দোষৰ পৰা সাৱধান! ধ্বংস কৰি দিব আপোনাৰ জীৱন

2 hours ago
অসীম মুনিৰৰ শোৱনি কোঠাও হ’ব প্ৰত্যক্ষ! এই উপগ্ৰহৰে ভাৰতে পাকিস্তানৰ প্ৰতিটো কোণত ৰাখিব নজৰ

অসীম মুনিৰৰ শোৱনি কোঠাও হ’ব প্ৰত্যক্ষ! এই উপগ্ৰহৰে ভাৰতে পাকিস্তানৰ প্ৰতিটো কোণত ৰাখিব নজৰ

2 hours ago
‘ভাৰতত থাকিব খুজিলে কথা মানি চলিব’! Meta ৰ বিৰুদ্ধে কঠোৰ মোদী চৰকাৰে

‘ভাৰতত থাকিব খুজিলে কথা মানি চলিব’! Meta ৰ বিৰুদ্ধে কঠোৰ মোদী চৰকাৰে

3 hours ago
ঝাৰখণ্ড বন্ধৰ মাজতে উত্তাল প্ৰতিবাদ, ৰাজপথলৈ ওলাই আহিল বিজেপি!

ঝাৰখণ্ড বন্ধৰ মাজতে উত্তাল প্ৰতিবাদ, ৰাজপথলৈ ওলাই আহিল বিজেপি!

4 hours ago
২১ বছৰত ২৫ বাৰ বদলি! টুকাৰাম মুণ্ডে লগাইছে তোলপাৰ, কঠোৰ উচ্চ ন্যায়ালয়

২১ বছৰত ২৫ বাৰ বদলি! টুকাৰাম মুণ্ডে লগাইছে তোলপাৰ, কঠোৰ উচ্চ ন্যায়ালয়

4 hours ago
নৱেম্বৰ মাহ পৰ্যন্ত এই ৪ৰাশিক লাভ দিব শনি আৰু কেতুৱে, আৰ্থিক লাভ কোন কোন ৰাশিৰ কপালত আছে?

১৫ দিনত যমজ সূৰ্যগ্ৰহণে দেখুৱাব প্ৰকোপ! ৩টা ৰাশিৰ আহিব ডাঙৰ বিপদ

6 hours ago
৮ম দৰমহা আয়োগৰ নতুন আপডেট, ফেমিলি ইউনিট ৩.০ৰ পৰা ৫.০লৈ হ’লে কিমান বাঢ়িব দৰমহা?

কৰ্মচাৰীসকলে পাব সকাহ! পেঞ্চনাৰ ছ’চাইটিয়ে উত্থাপন কৰিছে এই দাবী

6 hours ago
লেপটপৰ চাৰ্জাৰেৰে আপোনাৰ ফোনটো চাৰ্জ দিয়ে নেকি? তেন্তে সাৱধান!

লেপটপৰ চাৰ্জাৰেৰে আপোনাৰ ফোনটো চাৰ্জ দিয়ে নেকি? তেন্তে সাৱধান!

7 hours ago
বৃহস্পতিৰ গোচৰত সলনি হ’ব পৰিকল্পনা, ৬ ৰাশিৰ লোক হওক সাৱধান!

বৃহস্পতিৰ গোচৰত সলনি হ’ব পৰিকল্পনা, ৬ ৰাশিৰ লোক হওক সাৱধান!

7 hours ago
হনুমানৰ থাকিব কৃপা, আজি ৫ ৰাশিৰ সলনি হ’ব ভাগ্য!

সফলতাত বাধা আৰু অৰ্থ ক্ষয়? তেন্তে আজিয়েই এইদৰে কৰক হনুমানৰ পূজা!

8 hours ago
দৈনিক ৰাশিফল- আজি বজৰংবলীৰ কৃপা বৃষ আৰু তুলা ৰাশিৰ ওপৰত, কি আছে অন্য ৰাশিৰ ভাগ্যত

আজি ৩ ৰাশিয়ে পাব নতুন সুযোগ, কিন্তু কাৰ কাৰ জীৱনত আহিব দুৰ্যোগ!

8 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Tuesday, August 11, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home জীৱনশৈলী

অতিমাত্ৰা মহ-মাখি আদি নেকি, বাৰিষাত ঘৰৰ বাৰাণ্ডাত ৰুই দিয়ক এই কেইবিধ গছ…

editor by editor
August 7, 2024
in জীৱনশৈলী, বিনোদন, স্বাস্থ্য
0
অতিমাত্ৰা মহ-মাখি আদি নেকি, বাৰিষাত ঘৰৰ বাৰাণ্ডাত ৰুই দিয়ক এই কেইবিধ গছ…
0
SHARES
327
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

অতিমাত্ৰা মহ-মাখি আদি নেকি, বাৰিষাত ঘৰৰ বাৰাণ্ডাত ৰুই দিয়ক এই কেইবিধ গছ…

বাৰিষাৰ সময়ত মহৰ প্ৰাদুৰ্ভাৱ বৃদ্ধি পোৱাৰ ফলত বহু ৰোগৰ বাসস্থান হ’ব পাৰে। মহে ডেংগু, মেলেৰিয়া, চিকুংগুনিয়া আদি বহুতো মাৰাত্মক ৰোগ বিয়পাই দিয়ে। যদিও বজাৰত সেইবোৰ খেদিবলৈ বহু ধৰণৰ ধূপ তথা ছালত লগোৱা ক্ৰীম আদি পোৱা যায়, তথাপিও ঘৰত কিছুমান গছ ৰোপণ কৰিও সেইবোৰ আঁতৰাই ৰাখিব পাৰি। ইয়াৰ উপৰিও এই গছ-গছনিবোৰে ঘৰৰ সৌন্দৰ্য্যও বৃদ্ধি কৰে।

চিট্ৰনলা ঘাঁহ
এই উদ্ভিদৰ এটা বিশেষ বৈশিষ্ট্য হ’ল ইয়াৰ গোন্ধ। ইয়াক লেমনগ্ৰাছ বুলিও কোৱা হয় ৷ বিশেষকৈ মহ ঘৰৰ বাহিৰ কৰা সামগ্ৰী তৈয়াৰ কৰোতে এই ঘাঁহ বিধ ব্যৱহাৰ কৰা হয়। ই জেৰেনিয়েল আৰু চাইট্ৰেল ৰাসায়নিক পদাৰ্থ নিৰ্গত কৰে, যিয়ে মহক আঁতৰাই ৰাখে।

পদিনা
পদিনাত জৈৱনাশক উপাদান থাকে, যিয়ে মহক দূৰ কৰাৰ কাম কৰে। ইয়াৰ প্ৰবল গোন্ধে মহ, মাখি আৰু পৰুৱাতো দূৰত ৰাখে। খাদ্য হিচাপেও ইয়াৰ জুতি লব পাৰে।

তুলসী
তুলসীয়ে কেৱল স্বাস্থ্যৰ বাবে বহু উপকাৰ পোৱাই নহয়, ইয়াৰ গোন্ধে মহ-মাখিকো খেদি পঠিয়াই। ইয়াত এলাইল, হাইড্ৰক্সিবেনজিন, এষ্ট্ৰাগ’ল নামৰ মৌল থাকে, যাৰ এক বিশেষ সুগন্ধি থাকে।

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: Health benefithealth tipslemon grassMIntPudina
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

২০ মিনিট ধৰি একেৰাহে চুম্বন, কোনেও ভংগ কৰিব পৰা নাই অভিলেখ, কোন এইজন অভিনেতা?
বিনোদন

২০ মিনিট ধৰি একেৰাহে চুম্বন, কোনেও ভংগ কৰিব পৰা নাই অভিলেখ, কোন এইজন অভিনেতা?

August 11, 2026
কালসৰ্প দোষৰ পৰা সাৱধান! ধ্বংস কৰি দিব আপোনাৰ জীৱন
জীৱনশৈলী

কালসৰ্প দোষৰ পৰা সাৱধান! ধ্বংস কৰি দিব আপোনাৰ জীৱন

August 11, 2026
নৱেম্বৰ মাহ পৰ্যন্ত এই ৪ৰাশিক লাভ দিব শনি আৰু কেতুৱে, আৰ্থিক লাভ কোন কোন ৰাশিৰ কপালত আছে?
জীৱনশৈলী

১৫ দিনত যমজ সূৰ্যগ্ৰহণে দেখুৱাব প্ৰকোপ! ৩টা ৰাশিৰ আহিব ডাঙৰ বিপদ

August 11, 2026
বৃহস্পতিৰ গোচৰত সলনি হ’ব পৰিকল্পনা, ৬ ৰাশিৰ লোক হওক সাৱধান!
জীৱনশৈলী

বৃহস্পতিৰ গোচৰত সলনি হ’ব পৰিকল্পনা, ৬ ৰাশিৰ লোক হওক সাৱধান!

August 11, 2026
Next Post
WhatsApp ব্যৱহাৰকাৰী সাৱধান! নতুন স্কীমৰ ক্ষেত্ৰত চিবিআইৰ সকীয়নি, এটা ভুলে খালী কৰি দিব পাৰে একাউণ্ট

WhatsApp ব্যৱহাৰকাৰী সাৱধান! নতুন স্কীমৰ ক্ষেত্ৰত চিবিআইৰ সকীয়নি, এটা ভুলে খালী কৰি দিব পাৰে একাউণ্ট

১৩ বছৰ ধৰি যুঁজিও লাভ নকৰিলে অলিম্পিক, অৱশেষত মল্লযুঁজক বিদায় দি- ‘মা মই হাৰি গলো’

১৩ বছৰ ধৰি যুঁজিও লাভ নকৰিলে অলিম্পিক, অৱশেষত মল্লযুঁজক বিদায় দি- 'মা মই হাৰি গলো'

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.