• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
বিহু চলিব, ১৭ এপ্ৰিলৰ পৰা ৰঙাপানীহে নচলিব! ৪৭ দিনীয়া ভোটযুদ্ধ, ১৫ দিন দেশত ৰঙাপানী একেবাৰেই নিষিদ্ধ, অসমত কোন কোন তাৰিখে থাকিব ড্ৰাই ডে? সবিশেষ

বিহু চলিব, ১৭ এপ্ৰিলৰ পৰা ৰঙাপানীহে নচলিব! ৪৭ দিনীয়া ভোটযুদ্ধ, ১৫ দিন দেশত ৰঙাপানী একেবাৰেই নিষিদ্ধ, অসমত কোন কোন তাৰিখে থাকিব ড্ৰাই ডে? সবিশেষ

2 years ago
খাদ্য গ্ৰহণৰ পূৰ্বে আৰু পাছত ছুগাৰ টেষ্ট কৰে? ভুল সময়ত পৰীক্ষা কৰিলে বিপদ আপোনাৰেই

খাদ্য গ্ৰহণৰ পূৰ্বে আৰু পাছত ছুগাৰ টেষ্ট কৰে? ভুল সময়ত পৰীক্ষা কৰিলে বিপদ আপোনাৰেই

28 minutes ago
শুক্ৰ আৰু বৃহস্পতিৰ সংযোগত ৰাজযোগ, গুৰুবাৰে ধনলক্ষ্মীৰ কৃপা থাকিব এই ৫ৰাশিত

শুক্ৰ আৰু বৃহস্পতিৰ সংযোগত ৰাজযোগ, গুৰুবাৰে ধনলক্ষ্মীৰ কৃপা থাকিব এই ৫ৰাশিত

53 minutes ago
কূটনীতিত অপৰাজেয়, এই ৩ মূল্যাংকৰ জাতকক চিনি থলে লাভ আপোনাৰেই

কূটনীতিত অপৰাজেয়, এই ৩ মূল্যাংকৰ জাতকক চিনি থলে লাভ আপোনাৰেই

2 hours ago
প্ৰতিমাহে ১০,০০০ টকা সুদ পাবলৈ হ’লে কিমান টকাৰ FD কৰিব লাগিব?

প্ৰতিমাহে ১০,০০০ টকা সুদ পাবলৈ হ’লে কিমান টকাৰ FD কৰিব লাগিব?

2 hours ago
২৫ মে পৰ্যন্ত থাকিব কালসৰ্প যোগ,ভয় নাই, এই সময়ৰ ভিতৰত প্ৰচুৰ অৰ্থলাভ হ’ব ৫ৰাশিৰ

২৫ মে পৰ্যন্ত থাকিব কালসৰ্প যোগ,ভয় নাই, এই সময়ৰ ভিতৰত প্ৰচুৰ অৰ্থলাভ হ’ব ৫ৰাশিৰ

3 hours ago
২০ বছৰত কোটিপতি হ’বই, SIP ত কিমান টকা ইনভেষ্ট কৰিলে এয়া সম্ভৱ হ’ব?

২০ বছৰত কোটিপতি হ’বই, SIP ত কিমান টকা ইনভেষ্ট কৰিলে এয়া সম্ভৱ হ’ব?

3 hours ago
কৃত্তিকা নক্ষত্ৰত মঙ্গলৰ এন্ট্ৰি, জুনৰ পৰা জুলাইলৈকে অৰ্থৰ চিন্তা নাই, কেৰিয়াৰতো অগ্ৰগতিৰ যোগ এই ৪ৰাশিৰ

কৃত্তিকা নক্ষত্ৰত মঙ্গলৰ এন্ট্ৰি, জুনৰ পৰা জুলাইলৈকে অৰ্থৰ চিন্তা নাই, কেৰিয়াৰতো অগ্ৰগতিৰ যোগ এই ৪ৰাশিৰ

4 hours ago
জ্যোতিষীক OSD কৰাৰ সিদ্ধান্ত লৈ আকৌ বিতৰ্কত মুখ্যমন্ত্ৰী বিজয়, কোন এই জ্যোতিষী ৰিকি ৰাধন পণ্ডিত? তেওঁৰ প্ৰভাৱৰ বিষয়ে জানি থওক

জ্যোতিষীক OSD কৰাৰ সিদ্ধান্ত লৈ আকৌ বিতৰ্কত মুখ্যমন্ত্ৰী বিজয়, কোন এই জ্যোতিষী ৰিকি ৰাধন পণ্ডিত? তেওঁৰ প্ৰভাৱৰ বিষয়ে জানি থওক

4 hours ago
আধালৈ কমাই অনা হ’ব প্ৰধানমন্ত্ৰীৰ কনভয়ৰ বাহন! প্ৰধানমন্ত্ৰী মোদীৰ কনভয়ত কেইখন বাহন থাকে?

আধালৈ কমাই অনা হ’ব প্ৰধানমন্ত্ৰীৰ কনভয়ৰ বাহন! প্ৰধানমন্ত্ৰী মোদীৰ কনভয়ত কেইখন বাহন থাকে?

5 hours ago
এদিনতেই বুধ-শুক্ৰ ২ গ্ৰহৰ ৰাশি পৰিবৰ্তন, উন্নতিৰ যোগ আছে কোন কোন ৰাশিৰ জাতক-জাতিকাৰ?

এদিনতেই বুধ-শুক্ৰ ২ গ্ৰহৰ ৰাশি পৰিবৰ্তন, উন্নতিৰ যোগ আছে কোন কোন ৰাশিৰ জাতক-জাতিকাৰ?

5 hours ago
শনিৰ সৈতে ৯০ ডিগ্ৰী কোণলৈ আহিব বুধ, কেন্দ্ৰ দৃষ্টি যোগত এমাহ পাছতেই টকাৰ বৃষ্টি ৪ৰাশিত

শনিৰ সৈতে ৯০ ডিগ্ৰী কোণলৈ আহিব বুধ, কেন্দ্ৰ দৃষ্টি যোগত এমাহ পাছতেই টকাৰ বৃষ্টি ৪ৰাশিত

5 hours ago
ছোৱালীয়েও পাব সম্পত্তিৰ সম্পূৰ্ণ অধিকাৰ, নাথাকিব লীভ ইন ৰিলেশ্ব্যনশ্বিপ, UCC আহিলে নতুন কি কি নিয়ম বলবৎ হ’ব ৰাজ্যত?

ছোৱালীয়েও পাব সম্পত্তিৰ সম্পূৰ্ণ অধিকাৰ, নাথাকিব লীভ ইন ৰিলেশ্ব্যনশ্বিপ, UCC আহিলে নতুন কি কি নিয়ম বলবৎ হ’ব ৰাজ্যত?

6 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Wednesday, May 13, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home Uncategorized

বিহু চলিব, ১৭ এপ্ৰিলৰ পৰা ৰঙাপানীহে নচলিব! ৪৭ দিনীয়া ভোটযুদ্ধ, ১৫ দিন দেশত ৰঙাপানী একেবাৰেই নিষিদ্ধ, অসমত কোন কোন তাৰিখে থাকিব ড্ৰাই ডে? সবিশেষ

editor by editor
March 27, 2024 - Updated on April 13, 2024
in Uncategorized
0
বিহু চলিব, ১৭ এপ্ৰিলৰ পৰা ৰঙাপানীহে নচলিব! ৪৭ দিনীয়া ভোটযুদ্ধ, ১৫ দিন দেশত ৰঙাপানী একেবাৰেই নিষিদ্ধ, অসমত কোন কোন তাৰিখে থাকিব ড্ৰাই ডে? সবিশেষ
0
SHARES
288
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

অসম লাইভ২৪ঃ বিহুৰ বতৰতেই সুৰাপ্ৰেমীৰ বাবে আছে বেয়া খবৰ৷ নিৰ্বাচনৰ বাবে আগন্তুক ১৯ এপ্ৰিলৰ পৰা ৪ জুন পৰ্যন্ত ডেৰমাহ সময়ত ১৫ দিন বন্ধ থাকিব সুৰাৰ বিপনী৷ লোকসভা নিৰ্বাচনৰ দিন ইতিমধ্যেই ঘোষণা হৈছে৷ ভোটগ্ৰহণৰ দিনকেইটাত সেই বিশেষ এলেকাত বন্ধ ৰাখিব লাগিব সুৰাৰ বিপনী অন্যথা কঠোৰ হ’ব প্ৰশাসন৷

কোন দিনা দেশৰ কোন ঠাইত ড্ৰাই ডে?

নিৰ্বাচন কমিছনৰ প্ৰটোকল অনুযায়ী প্ৰকাশ হৈছে ড্ৰাই ডেৰ তালিকাও৷ আগন্তুক ১৯ এপ্ৰিলৰ পৰা আৰম্ভ হ’ব দেশৰ ১৮ সংখ্যক সাধাৰণ নিৰ্বাচন৷ এই হাই ভল্টেজ নিৰ্বাচনক কেন্দ্ৰ কৰি দেশত ৰাজ্যভেদে থাকিব ড্ৰাই ডেৰ নিৰ্দেশনা৷ ৭দফীয়া লোকসভা নিৰ্বাচন চলিব ১ জুন পৰ্যন্ত৷ ১৯ এপ্ৰিল(প্ৰথম দফা), ২৬ এপ্ৰিল(দ্বিতীয় দফা), ৭মে( তৃতীয় দফা), ১৩মে( চতুৰ্থ দফা), ২০মে( পঞ্চম দফা), ২৫মে(ষষ্ঠ দফা) আৰু ১ জুন (সপ্তম দফা) ভোটগ্ৰহণ৷ ৪জুনত ঘোষণা হ’ব নিৰ্বাচনী ফলাফল৷ সমগ্ৰ নিৰ্বাচনী প্ৰক্ৰিয়া চলিব ৪৭ দিন পৰ্যন্ত৷ এই সময়ৰ ভিতৰত নিৰ্বাচন কমিছনৰ নিৰ্দিষ্ট প্ৰটোকল অনুসৰি মুঠ ১৫ দিন বন্ধ ৰাখিব লাগিব সুৰাৰ ক্ৰয়-বিক্ৰয়৷ অৱশ্যে ৰাজ্যভেদে ড্ৰাই ডে’ৰ দিন বেলেগ বেলেগ হ’ব৷ কেৱল ৪ মে’তহে সমগ্ৰ দেশজুৰি পালন কৰিব লাগিব ড্ৰাই ডে৷

লোকসভা নিৰ্বাচনৰ ভোটগ্ৰহণৰ সময় আৰু ড্ৰাই ডে

নিৰ্বাচন কমিছনৰ প্ৰটোকল অনুসৰি, ভোটগ্ৰহণৰ দিনা সেই ৰাজ্যত ড্ৰাই ডে’ থাকিবই লাগিব বুলি ঘোষণা কৰা হৈছে৷ ইয়াৰোপৰি প্ৰত্যেক ভোটকেন্দ্ৰৰ ভোটগ্ৰহণৰ ৪৮ঘণ্টা পূৰ্বৰে পৰাই বন্ধ ৰাখিব লাগিব সুৰাৰ ক্ৰয় বিক্ৰয়৷ অৰ্থাৎ ৭দফীয়া নিৰ্বাচনত ৪৮ঘণ্টাকৈ মুঠ ১৪দিন বন্ধ থাকিব সুৰাৰ দোকান৷ ইয়াৰোপৰি নিৰ্বাচনী ফলাফল ঘোষণা কৰাৰ দিনা সমগ্ৰ দেশতেই বন্ধ ৰাখিব লাগিব সুৰাৰ বিপনী৷ সকলো মিলি ড্ৰাই ডে’প সংখ্যা মুঠ ১৫ দিন৷

ভোটগ্ৰহণৰ দফা, দিন আৰু এলেকা
প্রথম দফা
১৭ এপ্ৰিলৰ বিয়লি ৫বজাৰ পৰা ১৯ এপ্ৰিলৰ বিয়লি ৫বজালৈকে ড্ৰাই ডে থাকিব অসমকে ধৰি কেইবাখনো ৰাজ্যত৷ কোন কোন ৰাজ্যাত ড্ৰাই ডে থাকিব জানি থওক সবিশেষ৷ প্রথম দফাৰ ভোটগ্ৰহণ অনুষ্ঠিত হ’ব অসম(৫), অৰুণাচল প্ৰদেশ(২), বিহাৰ(৪), ছত্তিছগড়(১), মধ্যপ্ৰদেশ(৬), মহাৰাষ্ট্ৰ(৫), মণিপুৰ(১), মেঘালয়(২), মিজোৰাম(১), নাগালেণ্ড(১), ৰাজস্থান(১২), ছিকিম(১), তামিলনাডু(৩৯), ত্ৰিপুৰা(১), উত্তৰপ্ৰদেশ(৮), উত্তৰাখণ্ড(৫), আন্দামান নিকোবৰ দ্বীপপুঞ্জ(১), জম্মু আৰু কাশ্মীৰ(১), লাক্ষাদ্বীপ(১), পুডুচেৰী(১), পশ্চিংবংগ( কোচবিহাৰ, আলিপুৰদুৱাৰ, জলপাইগুৰি)৷

দ্বিতীয় দফা
২৪ এপ্ৰিলৰ বিয়লি ৫বজাৰ পৰা ২৬ এপ্ৰিল ৫ বজালৈ অসমকে ধৰি ১৩ ৰাজ্যত থাকিব ড্ৰাই ডে৷ তালিকাত আছে অসম(৫), বিহাৰ(৫), ছত্তিশগড়(৩), কৰ্ণাটক(১৪), কেৰালা(২০), মধ্যপ্ৰদেশ(৭), মহাৰাষ্ট্ৰ(৮), মণিপুৰ(১), ৰাজস্থান(১৩), ত্ৰিপুৰা(১), উত্তৰপ্ৰদেশ(৮) জম্মু আৰু কাশ্মীৰ(১), পশ্চিমবংগ(৩)

তৃতীয় দফা
৫মে বিয়লি ৫ বজাৰ পৰা ৭ মে বিয়লি ৫বজালৈকে ১৩ ৰাজ্যত থাকিব ড্ৰাই ডে৷ অসমৰ ৪ জিলা, ছত্তিশগড়(৭), গোৱা(২), গুজৰাট(২৬), কৰ্ণাটক(১৪), মধ্যপ্ৰদেশ(৮), মহাৰাষ্ট্ৰ(১১), উত্তৰপ্ৰদেশ(১০), দাদৰা, নগৰ হাভেলি আৰু দমন দিউ(২), জম্মু আৰু কাশ্মীৰ(১), পশ্চিম বংগ(৪)

চতুৰ্থ দফা
১১ মেৰ বিয়লি ৫টা বজাৰ পৰা ১৩ মেৰ বিয়লি ৫ বজালৈকে ড্ৰাই ডে থাকিব অন্ধ্ৰ প্ৰদেশৰ ২৫ জিলা, ঝাড়খণ্ড(৪), মধ্যপ্ৰদেশ(৮), মহাৰাষ্ট্ৰ(১১), ওড়িশা(৪), তেলেঙ্গানা(১৭), উত্তৰপ্ৰদেশ(১৩), জম্মু আৰু কাশ্মীৰ(১), পশ্চিমবংগ(৮)৷

পঞ্চম দফা
১৮ মেৰ বিয়লি ৫বজাৰ পৰা ২০ মেৰ বিয়লি ৫বজালৈকে ড্ৰাই ডে থাকিব বিহাৰৰ ৫ জিলা, ঝাড়খণ্ডৰ ৩, মহাৰাষ্ট্ৰৰ ১৩ জিলা, ওড়িশাৰ ৫ জিলা, উত্তৰ প্ৰদেশৰ ১৪ জিলা, জম্মু আৰু কাশ্মীৰৰ ১খন জিলা, লাডাখৰ ১খন জিলা, পশ্চিমবংগৰ ৭জিলাত থাকিব ড্ৰাই ডে৷

ষষ্ঠ দফা
২৩মেৰ বিয়লি ৫ বজাৰ পৰা ২৫মেৰ বিয়লি ৫বজালৈকে ড্ৰাই ডে থাকিব বিহাৰৰ ৮ জিলা, হাৰিয়ানাৰ ১০ জিলা, ঝাৰখণ্ডৰ ৪জিলা, ওড়িশাৰ ৬জিলা, উত্তৰপ্ৰদেশৰ ১৪ জিলা, দিল্লীৰ ৭জিলা, পশ্চিমবংগৰ ৮জিলাত৷

সপ্তম দফা
৩০মেৰ বিয়লি ৫বজাৰ পৰা ১ জুন বিয়লি ৫বজালৈকে ড্ৰাই ডে থাকিব বিহাৰৰ ৮জিলা, হিমাচল প্ৰদেশৰ ৪জিলা, ঝাড়খণ্ডৰ ৩জিলা, ওড়িশাৰ ৬জিলা, পঞ্জাৱৰ ১৩ জিলা, উত্তৰপ্ৰদেশৰ ১৩ জিলা, চণ্ডীগড়ৰ ১খন জিলা, পশ্চিমবংগৰ ৯জিলাত৷

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: asom live 24assam ka tazza khabaraxom live 24axom live 24 digitalbest news channel in assamBest news channel of assamBest News Portal in AssamBest News Portal of Assam
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

AC চলাওঁতে সাৱধান হওক! ২০ ডিগ্ৰীৰ তলত AC চলোৱা অভ্যাস? অভ্যাস সলনি কৰক অন্যথা পকেটতেই নহয় স্বাস্থ্যৰ ওপৰতো পৰিব ভয়ংকৰ প্ৰভাৱ
Uncategorized

AC চলাওঁতে সাৱধান হওক! ২০ ডিগ্ৰীৰ তলত AC চলোৱা অভ্যাস? অভ্যাস সলনি কৰক অন্যথা পকেটতেই নহয় স্বাস্থ্যৰ ওপৰতো পৰিব ভয়ংকৰ প্ৰভাৱ

May 3, 2026
DA ৰ ডাঙৰ আপডেট, অষ্টম দৰমহা আয়োগে ভাট্টা তিনিগুণ বৃদ্ধিৰ প্ৰস্তাৱ আগবঢ়াইছে
বাণিজ্য

DA ৰ ডাঙৰ আপডেট, অষ্টম দৰমহা আয়োগে ভাট্টা তিনিগুণ বৃদ্ধিৰ প্ৰস্তাৱ আগবঢ়াইছে

April 21, 2026
কম EMI ত সামগ্ৰী ক্ৰয় কৰাৰ অভ্যাস, ডাঙৰ বিপদত পৰিব আপুনি!
Uncategorized

কম EMI ত সামগ্ৰী ক্ৰয় কৰাৰ অভ্যাস, ডাঙৰ বিপদত পৰিব আপুনি!

April 19, 2026
কেইবা দশকৰ পাছত গঠিত হৈছে কালসৰ্প যোগ, ১১ দিন ধৰি লাভেই লাভ এই ৩ৰাশিৰ
Uncategorized

কেইবা দশকৰ পাছত গঠিত হৈছে কালসৰ্প যোগ, ১১ দিন ধৰি লাভেই লাভ এই ৩ৰাশিৰ

April 16, 2026
Next Post
লক্ষ্মীবাৰে লক্ষ্মীযোগ! সৌভাগ্যৰ গ্ৰাফ আকাশলংঘী হ’ব ৫ৰাশিৰ জাতকৰ, হাতলৈ আহিব ধন

লক্ষ্মীবাৰে লক্ষ্মীযোগ! সৌভাগ্যৰ গ্ৰাফ আকাশলংঘী হ’ব ৫ৰাশিৰ জাতকৰ, হাতলৈ আহিব ধন

চ’ত অমাবস্যাতেই বছৰৰ প্ৰথম সূৰ্যগ্ৰহণ, বেয়া সময়তো সৌভাগ্যৰ পোহৰত চমকি উঠিব ৫ৰাশিৰ জাতক

চ’ত অমাবস্যাতেই বছৰৰ প্ৰথম সূৰ্যগ্ৰহণ, বেয়া সময়তো সৌভাগ্যৰ পোহৰত চমকি উঠিব ৫ৰাশিৰ জাতক

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.