• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
আঙুলি ফুটাই ভাল পাই নেকি, কি হয় আঙুলি ফুটালে, পঢ়ক এই খবৰ

আঙুলি ফুটাই ভাল পাই নেকি, কি হয় আঙুলি ফুটালে, পঢ়ক এই খবৰ

3 years ago
পুৰুষ অবিহনেই মহিলাই জন্ম দিব পাৰিব সন্তান?

পুৰুষ অবিহনেই মহিলাই জন্ম দিব পাৰিব সন্তান?

2 minutes ago
গ্ৰেপ্তাৰ হ’ব নেকি বদৰুদ্দিন আজমল?

গ্ৰেপ্তাৰ হ’ব নেকি বদৰুদ্দিন আজমল?

33 minutes ago
এছিয়ান গেমছত প্ৰতিপক্ষক কামুৰি বাহিৰ হ’ল চীনা খেলুৱৈ

এছিয়ান গেমছত প্ৰতিপক্ষক কামুৰি বাহিৰ হ’ল চীনা খেলুৱৈ

1 hour ago
কেপ্টেইন স্মিটক আক্ৰমণ কৰা ওমানী সহ-পাইলটৰ পৰিচয় প্ৰকাশ

কেপ্টেইন স্মিটক আক্ৰমণ কৰা ওমানী সহ-পাইলটৰ পৰিচয় প্ৰকাশ

2 hours ago
শীতৰ আগমনৰ আগেয়ে ঘৰলৈ আনক এই ৬ বিধ Indoor Plants

শীতৰ আগমনৰ আগেয়ে ঘৰলৈ আনক এই ৬ বিধ Indoor Plants

3 hours ago
চুবুৰীয়াৰ বিৰুদ্ধে শত্ৰুতাৰ পোতক তুলিবলৈ নিজ মাতৃকে হ*ত্যা

চুবুৰীয়াৰ বিৰুদ্ধে শত্ৰুতাৰ পোতক তুলিবলৈ নিজ মাতৃকে হ*ত্যা

3 hours ago
প্ৰসংগঃ প্ৰেমানন্দ মহাৰাজৰ শিষ্য মৃ*ত্যু, ঘটনাৰ শেষৰ ১১ মিনিটত কি হৈছিল?

এটাৰ পিছত আনটো বিতৰ্কত প্ৰেমানন্দ মহাৰাজৰ আশ্ৰম

4 hours ago
চিটৰ তলত লুকাই থকা সৰ্পৰ দংশনত যুৱকৰ অৱস্থা সংকটজনক

চিটৰ তলত লুকাই থকা সৰ্পৰ দংশনত যুৱকৰ অৱস্থা সংকটজনক

5 hours ago
জানক কেনে যাব আপোনাৰ আজিৰ দিনটো

জানক কেনে যাব আপোনাৰ আজিৰ দিনটো

6 hours ago
নিৰ্বাচনী প্ৰচাৰ সভাত মহাভুল কৰি বিপদত চৰকাৰী কৰ্মচাৰীয়ে

নিৰ্বাচনী প্ৰচাৰ সভাত মহাভুল কৰি বিপদত চৰকাৰী কৰ্মচাৰীয়ে

18 hours ago
এই ৪টা ৰাশিৰ জীৱনলৈ আহিব সুখবৰ

এই ৪টা ৰাশিৰ জীৱনলৈ আহিব সুখবৰ

19 hours ago
বলীউডৰ অভিনেতা ডিনো মাৰিয়াক গ্ৰেপ্তাৰ

বলীউডৰ অভিনেতা ডিনো মাৰিয়াক গ্ৰেপ্তাৰ

20 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Saturday, October 3, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home জীৱনশৈলী

আঙুলি ফুটাই ভাল পাই নেকি, কি হয় আঙুলি ফুটালে, পঢ়ক এই খবৰ

editor by editor
March 16, 2024
in জীৱনশৈলী, ফেশ্বন, স্বাস্থ্য
0
আঙুলি ফুটাই ভাল পাই নেকি, কি হয় আঙুলি ফুটালে, পঢ়ক এই খবৰ
0
SHARES
286
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

আঙুলি ফুটাই ভাল পাই নেকি, কি হয় আঙুলি ফুটালে, পঢ়ক এই খবৰ

প্ৰায়ে বাটে ঘাটে, ঘৰে-অফিচে বহু লোককে আঙুলি ফুটাই থকা দেখা পোৱা যায়। কিছু লোকে কিবা ভাবি থাকিলে বা কিবা চিন্তা কৰি থাকিলেও সঘনাই আঙুলি ফুটাই থাকে।

পুৰুষেই নহয়, মহিলাও প্ৰায়ে আঙুলি ফুটাই, শিশুৰ মাজতো কেতিয়াবা ধেমালীতে হলেও আঙুলি ফুটোৱা দেখা পোৱা যায়।

পাছে এনেদৰে আঙুলি ফুটোৱাটো কিমান সুৰক্ষিত। চিকিৎসকে সদৰি কৰা অনুসৰি এনেদেৰে আঙুলি ফুটোৱাটো হাড়ৰ গাঁঠিৰ বাবে ভাল নহয়। ই হাড়ত থকা জুলীয়া পদাৰ্থৰ ক্ষতি কৰে।

অধিক মাত্ৰাত আঙুলি ফুটালে হাড়ৰ শক্তি হ্ৰাস হোৱাৰ লগতে হাতেৰে সামগ্ৰী ধৰি ৰাখিব পৰা ক্ষমতাও লাহে লাহে হ্ৰাস কৰে। লগতে কেতিয়াবা আঙুলি ক্ৰমান্বয়ে বেকা হৈ পৰাৰো চিন্তা থাকে।

কিছু সংখ্যকৰ ক্ষেত্ৰত কেতিয়াবা মাংশপেশীৰো সমস্যা হোৱা দেখা যায় । অধ্যয়নত এই তথ্য প্ৰকাশ পাইছে যে, এনেদৰে আঙুলি ফুটালে সৰ্বাধিক আঙুলিৰ গাঁঠিতেই ক্ষতি হয়।

আঙুলিৰ গাঁঠিৰ মাজত চাইনোবাইল ফ্লুইড নামৰ এক তৰল পদাৰ্থ থাকে, য’ত কিছুমান বুৰবুৰণি হৈ থাকে যাতে আঙুলিবোৰ ভালদৰে লৰাব পাৰি। কিন্তু আঙুলি ফুটালে সেই বুৰবুৰণিবোৰ নহোৱা হৈ যায়।

তেনেদৰে যিমানেই ফুটাই সিমানেই বুৰবুৰনি কমি আহি তৰল পদাৰ্থ বিধো হ্ৰাস কৰি দি হাড়ৰ বাবে ক্ষতি কৰে। ই ভৱিষ্যতে অৰ্থৰাইটিছৰ সমস্যা কৰে।

কিছু লোকে নিজৰ পিঠি বা ডিঙিয়ো তেনেদৰে ফুটোৱা দেখা যায়। তেনেদৰে ফুটালে এণ্ডোৰ্ফিন্স ৰিলিজ হয়। যি প্ৰাকৃতিকভাৱে মানৱ শৰীৰত থকা এক প্ৰকাৰৰ পেইনকিলাৰ।

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: assam livehealthhealth tipslifestyleND News
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

শীতৰ আগমনৰ আগেয়ে ঘৰলৈ আনক এই ৬ বিধ Indoor Plants
জীৱনশৈলী

শীতৰ আগমনৰ আগেয়ে ঘৰলৈ আনক এই ৬ বিধ Indoor Plants

October 3, 2026
জানক কেনে যাব আপোনাৰ আজিৰ দিনটো
জীৱনশৈলী

জানক কেনে যাব আপোনাৰ আজিৰ দিনটো

October 3, 2026
এই ৪টা ৰাশিৰ জীৱনলৈ আহিব সুখবৰ
জীৱনশৈলী

এই ৪টা ৰাশিৰ জীৱনলৈ আহিব সুখবৰ

October 2, 2026
এইবাৰ দুৰ্গাপূজাত ভুলতো নকৰিব এইকেইটা কাম
অসম

এইবাৰ দুৰ্গাপূজাত ভুলতো নকৰিব এইকেইটা কাম

October 2, 2026
Next Post
আৰক্ষী বিষয়াৰ ওপৰত গুৰুতৰ অভিযোগ, অভিযোগ দিবলৈ অহা পৰিয়ালক আৰক্ষী পত্নীৰ বাধা

আৰক্ষী বিষয়াৰ ওপৰত গুৰুতৰ অভিযোগ, অভিযোগ দিবলৈ অহা পৰিয়ালক আৰক্ষী পত্নীৰ বাধা

পূৰণ হ’ল মুছেৱালাৰ ঠাই, ৫৮ বছৰ বয়সত সিদ্ধুৰ মাতৃয়ে জন্ম দিলে এটি সন্তান

পূৰণ হ'ল মুছেৱালাৰ ঠাই, ৫৮ বছৰ বয়সত সিদ্ধুৰ মাতৃয়ে জন্ম দিলে এটি সন্তান

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.