• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
লক্ষ্মীবাৰে লক্ষ্মীযোগ! সৌভাগ্যৰ গ্ৰাফ আকাশলংঘী হ’ব ৫ৰাশিৰ জাতকৰ, হাতলৈ আহিব ধন

লক্ষ্মীবাৰে লক্ষ্মীযোগ! সৌভাগ্যৰ গ্ৰাফ আকাশলংঘী হ’ব ৫ৰাশিৰ জাতকৰ, হাতলৈ আহিব ধন

1 year ago
হাতে লোটে পৰিল ধৰা, ছচিয়েল মিডিয়াত প্ৰেম কৰা প্ৰেমিকাক লগ কৰিবলৈ গৈ দেখে নিজৰেই পত্নী

হাতে লোটে পৰিল ধৰা, ছচিয়েল মিডিয়াত প্ৰেম কৰা প্ৰেমিকাক লগ কৰিবলৈ গৈ দেখে নিজৰেই পত্নী

16 hours ago
কোহলীৰ ‘বিৰাট’ ৰেকৰ্ড ভংগ কৰিবলৈ সাজু কে এল ৰাহুল

কোহলীৰ ‘বিৰাট’ ৰেকৰ্ড ভংগ কৰিবলৈ সাজু কে এল ৰাহুল

16 hours ago
ৰাহু-কেতুৰ মহাগোচৰ, জানক কাৰ ভাগ্যত কি আছে

ৰাহু-কেতুৰ মহাগোচৰ, জানক কাৰ ভাগ্যত কি আছে

17 hours ago
১৭ বছৰ বয়সত অভিনয় আৰম্ভ, একেজন অভিনেতাৰ সৈতে ১৩০ চিনেমা কৰি ৰেকৰ্ড

১৭ বছৰ বয়সত অভিনয় আৰম্ভ, একেজন অভিনেতাৰ সৈতে ১৩০ চিনেমা কৰি ৰেকৰ্ড

17 hours ago
ৰাছিয়াই ইউক্ৰেইনৰ ওপৰত কৰিলে সবাতোকৈ ডাঙৰ ড্ৰোণ আক্ৰমণ, একেলগে ২৭৩ ড্ৰোণ

ৰাছিয়াই ইউক্ৰেইনৰ ওপৰত কৰিলে সবাতোকৈ ডাঙৰ ড্ৰোণ আক্ৰমণ, একেলগে ২৭৩ ড্ৰোণ

20 hours ago
চন্দ্ৰৰ আজি শনিৰ ৰাশিত প্ৰৱেশ , ৩ ৰাশিৰ লাভেই লাভ

চন্দ্ৰৰ আজি শনিৰ ৰাশিত প্ৰৱেশ , ৩ ৰাশিৰ লাভেই লাভ

21 hours ago
ব্যাপক অগ্নিকাণ্ড, একেলগে প্ৰাণ হেৰুৱালে ১৭ গৰাকীকৈ লোকে, বহু আহত

ব্যাপক অগ্নিকাণ্ড, একেলগে প্ৰাণ হেৰুৱালে ১৭ গৰাকীকৈ লোকে, বহু আহত

21 hours ago
‘ভাৰত ৰত্ন পাব লাগে কোহলীয়ে’- এগৰাকী ভাৰতীয় ক্ৰিকেটাৰে উত্থাপন কৰিলে এই দাবী

‘ভাৰত ৰত্ন পাব লাগে কোহলীয়ে’- এগৰাকী ভাৰতীয় ক্ৰিকেটাৰে উত্থাপন কৰিলে এই দাবী

22 hours ago
খবৰ পাইছেনে, ২০৫ যাত্ৰীসহ পাইলট অবিহনে ১০ মিনিট মাজ আকাশত উৰি থাকিল বিমান, কিন্তু..

খবৰ পাইছেনে, ২০৫ যাত্ৰীসহ পাইলট অবিহনে ১০ মিনিট মাজ আকাশত উৰি থাকিল বিমান, কিন্তু..

23 hours ago
কাইলৈ ঘৰ সলনি কৰিব ৰাহুৱে, ১৮ মে’ৰ পৰা ভাৱিব নোৱৰা উন্নতি কৰিব এই ৪ৰাশিৰ জাতক জাতিকাই

কাইলৈ ঘৰ সলনি কৰিব ৰাহুৱে, ১৮ মে’ৰ পৰা ভাৱিব নোৱৰা উন্নতি কৰিব এই ৪ৰাশিৰ জাতক জাতিকাই

2 days ago
প্ৰস্ৰাৱত গতি দুৰ্বল? নিশা ঘনাই প্ৰস্ৰাৱ লগা, আঁৰত থাকিব পাৰে শৰীৰৰ এই অংগৰ কৰ্কট, কি কি লক্ষণে দেখা দিলে চিকিৎসকৰ পৰামৰ্শ ল’ব?

প্ৰস্ৰাৱত গতি দুৰ্বল? নিশা ঘনাই প্ৰস্ৰাৱ লগা, আঁৰত থাকিব পাৰে শৰীৰৰ এই অংগৰ কৰ্কট, কি কি লক্ষণে দেখা দিলে চিকিৎসকৰ পৰামৰ্শ ল’ব?

2 days ago
বছৰৰ পাছত বছৰ ধৰি পৰিয়ালৰ লোকৰ মাজতেই বিবাহ, সংগম! এই গাওঁৰ প্ৰায়সকল লোকেই হৈ পৰিছে ভয়ংকৰ ৰোগৰ চিকাৰ, আজিও কোনো ঔষধ নাই এই ৰোগৰ, কি এই ৰোগ?

বছৰৰ পাছত বছৰ ধৰি পৰিয়ালৰ লোকৰ মাজতেই বিবাহ, সংগম! এই গাওঁৰ প্ৰায়সকল লোকেই হৈ পৰিছে ভয়ংকৰ ৰোগৰ চিকাৰ, আজিও কোনো ঔষধ নাই এই ৰোগৰ, কি এই ৰোগ?

2 days ago
  • About
  • Advertise
  • Careers
  • English Edition
Monday, May 19, 2025
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home জীৱনশৈলী

লক্ষ্মীবাৰে লক্ষ্মীযোগ! সৌভাগ্যৰ গ্ৰাফ আকাশলংঘী হ’ব ৫ৰাশিৰ জাতকৰ, হাতলৈ আহিব ধন

editor by editor
March 27, 2024
in জীৱনশৈলী
0
লক্ষ্মীবাৰে লক্ষ্মীযোগ! সৌভাগ্যৰ গ্ৰাফ আকাশলংঘী হ’ব ৫ৰাশিৰ জাতকৰ, হাতলৈ আহিব ধন
0
SHARES
56.8k
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

অসম লাইভ২৪ঃ কাইলৈ ২৮ মাৰ্চ ২০২৪ বৃহস্পতিবাৰে চন্দ্ৰই শুক্ৰৰ ৰাশি তুলাত অৱস্থান কৰিব৷ কাইলৈ বুধ, বৃহস্পতি আৰু চন্দ্ৰ পৰস্পৰৰ পৰা সপ্তম, নৱম আৰু পঞ্চম স্থানত বিৰাজ কৰি ৰাজ যোগ গঠন কৰিব৷ ইয়াৰোপৰি কাইলৈ বৃহস্পতিবাৰে থাকিব লক্ষ্মী যোগ, হৰ্ষণা যোগ আৰু বজ্ৰ যোগ৷ ইয়াৰোপৰি কাইলৈ বৃহস্পতিবাৰে থাকিব প্ৰথমে স্বাতী নক্ষত্ৰ আৰু পিছবেলা বিশাখা নক্ষত্ৰৰ প্ৰভাৱ৷ পঞ্জিকা অনুসৰি কাইলৈ চ’ত মাহৰ কৃষ্ণপক্ষৰ তৃতীয়া তিথি৷ জ্যোতিষ অনুসৰি বৃহস্পতিবাৰ হৈছে নাৰায়ণৰ প্ৰিয় দিন৷ এই দিনটোত শ্ৰী বিষ্ণুৰ আৰাধনা কৰিলে তেওঁৰ আশীৰ্বাদ লাভ কৰিব কেইবাটাও ৰাশিৰ জাতকে৷ জ্যোতিষবিদে জনোৱা অনুসৰি কেইবাটাও শুভ যোগৰ কাৰণে কাইলৈ দিনটো বেছ লাভজনক হ’ব কেইটামান ৰাশিৰ জাতকৰ বাবে৷ বৃহস্পতিবাৰে জ্যোতিষ গণনা অনুসৰি বিষ্ণুৰ আশীৰ্বাদ লাভ কৰিব ৫ৰাশিৰ জাতকে৷

মেষ ৰাশি
২৮মাৰ্চ ২০২৪ত বিশাখা নক্ষত্ৰৰ প্ৰভাৱত ভাগ্য খুলিব মেষ ৰাশিৰ জাতকৰ৷ কাইলৈ দিনটো আনন্দেৰে পাৰ হ’ব মেষ ৰাশিৰ জাতকৰ৷ হঠাৎ হাতলৈ ধন আহিব পাৰে৷ অৰ্থলাভৰ লগতে সমাজত কাইলৈ আপোনাৰ সন্মান বৃদ্ধি পাব৷ কাইলৈ আপুনি যি কামতেই হাত নিদিয়ক কিয় সফলতা আহিবই৷ আৰ্থিক পৰিস্থিতি কাইলৈ উন্নীত হ’ব৷ পৰিয়ালৰ সৈতে সুখৰ সময় কটাব৷

সিংহ ৰাশি
বৃদ্ধি যোগৰ শুভ ফল কাইলৈ লাভ কৰিব সিংহ ৰাশিৰ জাতকে৷ কাইলৈ মা লক্ষ্মীৰ কৃপাত আপোনাৰ জীৱনৰ সকলো সংকট দূৰ হ’ব৷ পুৰণা কোনো অসুখৰ পৰা মুক্তি লাভ কৰিব৷ কাইলৈ বিশেষ সাহসৰ পৰিচয় দিব আপুনি৷ নিজৰ সকলো কাম সফলভাৱে সম্পূৰ্ণ কৰিব পাৰিব সিংহ ৰাশিৰ জাতকে৷ প্ৰয়োজনীয় সময় পৰিয়ালৰ লোককো দিব পাৰিব এই ৰাশিৰ জাতকে৷

কন্যা ৰাশি
লক্ষ্মী যোগৰ প্ৰভাৱত ভাগ্য খুলিব কন্যা ৰাশিৰ জাতকৰ৷ কাইলৈ আপোনাৰ পাৰিবাৰিক জীৱনত সুখ আহিব আৰু নিজৰ সকলো বিৰোধীক আপুনি পৰাস্ত কৰিব পাৰিব৷ আপোনাৰ কামেৰেই কাৰ্যালয়ৰ ঊৰ্ধতন কৰ্তৃপক্ষৰ প্ৰশংসাও বুটলিবলৈ সক্ষম হ’ব আপুনি৷ কৰ্মক্ষেত্ৰত অনুকূল পৰিবেশ৷ আইনী যুঁজত কাইলৈ জয়লাভ কৰিব পাৰিব কন্যা ৰাশিৰ জাতকে৷ ব্যৱসায়ত লাভ বাঢ়িব৷

বৃশ্চিক ৰাশি
স্বাতী নক্ষত্ৰৰ প্ৰভাৱত কাইলৈ সৌভাগ্য লাভ কৰিব বৃশ্চিক ৰাশিৰ জাতকে৷ কাইলৈ সকলো কামতেই সৌভাগ্যই আপোনাক লগ দিব৷ প্ৰচুৰ এনাৰ্জিত কাইলৈ টগবগাই থাকিব আপুনি৷ ইয়াৰ ফলত নিজৰ সকলো কাম সফলভাৱে সম্পূৰ্ণ কৰিব পাৰিব বৃশ্চিক ৰাশিৰ জাতকে৷ ধৰ্মীয় বিষয়ত আগ্ৰহ বাঢ়িব৷ ছাত্ৰ-ছাত্ৰীসকলৰ পঢ়াশুনাত মনোযোগ বাঢ়িব আৰু পৰীক্ষাতো ভাল ফল লাভ কৰিব৷

মকৰ ৰাশি
কাইলৈ কোনো শুভ অনুষ্ঠানত অংশগ্ৰহণ কৰিব পাৰে মকৰ ৰাশিৰ জাতকে৷ ৰাজযোগৰ শুভ ফল লাভ কৰিব আপুনি৷ হঠাৎ ধনলাভো কৰিব পাৰে৷ দিনটো ব্যস্ততাতে পাৰ হ’লেও সন্ধ্যাবেলা বন্ধুৰ সৈতে আনন্দেৰে সময় কটোৱাৰ সুযোগ আহিব৷ পুৰণা বিনিয়োগৰ পৰা অৰ্থ লাভ হ’ব৷ পৰিয়ালৰ সৈতে সুখৰ সময় কটাব পাৰে৷

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: asom live 24assam live 24astronomyaxom live 24axom live 24 digitalBest Assamese News ChannelBest News Portal of AssamDAILY ASTROLOGYDAILY ASTRONOMYdaily horoscopedaily horoscope for today in assamese
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

ৰাহু-কেতুৰ মহাগোচৰ, জানক কাৰ ভাগ্যত কি আছে
জীৱনশৈলী

ৰাহু-কেতুৰ মহাগোচৰ, জানক কাৰ ভাগ্যত কি আছে

May 18, 2025
১৭ বছৰ বয়সত অভিনয় আৰম্ভ, একেজন অভিনেতাৰ সৈতে ১৩০ চিনেমা কৰি ৰেকৰ্ড
চিনেমা

১৭ বছৰ বয়সত অভিনয় আৰম্ভ, একেজন অভিনেতাৰ সৈতে ১৩০ চিনেমা কৰি ৰেকৰ্ড

May 18, 2025
চন্দ্ৰৰ আজি শনিৰ ৰাশিত প্ৰৱেশ , ৩ ৰাশিৰ লাভেই লাভ
জীৱনশৈলী

চন্দ্ৰৰ আজি শনিৰ ৰাশিত প্ৰৱেশ , ৩ ৰাশিৰ লাভেই লাভ

May 18, 2025
কাইলৈ ঘৰ সলনি কৰিব ৰাহুৱে, ১৮ মে’ৰ পৰা ভাৱিব নোৱৰা উন্নতি কৰিব এই ৪ৰাশিৰ জাতক জাতিকাই
জীৱনশৈলী

কাইলৈ ঘৰ সলনি কৰিব ৰাহুৱে, ১৮ মে’ৰ পৰা ভাৱিব নোৱৰা উন্নতি কৰিব এই ৪ৰাশিৰ জাতক জাতিকাই

May 17, 2025
Next Post
চ’ত অমাবস্যাতেই বছৰৰ প্ৰথম সূৰ্যগ্ৰহণ, বেয়া সময়তো সৌভাগ্যৰ পোহৰত চমকি উঠিব ৫ৰাশিৰ জাতক

চ’ত অমাবস্যাতেই বছৰৰ প্ৰথম সূৰ্যগ্ৰহণ, বেয়া সময়তো সৌভাগ্যৰ পোহৰত চমকি উঠিব ৫ৰাশিৰ জাতক

ৰমজানত উপবাসে থাকিলে শৰীৰত কি কি উপকাৰ হয়? জানি থওক সবিশেষ

ৰমজানত উপবাসে থাকিলে শৰীৰত কি কি উপকাৰ হয়? জানি থওক সবিশেষ

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.