• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
বহুত হৈছে শাসন, এইবাৰ দুৱাৰতে ৰেচন… দিদিৰ ১০ গেৰেণ্টি কি কি?

বহুত হৈছে শাসন, এইবাৰ দুৱাৰতে ৰেচন… দিদিৰ ১০ গেৰেণ্টি কি কি?

2 years ago
২০২৬ চনত আহিব পাৰে কেৰিয়াৰত আহিব ডাঙৰ টাৰ্নিং পয়েণ্ট, ৫ৰাশিৰ হাতৰ মুঠিত থাকিব সাফল্য

২০২৬ চনত আহিব পাৰে কেৰিয়াৰত আহিব ডাঙৰ টাৰ্নিং পয়েণ্ট, ৫ৰাশিৰ হাতৰ মুঠিত থাকিব সাফল্য

2 minutes ago
৫ বছৰত পাব ৭.৯ লাখ টকা, চৰকাৰী এই স্কিমত কিমান টকা মাহিলী জমা কৰিব?

৫ বছৰত পাব ৭.৯ লাখ টকা, চৰকাৰী এই স্কিমত কিমান টকা মাহিলী জমা কৰিব?

43 minutes ago
দৌল পূৰ্ণিমাতেই চন্দ্ৰগ্ৰহণ, এই ৩ৰাশিৰ জীৱনলৈ আহি আছে সুখবৰ

দৌল পূৰ্ণিমাতেই চন্দ্ৰগ্ৰহণ, এই ৩ৰাশিৰ জীৱনলৈ আহি আছে সুখবৰ

1 hour ago
আপোনাৰ উপাৰ্জন মাহত ১লাখ টকা? প্ৰতিমাহে আপুনি কিমান টকা বিনিয়োগ কৰা উচিত?

আপোনাৰ উপাৰ্জন মাহত ১লাখ টকা? প্ৰতিমাহে আপুনি কিমান টকা বিনিয়োগ কৰা উচিত?

2 hours ago
শুক্ৰৰ সৈতে মঙ্গলৰ যুঁটি, ধনশক্তি ৰাজযোগত টকা গণিবলৈ সাজু থাকক এই ৪ৰাশি

শুক্ৰৰ সৈতে মঙ্গলৰ যুঁটি, ধনশক্তি ৰাজযোগত টকা গণিবলৈ সাজু থাকক এই ৪ৰাশি

2 hours ago
আগন্তুক ২০ এপ্ৰিলত কেতুৱে নক্ষত্ৰ পৰিবৰ্তন কৰিব, অসমীয়া নৱবৰ্ষৰ পাছতেই ভাগ্য খুলিব ৪ৰাশিৰ জাতকৰ

আগন্তুক ২০ এপ্ৰিলত কেতুৱে নক্ষত্ৰ পৰিবৰ্তন কৰিব, অসমীয়া নৱবৰ্ষৰ পাছতেই ভাগ্য খুলিব ৪ৰাশিৰ জাতকৰ

5 hours ago
চলিত সপ্তাহত ৰূপতেই বাঢ়িল ৮হাজাৰ টকা, কিমান বাঢ়িল সোণৰ দাম? জানি থওক সাপ্তাহিক ৰেট

চলিত সপ্তাহত ৰূপতেই বাঢ়িল ৮হাজাৰ টকা, কিমান বাঢ়িল সোণৰ দাম? জানি থওক সাপ্তাহিক ৰেট

5 hours ago
শুক্ৰৰ অশেষ কৃপা, মাৰ্চতেই ভাগ্য সলনি হ’ব এই ৪ৰাশিৰ জাতক-জাতিকাৰ

শুক্ৰৰ অশেষ কৃপা, মাৰ্চতেই ভাগ্য সলনি হ’ব এই ৪ৰাশিৰ জাতক-জাতিকাৰ

5 hours ago
মাৰ্চত কপাল ফুলিব ৫ৰাশিৰ, আয়ৰ নতুন নতুন ৰাস্তা খুলি যাব

মাৰ্চত কপাল ফুলিব ৫ৰাশিৰ, আয়ৰ নতুন নতুন ৰাস্তা খুলি যাব

24 hours ago
শনিৰ ৰাশিত ৰাহু-মঙ্গলৰ অশুভ যোগ, অশুভ যোগতেই ভাগ্য খুলিব ৪ৰাশিৰ জাতকৰ

শনিৰ ৰাশিত ৰাহু-মঙ্গলৰ অশুভ যোগ, অশুভ যোগতেই ভাগ্য খুলিব ৪ৰাশিৰ জাতকৰ

1 day ago
হোলিৰ পাছতেই তৈয়াৰ হৈছে নৱপঞ্চম ৰাজযোগ, ভাগ্য খুলিব ৩ৰাশিৰ

হোলিৰ পাছতেই তৈয়াৰ হৈছে নৱপঞ্চম ৰাজযোগ, ভাগ্য খুলিব ৩ৰাশিৰ

1 day ago
জীৱনলৈ বেয়া সময় আহিবই, গীতাত থকা শ্ৰীকৃষ্ণৰ কি কি বাণীয়ে দিয়ে দুঃসময়ৰ পৰা উঠি অহাৰ শক্তি?

জীৱনলৈ বেয়া সময় আহিবই, গীতাত থকা শ্ৰীকৃষ্ণৰ কি কি বাণীয়ে দিয়ে দুঃসময়ৰ পৰা উঠি অহাৰ শক্তি?

1 day ago
  • About
  • Advertise
  • Careers
  • English Edition
Sunday, February 22, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home জীৱনশৈলী

বহুত হৈছে শাসন, এইবাৰ দুৱাৰতে ৰেচন… দিদিৰ ১০ গেৰেণ্টি কি কি?

বহুত হৈছে শাসন, এইবাৰ দুৱাৰতে ৰেচন… দিদিৰ ১০ গেৰেণ্টি কি কি?

editor by editor
April 17, 2024
in জীৱনশৈলী, ভাৰত, ৰাজনীতি
0
বহুত হৈছে শাসন, এইবাৰ দুৱাৰতে ৰেচন… দিদিৰ ১০ গেৰেণ্টি কি কি?
0
SHARES
108
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

অসম লাইভ২৪ঃ প্ৰথম দফাৰ ভোটগ্ৰহণৰ দুদিন পূৰ্বে লোকসভা নিৰ্বাচনৰ ইস্তাহাৰ মুকলি কৰিলে তৃণমূল কংগ্ৰেছে। কেন্দ্ৰৰ মোদী কি গেৰেণ্টিৰ পাছতেই এইবাৰ দেশবাসীক দিদিৰ ১০ শপতৰ অংগীকাৰ কৰিছে তৃণমূল কংগ্ৰেছে। দিদিৰ সেই ১০ শপত সমাজৰ প্ৰায় সকলো শ্ৰেণীৰ মানুহৰেই নজৰ কাঢ়িছে।

দিদিৰ ১০টা শপত-

১) বৰ্ধিত আয়, শ্ৰমিকক সহায়ঃ সকলো জব কাৰ্ড হল্ডাৰকে ১০০ দিনৰ কামৰ গেৰেণ্টি দিয়া হ’ব। বৰ্ধিত নূন্যতম মজুৰি হ’ব ৪০০ টকা।

২) দেশজুৰি পকী ঘৰঃ দেশৰ সকলো নাগৰিককে নিৰাপদ আৰু পকাৰ আৱাস দিয়াৰ প্ৰতিশ্ৰুতি।

৩) ইন্ধনৰ দাম কমোৱা হ’বঃ প্ৰত্যেক দৰিদ্ৰ সীমাৰেখাৰ তলৰ লোকৰ পৰিয়ালক বছৰি ১০ টাকৈ চিলিণ্ডাৰ বিনামূলীয়াকৈ দিয়া হ’ব।

৪) বহুত হৈছে শাসন, এইবাৰ দুৱাৰত ৰেচনঃ প্ৰতি মাহে প্ৰত্যেক ৰেচন কাৰ্ড হল্ডাৰে ৫ কিঃগ্ৰাঃ বিনামূল্য়ে ৰেচন লাভ কৰিব।

৫) আমাৰ অংগীকাৰ, নিৰাপত্তা সকলোৰে সমানঃ প্ৰান্তীয় জনগোষ্ঠীয় যুৱকৰ উন্নতিৰ স্বাৰ্থত অবিচি, এছ চি, এছ টিৰ বাবে উচ্চশিক্ষা বৃত্তি বঢ়োৱা হ’ব। বৃদ্ধভাট্টা প্ৰতিমাহে এহেজাৰ টকাকৈ দিয়া হ’ব। বাৰ্ষিক ১২ হাজাৰ টকা লাভ কৰিব প্ৰতিগৰাকী বৃদ্ধই।

৬) বৰ্ধিত আয় নিশ্চিত এইবাৰ, অন্নদাতাৰ ওঁঠত উজ্বলিব হাঁহিঃ নুন্যতম সহায়ক মূল্যৰ আইনগত গেৰেণ্টি।

৭) কম দামত পেট্ৰলঃ পেট্ৰল-ডিজেল আৰু চিলিণ্ডাৰৰ দাম হ্ৰাস হ’ব। পেট্ৰলজাত ইন্ধনৰ দাম নিয়ন্ত্ৰণৰ বাবে পৃথক আইন তৈয়াৰ হ’ব।

৮) নিশ্চিত ভবিষ্যৎ অৰ্জন, যুৱশক্তিৰ গৰ্জনঃ ২৫ বছৰ পৰ্যন্ত সকলো স্নাতক আৰু ডিপ্লমা হোল্ডাৰত এই বছৰৰ শিক্ষানৱিশ প্ৰতিশিক্ষণ প্ৰদান কৰা হ’ব। কামৰো সুযোগ লাভ কৰিব। উচ্চশিক্ষাৰ বাবে ১০লাখ পৰ্যন্ত ষ্টুডেণ্ট ক্ৰেডিট কাৰ্ড।

৯) স্বচ্ছ আইন, স্বাধীন ভাৰতঃ CAA বিলুপ্ত কৰা হ’ব। এন আৰ চি বন্ধ কৰা হ’ব। UCC ভাৰতজুৰি প্ৰযোজ্য হ’বলৈ দিয়া নহ’ব।

১০) পশ্চিমবংগ আগুৱাব, আগুৱাব ভাৰতঃ পশ্চিমবংগৰ কন্য়াশ্ৰী প্ৰকল্পৰ সৈতে সামঞ্জস্য ৰাখি ১৩-১৮ বছৰ বয়সীয়া ছাত্ৰ-ছাত্ৰীসকলক বাৰ্ষিক হাজাৰ আৰু এককালীন ২৫ হাজাৰ টকা দিয়া হ’ব। কন্য়াশ্ৰীৰ দৰে দেশৰ সকলো মহিলাকে ভাট্টা দিয়া হ’ব। আয়ুষ্মান ভাৰতৰ সলনি স্বাস্থ্য সাথী প্ৰকল্প। যাৰ অধীনত ১০ লাখ টকা পৰ্যন্ত বীমা।

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: asom live 24assam live 24axom live 24axom live 24 digitalBest Assamese News ChannelBest news channel of assamBest News Portal in AssamBest News Portal of Assam
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

২০২৬ চনত আহিব পাৰে কেৰিয়াৰত আহিব ডাঙৰ টাৰ্নিং পয়েণ্ট, ৫ৰাশিৰ হাতৰ মুঠিত থাকিব সাফল্য
জীৱনশৈলী

২০২৬ চনত আহিব পাৰে কেৰিয়াৰত আহিব ডাঙৰ টাৰ্নিং পয়েণ্ট, ৫ৰাশিৰ হাতৰ মুঠিত থাকিব সাফল্য

February 22, 2026
৫ বছৰত পাব ৭.৯ লাখ টকা, চৰকাৰী এই স্কিমত কিমান টকা মাহিলী জমা কৰিব?
জীৱনশৈলী

৫ বছৰত পাব ৭.৯ লাখ টকা, চৰকাৰী এই স্কিমত কিমান টকা মাহিলী জমা কৰিব?

February 22, 2026
দৌল পূৰ্ণিমাতেই চন্দ্ৰগ্ৰহণ, এই ৩ৰাশিৰ জীৱনলৈ আহি আছে সুখবৰ
জীৱনশৈলী

দৌল পূৰ্ণিমাতেই চন্দ্ৰগ্ৰহণ, এই ৩ৰাশিৰ জীৱনলৈ আহি আছে সুখবৰ

February 22, 2026
আপোনাৰ উপাৰ্জন মাহত ১লাখ টকা? প্ৰতিমাহে আপুনি কিমান টকা বিনিয়োগ কৰা উচিত?
বাণিজ্য

আপোনাৰ উপাৰ্জন মাহত ১লাখ টকা? প্ৰতিমাহে আপুনি কিমান টকা বিনিয়োগ কৰা উচিত?

February 22, 2026
Next Post
বহুতেই নাজানে… এজন IAS অফিচাৰৰ মাহিলী দৰমহা কিমান?

বহুতেই নাজানে… এজন IAS অফিচাৰৰ মাহিলী দৰমহা কিমান?

যোৰহাটত ১৪৪ ধাৰা জাৰি, কি কি নিয়ম মানিব লাগিব জনসাধাৰণে?

যোৰহাটত ১৪৪ ধাৰা জাৰি, কি কি নিয়ম মানিব লাগিব জনসাধাৰণে?

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.