• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
ঘোষণা হ’ল লোকসভা নিৰ্বাচনৰ দিন, কোন তাৰিখে হ’ব ভোট…

ঘোষণা হ’ল লোকসভা নিৰ্বাচনৰ দিন, কোন তাৰিখে হ’ব ভোট…

2 years ago
ইব’লা ভাইৰাছৰ লক্ষণ কি কি? কেনেকৈ প্ৰতিৰোধ কৰিব জানক

ইব’লা ভাইৰাছৰ লক্ষণ কি কি? কেনেকৈ প্ৰতিৰোধ কৰিব জানক

2 hours ago
জুন মাহত শনিৰ নক্ষত্ৰত প্ৰৱেশ কৰিব বৃহস্পতি, এই ৰাশিৰ সলনি হ’ব ভাগ্য!

জুন মাহত শনিৰ নক্ষত্ৰত প্ৰৱেশ কৰিব বৃহস্পতি, এই ৰাশিৰ সলনি হ’ব ভাগ্য!

3 hours ago
টি-২০ ক্ৰিকেটত বৈভৱ সূৰ্যবংশীৰ যাদু, পুনৰ গঢ়িলে অভিলেখ!

টি-২০ ক্ৰিকেটত বৈভৱ সূৰ্যবংশীৰ যাদু, পুনৰ গঢ়িলে অভিলেখ!

3 hours ago
ঈদৰ পূৰ্বে ৰ*ক্তাক্ত পাকিস্তান! বিস্ফোৰণ ২৩ জন নিহত আৰু আহত প্ৰায় ৭২ জন

ঈদৰ পূৰ্বে ৰ*ক্তাক্ত পাকিস্তান! বিস্ফোৰণ ২৩ জন নিহত আৰু আহত প্ৰায় ৭২ জন

3 hours ago
শাহুৰ হ’ব প্ৰিয় বোৱাৰী, মাত্ৰ আজিয়েই অনুসৰণ কৰক এই উপায়!

শাহুৰ হ’ব প্ৰিয় বোৱাৰী, মাত্ৰ আজিয়েই অনুসৰণ কৰক এই উপায়!

5 hours ago
বিপদত দাক্ষিণাত্যৰ অভিনেতা ৰাম চৰণ, খুজিলে ক্ষমা!

বিপদত দাক্ষিণাত্যৰ অভিনেতা ৰাম চৰণ, খুজিলে ক্ষমা!

5 hours ago
আজি ভাগ্য সলনি হ’ব এটা ৰাশিৰ জাতক-জাতিকাৰ! জ্যোতিষ শাস্ত্ৰই দিছে সংকেত

আজি ভাগ্য সলনি হ’ব এটা ৰাশিৰ জাতক-জাতিকাৰ! জ্যোতিষ শাস্ত্ৰই দিছে সংকেত

6 hours ago
গৰমত কুঁহিয়াৰৰ ৰস সেৱন কৰি ভাল পায় নেকি? বিপদৰ পূৰ্বে সাৱধান!

গৰমত কুঁহিয়াৰৰ ৰস সেৱন কৰি ভাল পায় নেকি? বিপদৰ পূৰ্বে সাৱধান!

7 hours ago
ঘৰত এটাও নাথাকে পঁইতাচোৰা! মাত্ৰ অনুসৰণ কৰক এই টিপচ

ঘৰত এটাও নাথাকে পঁইতাচোৰা! মাত্ৰ অনুসৰণ কৰক এই টিপচ

8 hours ago
পুনৰ বৃদ্ধি পাব নেকি পেট্ৰ’ল-ডিজেলৰ মূল্য? বিপিচিএলে দিছে ইংগিত

পুনৰ বৃদ্ধি পাব নেকি পেট্ৰ’ল-ডিজেলৰ মূল্য? বিপিচিএলে দিছে ইংগিত

8 hours ago
পুৱতি নিশা সপোনত দেখিছে নেকি এইবোৰ বস্তু, তেন্তে উদয় হ’ব ভাগ্য!

পুৱতি নিশা সপোনত দেখিছে নেকি এইবোৰ বস্তু, তেন্তে উদয় হ’ব ভাগ্য!

9 hours ago
অৱসৰপ্ৰাপ্ত কৰ্মচাৰীক সকাহ, চৰকাৰে বৃদ্ধি কৰিলে Dearness Relief Allowance

অৱসৰপ্ৰাপ্ত কৰ্মচাৰীক সকাহ, চৰকাৰে বৃদ্ধি কৰিলে Dearness Relief Allowance

9 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Sunday, May 24, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home অসম

ঘোষণা হ’ল লোকসভা নিৰ্বাচনৰ দিন, কোন তাৰিখে হ’ব ভোট…

editor by editor
March 16, 2024
in অসম, উত্তৰ-পূব, গুৱাহাটী, ভাৰত
0
ঘোষণা হ’ল লোকসভা নিৰ্বাচনৰ দিন, কোন তাৰিখে হ’ব ভোট…
0
SHARES
169
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email
ঘোষণা হ’ল লোকসভা নিৰ্বাচনৰ দিন, কোন তাৰিখে হ’ব ভোট…
আজি ১৬ মাৰ্চ তাৰিখে ঘোষণা হ’ল লোকসভা নিৰ্বাচনৰ দিন। ভাৰতীয় নিৰ্বাচন আয়োগে ঘোষণা কৰিলে ১৮ সংখ্যক লোকসভা নিৰ্বাচনৰ দিন।
১৯ এপ্ৰিল  তাৰিখে অনুষ্ঠিত হ’ব প্ৰথম পৰ্যায়ৰ লোকসভা নিৰ্বাচন। প্ৰথম পৰ্যায়ত ২১ ৰাজ্যত ভোট। অসমতো ১৯ তাৰিখে ভোটগ্ৰহণ।

২৬ এপ্ৰিলত দ্বিতীয় পৰ্যায়ৰ ভোট। দ্বিতীয় পৰ্যায়ত ৩০ ৰাজ্যত ভোটগ্ৰহণ।

৭ মে’ত তৃতিয় আৰু ১৩ মে’ত চতুৰ্থ পৰ্যায়ৰ ভোট। ৪ জুনত ভোটগনণা।

সংবাদমেলযোগে মুখ্য নিৰ্বাচন আয়ুক্ত ৰাজীৱ কুমাৰে ঘোষণা কৰিলে নিৰ্বাচনৰ দিন। দিল্লীৰ বিজ্ঞান ভৱনত আয়োজিত হৈছে এই সংবাদমেল। সংবাদমেলত উপস্থিত নৱ-নিযুক্ত দুই নিৰ্বাচন আয়ুক্ত সুখবীৰ সান্ধু আৰু জ্ঞানেশ কুমাৰো।
নিৰ্বাচনৰ দিন ঘোষণাৰ লগে লগে দেশজুৰি বলৱৎ হ’ল নিৰ্বাচনী আচৰণ বিধি। এইবাৰো কেইবাটাও পৰ্যায়ত অনুষ্ঠিত হ’ব লোকসভা নিৰ্বাচন।
মুঠ ৭ টা পৰ্যায়ত অনুষ্ঠিত হ’ব ভোটগ্ৰহণ। ২০১৯ৰ লোকসভা নিৰ্বাচনো ৭টাকৈ পৰ্যায়ত অনুষ্ঠিত হৈছিল।
একেখন সংবাদমেলতে ৪ ৰাজ্যৰো বিধানসভা নিৰ্বাচনৰো দিন ঘোষণা কৰে। অহা   ১৩  তাৰিখে অনুষ্ঠিত হ’ব অন্ধ্ৰপ্ৰদেশ, অৰুণাচল প্ৰদেশ, চিকিম আৰু উৰিষ্যাৰ বিধানসভা নিৰ্বাচন।

উল্লেখ্য যে,  এইবাৰৰ লোকসভা নিৰ্বাচনত মুঠ  ৯৭ কোটি ভোটাৰ আছে। ইয়াৰে ১.৮২ কোটি নতুন ভোটাৰে এইবাৰ ভোটাধিকাৰ সাব্যস্ত কৰিব। মুঠ ভোটাৰৰ পুৰুষ ৪৯.৭ কোটি আৰু মহিলা ৪৭.১ কোটি।

তাৰোপৰি এইবাৰ ব্যৱহাৰ কৰা হ’ব ৫৫ লাখ ই ভি এম। ১০.৫ লাখ ভোটকেন্দ্ৰত হ’ব ভোট।

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: assam electionelectionElection Date AnnouncedLoksabha EletionPressMeet
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

কাইলৈ নাথাকে বিদ্যুৎ! উৎকট গৰমৰ মাজতে বিদ্যুৎ বিভাগৰ আচৰিত সিদ্ধান্ত
অসম

কাইলৈ নাথাকে বিদ্যুৎ! উৎকট গৰমৰ মাজতে বিদ্যুৎ বিভাগৰ আচৰিত সিদ্ধান্ত

May 23, 2026
নিজৰ ঘৰলৈ আহিব বুদ্ধিদাতা বুধ, ২৯ মে’ৰ পৰা ৪ৰাশিৰ কেৰিয়াৰত বিশাল উন্নতি
জীৱনশৈলী

নিজৰ ঘৰলৈ আহিব বুদ্ধিদাতা বুধ, ২৯ মে’ৰ পৰা ৪ৰাশিৰ কেৰিয়াৰত বিশাল উন্নতি

May 23, 2026
জুন মাহৰ পৰা আনন্দ কৰিব ৪ৰাশিয়ে, শুক্ৰ-শনিৰ নৱপঞ্চম ৰাজযোগত অৰ্থলাভৰ যোগ আছে এই ৪ৰাশিৰ
জীৱনশৈলী

জুন মাহৰ পৰা আনন্দ কৰিব ৪ৰাশিয়ে, শুক্ৰ-শনিৰ নৱপঞ্চম ৰাজযোগত অৰ্থলাভৰ যোগ আছে এই ৪ৰাশিৰ

May 23, 2026
সেই মায়াবী চকু, বয়স বাঢ়িলেও সৌন্দৰ্য্য কমা লাই তিলমানো, কাঁৰ আধৰুৱা মঞ্চক পূৰ্ণতা দিলে ঐশ্ব্যৰ্যই, ২০ বছৰে কাঁৰ ৰেডকাৰ্পেটত অকলে যোৱা ঐশ্ব্যৰ্যৰ হাতত হাত ধৰি কোনে দিলে খোঁজ?
জীৱনশৈলী

সেই মায়াবী চকু, বয়স বাঢ়িলেও সৌন্দৰ্য্য কমা লাই তিলমানো, কাঁৰ আধৰুৱা মঞ্চক পূৰ্ণতা দিলে ঐশ্ব্যৰ্যই, ২০ বছৰে কাঁৰ ৰেডকাৰ্পেটত অকলে যোৱা ঐশ্ব্যৰ্যৰ হাতত হাত ধৰি কোনে দিলে খোঁজ?

May 23, 2026
Next Post
অসমত ক’ত কেতিয়া অনুষ্ঠিত হ’ব ভোটগ্ৰহণ, গুৱাহাটীত কেতিয়া ?

অসমত ক'ত কেতিয়া অনুষ্ঠিত হ'ব ভোটগ্ৰহণ, গুৱাহাটীত কেতিয়া ?

আঙুলি ফুটাই ভাল পাই নেকি, কি হয় আঙুলি ফুটালে, পঢ়ক এই খবৰ

আঙুলি ফুটাই ভাল পাই নেকি, কি হয় আঙুলি ফুটালে, পঢ়ক এই খবৰ

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.