• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
পূৰণ হ’ল মুছেৱালাৰ ঠাই, ৫৮ বছৰ বয়সত সিদ্ধুৰ মাতৃয়ে জন্ম দিলে এটি সন্তান

পূৰণ হ’ল মুছেৱালাৰ ঠাই, ৫৮ বছৰ বয়সত সিদ্ধুৰ মাতৃয়ে জন্ম দিলে এটি সন্তান

3 years ago
কাইলৈ এইকেইটা ৰাশিৰ আছে আৰ্থিক লাভৰ যোগ

কাইলৈ এইকেইটা ৰাশিৰ আছে আৰ্থিক লাভৰ যোগ

4 hours ago
ধুবুৰীৰ ‘বদলা’ নগাঁৱত… কংগ্ৰেছক ‘অপেন চেলেঞ্জ’ আজমলৰ

ধুবুৰীৰ ‘বদলা’ নগাঁৱত… কংগ্ৰেছক ‘অপেন চেলেঞ্জ’ আজমলৰ

5 hours ago
সাৱধান বিশ্ববাসী! ভয়ংকৰ পৰিস্থিতিৰ বাবে সাজু হোৱাৰ সময় এয়া

সাৱধান বিশ্ববাসী! ভয়ংকৰ পৰিস্থিতিৰ বাবে সাজু হোৱাৰ সময় এয়া

5 hours ago
১০০০ টকা পৰ্যন্ত হ’ব পাৰে প্ৰতি লিটাৰ পেট্ৰ’লৰ দাম

১০০০ টকা পৰ্যন্ত হ’ব পাৰে প্ৰতি লিটাৰ পেট্ৰ’লৰ দাম

6 hours ago
পিতৃ পক্ষৰ আগতে ঘৰৰ পৰা আঁতৰাওক এই ৫ বিধ বস্তু

পিতৃ পক্ষৰ আগতে ঘৰৰ পৰা আঁতৰাওক এই ৫ বিধ বস্তু

6 hours ago
নাবালিকাক শাৰীৰিক নি*ৰ্যাতন, জ্ব*লিছে বিহাৰ

নাবালিকাক শাৰীৰিক নি*ৰ্যাতন, জ্ব*লিছে বিহাৰ

6 hours ago
নিবনুৱাসকলৰ বাবে গুৰুত্বপূৰ্ণ খবৰ

নিবনুৱাসকলৰ বাবে গুৰুত্বপূৰ্ণ খবৰ

7 hours ago
CSKৰ মুখ্য প্ৰশিক্ষকৰ দায়িত্ব কিয় দিয়া হ’ল জাহিৰ খানক?

CSKৰ মুখ্য প্ৰশিক্ষকৰ দায়িত্ব কিয় দিয়া হ’ল জাহিৰ খানক?

8 hours ago
চামগুৰিত প্ৰাক্ নিৰ্বাচনী হিং*সা, গৌৰৱ গগৈৰ বাহনলৈ শিলগুটি নিক্ষেপ কাৰ?

চামগুৰিত প্ৰাক্ নিৰ্বাচনী হিং*সা, গৌৰৱ গগৈৰ বাহনলৈ শিলগুটি নিক্ষেপ কাৰ?

9 hours ago
খুচুৰা দিব নোৱাৰৰ বাবেই অটোৱালাক হ*ত্যা!

খুচুৰা দিব নোৱাৰৰ বাবেই অটোৱালাক হ*ত্যা!

10 hours ago
PGৰ ভিতৰত দেহ ব্যৱসায়! আৰক্ষীৰ জোৰদাৰ অভিযান

PGৰ ভিতৰত দেহ ব্যৱসায়! আৰক্ষীৰ জোৰদাৰ অভিযান

11 hours ago
সোৱণশিৰিত পূজা দিবলৈ গৈ অঘটন, সন্ধানহীন দুই ভাতৃ

সোৱণশিৰিত পূজা দিবলৈ গৈ অঘটন, সন্ধানহীন দুই ভাতৃ

11 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Tuesday, September 22, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home জীৱনশৈলী

পূৰণ হ’ল মুছেৱালাৰ ঠাই, ৫৮ বছৰ বয়সত সিদ্ধুৰ মাতৃয়ে জন্ম দিলে এটি সন্তান

editor by editor
March 17, 2024
in জীৱনশৈলী, বিনোদন, সংগীত
0
পূৰণ হ’ল মুছেৱালাৰ ঠাই, ৫৮ বছৰ বয়সত সিদ্ধুৰ মাতৃয়ে জন্ম দিলে এটি সন্তান
0
SHARES
318
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

পূৰণ হ’ল মুছেৱালাৰ ঠাই, ৫৮ বছৰ বয়সত সিদ্ধুৰ মাতৃয়ে জন্ম দিলে এটি সন্তান

আগমন হ’ল লিটিল মুছেৱালাৰ, প্ৰয়াত গায়ক সিদ্ধু মুছেৱালাৰ ঠাই পূৰণ কৰিবৰ বাবে আহি গ’ল আন এটি মুছেৱালাৰ। ৫৮ বছৰ বয়সত সিদ্ধুৰ মাতৃয়ে জন্ম দিলে এটি সন্তান।

সিদ্ধুৰ পিতৃয়ে সামাজিক মাধ্যম ইন্ষ্টাগ্ৰাম যোগে ফটো সদৰি কৰি জানিবলৈ দিয়ে এই খবৰ। মুছেৱালাৰ হত্যাৰ পাছত অকলশৰীয়া হৈ পৰা পিতৃ-মাতৃয়ে পুনৰ এটি পুত্ৰ সন্তানক এই ধৰালৈ আনে।

ক্ৰমে ৬০ আৰু ৫৮ বছৰ বয়সত সিদ্ধুৰ পিতৃ-মাতৃয়ে আইভিএফ পদ্ধিতৰে এই পুত্ৰ সন্তানটি জন্ম দিবলৈ সক্ষম হয়। সুৰক্ষাজনিত কাৰণত সন্তানটি জন্ম নোহোৱালৈকে এই খবৰ কতো প্ৰকাশ হ’ব দিয়া নাছিল সিদ্ধুৰ পিতৃয়ে।

এবাৰ সামাজিক মাধ্যমত সিদ্ধুৰ খুৰাকে বৌৱেক তথা সিদ্ধুৰ মাতৃ গৰ্ভৱতী হোৱাৰ খবৰ দিছিল, যদিও তাৰ পাছতে সেই খবৰ নস্যাৎ কৰিছিল সিদ্ধুৰ পিতৃয়ে। শেষত পুত্ৰ সন্তানটি সুকলমে জন্ম হোৱাৰ পাছত নিজেই সদৰি কৰে এই খবৰ।

উল্লেখ্য যে, ২০২২ চনত ৬ জনকৈ লোকে ধাৰাসাৰ গুলিৰে সিদ্ধু মুছেৱালাৰ শৰীৰ থকা সৰকা কৰি অতি নিৰ্মমভাৱে হত্যা কৰিছিল। যি ঘটনাই তোলপাৰ লগাইছিল সমগ্ৰ দেশ।

গেংষ্টাৰ গোল্ডী বৰাড়ে পৰিকল্পনা কৰিছিল মুছেৱালাৰ হত্যাৰ। মুছেৱালৰ ঘৰৰ লগতে যি যি ঠাইত অহা-যোৱা কৰে সেই সকলোতে চকু ৰাখি ১৫ দিনৰ পৰিকল্পনাৰে হত্যা কৰিছিল গায়কগৰাকীক।

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: baby boyinstagramSidhu MoosewalaViral Post
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

কাইলৈ এইকেইটা ৰাশিৰ আছে আৰ্থিক লাভৰ যোগ
জীৱনশৈলী

কাইলৈ এইকেইটা ৰাশিৰ আছে আৰ্থিক লাভৰ যোগ

September 21, 2026
পিতৃ পক্ষৰ আগতে ঘৰৰ পৰা আঁতৰাওক এই ৫ বিধ বস্তু
জীৱনশৈলী

পিতৃ পক্ষৰ আগতে ঘৰৰ পৰা আঁতৰাওক এই ৫ বিধ বস্তু

September 21, 2026
CSKৰ মুখ্য প্ৰশিক্ষকৰ দায়িত্ব কিয় দিয়া হ’ল জাহিৰ খানক?
বিনোদন

CSKৰ মুখ্য প্ৰশিক্ষকৰ দায়িত্ব কিয় দিয়া হ’ল জাহিৰ খানক?

September 21, 2026
বজাৰত দেখিলেই আওকাণ নকৰিব এইবিধ বস্তুক, পাব বহু ৰোগৰ পৰা নিৰাময়!
জীৱনশৈলী

বজাৰত দেখিলেই আওকাণ নকৰিব এইবিধ বস্তুক, পাব বহু ৰোগৰ পৰা নিৰাময়!

September 21, 2026
Next Post
ৰিলিজ নহওঁতেই ৰেকৰ্ড, সত্য কাহিনীৰ ওপৰত ছবি নিৰ্মাণ হ’বলৈ লাগিল ৯ বছৰ, এতিয়া ৫টা ভাষাত পাব মুক্তি

ৰিলিজ নহওঁতেই ৰেকৰ্ড, সত্য কাহিনীৰ ওপৰত ছবি নিৰ্মাণ হ'বলৈ লাগিল ৯ বছৰ, এতিয়া ৫টা ভাষাত পাব মুক্তি

ৰক্ষকেই ভক্ষক, আৰক্ষীৰ হাততেই  সৰ্বস্ব হেৰুৱালে মহিলা চিপাহীয়ে

ৰক্ষকেই ভক্ষক, আৰক্ষীৰ হাততেই  সৰ্বস্ব হেৰুৱালে মহিলা চিপাহীয়ে

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.