• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
আৰক্ষী বিষয়াৰ ওপৰত গুৰুতৰ অভিযোগ, অভিযোগ দিবলৈ অহা পৰিয়ালক আৰক্ষী পত্নীৰ বাধা

আৰক্ষী বিষয়াৰ ওপৰত গুৰুতৰ অভিযোগ, অভিযোগ দিবলৈ অহা পৰিয়ালক আৰক্ষী পত্নীৰ বাধা

3 years ago
সিদ্ধান্ত লোৱাৰ পূৰ্বে নকৰিব দৌৰাদৌৰি, কাইলৈ বিপদত পৰিব পাৰে ৩ ৰাশি!

কাইলৈ সৌভাগ্যই টোকৰ মাৰিব আপোনাৰ জীৱনত! জানক ৰাশিফল

30 minutes ago
গ্ৰীষ্মকালত কিয় বাঢ়ে পেটৰ সমস্যা? নকৰিব এইবোৰ ভুল!

ভুলতো বহু সময় ধৰি নাৰাখিব প্ৰস্ৰাৱ? ভয়ংকৰ বিপদত পৰিব!

40 minutes ago
মন্দিৰৰ পৰা ওভতাৰ সময়ত নবজাব ঘণ্টা! বিফল হ’ব পাৰে প্ৰাৰ্থনা!

মন্দিৰৰ পৰা ওভতাৰ সময়ত নবজাব ঘণ্টা! বিফল হ’ব পাৰে প্ৰাৰ্থনা!

46 minutes ago
‘আমি চৰকাৰক পাগল কৰিহে এৰিম’ ‘আমি RSSক সুৰক্ষা দিবলৈ সাজু’- ৰাহুল গান্ধী

‘জ্ঞানেশ কুমাৰে জে’ললৈ যাব লাগিব’, কঠোৰ সকীয়নি ৰাহুল গান্ধীৰ

58 minutes ago
ধনতেৰছৰ পূৰ্বে ৩ ৰাশিৰ ভাগ্যত ধনৰ বৰষুণ! আহিব ভাল সময়

ধনতেৰছৰ পূৰ্বে ৩ ৰাশিৰ ভাগ্যত ধনৰ বৰষুণ! আহিব ভাল সময়

2 hours ago
নিয়মিতভাৱে খাওক পকা বেল, শৰীৰত দেখিব আচৰিত প্ৰভাৱ!

নিয়মিতভাৱে খাওক পকা বেল, শৰীৰত দেখিব আচৰিত প্ৰভাৱ!

3 hours ago
ঘৰত শংখ ৰাখিলে মানি চলক নিয়ম, পাব লক্ষ্মীৰ আশীৰ্বাদ!

ঘৰত শংখ ৰাখিলে মানি চলক নিয়ম, পাব লক্ষ্মীৰ আশীৰ্বাদ!

3 hours ago
বন্ধ PNB ৰ হাজাৰ হাজাৰ বেংক একাউণ্ট! গ্ৰাহকৰ বাবে ডাঙৰ খবৰ

বন্ধ PNB ৰ হাজাৰ হাজাৰ বেংক একাউণ্ট! গ্ৰাহকৰ বাবে ডাঙৰ খবৰ

4 hours ago
নিশা শোৱাৰ পূৰ্বে বিচনাৰ কাষত নাৰাখিব এই ৫ বিধ বস্তু, নিদ্ৰা হৰিব আপোনাৰ!

নিশা শোৱাৰ পূৰ্বে বিচনাৰ কাষত নাৰাখিব এই ৫ বিধ বস্তু, নিদ্ৰা হৰিব আপোনাৰ!

6 hours ago
ঘৰৰ মন্দিৰত কিমানটা দেৱ-দেৱীৰ মূৰ্তি ৰখা উচিত? ভুল কৰিলে পাপে চুব আপোনাক!

ঘৰৰ মন্দিৰত কিমানটা দেৱ-দেৱীৰ মূৰ্তি ৰখা উচিত? ভুল কৰিলে পাপে চুব আপোনাক!

6 hours ago
সাৱধান! পৃথিৱীৰ উষ্ণতা বৃদ্ধিৰ সৈতে বাঢ়িছে ভয়াৱহ ভেঁকুৰ সংক্ৰমণৰ আশংকা

সাৱধান! পৃথিৱীৰ উষ্ণতা বৃদ্ধিৰ সৈতে বাঢ়িছে ভয়াৱহ ভেঁকুৰ সংক্ৰমণৰ আশংকা

6 hours ago
কাছ আঙুঠি পিন্ধাৰ পূৰ্বে সাৱধান! এটা ভুলে কাঢ়িব পাৰে সকলো

কাছ আঙুঠি পিন্ধাৰ পূৰ্বে সাৱধান! এটা ভুলে কাঢ়িব পাৰে সকলো

8 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Sunday, November 1, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home অসম

আৰক্ষী বিষয়াৰ ওপৰত গুৰুতৰ অভিযোগ, অভিযোগ দিবলৈ অহা পৰিয়ালক আৰক্ষী পত্নীৰ বাধা

editor by editor
March 17, 2024
in অসম, উত্তৰ-পূব, গুৱাহাটী
0
আৰক্ষী বিষয়াৰ ওপৰত গুৰুতৰ অভিযোগ, অভিযোগ দিবলৈ অহা পৰিয়ালক আৰক্ষী পত্নীৰ বাধা
0
SHARES
82
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

আৰক্ষী বিষয়াৰ ওপৰত গুৰুতৰ অভিযোগ, অভিযোগ দিবলৈ অহা পৰিয়ালক আৰক্ষী পত্নীৰ বাধা

দেৰগাঁও আৰক্ষী থানাত শনিবাৰে নিশা উত্তপ্ত পৰিস্থিতি৷ অভিযোগ দিবলৈ অহা ভুক্তভোগীক বাধা আৰক্ষী পত্নীৰ৷ থানা চৌহদতে ভুক্তভোগী পৰিয়ালক টনা-আজোৰা আৰক্ষী পত্নীৰ।

থানাখনৰ আৰক্ষী বিষয়া কিৰণ নাথৰ বিৰুদ্ধে উত্থাপন হৈছে গুৰুতৰ অভিযোগ। অভিযোগ অনুসৰি এগৰাকী কিশোৰীৰ ওপৰত শাৰিৰীক আৰু মানসিক নিৰ্যাতন চলাইছিল আৰক্ষী বিষয়াগৰাকীয়ে।

আৰক্ষী বিষয়াগৰাকীৰ ঘৰত বনকৰা ছোৱালী হিচাপে বাস কৰিছিল অভিযোগ উত্থাপন কৰা কিশোৰীগৰাকীয়ে। আৰক্ষী প্ৰশিক্ষণ মহাবিদ্যালয়ত কৰ্মৰত হৈ আছে কিৰণ নাথ।

কিশোৰী গৰাকীৰ পৰিয়ালৰ অভিযোগ মতে বহুদিনৰ পৰা আৰক্ষী বিষয়াগৰাকীয়ে কিশোৰীগৰাকীক শাৰীৰিক আৰু মানসিক নিৰ্যাতন চলোৱাৰ উপৰিও যৌন আতিশয্য চলাই আহিছিল।

কিন্তু দাবি ধমকি দি মনে মনে ৰাখিছিল কিশোৰীগৰাকীক। অৱশেষত শুকুৰবাৰে নিশা কিশোৰীগৰাকী ঘৰলৈ উভতি আহে যদিও পুনৰ আৰক্ষী বিষয়াগৰাকীয়ে দাবি-ভাবুকি দি পুনৰ বিষয়াগৰাকীৰ ঘৰলৈ লৈ যায়।

যাৰ পাছতে শনিবাৰে কিশোৰীগৰাকীয়ে সমগ্ৰ ঘটনা পৰিয়ালৰ লগতে চুবুৰীয়াৰ আগতো প্ৰকাশ কৰে। লগে লগে উত্তপ্ত হৈ পৰে পৰিস্থিতি। পৰিয়ালৰ লোক আৰু গাঁৱৰ লোক মিলিত হৈ থানাত বিষয়াগৰাকীৰ বিৰুদ্ধে গোচৰ তৰিবলৈ যাওতে আৰক্ষী বিষয়াগৰাকীৰ পত্নীয়ে হাহাকাৰ কৰি উঠে।

লগতে কিশোৰীগৰাকীৰ পৰিয়ালৰ লোকক থানাৰ ভিতৰত প্ৰৱেশত বাধা দি গোচৰ নতৰিবলৈ টনা-আজোৰা কৰে, যাৰ ফলত আৰু অধিক উত্তপ্ত হৈ পৰে পৰিস্থিতি। শেষত কোনোমতে আৰক্ষী বিষয়াগৰাকীৰ বিৰুদ্ধে গোচৰ তৰে ভুক্তভোগী পৰিয়ালে।

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: assamassam policedergaonDergaon Police
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

পুনৰ অসুস্থ গৰিমা শইকীয়া গাৰ্গ, ভৰ্তি চিকিৎসালয়ত
অসম

পুনৰ অসুস্থ গৰিমা শইকীয়া গাৰ্গ, ভৰ্তি চিকিৎসালয়ত

October 31, 2026
বিলাস ইন কাণ্ডৰ গোচৰৰ মাজতে আৰক্ষীত ব্যাপক ৰদবদল, মধ্য গুৱাহাটীৰ নতুন DCP মৃণাল ডেকা
অসম

বিলাস ইন কাণ্ডৰ গোচৰৰ মাজতে আৰক্ষীত ব্যাপক ৰদবদল, মধ্য গুৱাহাটীৰ নতুন DCP মৃণাল ডেকা

October 31, 2026
ধেমাজিত ঘনকান্ত গগৈৰ পত্নী
অসম

প্ৰাণৰ শংকাত ভূগিছে ঘনকান্তৰ পত্নী, ধেমাজিৰ পৰা গুৱাহাটী আহিবলৈ বিচাৰিছে আৰক্ষীৰ নিৰাপত্তা

October 31, 2026
ধেমাজিত ঘনকান্ত গগৈৰ পত্নী
অসম

ধেমাজিত ঘনকান্ত গগৈৰ পত্নী

October 31, 2026
Next Post
পূৰণ হ’ল মুছেৱালাৰ ঠাই, ৫৮ বছৰ বয়সত সিদ্ধুৰ মাতৃয়ে জন্ম দিলে এটি সন্তান

পূৰণ হ'ল মুছেৱালাৰ ঠাই, ৫৮ বছৰ বয়সত সিদ্ধুৰ মাতৃয়ে জন্ম দিলে এটি সন্তান

ৰিলিজ নহওঁতেই ৰেকৰ্ড, সত্য কাহিনীৰ ওপৰত ছবি নিৰ্মাণ হ’বলৈ লাগিল ৯ বছৰ, এতিয়া ৫টা ভাষাত পাব মুক্তি

ৰিলিজ নহওঁতেই ৰেকৰ্ড, সত্য কাহিনীৰ ওপৰত ছবি নিৰ্মাণ হ'বলৈ লাগিল ৯ বছৰ, এতিয়া ৫টা ভাষাত পাব মুক্তি

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.