• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
কালি প্ৰথম পৰ্যায়ৰ নিৰ্বাচন, পাহাৰ-ভৈয়াম, নদী পাৰ হৈ ভোটকেন্দ্ৰত উপস্থিত পুলিং বিষয়া

কালি প্ৰথম পৰ্যায়ৰ নিৰ্বাচন, পাহাৰ-ভৈয়াম, নদী পাৰ হৈ ভোটকেন্দ্ৰত উপস্থিত পুলিং বিষয়া

2 years ago
কেতিয়াও আৰ্থিক বিপদত নপৰিবলৈ জানক এইকেইটা বিত্তীয় টিপছ

কেতিয়াও আৰ্থিক বিপদত নপৰিবলৈ জানক এইকেইটা বিত্তীয় টিপছ

3 hours ago
নলা চফা কৰা শ্ৰমিকে লাভ কৰিলে ৯৯ কোটি টকাৰ সোণ

নলা চফা কৰা শ্ৰমিকে লাভ কৰিলে ৯৯ কোটি টকাৰ সোণ

3 hours ago
তন্ত্ৰ-মন্ত্ৰৰ নামত মহিলাক শাৰীৰিক নিৰ্যা*তন

তন্ত্ৰ-মন্ত্ৰৰ নামত মহিলাক শাৰীৰিক নিৰ্যা*তন

4 hours ago
তৃতীয়বাৰলৈ দৰা হ’ব ‘গেংগছ অব ৱাছেপুৰ’ৰ অনুৰাগ কাশ্যপ

তৃতীয়বাৰলৈ দৰা হ’ব ‘গেংগছ অব ৱাছেপুৰ’ৰ অনুৰাগ কাশ্যপ

4 hours ago
কেইবাহাজাৰ চৰকাৰী চাকৰিৰ বিজ্ঞাপন মুকলি

কেইবাহাজাৰ চৰকাৰী চাকৰিৰ বিজ্ঞাপন মুকলি

5 hours ago
‘বিমল’ৰ বিজ্ঞাপন কৰি বিপদত শ্বাহৰুখ, অজয় দেৱগন আৰু টাইগাৰ শ্ৰফ

‘বিমল’ৰ বিজ্ঞাপন কৰি বিপদত শ্বাহৰুখ, অজয় দেৱগন আৰু টাইগাৰ শ্ৰফ

6 hours ago
শৰীৰত ভিটামিন আৰু মিনাৰেলছৰ অভাৱ কেনেকৈ চিনাক্ত কৰিব? জানক এই জৰুৰী সংকেত

শৰীৰত ভিটামিন আৰু মিনাৰেলছৰ অভাৱ কেনেকৈ চিনাক্ত কৰিব? জানক এই জৰুৰী সংকেত

7 hours ago
‘৩৭০ অনুচ্ছেদ থাকিলে PoK-এও হয়টো পুনৰ ভাৰতত যোগ দিলেহেঁতেন’

‘৩৭০ অনুচ্ছেদ থাকিলে PoK-এও হয়টো পুনৰ ভাৰতত যোগ দিলেহেঁতেন’

7 hours ago
সিংহ সংক্ৰান্তিৰ পূৰ্বে এইকেইটা ৰাশিলৈ আহি আছে বিশেষ সময়

সিংহ সংক্ৰান্তিৰ পূৰ্বে এইকেইটা ৰাশিলৈ আহি আছে বিশেষ সময়

8 hours ago
গ্ৰেট ব্ৰিটেইন নে ‘ইছলামিক ৰিপাব্লিক অব ব্ৰিটেইন’?

গ্ৰেট ব্ৰিটেইন নে ‘ইছলামিক ৰিপাব্লিক অব ব্ৰিটেইন’?

9 hours ago
দলীয় কাৰ্যালয়ত প্ৰাক্তন মন্ত্ৰীৰ চৰমপন্থা

দলীয় কাৰ্যালয়ত প্ৰাক্তন মন্ত্ৰীৰ চৰমপন্থা

10 hours ago
প্ৰায় ২৪ বছৰ মূৰত পাডিক্কালৰ ৰূপত ভাৰতীয় বেটাৰে গঢ়িলে এই ৰেকৰ্ড

প্ৰায় ২৪ বছৰ মূৰত পাডিক্কালৰ ৰূপত ভাৰতীয় বেটাৰে গঢ়িলে এই ৰেকৰ্ড

1 day ago
  • About
  • Advertise
  • Careers
  • English Edition
Sunday, August 16, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home অসম

কালি প্ৰথম পৰ্যায়ৰ নিৰ্বাচন, পাহাৰ-ভৈয়াম, নদী পাৰ হৈ ভোটকেন্দ্ৰত উপস্থিত পুলিং বিষয়া

editor by editor
April 18, 2024
in অসম, উত্তৰ-পূব, গুৱাহাটী, ভাৰত, ৰাজনীতি
0
কালি প্ৰথম পৰ্যায়ৰ নিৰ্বাচন, পাহাৰ-ভৈয়াম, নদী পাৰ হৈ ভোটকেন্দ্ৰত উপস্থিত পুলিং বিষয়া
0
SHARES
228
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

কালি প্ৰথম পৰ্যায়ৰ নিৰ্বাচন, পাহাৰ-ভৈয়াম, নদী পাৰ হৈ ভোটকেন্দ্ৰত উপস্থিত পুলিং বিষয়া

বিশ্বৰ সৰ্ববৃহৎ গণতন্ত্ৰৰ নিৰ্বাচন সহজ নহয়! কাৰণ ২০২৪ চনৰ লোকসভা নিৰ্বাচনত প্ৰথম পৰ্যায়ৰ ভোটদানৰ বাবে নিৰ্বাচনী কৰ্তব্যত নিয়োজিত বহু কৰ্মচাৰীয়ে অসুবিধাৰ সন্মুখীন হ’বলগীয়া হৈছিল। কোনো কোনো ঠাইৰ ভোটকেন্দ্ৰত উপস্থিত হোৱাটো অতিকে কঠিন কাম আছিল।

কৰ্তব্যৰত অৱস্থাত এই কৰ্মচাৰীসকলে উত্তৰ-পূৰ্বাঞ্চলৰ অৰুণাচল প্ৰদেশত এখন বনাঞ্চলৰ মাজেৰে দূৰৈৰ ভোটগ্ৰহণ কেন্দ্ৰলৈ যাবলগীয়া হোৱাৰ বিপৰীতে তামিলনাডুৰ ডিণ্ডিগুলৰ নাথাম অঞ্চলত গাধৰ সহায়ত ইলেক্ট্ৰনিক ভোটিং মেচিন (ইভিএম) লৈ যোৱা দেখা গৈছিল।

আজি বৃহস্পতিবাৰ ১৮ এপ্ৰিলত দেশৰ বিভিন্ন প্ৰান্তৰ পৰা একেধৰণৰ দৃশ্য দেখা গ’ল। যিয়ে স্পষ্টভাৱে প্ৰমাণ কৰে যে, নিৰ্বাচনী কৰ্তব্যত নিয়োজিত কৰ্মচাৰীসকলৰ কাম কিমান কঠিন।

https://x.com/NANDANPRATIM/status/1780875442159043046

উল্লেখ্য যে, এইবাৰৰ সাধাৰণ নিৰ্বাচনৰ প্ৰথম পৰ্যায়ৰ ভোটগ্ৰহণ কাইলৈ ১৯ ​এপ্ৰিলত। এই পৰ্যায়ত মুঠ ১০২খন লোকসভা আসনত ভোটগ্ৰহণ কৰা হ’ব। নিৰাপদ আৰু শান্তিপূৰ্ণ নিৰ্বাচনৰ বাবে স্পৰ্শকাতৰ অঞ্চলত নিৰাপত্তাৰক্ষীৰ হেলিড্ৰপিং কৰা হৈছে। নিৰাপত্তাৰক্ষীৰ হেলিড্ৰপত ভাৰতীয় বায়ুসেনাৰ চপাৰৰ সহায় লোৱা হৈছে।

https://x.com/NANDANPRATIM/status/1780926357523812620

কালি অনুষ্ঠিত হ’ব লগা প্ৰথম পৰ্যায়ৰ লোকসভা নিৰ্বাচনৰ কোনবোৰ আসন গুৰুত্বপূৰ্ণ- অসমৰ সৰ্বানন্দ সোণোৱাল আৰু গৌৰৱ গগৈয়ে প্ৰতিনিধিত্ব কৰা সমষ্টি দুটা অতিকে গুৰুত্বপূৰ্ণ- ডিব্ৰুগড় আৰু যোৰহাট।

ইয়াৰ বাহিৰে কালিৰ প্ৰথম পৰ্যায়ৰ দেশৰ অন্য গুৰুত্বপূৰ্ণ সমষ্টি কেইটা হৈছে নাগপুৰ, কন্যাকুমাৰী, চেন্নাই চেণ্ট্ৰেল, মুজাফ্ফৰনগৰ, চাহাৰনপুৰ, কৈৰানা, পিলিভিত, জয়পুৰ, ছিণ্ডৱাৰা, জামুই, বস্তৰ, নৈনিতাল আৰু লক্ষদ্বীপ ইত্যাদি।

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: ElctionindiaIndia ElectionLok SabhaLok Sabha 24
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

কেতিয়াও আৰ্থিক বিপদত নপৰিবলৈ জানক এইকেইটা বিত্তীয় টিপছ
বিবিধ

কেতিয়াও আৰ্থিক বিপদত নপৰিবলৈ জানক এইকেইটা বিত্তীয় টিপছ

August 16, 2026
তন্ত্ৰ-মন্ত্ৰৰ নামত মহিলাক শাৰীৰিক নিৰ্যা*তন
অপৰাধ

তন্ত্ৰ-মন্ত্ৰৰ নামত মহিলাক শাৰীৰিক নিৰ্যা*তন

August 16, 2026
তৃতীয়বাৰলৈ দৰা হ’ব ‘গেংগছ অব ৱাছেপুৰ’ৰ অনুৰাগ কাশ্যপ
বিনোদন

তৃতীয়বাৰলৈ দৰা হ’ব ‘গেংগছ অব ৱাছেপুৰ’ৰ অনুৰাগ কাশ্যপ

August 16, 2026
কেইবাহাজাৰ চৰকাৰী চাকৰিৰ বিজ্ঞাপন মুকলি
নিয়োগ

কেইবাহাজাৰ চৰকাৰী চাকৰিৰ বিজ্ঞাপন মুকলি

August 16, 2026
Next Post
পুনৰ সংকটত আপ নেতা! ৯ ঘণ্টা ধৰি ইডিৰ জেৰা নেতা অমনাতুল্লাহক

পুনৰ সংকটত আপ নেতা! ৯ ঘণ্টা ধৰি ইডিৰ জেৰা নেতা অমনাতুল্লাহক

দিল্লীৰ মছনদ কাৰ? প্ৰথম পৰ্যায়ৰ নিৰ্বাচনত অসমৰ কেইটা সমষ্টিত আৰম্ভ হৈছে ভোটগ্ৰহণ?

দিল্লীৰ মছনদ কাৰ? প্ৰথম পৰ্যায়ৰ নিৰ্বাচনত অসমৰ কেইটা সমষ্টিত আৰম্ভ হৈছে ভোটগ্ৰহণ?

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.