• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
ৰিলিজ নহওঁতেই ৰেকৰ্ড, সত্য কাহিনীৰ ওপৰত ছবি নিৰ্মাণ হ’বলৈ লাগিল ৯ বছৰ, এতিয়া ৫টা ভাষাত পাব মুক্তি

ৰিলিজ নহওঁতেই ৰেকৰ্ড, সত্য কাহিনীৰ ওপৰত ছবি নিৰ্মাণ হ’বলৈ লাগিল ৯ বছৰ, এতিয়া ৫টা ভাষাত পাব মুক্তি

3 years ago
ধুবুৰীৰ ‘বদলা’ নগাঁৱত… কংগ্ৰেছক ‘অপেন চেলেঞ্জ’ আজমলৰ

ধুবুৰীৰ ‘বদলা’ নগাঁৱত… কংগ্ৰেছক ‘অপেন চেলেঞ্জ’ আজমলৰ

15 minutes ago
সাৱধান বিশ্ববাসী! ভয়ংকৰ পৰিস্থিতিৰ বাবে সাজু হোৱাৰ সময় এয়া

সাৱধান বিশ্ববাসী! ভয়ংকৰ পৰিস্থিতিৰ বাবে সাজু হোৱাৰ সময় এয়া

54 minutes ago
১০০০ টকা পৰ্যন্ত হ’ব পাৰে প্ৰতি লিটাৰ পেট্ৰ’লৰ দাম

১০০০ টকা পৰ্যন্ত হ’ব পাৰে প্ৰতি লিটাৰ পেট্ৰ’লৰ দাম

1 hour ago
পিতৃ পক্ষৰ আগতে ঘৰৰ পৰা আঁতৰাওক এই ৫ বিধ বস্তু

পিতৃ পক্ষৰ আগতে ঘৰৰ পৰা আঁতৰাওক এই ৫ বিধ বস্তু

1 hour ago
নাবালিকাক শাৰীৰিক নি*ৰ্যাতন, জ্ব*লিছে বিহাৰ

নাবালিকাক শাৰীৰিক নি*ৰ্যাতন, জ্ব*লিছে বিহাৰ

2 hours ago
নিবনুৱাসকলৰ বাবে গুৰুত্বপূৰ্ণ খবৰ

নিবনুৱাসকলৰ বাবে গুৰুত্বপূৰ্ণ খবৰ

3 hours ago
CSKৰ মুখ্য প্ৰশিক্ষকৰ দায়িত্ব কিয় দিয়া হ’ল জাহিৰ খানক?

CSKৰ মুখ্য প্ৰশিক্ষকৰ দায়িত্ব কিয় দিয়া হ’ল জাহিৰ খানক?

4 hours ago
চামগুৰিত প্ৰাক্ নিৰ্বাচনী হিং*সা, গৌৰৱ গগৈৰ বাহনলৈ শিলগুটি নিক্ষেপ কাৰ?

চামগুৰিত প্ৰাক্ নিৰ্বাচনী হিং*সা, গৌৰৱ গগৈৰ বাহনলৈ শিলগুটি নিক্ষেপ কাৰ?

5 hours ago
খুচুৰা দিব নোৱাৰৰ বাবেই অটোৱালাক হ*ত্যা!

খুচুৰা দিব নোৱাৰৰ বাবেই অটোৱালাক হ*ত্যা!

5 hours ago
PGৰ ভিতৰত দেহ ব্যৱসায়! আৰক্ষীৰ জোৰদাৰ অভিযান

PGৰ ভিতৰত দেহ ব্যৱসায়! আৰক্ষীৰ জোৰদাৰ অভিযান

6 hours ago
সোৱণশিৰিত পূজা দিবলৈ গৈ অঘটন, সন্ধানহীন দুই ভাতৃ

সোৱণশিৰিত পূজা দিবলৈ গৈ অঘটন, সন্ধানহীন দুই ভাতৃ

7 hours ago
Indian Railways: ১ ​​নৱেম্বৰৰ পৰা সম্পূৰ্ণ বিনামূলীয়া ৰে’ল যাত্ৰা! কোনে কোনে পাব এই সুবিধা?

Indian Railways: ১ ​​নৱেম্বৰৰ পৰা সম্পূৰ্ণ বিনামূলীয়া ৰে’ল যাত্ৰা! কোনে কোনে পাব এই সুবিধা?

8 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Monday, September 21, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home বিনোদন চিনেমা

ৰিলিজ নহওঁতেই ৰেকৰ্ড, সত্য কাহিনীৰ ওপৰত ছবি নিৰ্মাণ হ’বলৈ লাগিল ৯ বছৰ, এতিয়া ৫টা ভাষাত পাব মুক্তি

editor by editor
March 17, 2024
in চিনেমা, জীৱনশৈলী, বিনোদন
0
ৰিলিজ নহওঁতেই ৰেকৰ্ড, সত্য কাহিনীৰ ওপৰত ছবি নিৰ্মাণ হ’বলৈ লাগিল ৯ বছৰ, এতিয়া ৫টা ভাষাত পাব মুক্তি
0
SHARES
284
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

ৰিলিজ নহওঁতেই ৰেকৰ্ড, সত্য কাহিনীৰ ওপৰত ছবি নিৰ্মাণ হ’বলৈ লাগিল ৯ বছৰ, এতিয়া ৫টা ভাষাত পাব মুক্তি

এক সত্য কাহিনীৰ ওপৰত নিৰ্মাণ হোৱা ছবি। যি ছবি নিৰ্মাণ কৰিবলৈ সময় লাগিল ৯ বছৰ। খৰচ কৰিব লগা হল ৪০ কোটি। এতিয়া ৫ টাকৈ ভাষাত পাব শুভমুক্তি। পাছে মুক্তিৰ পূৰ্বেই চাঞ্চল্যৰ সৃষ্টি কৰিছে ছবিখনে। ট্ৰেইলাৰ দেখিয়ে তবধ সকলো।

মালয়ালমৰ ছুপাৰষ্টাৰ পৃথ্বীৰাজ সুকুমাৰণে অভিনয় কৰা ছবিখন এক সত্য কাহিনীৰ ওপৰত নিৰ্মিত। মৰুভুমিত জীৱন সংগ্ৰাম কৰি কোনোমতে জীয়াই থকা এগাৰকী লোকৰ ওপৰত নিৰ্মাণ হৈছে ছবিখন।

ছবিখনৰ নাম ‘দ্য গ’ড লাইফ আদুজীৱিতম’। চলিত মাহৰে অহা ২৮ মাৰ্চত সমগ্ৰ বিশ্বৰ চিনেমাগৃহত মুক্তি পাব ছবিখনে। অভিনেতা পৃথ্বীৰাজ সুকুমাৰনে ইতিমধ্যে ছবিখনৰ তামিল, তেলেগু, কানাড়া আৰু হিন্দী ভাষাৰ ডাবিঙৰ কাম সম্পূৰ্ণ কৰিছে।

ছবিখনৰ কাহিনীভাগ লোৱা হৈছে মালয়ালম সাহিত্যৰ অতিকে জনপ্ৰিয় আৰু বেষ্ট চেলাৰ হোৱা উপন্যাস ‘আদুজীৱিতম’ৰ পৰা। বিখ্যাত লেখক বেঞ্জামিনে লিখা উপন্যাসখন ইতিমধ্য ১২টা ভিন্ন ভাষালৈ অনুবাদ হৈছে।

কিতাপখনৰ কাহিনীভাগত নব্বৈৰ দশকৰ আৰম্ভণিতে কেৰালাৰ ৰসাল বিলৰ পৰা পলায়ন কৰি বহিঃৰাজ্যত নিজৰ সৌভাগ্য বিচাৰি যোৱা নাজিব নামৰ এজন যুৱকৰ সত্য কাহিনী উপস্থাপন কৰা হৈছিল, সেই কাহিনীকে এইবাৰ চিনেমাৰ আকাৰ দিছে ৰাষ্ট্ৰীয় বঁটা বিজয়ী পৰিচালক প্লেচিয়ে।

ছবিখনৰ সংগীত এ আৰ ৰহমানৰ। বিশ্বৰ বিভিন্ন ঠাইত শ্বুটিং কৰা এই ছবিখন মালয়ালম চিনেমাৰ বৰ্তমানলৈ কৰা আটাইতকৈ ডাঙৰ প্ৰজেক্ট।

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: AadujeevithamBollywoodBollywood MovieSouth MovieThe GoatLife
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

পিতৃ পক্ষৰ আগতে ঘৰৰ পৰা আঁতৰাওক এই ৫ বিধ বস্তু
জীৱনশৈলী

পিতৃ পক্ষৰ আগতে ঘৰৰ পৰা আঁতৰাওক এই ৫ বিধ বস্তু

September 21, 2026
CSKৰ মুখ্য প্ৰশিক্ষকৰ দায়িত্ব কিয় দিয়া হ’ল জাহিৰ খানক?
বিনোদন

CSKৰ মুখ্য প্ৰশিক্ষকৰ দায়িত্ব কিয় দিয়া হ’ল জাহিৰ খানক?

September 21, 2026
বজাৰত দেখিলেই আওকাণ নকৰিব এইবিধ বস্তুক, পাব বহু ৰোগৰ পৰা নিৰাময়!
জীৱনশৈলী

বজাৰত দেখিলেই আওকাণ নকৰিব এইবিধ বস্তুক, পাব বহু ৰোগৰ পৰা নিৰাময়!

September 21, 2026
একাধিক নাৰীৰসংগ, বিয়াৰ পিছত পৰকীয়া প্ৰেম! বলীউডৰ কোন এইজন পুৰুষ?
বিনোদন

একাধিক নাৰীৰসংগ, বিয়াৰ পিছত পৰকীয়া প্ৰেম! বলীউডৰ কোন এইজন পুৰুষ?

September 21, 2026
Next Post
ৰক্ষকেই ভক্ষক, আৰক্ষীৰ হাততেই  সৰ্বস্ব হেৰুৱালে মহিলা চিপাহীয়ে

ৰক্ষকেই ভক্ষক, আৰক্ষীৰ হাততেই  সৰ্বস্ব হেৰুৱালে মহিলা চিপাহীয়ে

ৰিমুভাৰ এৰক, ঘৰুৱা পদ্ধতি লওক, নখ ভালে থাকিব সদায়

ৰিমুভাৰ এৰক, ঘৰুৱা পদ্ধতি লওক, নখ ভালে থাকিব সদায়

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.