• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
ৰক্ষকেই ভক্ষক, আৰক্ষীৰ হাততেই  সৰ্বস্ব হেৰুৱালে মহিলা চিপাহীয়ে

ৰক্ষকেই ভক্ষক, আৰক্ষীৰ হাততেই  সৰ্বস্ব হেৰুৱালে মহিলা চিপাহীয়ে

2 years ago
বন্ধ হ’ব নেকি পুৰণি ১০, ২০, ৫০ আৰু ১০০ টকীয়া নোট? বেংকে স্পষ্ট কৰিলে এই কথা

বন্ধ হ’ব নেকি পুৰণি ১০, ২০, ৫০ আৰু ১০০ টকীয়া নোট? বেংকে স্পষ্ট কৰিলে এই কথা

37 minutes ago
দেশৰ কোন স্থানত সৰ্বাধিক ডালিম পোৱা যায়? ৯৯% লোকে নাজানে সঠিক উত্তৰ

দেশৰ কোন স্থানত সৰ্বাধিক ডালিম পোৱা যায়? ৯৯% লোকে নাজানে সঠিক উত্তৰ

14 hours ago
১৬ মে’ৰ পৰাই ভাগ্যৰ দুৱাৰ খুলিছে এই ৫ৰাশিৰ, সম্পত্তি, আৰ্থিক লাভৰ যোগ আছে কাৰ কাৰ?

২ জুলাইত সাৱধানে থাকক ৪ ৰাশি! শনিয়ে প্ৰৱেশ কৰিব ৰেৱতী নক্ষত্ৰত

14 hours ago
খাদ্য খোৱাৰ পিছত চাহ সেৱনৰ অভ্যাস? ই আপোনাৰ বাবে ভাল নে বেয়া জানক

খাদ্য খোৱাৰ পিছত চাহ সেৱনৰ অভ্যাস? ই আপোনাৰ বাবে ভাল নে বেয়া জানক

15 hours ago
কি কি মূল্যাংকৰ লোকৰ সোনকালে খং উঠে? জানি হ’ব আচৰিত

কি কি মূল্যাংকৰ লোকৰ সোনকালে খং উঠে? জানি হ’ব আচৰিত

16 hours ago
গৰ্ভাৱস্থাত গ্ৰীষ্মকালত ভুলতো নাখাব এইবোৰ বস্তু? সন্তান আৰু মাতৃৰ ওপৰত পৰিব প্ৰভাৱ

৩৫ বছৰৰ পিছত গৰ্ভৱতী হোৱাটো কিমান সুৰক্ষিত? বিশেষজ্ঞৰ পৰা জানক

16 hours ago
সকলো বিপদ আঁতৰিব, মাথোঁ এই ৪ বিধ প্ৰসাদেৰে হনুমানক কৰক সন্তুষ্ট!

সকলো বিপদ আঁতৰিব, মাথোঁ এই ৪ বিধ প্ৰসাদেৰে হনুমানক কৰক সন্তুষ্ট!

17 hours ago
চৰ্দিত নাক বন্ধ? ঘৰুৱা সহজ উপায়েৰে কৰক ঠিক

চৰ্দিত নাক বন্ধ? ঘৰুৱা সহজ উপায়েৰে কৰক ঠিক

17 hours ago
Salman Khan: গেলাক্সি এৰিব বিচাৰিছে চলমানে! হঠাৎ কিয় এনে সিদ্ধান্ত ল’লে ভাইজানে?

Salman Khan: গেলাক্সি এৰিব বিচাৰিছে চলমানে! হঠাৎ কিয় এনে সিদ্ধান্ত ল’লে ভাইজানে?

18 hours ago
পুনৰ লাভ জেহাদৰ বলি এগৰাকী যুৱতী! গুজৰাটৰ ফ্লেটত চ*ৰম পন্থা

পুনৰ লাভ জেহাদৰ বলি এগৰাকী যুৱতী! গুজৰাটৰ ফ্লেটত চ*ৰম পন্থা

21 hours ago
শিক্ষা বিভাগৰ পৰা আঁতৰোৱা হ’ব নেকি ধৰ্মেন্দ্ৰ প্ৰধানক?

শিক্ষা বিভাগৰ পৰা আঁতৰোৱা হ’ব নেকি ধৰ্মেন্দ্ৰ প্ৰধানক?

23 hours ago
চুলিত ৰং লগোৱাৰ আগতে জানক কেনেধৰণৰ ৰঙে আনিব পাৰে বিপদ

চুলিত ৰং লগোৱাৰ আগতে জানক কেনেধৰণৰ ৰঙে আনিব পাৰে বিপদ

23 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Sunday, June 28, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home ভাৰত

ৰক্ষকেই ভক্ষক, আৰক্ষীৰ হাততেই  সৰ্বস্ব হেৰুৱালে মহিলা চিপাহীয়ে

editor by editor
March 17, 2024
in ভাৰত
0
ৰক্ষকেই ভক্ষক, আৰক্ষীৰ হাততেই  সৰ্বস্ব হেৰুৱালে মহিলা চিপাহীয়ে
0
SHARES
105
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

ৰক্ষকেই ভক্ষক, আৰক্ষীৰ হাততেই  সৰ্বস্ব হেৰুৱালে মহিলা চিপাহীয়ে

ৰক্ষা কৰোতাই আজুৰিলে মান। এবাৰ দুবাৰ নহয় বহুবাৰ ধৰ্ষিতা হ’ল এগৰাকী মহিলা চিপাহী। থানাৰ ভিতৰতেই কনিষ্টবলৰ হাতত ধৰ্ষণৰ বলি হ’ল মহিলাগৰাকী।

এফালে মহিলা সুৰক্ষাৰ বাবে আৰক্ষীয়ে দিনে-নিশাই পহৰা দিয়াৰ ব্যৱস্থা কৰিছে। পৰিস্থিতি অধিক সুৰক্ষিত কৰিবৰ বাবে অহৰহ চেষ্ঠা চলাই আছে। সেই সময়তেই এগৰাকী আৰক্ষীৰ হাততেই ধৰ্ষণৰ বলি এগৰাকী মহিলা আৰক্ষী।

ৰাষ্ট্ৰীয় সংবাদ মাধ্যমত প্ৰকাশিত বাতৰি অনুসৰি, উত্তৰপ্ৰদেশৰ জালৌনত সংঘটিত হৈছে এই ঘটনা। জালৌনৰ নদীগাঁও থানাৰ আৰক্ষীৰ ওপৰত এই গুৰুতৰ অভিযোগ।

ঘটনাৰ বিষয়ে পোহৰলৈ অহাৰ পাছতে আৰক্ষীৰ উচ্চ পদস্থ বিষয়াই ততাতৈয়াকৈ গোচৰ ৰুজু কৰি ঘটনাৰ তদন্ত আৰম্ভ কৰে।

মহিলা আৰক্ষী বিষয়াগৰাকীয়ে দিয়া ভাষ্য অনুসৰি, কৰ্মবীৰ সিং নামৰ কনিষ্টবল গৰাকীয়ে কেইবাবাৰো তেনে জঘন্য কাম কৰিছে। সেই বিষয়ে উচ্চ পদষ্ট বিষয়াক জনাবলৈ বিচৰাত প্ৰাণে মৰাৰ ভাবুকি প্ৰদান কৰিছে।

শেষত কনিষ্টবল কৰ্মবীৰৰ বদলি হৈ যোৱাত হে ভয় ভাবুকিৰ পৰা মুক্ত হৈ থানাৰ উচ্চ পদস্থ বিষয়াক সদৰি কৰে সকলো ঘটনা। তেতিয়াই ওলাই পৰে কৰ্মবীৰ সিঙৰ জঘন্য কাণ্ডৰ বিষয়ে।

পাছত জিৰো টোলাৰেঞ্চৰ অধীনত তদন্ত কৰি কৰ্মবীৰক আটক কৰাৰ লগতে চাকৰিৰ পৰা সদ্যহতে অব্যাহতি দি ৰাখিছে। দোষী প্ৰমাণিত হলে চাকৰিৰ পৰা বৰ্খাস্ত হোৱাৰ লগতে কাৰাবাসৰো শাস্তি পাব অভিযুক্ত কৰ্মবীৰ সিঙে।

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: AllegationpolicePolice CaseRape Allegationrape case
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

পুনৰ লাভ জেহাদৰ বলি এগৰাকী যুৱতী! গুজৰাটৰ ফ্লেটত চ*ৰম পন্থা
অপৰাধ

পুনৰ লাভ জেহাদৰ বলি এগৰাকী যুৱতী! গুজৰাটৰ ফ্লেটত চ*ৰম পন্থা

June 27, 2026
শিক্ষা বিভাগৰ পৰা আঁতৰোৱা হ’ব নেকি ধৰ্মেন্দ্ৰ প্ৰধানক?
ৰাজনীতি

শিক্ষা বিভাগৰ পৰা আঁতৰোৱা হ’ব নেকি ধৰ্মেন্দ্ৰ প্ৰধানক?

June 27, 2026
এই ৮টা Appৰ পৰা কেতিয়াও নল’ব ঋণ, I4C-এ দিছে সতৰ্কবাণী
অপৰাধ

এই ৮টা Appৰ পৰা কেতিয়াও নল’ব ঋণ, I4C-এ দিছে সতৰ্কবাণী

June 27, 2026
পেট্ৰ’লত ইথানল ব্যৱহাৰে দেশত বৃদ্ধি কৰিব নেকি পানীৰ সংকট?
প্ৰযুক্তি

পেট্ৰ’লত ইথানল ব্যৱহাৰে দেশত বৃদ্ধি কৰিব নেকি পানীৰ সংকট?

June 27, 2026
Next Post
ৰিমুভাৰ এৰক, ঘৰুৱা পদ্ধতি লওক, নখ ভালে থাকিব সদায়

ৰিমুভাৰ এৰক, ঘৰুৱা পদ্ধতি লওক, নখ ভালে থাকিব সদায়

কাছাৰত ভয়ংকৰ পথ দুৰ্ঘটনা, থিতাতে প্ৰাণ হেৰুৱালে ৩ জনে

কাছাৰত ভয়ংকৰ পথ দুৰ্ঘটনা, থিতাতে প্ৰাণ হেৰুৱালে ৩ জনে

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.